এয়াই ভালপোৱা... স্বামীগৃহৰ কথা কৈ উচুপি উঠিল কুইন কোঁৱৰ

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • এয়াই ভালপোৱা... স্বামীগৃহৰ কথা কৈ উচুপি উঠিল কুইন কোঁৱৰ
    NB NEWSৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ প্ৰথম ৰাউণ্ডৰ একাদশ খণ্ডৰ দ্বিতীয় অংশ
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 28

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому

    অতি আৱেগিক মূহুৰ্ত। এইয়াই মৰম আৰু প্ৰকৃত ভালপোৱা। এই মৰম, ভালপোৱা সদায় এনেদৰেই অব্যাহত থাকক। ভগৱানে কুইনৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому

    অন্তৰ পবিত্ৰ যাৰ, ভগৱান সহায় তাৰ। কুইন তুমি সদায় বিহু মঞ্চৰ কুইন হৈয়েই থাকা। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে তোমাৰ লগতে সমগ্ৰ পৰিয়ালটো আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে অনাগত দিনত জিলিকি থাকে যেন। তাকেই কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому +6

    কুইনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। সাহস আৰু শক্তিৰ প্ৰতীক হৈ জিলিকি থাকা। আগলৈও মৰমলগা নাচনী কুইনৰ পৰা বহুত ধূনীয়া বিহুগীত শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @debasishkhanikar3591
    @debasishkhanikar3591 2 місяці тому

    বহুত মৰমিয়াল নাচনী আৰু ধুনীয়া নাচনী ❤

  • @RasnaBorgohain
    @RasnaBorgohain 2 місяці тому +2

    বহুত বহুত ধন্যবাদ ❤❤❤

  • @jdjintudeka7414
    @jdjintudeka7414 3 місяці тому +4

    আচলতে ইজনে সিজনক বুজি পোৱাটো বা ইজনে সিজনক সহায় কৰাটো এয়াই ভালপোৱা। আচলতে এনেকুৱা বুজি পোৱা জীৱন সংগী ভাগ্য কৰিহে পোৱা যায়।।শহুৰৰ ঘৰ খন যেতিয়া নিজৰ ঘৰ বুলি ভাবিব বা বোৱাৰি জনিক যেতিয়া নিজৰ ছোৱালী বুলি ভাবিব তেতিয়া কোনো কাৰণত অশান্তিৰ সৃষ্টি নহয়। আজিকালি এনেকুৱা ভালপোৱা বহুত কমকৈ দেখা যায়।। বহুত ভাল লাগিল।❤❤

  • @birennath8618
    @birennath8618 2 місяці тому +2

    বিহু গোৱা ল'ৰাজনৰ মাতটো বৰ শুৱলা।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому +1

    মৰমলগা নাচনী। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক কুইন। আগুৱাই যোৱা। ভগৱানে তেওঁৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে। ধন্যবাদ।

  • @binodbaruah4034
    @binodbaruah4034 2 місяці тому

    Bahutvallagi

  • @pronamephukan477
    @pronamephukan477 3 місяці тому +7

    Tengakhatr pora sai axu ba 🥰

  • @najir55hussain33
    @najir55hussain33 3 місяці тому +1

    Very good

  • @hiranyaborgohain9517
    @hiranyaborgohain9517 3 місяці тому

    শুভেচ্ছা জনালো💕

  • @nonaboruahboruah7914
    @nonaboruahboruah7914 3 місяці тому +1

    Bahut vl lagil

  • @KajalSarma-ui7mw
    @KajalSarma-ui7mw 3 місяці тому

    Dhuniya lagise ❤

  • @AssamNitu-kv1lw
    @AssamNitu-kv1lw 3 місяці тому +1

    Aaguwai juwa tumi

  • @Joyasonowal-gu6iy
    @Joyasonowal-gu6iy 3 місяці тому

    Bhal lagile

  • @binodbaruah4034
    @binodbaruah4034 2 місяці тому

    Binudbaruah

  • @tarulatakalita3792
    @tarulatakalita3792 3 місяці тому

    Bahute Val lagil

  • @najir55hussain33
    @najir55hussain33 3 місяці тому

    Nice 👍👍

  • @Deepamonigogoi-cr2nh
    @Deepamonigogoi-cr2nh 3 місяці тому

    ভাল লাগীলে

  • @parishmitagogoi4273
    @parishmitagogoi4273 2 місяці тому

    Bohut dhukh lagile o...

  • @BarsaRuhi
    @BarsaRuhi 3 місяці тому

    Tengakhator pora sai asu❤❤❤

  • @MonjuSonouwal
    @MonjuSonouwal 3 місяці тому +1

    😢😢😢😢😢hii

  • @YouTubechannel-yv9oj
    @YouTubechannel-yv9oj 2 місяці тому

    Noonmati r pra sai asu

  • @user-os5gb5xn7x
    @user-os5gb5xn7x 2 місяці тому

    Duliajan chalakataki r pora sai asu

  • @mousuminath6520
    @mousuminath6520 2 місяці тому

    Saku Pani olai gl