Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Bout bharal kota🎉🎉🎉🎉❤❤❤
RAHUL
Dhuniya koi video bonaise apuni val lagile
Best suggestion
45 dinot kiman ujonor hoige
350 gm (approx.)
বহুত সোনদৰকে বোজাই দিয়াৰ বাবে ধন্যবাদ
Dada ay sapr sapr koi থকা বস্তু আচলতে কি হয় ন
Wheat bran
Apunar video sai bhal lagi . Dhunia koi bujabo parise .Apunar notun video loi apekha thakibo. Ai segote Agotia koi engraji notun bosoror khubesha jonalu. Thank you
ধন্যবাদ । আপোনাকো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
কুকুৰা পোৱালিবোৰ পাখিবোৰ তললে নামি গৈছে আৰু টুপনিযাই থাকি মৰিবলে লৈছে কি দিলে ভাল হব
Lokal murgi koni pua jabo naki dada 200 man
নাই । কণী বিক্ৰী নকৰো মই ।
তিনি নম্বৰ টো চকুত দিব পাৰি নে
কিহৰ কথা কৈছে বুজা নাই
45 days t weight kiman?
তেতিয়া জোখা নাছিলো । 3 মাহত 500gm মান হৈছে । মই যিহেতু মুকলি পদ্ধতিত পোহিছো, আৰু দানাও(poultry feed, wheat bran, খুদ চাউল, ধান ইত্যাদি মিলি) কেবল ৫০% মান হে কিনিব লাগে, গতিকে 1 কেজি হওঁতে 5 মাহ মান লাগে ।
Dada muru alp ase murgi val damot besibole bojar pua nai ...anugrah kori kunuba kina manuhor number dibosun...
ভাল দাম মানে কিমান ? খুচুৰা বেপাৰীক বেছিলে 280-300 ৰ ভিতৰতে পাব দাম । আৰু চাহিদা কম থাকিলে বস্তুৰ দাম কমে । গতিকে বিক্ৰী যাবই । কেৱল দাম কম হ'ব পাৰে কেতিয়াবা । আৰু প্ৰতি কেজিত বেপাৰীয়ে 100 টকা লাভ ৰাখেই ।
@@integratedfarmingassam 280 ke he die dada...
@@ink.i53 তেনেকৈয়ে চলি আছে । লাভ বেছি কৰিবলৈ আপুনি ১০০ টকাৰ ভিতৰত মূৰ্গী সাজু কৰিব লাগিব । কিনা আহাৰ খোৱাই নোৱাৰে তেনেকুৱা কৰিব ।
Janibo parisu jotestho khini 👍
500 gm Weight hoise kina Dana kundibd khuale hunkeloi dangor hb. Jonab sun
এই বিষয়ে মই জ্ঞাত নহয় । কিয়নো মই সম্পূৰ্ণ কিনা দানা নোখোৱাও ।
Apunar phone namber 2 dibo sun
apunar phone number puwa jabo neki
Dada apunar phn number to dibo sun