ইয়াত অকলে নাহিব - its a horror VLOG

Поділитися
Вставка
  • Опубліковано 23 січ 2022
  • its a horror vlog…..!
    my art ... Rituraj channel
    • Finally Dimpu দাক আঁকি...

КОМЕНТАРІ • 2,2 тис.

  • @parbitasarmah9657
    @parbitasarmah9657 2 роки тому +391

    চৰকাৰৰ অবহেলাৰ বাবে ইমান ডাঙৰ চেনিকল এটা ভূতবাংলা হবলৈ পালে। video টো চাই ভয় লগাতকৈ দুখহে লাগিল,কাৰণ মোৰ দেউতায়ে তাতে চাকৰি কৰিছিল। 😞😞

  • @piiiiiiiiiiiinak
    @piiiiiiiiiiiinak 2 роки тому +472

    কামপুৰত আহি অসমবাসীক ইয়াৰ ইতিহাসৰ বিষয়ে অৱগত কৰোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিম্পু দা 😊........ love from kampur, Nagaon 💕❤️

  • @babysaikia9660
    @babysaikia9660 2 роки тому

    20000লাখ দিলে পাৰিম থাকিব পাৰিম

  • @RMR77
    @RMR77 2 роки тому +42

    বৰ ভয় লগা জেগা দেই । দিম্পু দাক ভাল পোৱা সকলে Like 👍 এটা দি জাৱ 😀😀

  • @punamjyotiburagohain7972
    @punamjyotiburagohain7972 2 роки тому +26

    তোমাৰ ভিডিয় জৰিয়তে চৰকাৰক আহ্বান জনোৱা যে পুনৰ এই চেনী ফেক্টৰীটো নিৰ্মান কৰি সজীৱ কৰিবলৈ । তেতিয়া বহুতো নিবনুৱা লৰাই সংস্থাপন পাব ।

  • @priyamahanta6343
    @priyamahanta6343 2 роки тому +15

    Rengoni চেনেলত সম্প্রচাৰ হোৱা ৰজা ৰাণী খনৰ এটা অংশ ইয়াতে শ্বুটিং হৈছে চোন😁

  • @basubora1157
    @basubora1157 Рік тому

    Rati jabo lagisil

  • @bemine7808
    @bemine7808 2 роки тому +1

    Besii kra hoisooo

  • @dipjyotinath2468

    Shuting koribo jabolagibo last action

  • @opgaming-iq8qd
    @opgaming-iq8qd 2 роки тому

    আপুনাৰ হাত ভাল হ'ল

  • @Axomboyofficial07
    @Axomboyofficial07 2 роки тому +111

    চেনিৰ পৰা কুঁহিয়াৰ 🤣🤣 next level dimpu da 💝💝💝

  • @jugalborah5012
    @jugalborah5012 2 роки тому +48

    কামপুৰৰ পৰা বহুত মৰম যাচিলো।।। কামপুৰৰ ইতিহাস সকলোৰে আগত পৰিচয় কৰি দিয়া বাবে বহুত বহুত ধন্যবাদ😊😊

  • @RVfanny6130
    @RVfanny6130 2 роки тому +80

    চেনীৰ পৰা কুঁহিয়াৰ বনাইছিল dimpu দা 🤭🤭🤭 মজা লাগিছে কিন্তু dimpu দা আৰু লগে এনেকুৱা ভূতৰ vidio ,,❤️❤️

  • @hehe8948
    @hehe8948 2 роки тому +7

    এনেকোৱা abandoned place বোৰ চাই ভাল লাগে। Thanks bro দেখুওৱাৰ বাবে। 😃🙏

  • @me_anindya_1302
    @me_anindya_1302 2 роки тому +20

    Thank you for not giving horror music😅♥️

  • @azatassam9617
    @azatassam9617 2 роки тому +9

    পৃথিৱীৰ সকলো ঠাইতে কোনো মানুহ নাথাকিলে ।। ধৰি লোৱা হ'ল অকল মই পৃথিৱীত জীয়াই আছোঁ তেতিয়া কেনেকুৱা অৱস্থাত হৱ।। অলপ বহলাই কৈ দিয়ক🙏🙏

  • @username9975
    @username9975 2 роки тому +16

    Janagali couples karane best place thank you dimpu da for the location sharing.

  • @assamson4816
    @assamson4816 2 роки тому +8

    অকলে থকা দূৰৰ কথা এখন গাঁও লৈ গলেও থাকিব নোৱাৰিম 😭

  • @dikuentertainment7768
    @dikuentertainment7768 2 роки тому +1

    ফেক্টৰীটো আকৌ সজীৱ হৈ উঠে যেন সেয়াই কামনা কৰিলোঁ

  • @bitupanaxom
    @bitupanaxom 2 роки тому +29

    ডিম্পু দাক ভাল পোৱা সকলে লাইক এটা এটা কৰি যোৱা 👍❣️