💯মোৰ ফাৰ্মখন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল/চাৰিওকাষৰ নেট কেনেকৈ লগালোঁ চাওক/how to make chiken farm
Вставка
- Опубліковано 14 вер 2023
- মোৰ ফাৰ্মখন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল/চাৰিওকাষৰ নেট কেনেকৈ লগালোঁ চাওক/how to make chiken farm
নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছো। লোকেল কুকুৰা ফাৰ্ম চাৰিওকাষৰ নেট কেনেকৈ লগালোঁ আৰু মোৰ মোৰ ফাৰ্মৰ অলপ পৰিবেশ আপোনালোকৰ বাবে আগবঢ়ালোঁ আশা কৰিলোঁ মোৰ ভিডিও চাই আপোনালোকে নিশ্চয় ভাল পাৱ যদি ভিডিও চাই ভাল পাই তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে যেন ধন্যবাদ।
my youtube channel
my youtube channel
#sgrb farming#
#sgrb farming#
#sgrb farming# - Домашні улюбленці та дикі тварини
সুন্দৰ পদক্ষেপ❤
❤❤
Moja video bondhu😊
Dhunia
Hundor🙏🏻
Thankyou
Val lagise bro
👍👍👍
Val lagil
Thankyou friend
Net tu matit humai dile posi jabo 6 mah pisot . Aru local murgie ei net tu thut ture fali futa kori ulai jai . Experience ase eibur heikarone koisu
এইটোৱেই ভাল পদ্বতি। এনেকৈয়ে পুহিব লাগে
Thankyou
এনেকৈ প্ৰাকৃতিক ভাৱে পুহিব লাগে। কুকুৰাক ফুৰিবলৈ অলপ ঠাই দিব লাগে
Hoi
সৰু হৈ থাকোতে কেনেকৈ ৰাখিছিল জনাব চোন
Khorsa2 kobo lage
দাদা এনেকৈ আৰম্ভ কৰিলে কিমান মান খৰচ পৰিব।
Ye khine kru ty kimn toka r khoras hol...ghr r net ber aru side r baoundary deo ty..
Dada moi Dhubri bilasiparar pora koi asu moifarm koribo bisarisu kiman powalir pora start korile bhall hobo
50 pic
Dada apunar ghortut hakalu milai kiman kharos hol jonabo sun
Ok
Machine nor dam kiman bhai
মুৰ্গী নোহোৱাকৈ ডিমৰ পৰা পোৱালী বনোৱা উপায় এটা উলিয়াবাচোন। যাতে কম খৰচত কৰিব পৰা যায়।
Home made incubator video upload karisu Mur senelot sek kori sabo para
Net kei foot ukho dise
8f
আপোনা ঘৰ কোন ঠাইত জনাব চোন দাদা
Morigoan kapahera
Dada farming kora agotee training lobo lagiboo nki
Hoi farming training alop luwatu proujan
Training kot lom kikibo mon asilee,apuni diyee nki ba kotxikai kobo sun plez.
Dada apunar gr kot aru lukel murgi puwali puwa hb neki
Morigoan kapahera Mur district hole pabo moi delivery nakaru
ভাল লাগিল আগুৱাই যোৱা।কোনো দৰকাৰ নাই চাকৰিৰ কাৰনে কাৰোবাক তেল মাৰিবলৈ।চাকৰি কৰি ঘোচ নেখালে কেতিয়াও ধনী হব নোৱাৰে ।
কাৰেন্ট ব্যাৱহাৰ নকৰাকৈ কেনেকৈ ডিমৰ পৰা পোৱালী বনাব পাৰি তাৰ এটা উপায় উলিয়াবাচোন
Try korim baru
1kg hoboloi kiman din Lage dada
Iocal 120days sunali 70 days
কিমান খৰচ হ'ব তুতেল
Total 32000to35000 hobo
ঠাণ্ডা দিনত হোৱা কুকুৰা বেমাৰ ভাল কৰিবলৈ কি কৰিব লাগিব?
Video upload korim
ঠাণ্ডা সময়ত মুৰ্গীৰ বেমাৰ হলে কি কৰা
All vaccination and antibiotics and bio security koribo lagibo
কিমান মান খৰচ পৰিল জনাবচোন দাদা?
Ok nishay
Nettu kiman dam loise bru dada
1200 RS per pic
মাছ মৰা নিটেৰ মিটাৰ কিমান
1 bandle 800 to 1200 rs
মানে মিটাৰ থাকিব
কিমান মিটাৰ থাকিব
Puali pua jabo naki dada
Sorry nahobo
Dada kukura puwali kot pam
Cal me 6001305848
Lohar net tor dam details ot kaok son.
4f 1bandul 1200 RS
আপোনাৰ ফোন নাম্বাৰ টো দিব চোন.
Da apunar number dibo