Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সুন্দৰ লাগিল
mja mja vaiii
Nice
Nice bro
Very good
লা ইত কাম হৈ্ছে
Dada brooding tu round shape t korile besi val hoi neki . !!
Hoi tetia puwali bilak ata sukot thup khabo nuare ....
Thanks
👌👌
Nice 👍
Medicine kenekoi kinim medicine link diyok
Ooooooooooookk
Puali kot pay muko lagisu nbor dibsne dada
Make a video about vaccination. Nice work
💡 kiman watt or disa.
Inverter lage niki dada?
Thank you
Dada moko lagesil kot pamno
Hamara comment ka reply kijiega
Dada apuni ki Dana use korise ❤
Dada murgi puwali kor pora pai. Aru par piece kiman porey
ওচৰৰ দানাৰ দোকান বা ভেটেৰিনাৰি দোকানত খবৰ কৰক । Per piece ৰ দাম 40-45 ৰ ভিতৰত হ'ব।
Dada soru powali borok dana ki dibo lge kbo xun
Broiler r Pre-Starter dana dibo pare 1st 15 din man....tar pisot 15 din Starter....tar pisot ghorua, kina dana, etc. etc. dibo pare
Mur Puwali bur juluka lagise kiba upai diyok sun
লোকেল কুকুৰা পোৱালী কত পায় Muk lagise apunar nambortu diba naki plz dada dibo
100 ta puali anute kimn korosh hoise
Hi
Dada itu local murgi puwali neki
হয়
Dada powali kot pam dada jonabo sun
ওচৰৰ দানা বা ভেটেৰিনাৰি দোকানত খবৰ কৰক বা Online ও বিচাৰিব পাৰে
Dada Dana to ki hoi jonabo naki
DESI দানা ব্ৰেন্ড টোৰ নাম । Starter feed খুৱাইছিলো মই । Pre-starter নাপাছিলো দোকান খনত তেতিয়া । ভাল দানাটো । 2100/- price
লোকেল মোগুই কত পাই মোক লাগে
Apunar namber to deba son dada oh
Dada anekuwa puwali kot pai
ওচৰৰ দানা দোকান আদিত খবৰ কৰক । নহ'লে ফেচবুক আৰু ইউটিউবৰ মাধ্যমেৰে বহুতে বিক্ৰী কৰি থকা দেখা যায় ।
Moko laga asil diba pariba ne ki
Dada puali pam ne
Dada. .Puale. Pam. Neee.
মই এতিয়ালৈকে পোৱালিৰ ব্যৱসায় কৰা নাই । নিজৰ ফাৰ্মৰ জোখত ২৫০-৩০০ ওলিয়াও ঘৰতে । পিছলৈ হয়তো পোৱালিৰ ব্যৱসায়ো কৰিব পাৰো ।
2mr number 2 dya sun brother
7002096169
Dada price Tu kiman
মই ₹ 40/- কৈ কিনিছিলো তেতিয়া
Dada koilar babe moi Desi superstar Sonali poultry feed to kena kua jonabo sun
সোনালীৰ বাবে বেলেগকৈ একো দানা নাথাকে । ব্ৰয়লাৰ দানাৰ Pre-Starter আৰু তাৰ পিছত Starter খোৱালেই হয় । কিন্তু সোনালী মূৰ্গীত একো লাভ নাই । মাৰ্কেট নাই ইমান ।
Rice dibo nwari nki
একে পোৱালি অৱস্থাত নিদিয়া ভাল । বাহিৰত যাব পৰা নোহোৱালৈকে অকল ঘৰুৱা আহাৰ দি থাকিলে পুষ্টিহীনতাত ভুগিব আৰু ২ সপ্তাহ মান বয়সৰ পৰা এটা দুটাকৈ মৰিব ধৰিব । হ'লেও ১০ দিন মানৰ পৰা কম পৰিমাণে ঘৰুৱা আহাৰো দিব পাৰে, কিন্তু কিনা আহাৰ খোওৱা বন্ধ নকৰিব ।
Dada apunar cont number Pam nake
Dada powali kaot paam janabason
Murtat pai jabo conteck me
কুকুৰাপোবালি10ললেকিমানলব
দা দা পাউদাৰ টো নাম জনাবচোন ।
Lixen Powder
kiman damot kinile puwali bur
তেতিয়া 40/- টকা আছিল দাম।
দাদা পাউদাৰ টো নাম কৰকচোন
Lixen
Puwali kot puwa jabo
খবৰ কৰক ওচৰৰ দানা/Veterinary দোকানত । নহ'লে ফেচবুকৰ জৰিয়তেও পাব পাৰে Seller ৰ লিংক ।
Vii tu khala kiba hoi nki pwali a
বুজি নাপালোঁ কি ক'লে
O dada tomar number ti dau dada
Dada kukura puwali kot Pam
খবৰ কৰক ওচৰৰ দানা বা Veterinery দোকানত । নহ'লে ফেচবুকৰ জৰিয়তেও আজিকালি বহুতে এইবোৰৰ ব্যৱসায় কৰি থকা দেখা যায় । তাতো search কৰি চাব পাৰে ।
100 poli ka dam kitna hai
Mk puwali lgisil
Muk murgi puwali lagisil kot Pam
Puwali kot pam jonabo nki
আপোনাৰ ওচৰত যদিহে দানাৰ বা ভেটেৰিনাৰী দোকান কিবা আছে, তাত খবৰ কৰি চাব পাৰে । নহ'লে আজিকালি ফেচবুকৰ জৰিয়তেও বহুতে এইবোৰ ব্যৱসায় কৰি আছে । তেনেকুৱা কুকুৰা পালন বা পশুপালন আদিৰ ফেচবুক গ্ৰুপত জয়ন হয়ো এইবোৰৰ লিংক পাব পাৰে ।
@@integratedfarmingassam saiclu
দাদা মোৰ পোৱালি এটা লেঙেৰা হয়ছে কি কৰিলে বেছি ভাল হ'ব দাদা???
কি কাৰণে লেঙেৰা হৈছে সেইটো চাব লাগিব । কেতিয়াবা পোৱালিৰ জন্মৰে পৰা ভৰি বেয়া থাকে, তেতিয়া ঠিক নহয় । যদি কিবা দুখ পায় লেঙেৰা হৈছে, কেইদিনমান পিছত ঠিক হ'বও পাৰে । যদি দুয়োটা ঠেঙেৰ ওপৰতেই ভালকে ৰব পৰা নাই বা ঠেং কেইটা কঁপি থাকে, তেন্তে কেলচিয়াম যুক্ত supplement খোৱাওক চবকে ।
মানে পানী দিংকাৰতো ভৰিত লাগিছিল দাদা??
@@hemoram4984 ঠেং ভাঙা নাই যদি ঠিক হ'ব লাগে
এনে কোৱা নাই বাৰু
Sudurbai tu kot reply dibo
১০০পোৱালি দাম কিমান
4500
Judi dagor murgi kini anile bimar pora sasibole ki medicine diba lage sir jona bisun
Tetracycline powder panit milai 4-5 din khuabo ....tar pisot 3 din vitamin khuabo..... Tar 1week man pisot R2B vaccine 0.5 ml. ke soboke injection kori dibo
Dada vimeral to kaidin pasot diba lage
Antibiotic খোওৱাৰ পিছত 3-4 দিন খোৱালেই হৈ যায় । পোৱালিতে 3 দিন খোৱালেই হয় । পোৱালিৰ ক্ষেত্ৰত এইটো আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত Details কৈছো মই । পাৰে যদি দুয়োটা ভিডিঅ' ভালদৰে চাই ল'ব ।
Powali bor kor para anise
Pali kor pora pam
What nonsense
আপোনাৰ নামবাৰটো দিয়া চোন আপোনাৰ ঘৰ কত
আপোনি কি কি দৰপ ইউছ কৰে
Dada huru bachcha ase naki
নাই
100 ta puali thoboloi kiman mitar bakos lage
5 ft দীঘল, 2.5 ft বহল
Mithoi ..Mane seni ne ki
গুৰ
দাদা আপোনাৰ ঘৰ কত
কলিয়াবৰ, নগাঁও জিলা
Puwali apuni dibo paribi neki
নোৱাৰিম এতিয়া
Dada apunar number diuk please
Dada 100 puwalir price kiman ?? Jonabo sun dada
দাম ঠাই বিশেষে বেলেগ বেলেগ হয় আৰু উঠা-নমা হৈ থাকে । বৰ্তমান প্ৰতি পোৱালি 35/- ৰ পৰা 40/- ৰ ভিতৰত আছে চাগে ।

লোকেল কুকুৰা পোৱালী কত পায়
Muk lagise apunar nambortu diba naki plz dada dibo