Bihu 2024: লতাশিলৰ ২০২৪ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ একেলগে | ‘কথন-বীক্ষণ’

Поділитися
Вставка
  • Опубліковано 17 кві 2024
  • 📌 লতাশিলৰ ২০২৪ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ একেলগে
    📌 ষ্টুডিঅ'ত লতাশিলৰ প্ৰথমগৰাকী ‘বিহুৰাণী’ মাধুৰিমা চৌধুৰী
    📌 মালিগাঁও বিহু সন্মিলনীৰ ‘বিহুৰাণী’ আৰ্লিনা বেগম
    📌 আজি ND24ত কেৱল বিহুৰ কথা
    📌 এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’
    #bihu2024 #bohagbihu2024 #rangalibihu #assam
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

КОМЕНТАРІ • 91

  • @jayaborah2926
    @jayaborah2926 2 місяці тому +3

    আৰলিনা , তোমি মুছলমান সম্প্ৰদায়ৰ ছোৱালী বুলি ষ্টাম্প লগায় ৰখা নাই। তুমি বিহুৰাণী খৃতাপ অৰ্জন কৰিবলৈ সক্ষম হলা। এইটো সিমান সহজো নাছিল। ইয়াৰ বাবে হয়তো তুমি বহুতো সাধনা কৰিব লগা হৈছিল নিশ্চয়।ইয়াৰ পৰা বুজিব পাৰি তুমি বিহু সংস্কৃতি কিমান ভাল পোৱা। ইয়াৰ দ্বাৰা তুমি বুজায় দিলা হাড়ে হিমজুৱে এগৰাকী অসমীয়া যুৱতী বুলি। শুভেচ্ছা থাকিল , ভৱিষ্যতে আগুৱাই যোৱা।👍👍👍

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +8

    এঞ্জেলা চাঙ্মাই তুমি অসমৰ এগৰাকী সুদক্ষ আৰু সুন্দৰ ঘোষিকা। তুমি আমাৰ এক ব্যতিক্ৰমী এঙ্কৰ। তোমাৰ উপস্হাপন শৈলীও অনন্য আৰু সুন্দৰ।❤❤❤

  • @lux1888
    @lux1888 2 місяці тому +3

    ৰিতুপৰ্ণা আৰু আৰলিনা বেগম দুইজনী মৰম লগা নাছনী❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +17

    আলি্না😢বেগমকো অশেষ ধন্যবাদ জ্ঞাপন জনালো, বিশেষ এটা জাতিৰ হৈ অহা বাবেই তেওঁ ক খুবেই ভাল পালোঁ,

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +3

    তোমাৰ লগতে এন ডি ২৪ চেনেলটোৰ সমুহ কৰ্মকৰ্তাৰ লগতে এগৰাকী অতি সুন্দৰ কথনশৈলীৰ, নিপুণ আতধৰোতা হিচাপে তোমালৈও বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগীলৈও পলমকৈ হ'লেও অসমীয়া নববৰ্ষৰ লগতে অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।❤❤❤

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 2 місяці тому +9

    ৰিতুপৰ্ণা দাসৰ এইবাৰৰ performance আগতকৈ বহু বেছি ভাল হৈছে ৷ বিহুনাম যোজনা বিলাক ইমান heart touching হৈছে তেখেতৰ এইবাৰ, কি ক'ম আৰু ৷ আগলৈও এনেদৰে পাই থকাৰ আশা কৰিলো ৷🎉🎉

  • @manosikalita9480
    @manosikalita9480 2 місяці тому +5

    প্ৰশ্ন উত্তৰৰ পৰা কিমান নম্বৰ আহে ৷কাৰণ সম্ৰাজ্ঞী গৰাকীয়ে ছয় ঋতুৰ নাম ভালদৰে কব পৰা নাছিল ৷

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +4

    ভাল লাগিল ভৱিষ্যতে ও এনে বিহু গীত সমপর্যায়লৈ আহক সুন্দৰ ভাৱে হওক এই মতকেই মই কওঁ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক, ভৱিষ্যতে ও এনে কথা শুনিবলৈ আশা কৰিলোঁ,,,,,

  • @user-ts1rb8kw7n
    @user-ts1rb8kw7n 2 місяці тому +5

    Val lagise dhemajiloi akou abar bihu homragi hkitap ghuri ahise🎉

  • @GayatriChangmai-he3yi
    @GayatriChangmai-he3yi 2 місяці тому +4

    Shirushree baa you completely deserve it...❤❤❤

  • @haladharkalita9820
    @haladharkalita9820 2 місяці тому +3

    ‍ Best Anchoring, Thanks a lot.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +3

    সকলো কথা স্পষ্ট কৈ কোৱা হৈছে,, শুনিও খুবেই ভাল পালোঁ, বৰবিহুৱতী,বিহু কোৱৰী সকলেও ভালকৈ আয়ত্ত কৰিব লাগে, এই কথা খুবেই জনাৰ দৰকাৰ,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +3

    টেলিভিছন ত, অনুস্থান শুনাত কোনো অসুবিধা পোৱা নাই, সুন্দৰ কথাই কৈছে,, মই ধন্যবাদ দিছো তেখেতক,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +4

    মোৰ, বিশেষ কৈ মাধূৰীমা বাইদেউৰ কথা খিনি সচাকৈ সুন্দৰ, অঠাত্ অতিকৈ সাৰুৱা কথা কে কৈছে, অতি গুৰুত্বপূর্ণ পদক্ষেপ ত লৈছে,,

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +2

    মাধুৰীমা বাইদেউ অসমৰ বিহুগীতৰ, লোকসঙ্গীতৰ এগৰাকী যথেষ্ঠ অধ্যয়নপুষ্ট আৰু চিৰসেউজ বিহুগীতৰ শিল্পী।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +4

    নমস্কাৰ,, সকলো আয়োজন চাই আছোঁ, ভাল লাগিছে, সাধাৰণতে যি দেখিবলৈ পাইছো ভাল লাগিল,

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +2

    ড, দ্বীপেন দাস এগৰাকী অসমৰ বিহুগীতৰ বিচাৰকেই নহয় তেখেত অসমৰ লোকসংগীতৰ এগৰাকী সাধক। যথেষ্ঠ অধ্যয়নপুষ্ট ব্যক্তি। অনুষ্ঠানটোৰ পৰা আমাৰ নবপ্ৰজম্মৰ যথেষ্ঠ উপকৃত হ'ব বুলি আশা কৰিলো।

  • @munmibora9430
    @munmibora9430 2 місяці тому +5

    Anchor goraki birat smart❤ val lge

  • @majnurchoudhury6810
    @majnurchoudhury6810 2 місяці тому +4

    Rituparna bihu Samraggi hualoi axare baat sai rom...xubhokamona jasilu. ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +2

    সুন্দৰ পৰিকল্পনা আৰু সকলোৱেই ভাল লাগিল,,,

  • @BidyadharChutia-vj8gl
    @BidyadharChutia-vj8gl 2 місяці тому +5

    Rituparna such a talented girl🥰

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +5

    আৰু মিচ বেগম মানে,তেওঁৰ মাতটো শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,

  • @rajeshsenapati3316
    @rajeshsenapati3316 2 місяці тому +5

    বহুত ভাল লাগিল চাই..... বহু নজনা কথা শিকিলো...কিন্ত...মই এটাই বিচাৰিছো...হুচঁৰি খনক হুচঁৰি হৈ থাকিব দিয়ক.....আগৰ হুচঁৰি কত...আৰু আজি হুচঁৰি কত

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +3

    সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত এনেধৰণৰ বিহুৰ শুনি বৰ মন থাকিল,,

  • @chitralekhatamuli6724
    @chitralekhatamuli6724 2 місяці тому +10

    বিহু নাচখন মানে কি।!? বিহু নাচত 'খন'টো আকৌ ক'ৰ পৰা আহিলে হে।

  • @dipsikhaphukan180
    @dipsikhaphukan180 2 місяці тому +4

    বৰদলনি বৰ্হমথুৰি বিহু দলৰ এটা সময়ৰ খুব জনপ্ৰিয় বিহু গীত আছিল " হাই হাই পূৱেদি ওলালে মাজনী ঐ ৰঙাকৈ বেলিটি ঐ .....।" বৰ্হমথুৰি বিহু দলটি এতিয়া নাই।কিন্তু এটা সময়ত ধেমাজি লখিমপুৰত এই বিহু দলটিয়ে বিহুৰ প্ৰায় প্ৰতিখন মঞ্চত শ্ৰেষ্ঠতাত আসন কঢ়িয়াবলৈ সক্ষম হৈছিল।

    • @RimjhimBasumatary
      @RimjhimBasumatary 2 місяці тому +1

      Ase tu etiyau hei dolti moi hunamote kio ny nk??

    • @dipsikhaphukan180
      @dipsikhaphukan180 2 місяці тому +1

      নাই । এতিয়া প্ৰায়বোৰ মানুহ ব্যস্ত হৈ পৰিল ।

    • @RimjhimBasumatary
      @RimjhimBasumatary 2 місяці тому +1

      Ouhh

  • @kirongogoi2562
    @kirongogoi2562 2 місяці тому +5

    বৰ ভাল লাগিল অনুষ্ঠান ভাগ । বহু কথা জানিব পাৰিলো । ধন্যবাদ ND24 ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +3

    যোৰানাম খাৰোশুনি ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ তোমাক দিবলৈ,,,, সচাকৈ ভাল লাগিল,,,

  • @GayatriChangmai-he3yi
    @GayatriChangmai-he3yi 2 місяці тому +4

    Shirushree baa...tumar naas bohut besi bhal hoisil..

  • @soniasaikia8211
    @soniasaikia8211 2 місяці тому +1

    বহুত বেছি উপকৃত হলোঁ।

  • @Lakhi-cj8zg
    @Lakhi-cj8zg 2 місяці тому +1

    Rituparna das ❤ bihu homragi 2025

  • @sasankaburagohain9917
    @sasankaburagohain9917 2 місяці тому +1

    সুন্দৰ

  • @RameshRabha-tp9ly
    @RameshRabha-tp9ly 2 місяці тому +4

    Aya akoter anajorir udaharan begam tumi aguai jowa asirbad thakil

  • @trishnadutta2584
    @trishnadutta2584 2 місяці тому +3

    Rituporna ❤❤

  • @Dhaniram_official_block
    @Dhaniram_official_block 2 місяці тому +2

    Bhut val lagil amar dhemaji r ba keijunik❤🎉

  • @jitubonia6556
    @jitubonia6556 2 місяці тому +3

    ঋতু নজনা এতিয়া লাজ পাবলৈ আহিছো কমিটি মাল টো কিমান disa

  • @PrasantaBora-nh4eb
    @PrasantaBora-nh4eb 2 місяці тому +2

    Bohut val lagil program to, congratulations

  • @user-fj6uz6ew9p
    @user-fj6uz6ew9p 2 місяці тому

    বহুত সুন্দৰ কথা আলোচনা কৰিছে

  • @ambikaborah4125
    @ambikaborah4125 2 місяці тому +2

    ❤❤❤❤

  • @BidyadharChutia-vj8gl
    @BidyadharChutia-vj8gl 2 місяці тому +5

    I wish jate rituparna adin bihu hamragi hoi Jen ami Sabo bisaru🫠

  • @user-fj6uz6ew9p
    @user-fj6uz6ew9p 2 місяці тому +1

    আজি বহুত নজনা কথাৰ পৰা অলপ হলেও শিকিলোঁ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 2 місяці тому +4

    কিন্তু তেওঁ লোকে সময় বেছি লৈছে বুলি কোৱা যথাযোগ্য নহল বুলি শুনি খুবেই বেয়া পাইছোঁ, মই,, খুবেই বেয়া পাইছোঁ,

  • @manjuroy3151
    @manjuroy3151 2 місяці тому +1

  • @apurbabonia6896
    @apurbabonia6896 2 місяці тому

    Very good interview.

  • @user-zo4nd2jl2m
    @user-zo4nd2jl2m 2 місяці тому +1

    I love Madhurima ❤❤❤

  • @chandrahandique6954
    @chandrahandique6954 2 місяці тому

    👍

  • @chandankalita3015
    @chandankalita3015 2 місяці тому +2

    ৰিতুপণাই কিন্তু ভাল গালে আৰু বহুতো ভাল নাচিলে

  • @ssrs6048
    @ssrs6048 2 місяці тому +5

    Shirushree baa u deserve it ❤❤❤

  • @07jeetblog85
    @07jeetblog85 2 місяці тому +5

    Hundar bhl lagil anjela

  • @dipakgogoi4266
    @dipakgogoi4266 2 місяці тому +4

    Bihuo ashomiar tegot ase protijogitia kiya

  • @malamanibaruah3524
    @malamanibaruah3524 2 місяці тому

    Good anchoring

  • @bikashburaguhain1180
    @bikashburaguhain1180 2 місяці тому +7

    e ki bisarok Jona ase

  • @user-eo3se1qu4y
    @user-eo3se1qu4y 2 місяці тому +2

    ❤❤

  • @angarajgogoi3489
    @angarajgogoi3489 2 місяці тому +2

    ৰাতি বিহু আজিও আমাৰ ফালে আছে দেই

  • @malamanibaruah3524
    @malamanibaruah3524 2 місяці тому

    Madhurima is so beautiful ❤

  • @Purbi887
    @Purbi887 2 місяці тому +1

    Question kaitar answer dibo nuwara joni ?? Class lp school porha students burew paribo aaikaitar answer okl nasile parile hbo jnu ?

  • @titikhyagogoi
    @titikhyagogoi 2 місяці тому +3

    🥰🥰

  • @monilahan2257
    @monilahan2257 2 місяці тому +1

    Alina begom prothom khitap puwa bihurani noholeu teunk kintu bohag botoror prkit nasoni jonir kisu rup dekha goise.

  • @ChandanDas-vi6bz
    @ChandanDas-vi6bz 2 місяці тому +1

    Anchor joni koi thkile bki bure kopboi napale 🙂

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 2 місяці тому +1

    Question answer ei dbo pora nai aru bihu সম্ৰাজ্ঞী হব আহিছে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +1

    মাধুৰীমা বাইদেউ আৰু দ্বীপেন দাস ডাঙৰীয়াই সম্পূৰ্ণ সঁচা কথাই কৈছে।

  • @NEET_Corner
    @NEET_Corner 2 місяці тому +4

    Totally undeserving 😂😂

  • @monilahan2257
    @monilahan2257 2 місяці тому

    Asolote bihu swatsfut heye bihu jikunu angkhik pahori juatu alop prokitata heruyatuke lokyaniya hoi.

  • @polashiborahdas4681
    @polashiborahdas4681 2 місяці тому +1

    75 goraki expert nasil. Apunar nas tu bor 1ta huddho jen nalage

  • @monilahan2257
    @monilahan2257 2 місяці тому

    Masuoi buli kole mochua hobdatutkoi besi val lage .Am I right.

  • @chandankalita3015
    @chandankalita3015 2 місяці тому +2

    শিৰোশী ইমানো ভাল নছা নাছিল কেনেকৈ পালে ঘোচ দি পালে ছাগে

  • @nabadwipsanskritikgosthi7111
    @nabadwipsanskritikgosthi7111 2 місяці тому

    Dipen das a aku njne...

  • @user-lr3yo6do4b
    @user-lr3yo6do4b 2 місяці тому +2

    Ritu kitar nam akadikome kua hole val lagil hoi

  • @munmibora9430
    @munmibora9430 2 місяці тому +1

    নাচনী দুগৰাকীয়ে over makeup কৰিছে দেই।

  • @ajitrabha6646
    @ajitrabha6646 2 місяці тому +31

    Quetion answer diba nowaril .bisorok 2025sor karony o happy rongali bihu😂.

    • @trishnasharma9722
      @trishnasharma9722 2 місяці тому

      Zx😮 x x x 😊x x x xx x😮😢x. 😢

    • @jyotismoysaikia8835
      @jyotismoysaikia8835 2 місяці тому +1

      2019 t eigiraki e kenekuwa controversy korisl media r agt 🤣🤣 nijei samraggi nupua bbe beseri 🤣🤣

    • @user-ee7hi3ur2l
      @user-ee7hi3ur2l 2 місяці тому

      000000⁰000⁰000000000000⁰0000⁰⁰00000000000000000000000000000000⁰​@@jyotismoysaikia8835

    • @PunyaGogoi-vl4up
      @PunyaGogoi-vl4up 2 місяці тому

      😢 of​@@jyotismoysaikia8835

  • @Lakhi-cj8zg
    @Lakhi-cj8zg 2 місяці тому

    Gismo borokha horot hemonto heet bokhonto 😢

  • @popypachani8418
    @popypachani8418 2 місяці тому +1

    Arliny tomak log paboly phun nambar to dioy ni koron mur suyali k log dibo bisaru

  • @user-nl4tc1ue1h
    @user-nl4tc1ue1h 2 місяці тому

    Goram botor vhru

  • @maxxbondgaming7168
    @maxxbondgaming7168 2 місяці тому +2

    Ritu keita valke kobo najanile

  • @malamanibaruah3524
    @malamanibaruah3524 2 місяці тому

    Jeng bihu mohilaxokor karone nohoi neki

  • @Dipjyotichamuahofficial02
    @Dipjyotichamuahofficial02 2 місяці тому +1

    ❤❤❤❤

  • @malamanibaruah3524
    @malamanibaruah3524 2 місяці тому

    Jeng bihu mohilaxokor karone nohoi neki