Це відео не доступне.
Перепрошуємо.

'মোৰ বগা ঘোঁৰা দুটা পূজা কৰি ৰঙা কৰি পেলালে'

Поділитися
Вставка
  • Опубліковано 6 тра 2024
  • 'মোৰ বগা ঘোঁৰা দুটা পূজা কৰি ৰঙা কৰি পেলালে' - মমিনৰ দুখ!
    গহপুৰৰ জালুকবাৰীবাসীয়ে পূজা কৰা ঘোঁৰা দুটাৰ মালিক মমিন আলী
    বাতৰি দেখি পূজাস্থলীত গাঁওবুঢ়াসহ উপস্থিত মমিন
    ভগৱানৰ ৰূপত অহা বুলি পূজা কৰা ঘোঁৰা দুটা ঘৰলৈ লৈ গ'ল মমিনে

КОМЕНТАРІ • 885

  • @dibyajyotikonwar4657
    @dibyajyotikonwar4657 3 місяці тому +226

    Baideu Rock 😂 Ghura Shocked.

  • @SSNDMixedCulture
    @SSNDMixedCulture 3 місяці тому +198

    ঘোঁৰা দুটিয়ে মৰাৰ আগতে যিখিনি সন্মান পালে সেয়া কেতিয়াও পাহৰিব নোৱাৰে

  • @rinkydas9567
    @rinkydas9567 3 місяці тому +70

    Moja নাটক ডেই best actress award pabo Lage,,,, আঁতৰি দিয়ক

  • @mriduanil3342
    @mriduanil3342 3 місяці тому +498

    এই গাঁৱৰ সকলো লোককে স্কুলত নাম লগাই দিব লাগে । ইহঁতৰ শিক্ষা অভাৱ । নহলে ইহতে এদিন ডাইনী সজাই মানুহ মাৰিব ।

    • @mdfakir9424
      @mdfakir9424 3 місяці тому +11

      Right 👍👍👍

    • @krishnanibi1487
      @krishnanibi1487 3 місяці тому +7

      Right

    • @AnilboraAnilbora.
      @AnilboraAnilbora. 3 місяці тому +6

      Right kotha koise.

    • @bkp9774
      @bkp9774 3 місяці тому +10

      শিক্ষা মন্ত্ৰী এ কথা টো হুনিছেনে।

    • @KorihJyoti
      @KorihJyoti 3 місяці тому +3

      Thik koisa dada

  • @JitenSaikia-jw9fg
    @JitenSaikia-jw9fg 3 місяці тому +117

    মহিলা কেই গৰাকীয়ে লোকেল চুলাই খাই টকা ঘতাৰ উপাই পুলিচে ভাল দৰে অনুসন্ধান কৰিলে সকলো কথা গম পোৱা যাব

  • @Moinakolija4567
    @Moinakolija4567 3 місяці тому +48

    "Mur ghura asl,ehote puja kori ronga kori dise"was epic😂😅😆

  • @SD-ff1wc
    @SD-ff1wc 3 місяці тому +222

    মোৰ ঘোৰাঁ দুটা আছিল বগা ইহঁতে পূজা কৰি কৰিলে ৰঙা 😂😂😂😂

  • @SPYZ_BORAH
    @SPYZ_BORAH 3 місяці тому +188

    Comment sabo ahise jdi like kori diok 😂

    • @akashboraassam2169
      @akashboraassam2169 3 місяці тому +2

      Okle okle hahi asu 😂😂😂😂😂😂🎉😂

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 3 місяці тому +63

    মানুহৰ অন্ধ বিশ্বাস ইমান দুৰলৈ শিপাইছে যে ঈশ্বৰ আৰু বিজ্ঞান,প্ৰযুক্তিবিদ্যাও হাৰ মানিবলৈ বাধ্য হ'ব।হে ঈশ্বৰ এই অল্প মতি মনুষ্যক সুমতি দিয়া।

  • @NitulSangma-sl2wd
    @NitulSangma-sl2wd 3 місяці тому +156

    ঘোঁৰা কেইটা শাস্ত আছিল চাগে সেই কাৰণে মহিলা কেইগৰাকী ঘোঁৰাৰ লাঠ নাখালে এটা এটা লাঠ পোৱা হলে আৰু অলপ জুমিল হৈ😆😆😆

  • @assam2006
    @assam2006 3 місяці тому +43

    মিয়াৰ ঘোঁৰা এই সকলৰ বাবে ভগৱান।

  • @ashutdutta2698
    @ashutdutta2698 3 місяці тому +25

    গাওঁ খনত শিক্ষাৰ পোহৰ পৰা নাই যেন লাগিছে ।

  • @krishnakantanath7910
    @krishnakantanath7910 3 місяці тому +20

    গোটেই গাঁৱখনত এজনো শিক্ষিত ব্যক্তি নোলালনে মানুহখিনিক বুজাবলৈ। দৰাচলতে আমাৰ সমাজত সকলোৰে তেজত এতিয়াও অন্ধবিশ্বাসৰ সোতঁ বৈ আছে।

    • @KVofficial7
      @KVofficial7 3 місяці тому

      প্ৰতি খন গাঁৱতে এজন বেছি জনা বয়ুজেষ্ট লোক থাকে তেঁওৰ কোনে কথা কব ।।। কলে আকৌ নিজৰ বিপদ ।। গৰুৰ দৰে এজনী গৰুৰ পিছত আন জনী গৰু যোৱাৰ দৰে কথা মানি লব লাগে।।

    • @GT-dm8pw
      @GT-dm8pw 3 місяці тому +3

      Bujabole goi morilehe hobo

    • @Sammmm85
      @Sammmm85 2 місяці тому

      অকৰা মৈত উঠিলে কাৰ সাধ্য আছে নমাবলৈ

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 3 місяці тому +55

    সিহঁতক ধৰি বান্ধি ভোট জলকীয়া চকুৱে মুখে সানি দিয়ক তেতিয়া শৈ কাঁহী দিব

  • @assamripunshort9643
    @assamripunshort9643 3 місяці тому +19

    Bhgobony upor pora hahi asa sky 😂❤...

  • @RosardRoird
    @RosardRoird 3 місяці тому +35

    ডাঙৰীয়া👈👈👈😆😆😆😆আমাৰ অসমীয়া সমাজত সঁচাই এনে ভণ্ডামি চলি থকাটো বৰ দুখজনক।

  • @jbfromassam
    @jbfromassam 2 місяці тому +5

    আমি যিমান শিক্ষিত হ'লেও অন্ধবিশ্বাসৰ ওচৰত আমি সেও মানি দিওঁ। সেই সময়ত আমাৰ শিক্ষিত সমাজৰ তাকৰ সংখ্যকে বিৰোধিতা কৰে। ঘটনাটো হয় যোৱাৰ পিছত সকলোৱে গুণী-জ্ঞানী হয় পৰে। আমি আগবাঢ়ি যায় অন্ধবিশ্বাস নাশ কৰি সমাজখন সুস্থিৰ কৰিব লাগিব।

  • @Debajitdr2ex
    @Debajitdr2ex 3 місяці тому +43

    গাঁৱখনৰ মানুহ বোৰ পাগল হল😂😂

    • @Kenzffx
      @Kenzffx 3 місяці тому

      😂😂😂

  • @lachithazarika1142
    @lachithazarika1142 3 місяці тому +66

    এই অন্ধবিশ্বাস প্ৰচাৰ কৰাত আমাৰ সংবাদ মাধ্যমেও কিন্তু কম ভূমিকা পালন কৰা নাই

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 3 місяці тому +21

    মোৰ ওচৰৰে এজনৰ এটা বগা আৰুএটা ক'লা ঘোঁৰা আছে।বেপাৰ খনৰ অংশীদাৰ কৰি লয় যদি বগাটো মই বন্দোবস্তি কৰি পঠাই দিব পাৰিম।বগা ৰং ঘঁহি ক'লাটোকো বগা কৰিব পৰা যাব।একো দাঙৰ কথা নহয়।

    • @cyrus31445
      @cyrus31445 3 місяці тому +1

      😂😂😂😂😂😂

    • @purabisonowal2242
      @purabisonowal2242 3 місяці тому +2

      😂😂😂ai news khini dekhi hahi hahi pgl hom ketiyba nesao koleu uporte ulai thake

  • @manasrimoumun8432
    @manasrimoumun8432 3 місяці тому +23

    বাতৰি কিন্তু পঢ়িছে দেই...বাকী বগা ঘোঁৰা ৰঙা কৰি দিলে😀

  • @MAINA33
    @MAINA33 3 місяці тому +4

    Gan 2 hunila ne hokolua.. Ultimate 🔥😆

  • @Rioempire
    @Rioempire 3 місяці тому +11

    Oscar Award dibo lge manuh jonik. Best acting karone. 😂😂😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 3 місяці тому +1

      😂😂😂😂😅😅😅😅🤣🤣🤣🤣

  • @tinkurajdas5
    @tinkurajdas5 3 місяці тому +16

    আঁতৰি দিঅক আঁতৰি দিঅক মই কমেন্ত পঢ়িব আহিছোঁ 😂😅

  • @-SunmoniBoruah
    @-SunmoniBoruah 2 місяці тому +2

    Ghura shocked 😂 khuri rocked🎉

  • @jyotismannath107
    @jyotismannath107 3 місяці тому +6

    দুৰ্বল মানসিকতা।

  • @Gsvygameryoutuber
    @Gsvygameryoutuber 2 місяці тому +8

    (ক) চমু টোকা লিখা - ‌২০
    ১) ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ।
    ২) মোৰ বগা ঘোঁৰা দুটা পূজা কৰি ৰঙা কৰি পেলালে ।
    (খ) ভক্তপ্ৰাণ ৰাইজে ঘোঁৰা দুটাক কি নামেৰে নামাকৰণ কৰিছিল? ১০
    (ক)ভগৱান
    (খ) ডাঙৰীয়া
    (গ) মহেশ্বৰ
    (ঘ) ওপৰৰ এটাও নহয় ।
    (গ) বগা ঘোঁৰা দুটাৰ মালিকৰ নাম আছিল, ১০
    ১) শুকুৰ আলী
    ২) হিমন্ত মামা
    ৩) মমিন আলী
    ৪) ওপৰৰ এটাও নহয়
    ঘ) বগা ঘোঁৰাৰ মালিকে জালুকবাৰী ৰাইজক মুঠ টকা দিছিল, ১০
    ১) এক লাখ
    ২) পাঁচ হাজাৰ
    ৩) এহেজাৰ
    ৪) দহ টকা😂

  • @neone4759
    @neone4759 3 місяці тому +15

    উন্নত অসমৰ প্ৰতিচ্ছবি

  • @devakantaborah2973
    @devakantaborah2973 3 місяці тому +13

    দুচাত এচাত দিব লাগিছিল , এই কেই গৰাকীক। মানুহক কি শিক্ষা দিব এই মূৰ্খ বিলাকে।

  • @user-os1mb8vj9s
    @user-os1mb8vj9s 3 місяці тому +14

    গাওঁখনৰ বুঢ়া বুঢ়ী সকলৰ বাবে বিদায় এখন খুলিব লাগে

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 3 місяці тому +11

    মোৰ বগা ঘোঁৰা ৰঙা কৰি দিছে ইহঁতে😂😂

  • @Ramraj13333
    @Ramraj13333 3 місяці тому +12

    চৰকাৰে গাওঁ খনত স্কুল এখন খুলি দিব লাগে সোনকালে।

  • @culturalfusion8177
    @culturalfusion8177 3 місяці тому

    Hemanta da rocks..outstanding presentation!

  • @Chaos936
    @Chaos936 3 місяці тому +1

    Appreciation post for Najir da... ultimate commentary

  • @tripagghor123
    @tripagghor123 3 місяці тому +4

    Ghura be like : koun hei yeh log.. Kya kar rhe hei yeh log.. Mujhe kya mein toh mast ghas khta hoon😂

  • @abhijitkakaty88
    @abhijitkakaty88 3 місяці тому +72

    Poisa ghotar notun koushal

  • @jyotishmoigamingstudio
    @jyotishmoigamingstudio 2 місяці тому

    ডাঙৰীয়াই আহিছে আতৰি দিয়ক❤❤❤

  • @satyamevajayate1274
    @satyamevajayate1274 3 місяці тому +2

    শিক্ষাৰ অভাৱ।

  • @jontiborah60
    @jontiborah60 3 місяці тому +5

    ভগবানৰ ৰুপত খচ্চৰ। হাই ৰে😂😂😂🤣🤣😇

  • @yasminrahmani1518
    @yasminrahmani1518 3 місяці тому +8

    Ghura be like:- arey joldi hekh kor aibur🤣🤣

  • @BiswajitPuwali
    @BiswajitPuwali 3 місяці тому +2

    আজিৰ দিনটো এইবোৰ কান্দ কিয় হৈছে বাৰু,অন্ধ বিশ্বাস মানুহ বোৰ

  • @sauravdihingia1153
    @sauravdihingia1153 3 місяці тому +1

    Valueless.......

  • @naturelove207
    @naturelove207 3 місяці тому +2

    Dangoria duta ronga hoi gol 😂😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 3 місяці тому +1

      😂😂😂😂😂😅😅😅😅😢😢😢😢🤣🤣🤣🤣🤣😜😜😜😜😘😘😘😘🥰🥰🥰🥰🥰🤗🤗🤗😎😎

  • @shirumoniborah5059
    @shirumoniborah5059 3 місяці тому +2

    ভাগ্য ভাল যে লঠিয়াই নিদিলে 😂

    • @Kenzffx
      @Kenzffx 3 місяці тому

      😂😂

  • @l.s.dipu4887
    @l.s.dipu4887 3 місяці тому +6

    আঁতৰি দিয়ক আঁতৰি দিয়ক কমেন্ত আহিছে আঁতৰি দিয়ক 😅

  • @Princegamer-gy9hu
    @Princegamer-gy9hu 3 місяці тому +1

    Bhogoban ahi jalukbari palihe......That's epic line 🤣🤣🤣😂😂🤣🤣

  • @ABS0819
    @ABS0819 Місяць тому

    বাতৰি পঢ়া জন মহান, কুকুৰা এটা খাবলৈ আহ্বান জনালো মোৰ ঘৰত। কুকুৰা কিন্তু মই মাৰিম!

  • @Loydeep333
    @Loydeep333 2 місяці тому

    Baideu rocked, Ghora mogged😂

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 місяці тому

    নিউজ এডিটৰেও ভাল দিছে দেই !

  • @ranjitboro6574
    @ranjitboro6574 3 місяці тому +1

    What's amazing drama.

  • @mrmanoj2668
    @mrmanoj2668 3 місяці тому

    সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিব লাগিব নহলে।
    নহলে আমাৰ সমাজখন কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰিব।💯

  • @toxicmlt5222
    @toxicmlt5222 2 місяці тому +1

    Dangoriya Ahise Atori diok😂❤

  • @mantulikasingha6075
    @mantulikasingha6075 3 місяці тому +9

    Baki ji nohouk batori val pohise kintu 😄

  • @ParthaPratimVlog
    @ParthaPratimVlog 2 місяці тому

    This people's acting skill is much better than local Kung Fu team.😅

  • @sgdworld4581
    @sgdworld4581 2 місяці тому

    বিজ্ঞানৰ চৰম পৰাজয়!

  • @devmelody6299
    @devmelody6299 2 місяці тому

    Comdey of the year 🤣🤣

  • @eXpleinerboy69
    @eXpleinerboy69 3 місяці тому

    3:41 pose tu mja dise 😂😂

  • @user-up1dn7gh9n
    @user-up1dn7gh9n 2 місяці тому

    Kali maa bst

  • @ankurzubeen1158
    @ankurzubeen1158 3 місяці тому +2

    সেৱা লওতে যদি এটা লাট মাৰিল হয় ঘোঁৰা টোয়ে আৰু অলপ জমনি হল হয়

  • @mousumBaishya
    @mousumBaishya 2 місяці тому

    কি যে লাজহে লাগিছে গোলাঘাটৰ পৰা গহপুৰৰ মানুহবোৰ কেনেকুৱা লাগিছে

  • @rameshmili8871
    @rameshmili8871 3 місяці тому +1

    7 ᴄʀᴏʀᴇ 🎉🎉🎉

  • @Deep_jyoti_kalita954
    @Deep_jyoti_kalita954 3 місяці тому +3

    Atori diyok atori diok comment pohibo ahisu😂😂

  • @mrborgohain7706
    @mrborgohain7706 2 місяці тому

    Atori diok atori diok dangoriya ahise atori diok.....best dialogue in 2024 year😅😅😅😅😅

  • @user-ii8nh1ic1f
    @user-ii8nh1ic1f 3 місяці тому +1

    Andho bisax aru ku-xogskar hoise pithibir ak godhur buja☺️

  • @jyandeepdohutia8446
    @jyandeepdohutia8446 3 місяці тому +20

    Coment past kribo, olop atri diyoksun xokoluwe.dangoriyok ahi lobo deyok

  • @user-uu9sd6zb7b
    @user-uu9sd6zb7b 3 місяці тому

    Next level assam

  • @NortheastExplorerRH
    @NortheastExplorerRH 2 місяці тому

    বগা গোড়া ৰঙা হ'ল,
    শেষত গৰাকীৰ ওচৰলৈ গুচি গ'ল 😥

  • @northeastbaruah7614
    @northeastbaruah7614 3 місяці тому

    Good job keep it up.

  • @pinkuhaloi820
    @pinkuhaloi820 2 місяці тому

    Wow ata sun nagin .... Aatori diyok 😂

  • @defenceassamvlogs8192
    @defenceassamvlogs8192 3 місяці тому

    ভদ্ৰ সমাজত , অমানৱীয় আচৰণ । এই গাওঁৰ সকলো মানুহক অলপ ভাল শিক্ষা দিয়া উচিত ।

  • @Pushpa9387
    @Pushpa9387 3 місяці тому +1

    Marigold biscuts খুৱাবলৈ বিচাৰিছিল তাত এতিয়া মুক্ত মনে বিচৰণ কৰি ঘাঁহ খাইছে ঘোঁৰা দুটাই।😂😂😂😂😂😂😂😂

  • @abhisekhrai6706
    @abhisekhrai6706 3 місяці тому

    Jai Shree Ram Om Namah Shivay🕉🕉🕉

  • @mkgaming5096
    @mkgaming5096 3 місяці тому +3

    ডাঙীয়া আহিছে আঁতৰি দিয়ক 😅
    ডাঙৰীয়া গৈল ৰাইজ ঘৰলৈ যাওঁক 😂😂

  • @ANKU-1000
    @ANKU-1000 3 місяці тому

    Best actress of the year 😂

  • @user-zt8hl3ff3x
    @user-zt8hl3ff3x 2 місяці тому

    ধিক্কাৰ দিছোঁ এনেকুৱা সমাজক

  • @_Megha.g_
    @_Megha.g_ 3 місяці тому

    Beseraa ghuraakitaa!😢 ,
    Le Ghuras: Ki bhul korilu aii jibonot kiii jee bhull koriluuuu ouuu 😹

  • @Shado-wg5uf
    @Shado-wg5uf 2 місяці тому +1

    আতৰি দিয়ক ,আতৰি দিয়ক ডাঙৰীয়া আহিছে। 😂😂😂😂

  • @Kenzffx
    @Kenzffx 3 місяці тому

    Mumin ali shocked😱 Boga ghura rock😂

  • @abhijitmusicworld1037
    @abhijitmusicworld1037 2 місяці тому

    আমনি নলগা নিউজ😊

  • @MbSiksha
    @MbSiksha 2 місяці тому +1

    শিক্ষাৰ অভাৱ আৰু লজ্জা জনক কাণ্ড। 😢

  • @any2334
    @any2334 3 місяці тому

    Aita joni val lagise Nagin pro

  • @nistha_vlog
    @nistha_vlog 3 місяці тому

    Keep it up borma hokol😂👍🏼aru aguwai jaok

    • @Kenzffx
      @Kenzffx 3 місяці тому

      😂😂

  • @HappyProteaFlower-jv4ss
    @HappyProteaFlower-jv4ss 3 місяці тому

    ঘোঁৰা ই জালুকনিবাৰী পালেগৈ বাবে ৰক্ষা ভাল জাগাত যোৱা হ'লে মালিকে ঘোঁৰা বিচাৰি নাপাই

  • @dipildutta1545
    @dipildutta1545 2 місяці тому

    ভাবী ছাওকছোন আগে পিপে অহা নাই ঘোৰা আহিলত সম্ভব অসম্ভ কি হয় ভাবী ছাবী আযি যুগ আনক হহা -- ভাবীিবী

  • @sujitneog7101
    @sujitneog7101 3 місяці тому +1

    Ghura 2 pasfale goi hewa kora bhogoban ulai jabo 🫢🫢

  • @mriduldas7259
    @mriduldas7259 3 місяці тому

    G ki nahak avinoi kintu tamam👌 ehote kunuba cinema t 💯

  • @titan5880
    @titan5880 3 місяці тому +2

    Dui sor dukhon galot ...sidha hoi jabo

  • @RojokteronRojokteron-xq3ec
    @RojokteronRojokteron-xq3ec 2 місяці тому

    Akhomot anekwa comedi manu thakibo lage j hoke nohok realse bur Sai bohut vhal lagise karubar Mon beya lagila realse bur sale hol

  • @MrinmoyBezbaruah-vl6sx
    @MrinmoyBezbaruah-vl6sx 2 місяці тому

    Ji hoi valor karane hoi . Jodi ghorak dangoriya buli vabi Puja nokoril hoi . Malike ghura to bisari napale hoi

  • @sumandewan8220
    @sumandewan8220 2 місяці тому

    আতৰি দিয়ক খিনি ছাই ভাল লাগে 😂😂

  • @gyanujjalhazarika2442
    @gyanujjalhazarika2442 3 місяці тому +1

    People need more education

    • @Kenzffx
      @Kenzffx 3 місяці тому

      Really😂

  • @DesiredmixTube01
    @DesiredmixTube01 3 місяці тому

    That's why education is important

  • @user-vw5uc6du1q
    @user-vw5uc6du1q 2 місяці тому

    কলি কালৰ নৰ আক অলপমতি

  • @Sarmah_Zg
    @Sarmah_Zg 3 місяці тому +1

    Ghora be like : Kot Aahi Fosilu 🥲

  • @himanjalchetia5108
    @himanjalchetia5108 3 місяці тому

    Ajikali Amar aipine popular dialogue" Dangoriya ahise atori diyok"😅

  • @GhanshyamHazarika-wu2mt
    @GhanshyamHazarika-wu2mt 3 місяці тому

    Enekua andho bisakht boli nhobor babe he adhunik dhormo Sankar sangho nhole riju pathok dhormo grohn kribo lage , puja patol e koli jug t kri fol nai , guru kotha manibo lage jgt koli jug t ghotibo logiya hosa kotha koi goise guru dujonai ki koribo lage ki nelage assamr manuhe guru kotha nmona hoise guru dujonai ki upodesh di goise buji sestha korok gibn hofol hoi zabo " JOI JGT GURU SANKARDEV" 🙏 KRISHNA 🙏

  • @hridayanadasonowal8092
    @hridayanadasonowal8092 3 місяці тому

    আমাৰ অসমীয়া সমাজত সততে দেখি অহা এই ঘটনাবোৰ মানসিক বিকাৰৰ ফল? শিক্ষা ৰ অভাৱ? অন্ধবিশ্বাস ? নে অন্য কিবা ?

  • @pulinjitdas8656
    @pulinjitdas8656 3 місяці тому +1

    Difference between educated and uneducated

  • @sunbhagawati1132
    @sunbhagawati1132 2 місяці тому

    thats why education is essential

  • @Sclipter_wyatt
    @Sclipter_wyatt 2 місяці тому +1

    Unicorn 🦄😅