Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
গীতটোৰ প্ৰতিটো শাৰীয়েই হৃদয়স্পৰ্শী... তাতে জুবিনদাৰ কণ্ঠ, প্ৰস্তুতি বাৰ অভিনয়... উফ!!
গীতৰ কথা , সুৰ আৰু অভিনয়ৰ এক অনন্য প্ৰকাশ । অতি মনোৰম ।
পিতা ঐ❤️ ... হৃদয় চুই গৈছে❤️
হৃদয় চুই গল গীতটিয়ে 😌❤️❤️❤️❤️ প্ৰিয় জনৰ গীত ,তাতেই আকৌ বাৰ অভিনয় 🥰🥰😘
ইমানেই ভাল লাগিছে গীতটি ❤ জুবিন দাদাৰ কণ্ঠ তাতে আকৌ প্ৰস্তুতি বাৰ অভিনয়😍😍❤❤❤
Dhuniya lagisa gantu zubeen da..... Prastuti ba apunaloiu dhonyabad bahut dhuniya lagisa ba...
Lords lord . father. Jai shri krishna 🇮🇳🙏
গীত বাৰু ঠিকে আছে, তাতে আকৌ জুবিন দা আৰু প্ৰস্তুতি বাই যিখিনি ৰস ঢালি দিছে 😍😍😍😍😍 বুকু চুই গৈছে সঁচাকৈ
গীতটোৰ প্ৰতিটো শাৰীয়েই মন চুই যায়... তাতে জুবিনদাৰ কণ্ঠ, প্রস্তুতি বাৰ অভিনয়... উফ কি কম বহুত ভাল লাগিল!! ❤️🙏
বহুত ভাল লাগিল প্ৰস্তুতি বা তোমাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ ❤️
হৃদয় জুৰ পেলোৱা এটি গীত🥰🥰 জুবিন দা😍😍প্ৰস্তুতি বা😍
পিতা ঐ এক অনন্য গীত ,,,,প্ৰস্তুতি বা এগৰাকী বলিষ্ঠ অভিনেত্ৰী,,,,,ক'বলৈ শব্দ নাই, গীতৰ কথা সুৰ ,,,,এটি অনন্য অনুভৱ ❤️❤️❤️❤️❤️❤️❤️❤️❤️😰পিতা ঐ
এনেকুৱা অন্তৰ স্পর্শী গীত অকল জুবিন দাই হে গাব পাৰে। প্ৰস্তুতিৰ বাৰ অভিনয় সদাই সুন্দৰ। ❤️❤️
Yesss
সঁচাকৈ আপোনাৰ অভিনয়ে যেন কলিজা ৰ এফালে কন্দুয়াই আনফালে হহুয়াই বা
অত্যন্ত সুমধুৰ গীত।🥀🥀খুউব ভাল লাগিল।❤️❤️জয় জুবিন দা।💚💚💚প্ৰস্ততি বাৰ অভিনয় সুন্দৰ।💙💜💚
চাওতে চকুলো বাগৰিল ।কি সুন্দৰ গীত লগতে কি সুন্দৰ অভিনয়❤❤❤❤❤❤
জুবিন গাৰ্গ - যাৰ কণ্ঠই সাহস, প্ৰেৰণা যোগায় । ❤️
প্ৰিয়জনৰ কন্ঠৰ এটি প্ৰাণ জুৰোৱা গীত....উফ্😌❤
বহুত ধুনীয়া হৈছে গানটো।। গানটো কথাই হৃদয় চুই গৈছে।।
শব্দৰ অভাৱ ,ইমান সুন্দৰ গীত, জয় জুবিন দাৰ
জুবিন দাই গাইছে যেতিয়া থিয়েটাৰ খনো ভাল হ'ব ❤️
হৃদয়স্পর্শী... 💚
Baaa থিয়েটাৰ খন চাবলৈ অপেক্ষা কৰি আছো🥰loves from karara❤
অন্তৰ চুই গৈছে বা, সচাকৈয়ে আই পিতাইৰ সমান কোনো হব নোৱাৰে ❤❤
ZUBEEN dar voice ot jadu ase , xunilei Santi lage❤
প্ৰথম দিনাৰ পৰা বহুত বাৰ শুনিলোঁ তথাপিও আমনি নাই লগা শুনি 💙💙
হৃদয় চুই যোৱা গীত।
ৰৈ আছো অসীম হেঁপাহেৰে...হিয়া উজাৰি মাথো শুভকামনা...
Bhut bhut dhunia lagise , music mind-blowing ❤️👍👍,
Eagerly waiting......Love from Pathsala❤❤❤
Oh my God ,,zubeen daa ❤️❤️❤️ bohut majja lage gol. 💕💕💕💕👍👍
সঁচাকৈ হৃদয় চুই গৈছে 🥰💫🤍 ধেমাজিৰ পৰা বহুত মৰম জনালোঁ Prostuti বা ❤️
My favorite singer✌✌ Heart touching song 😭😭
জুবিন দাই গোৱা মা দেউতা লৈ লিখা গীত বোৰ ভাল লাগে।আপোনাৰ কণ্ঠৰ এই গীত বোৰ শুনিলে হৃদয় চুই যায়।❤️❤️Zb da...
এই গীতটি শুনিলে....বুকু খন বিষাই যায়।❤️😔
সুন্দৰ গীত!!জুবিন দাৰ কন্ঠ......!!🖤🖤🖤🖤
❤️❤️❤️❤️❤️❤️ from জম্মু আৰু কাশ্মীৰ. Very nice song zubeen da.. ধুনীয়া অভিনয় প্ৰস্তুতি বা
ধুনীয়া গান ❤️ সুন্দৰ কণ্ঠ❤️বা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
হৃদয়স্পৰ্শী....❤️
পিতা ঐ শুই যা 😢♥️♥️
Bohut Dhunia hoise baa
সুন্দৰ গীতৰ কথা ,সুৰ,কণ্ঠ আৰু অভিনয়।আন্তৰিক অভিনন্দন প্ৰস্তুতি বা।সদায় তুমি অনন্য আৰু প্ৰিয়❤️💕🥰
Prostuti baa bor hundor👍❤Apuraj Dsty tmr kam bur khub dhuniya hoisa agbahi ja hodai👍👍👍💞💞💞
হৃদয়স্পৰ্শী ❤️ বহুত ভাল লাগিল গীতটি
Bohot dhuniaaaaa...Love u Zubeen da
ZG our always a great person.And his voice Incredible.
HEART TOUCHINgG LINE 👉 নিচুকনি গীত সুনামে তোক পিতাই ঐ টোপনি যা 🥺❣️_____ বহুত ভাল পাওঁ দেউতা আপোনাক love you দেউতা ❤️🥰
সুন্দৰ অভিনয়, সুন্দৰ গীত ❤️।
আৱেগিক কৰি দিলে,,একান্তমনে গানটো শুনিলে নিজে নিজে চকুপানী ওলাব..বহুত এটা ধুনীয়া গান.suvokamona thakil prastuti Baa 😍bohut val lage apunak
জুবিন দাৰ গান মানে হৃদয়ৰ শান্তি
অভিনয় প্ৰস্তুতি বা ❤️❤️❤️কণ্ঠ জুবিন দা ❤️❤️❤️❤️❤️কি সুন্দৰ ❤️❤️❤️❤️
Love you baa 😘🙏God always bless you 😇❤️Agwai jowa life t bhaldore ✨Hiya aru neer loi bhut morom dilo ❤️❤️❤️
Soul touched 🍁
Awesome Zubeen daa💝💝
❤❤❤❤❤❤... Gan Tu xuni sokur pani olai gol... Xosai deuta Ananya...
হৃদয় চুই যোৱা এটি গীত। সচাকৈয়ে ভাল লাগিল। #Pj Pinku Creation
Lyrics xur kantho ek master peace'❤️🌸মূখতে ৰং খানি ufff zubeen da ❤️💚
Big fan of jibon hatikakoti and prastuti ba❤️
Such a good and beautiful song
সংগীত, অভিনয় সকলো ইমান সুন্দৰ 🙏🙏🙏❤️❤️
Vl hoise ba video2,moja huni thakile amoni nlge,,👍👍👍👍
আপোনালোকৰ অভিনয় সছাকৈয়ে মানিবলগীয়া সুন্দৰ অভিনয় ❤❤❤
উফ কি যে কন্ঠ জুবিন দা আপুনি যে ভগৱানৰ অপূৰ্ব সৃষ্টি।
সুন্দৰ গীত কথা আৰু সুৰ লগতে সংগীত পৰিচালনা
গান ও ধুনীয়া অভিনয়ো খুব ভাল তাতে আৰু কণ্ঠ জুবিন গাৰ্গৰ। খুব ধুনীয়া হৈছে বা ❤️❤️❤️👍
Mojja song😍😍
ভাল লাগিল গানটো শুনি। থিয়েটাৰত লগ পোৱাৰ আশা থাকিল বা।
Nice song, love from golaghat
Wating for this drama.....😘😘❤️❤️❤️❤️
জয় জুবিন দা ❤️
পিতা ঐ🥰 টোপনি যা❤️❤️❤️❤️❤️❤️
I love you zubben da ❤️love from barpeta district assam ❤️
Eman hundor gaantu upohar deyar babe thnq, Ateyaloika gaantu 100 barotkoi base hunilu tothapiu hapah pur huwa nai
Baa bohut xondor gan. Really like it
দেউতা 😥❣️
What a melody zubeen daa💕
Pita oi....❤️ Luv uh papa💕🌍
আপোনাৰ অভিনয় বহুত ভাল লাগে। সদায় চাবলৈ ৰৈ থাকিম। ❤️❤️❤️❤️❤️❤️❤️❤️
খুৱ ধুনীয়া এটি গীত জুবিন দাৰ আৰু আপোনাৰ অভিনয়ে সোণত সুৱগা চৰিচে,,,,
জুবিন ককাইটিৰ আবেগিক কণ্ঠ আৰু পিতৃ কন্যাৰ সাৱলীল অভিনয়ে চকুলো নিগৰাবলৈ বাধ্য কৰিলে।
❤❤❤❤🙏🙏🙏🙏😭😭😭😭😭emotional hoi golu....bht miss kri asiluu deutatk....bht dinor pora log nupuwa holuuu
Dhuniya hoise ba
Joy Zubeen daa...
জয় জুবিন দা ❤😘❤
Beautiful song😍✨
Val lagil zubeen dar gaanto khuni.
vl lagil bohut
Prostuti baa apunr acting♥️♥️♥️♥️🔥🔥🔥🥰🥰🥰
বহুত বহুত ভাল লাগিছে বা তাতে আৰু দাদাৰ গোৱা আৰু বাৰ অভিনয় উফ বেলেগ একো নেলাগে আৰু💕🔥💝❣️
Mojaa jibon da👌👌👌👌
Love from Chiang,,,,bohut bohut val lagil,,,I love you so much proshuti baa,,,god bless you,,,zubeen da thank you,,,,
Unbelievable👍👍❤❤
Bor dhunia hoise
The lyrics, melody and acting are a unique expression. Very nice & emotional song.
Beautiful✨😍 song
Hosai bhout val lagil ba ❤️❤️
Hearttaching
হৃদয় চুই গল ❤
বা আপুনি এজনী পাগলী। অ পাগলী হয় সেই বাবে হইটো ইমান ধুনীয়া অভিনয়েৰে ভৰা এখন নাটক উপভোগ কৰিব পাৰিচো। সঁচাকৈ আপোনাৰ দৰে অভিনয় আৰু জুবিন দাৰ দৰে গীত কোনেও দিব নোৱাৰে । আপুনি এজনী অভিনয় পাগলী বা । Love You বা 😍
xakolure avinoy bahut val hoise aaru song tu bahut val hoise...👌👌👌
Nice song ❤❤❤Miss you abba 😓
Superb
গীতটোৰ প্ৰতিটো শাৰীয়েই হৃদয়স্পৰ্শী... তাতে জুবিনদাৰ কণ্ঠ, প্ৰস্তুতি বাৰ অভিনয়... উফ!!
গীতৰ কথা , সুৰ আৰু অভিনয়ৰ এক অনন্য প্ৰকাশ । অতি মনোৰম ।
পিতা ঐ❤️ ... হৃদয় চুই গৈছে❤️
হৃদয় চুই গল গীতটিয়ে 😌❤️❤️❤️❤️ প্ৰিয় জনৰ গীত ,তাতেই আকৌ বাৰ অভিনয় 🥰🥰😘
ইমানেই ভাল লাগিছে গীতটি ❤ জুবিন দাদাৰ কণ্ঠ তাতে আকৌ প্ৰস্তুতি বাৰ অভিনয়😍😍❤❤❤
Dhuniya lagisa gantu zubeen da.....
Prastuti ba apunaloiu dhonyabad bahut dhuniya lagisa ba...
Lords lord . father. Jai shri krishna 🇮🇳🙏
গীত বাৰু ঠিকে আছে, তাতে আকৌ জুবিন দা আৰু প্ৰস্তুতি বাই যিখিনি ৰস ঢালি দিছে 😍😍😍😍😍 বুকু চুই গৈছে সঁচাকৈ
গীতটোৰ প্ৰতিটো শাৰীয়েই মন চুই যায়... তাতে জুবিনদাৰ কণ্ঠ, প্রস্তুতি বাৰ অভিনয়... উফ কি কম বহুত ভাল লাগিল!! ❤️🙏
বহুত ভাল লাগিল প্ৰস্তুতি বা তোমাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ ❤️
হৃদয় জুৰ পেলোৱা এটি গীত🥰🥰 জুবিন দা😍😍প্ৰস্তুতি বা😍
পিতা ঐ এক অনন্য গীত ,,,,প্ৰস্তুতি বা এগৰাকী বলিষ্ঠ অভিনেত্ৰী,,,,,ক'বলৈ শব্দ নাই, গীতৰ কথা সুৰ ,,,,এটি অনন্য অনুভৱ ❤️❤️❤️❤️❤️❤️❤️❤️❤️😰পিতা ঐ
এনেকুৱা অন্তৰ স্পর্শী গীত অকল জুবিন দাই হে গাব পাৰে। প্ৰস্তুতিৰ বাৰ অভিনয় সদাই সুন্দৰ। ❤️❤️
Yesss
সঁচাকৈ আপোনাৰ অভিনয়ে যেন কলিজা ৰ এফালে কন্দুয়াই আনফালে হহুয়াই বা
অত্যন্ত সুমধুৰ গীত।🥀🥀
খুউব ভাল লাগিল।❤️❤️
জয় জুবিন দা।💚💚💚
প্ৰস্ততি বাৰ অভিনয় সুন্দৰ।💙💜💚
চাওতে চকুলো বাগৰিল ।কি সুন্দৰ গীত লগতে কি সুন্দৰ অভিনয়❤❤❤❤❤❤
জুবিন গাৰ্গ - যাৰ কণ্ঠই সাহস, প্ৰেৰণা যোগায় । ❤️
প্ৰিয়জনৰ কন্ঠৰ এটি প্ৰাণ জুৰোৱা গীত....উফ্😌❤
বহুত ধুনীয়া হৈছে গানটো।। গানটো কথাই হৃদয় চুই গৈছে।।
শব্দৰ অভাৱ ,ইমান সুন্দৰ গীত, জয় জুবিন দাৰ
জুবিন দাই গাইছে যেতিয়া থিয়েটাৰ খনো ভাল হ'ব ❤️
হৃদয়স্পর্শী... 💚
Baaa থিয়েটাৰ খন চাবলৈ অপেক্ষা কৰি আছো🥰loves from karara❤
অন্তৰ চুই গৈছে বা, সচাকৈয়ে আই পিতাইৰ সমান কোনো হব নোৱাৰে ❤❤
ZUBEEN dar voice ot jadu ase , xunilei Santi lage❤
প্ৰথম দিনাৰ পৰা বহুত বাৰ শুনিলোঁ তথাপিও আমনি নাই লগা শুনি 💙💙
হৃদয় চুই যোৱা গীত।
ৰৈ আছো অসীম হেঁপাহেৰে...
হিয়া উজাৰি মাথো শুভকামনা...
Bhut bhut dhunia lagise , music mind-blowing ❤️👍👍,
Eagerly waiting......
Love from Pathsala❤❤❤
Oh my God ,,zubeen daa ❤️❤️❤️ bohut majja lage gol. 💕💕💕💕👍👍
সঁচাকৈ হৃদয় চুই গৈছে 🥰💫🤍 ধেমাজিৰ পৰা বহুত মৰম জনালোঁ Prostuti বা ❤️
My favorite singer✌✌ Heart touching song 😭😭
জুবিন দাই গোৱা মা দেউতা লৈ লিখা গীত বোৰ ভাল লাগে।আপোনাৰ কণ্ঠৰ এই গীত বোৰ শুনিলে হৃদয় চুই যায়।❤️❤️Zb da...
এই গীতটি শুনিলে....বুকু খন বিষাই যায়।❤️😔
সুন্দৰ গীত!!
জুবিন দাৰ কন্ঠ......!!🖤🖤🖤🖤
❤️❤️❤️❤️❤️❤️ from জম্মু আৰু কাশ্মীৰ. Very nice song zubeen da.. ধুনীয়া অভিনয় প্ৰস্তুতি বা
ধুনীয়া গান ❤️ সুন্দৰ কণ্ঠ❤️বা ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
হৃদয়স্পৰ্শী....❤️
পিতা ঐ শুই যা 😢♥️♥️
Bohut Dhunia hoise baa
সুন্দৰ গীতৰ কথা ,সুৰ,কণ্ঠ আৰু অভিনয়।আন্তৰিক অভিনন্দন প্ৰস্তুতি বা।সদায় তুমি অনন্য আৰু প্ৰিয়❤️💕🥰
Prostuti baa bor hundor👍❤
Apuraj Dsty tmr kam bur khub dhuniya hoisa agbahi ja hodai👍👍👍💞💞💞
হৃদয়স্পৰ্শী ❤️ বহুত ভাল লাগিল গীতটি
Bohot dhuniaaaaa...Love u Zubeen da
ZG our always a great person.
And his voice Incredible.
HEART TOUCHINgG LINE 👉 নিচুকনি গীত সুনামে তোক পিতাই ঐ টোপনি যা 🥺❣️_____ বহুত ভাল পাওঁ দেউতা আপোনাক love you দেউতা ❤️🥰
সুন্দৰ অভিনয়, সুন্দৰ গীত ❤️।
আৱেগিক কৰি দিলে,,একান্তমনে গানটো শুনিলে নিজে নিজে চকুপানী ওলাব..বহুত এটা ধুনীয়া গান.suvokamona thakil prastuti Baa 😍bohut val lage apunak
জুবিন দাৰ গান মানে হৃদয়ৰ শান্তি
অভিনয় প্ৰস্তুতি বা ❤️❤️❤️কণ্ঠ জুবিন দা ❤️❤️❤️❤️❤️কি সুন্দৰ ❤️❤️❤️❤️
Love you baa 😘🙏
God always bless you 😇❤️
Agwai jowa life t bhaldore ✨
Hiya aru neer loi bhut morom dilo ❤️❤️❤️
Soul touched 🍁
Awesome Zubeen daa💝💝
❤❤❤❤❤❤... Gan Tu xuni sokur pani olai gol... Xosai deuta Ananya...
হৃদয় চুই যোৱা এটি গীত। সচাকৈয়ে ভাল লাগিল।
#Pj Pinku Creation
Lyrics xur kantho ek master peace'❤️🌸
মূখতে ৰং খানি ufff zubeen da ❤️💚
Big fan of jibon hatikakoti and prastuti ba❤️
Such a good and beautiful song
সংগীত, অভিনয় সকলো ইমান সুন্দৰ 🙏🙏🙏❤️❤️
Vl hoise ba video2,moja huni thakile amoni nlge,,👍👍👍👍
আপোনালোকৰ অভিনয় সছাকৈয়ে মানিবলগীয়া সুন্দৰ অভিনয় ❤❤❤
উফ কি যে কন্ঠ জুবিন দা আপুনি যে ভগৱানৰ অপূৰ্ব সৃষ্টি।
সুন্দৰ গীত কথা আৰু সুৰ লগতে সংগীত পৰিচালনা
গান ও ধুনীয়া অভিনয়ো খুব ভাল তাতে আৰু কণ্ঠ জুবিন গাৰ্গৰ। খুব ধুনীয়া হৈছে বা ❤️❤️❤️👍
Mojja song😍😍
ভাল লাগিল গানটো শুনি। থিয়েটাৰত লগ পোৱাৰ আশা থাকিল বা।
Nice song, love from golaghat
Wating for this drama.....😘😘❤️❤️❤️❤️
জয় জুবিন দা ❤️
পিতা ঐ🥰 টোপনি যা❤️❤️❤️❤️❤️❤️
I love you zubben da ❤️love from barpeta district assam ❤️
Eman hundor gaantu upohar deyar babe thnq, Ateyaloika gaantu 100 barotkoi base hunilu tothapiu hapah pur huwa nai
Baa bohut xondor gan. Really like it
দেউতা 😥❣️
What a melody zubeen daa💕
Pita oi....❤️ Luv uh papa💕🌍
আপোনাৰ অভিনয় বহুত ভাল লাগে। সদায় চাবলৈ ৰৈ থাকিম। ❤️❤️❤️❤️❤️❤️❤️❤️
খুৱ ধুনীয়া এটি গীত জুবিন দাৰ আৰু আপোনাৰ অভিনয়ে সোণত সুৱগা চৰিচে,,,,
জুবিন ককাইটিৰ আবেগিক কণ্ঠ আৰু পিতৃ কন্যাৰ সাৱলীল অভিনয়ে চকুলো নিগৰাবলৈ বাধ্য কৰিলে।
❤❤❤❤🙏🙏🙏🙏😭😭😭😭😭emotional hoi golu....bht miss kri asiluu deutatk....bht dinor pora log nupuwa holuuu
Dhuniya hoise ba
Joy Zubeen daa...
জয় জুবিন দা ❤😘❤
Beautiful song😍✨
Val lagil zubeen dar gaanto khuni.
vl lagil bohut
Prostuti baa apunr acting♥️♥️♥️♥️🔥🔥🔥🥰🥰🥰
বহুত বহুত ভাল লাগিছে বা তাতে আৰু দাদাৰ গোৱা আৰু বাৰ অভিনয় উফ বেলেগ একো নেলাগে আৰু💕🔥💝❣️
Mojaa jibon da👌👌👌👌
Love from Chiang,,,,bohut bohut val lagil,,,I love you so much proshuti baa,,,god bless you,,,zubeen da thank you,,,,
Unbelievable👍👍❤❤
Bor dhunia hoise
The lyrics, melody and acting are a unique expression. Very nice & emotional song.
Beautiful✨😍 song
Hosai bhout val lagil ba ❤️❤️
Hearttaching
হৃদয় চুই গল ❤
বা আপুনি এজনী পাগলী। অ পাগলী হয় সেই বাবে হইটো ইমান ধুনীয়া অভিনয়েৰে ভৰা এখন নাটক উপভোগ কৰিব পাৰিচো। সঁচাকৈ আপোনাৰ দৰে অভিনয় আৰু জুবিন দাৰ দৰে গীত কোনেও দিব নোৱাৰে । আপুনি এজনী অভিনয় পাগলী বা । Love You বা 😍
xakolure avinoy bahut val hoise aaru song tu bahut val hoise...👌👌👌
Nice song ❤❤❤
Miss you abba 😓
Superb