মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ ভাঙিলে প্ৰিয়ংকা গান্ধীয়ে
Вставка
- Опубліковано 7 лют 2025
- অহংকাৰে পতনৰ মূল!চূৰ্ণ-বিচূৰ্ণ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ।মিছা প্ৰমাণিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী।মুখ্যমন্ত্ৰীয়ে ‘আমুল বেবী’আখ্যা দিয়া প্ৰিয়ংকা গান্ধীক চাবলৈ হিল-দ'ল ভাঙি আহিল জনতা।প্ৰিয়ংকা গান্ধীৰ আগমনত জনসমুদ্ৰত পৰিণত হ'ল তিতাবৰ।ৰোড শ্ব'ৰ মাজতে প্ৰিয়ংকা গান্ধী কৈ গ'ল তৰুণ গগৈৰ দৰেই ভাল মনৰ মানুহ গৌৰৱ গগৈ।
#gaurabgogoi #himantabiswasarma #sarbanandasonowal #narendramodi #priyankagandhi #rahulgandhi
গৌৰৱ গগৈক যোৰহাট বাসীয়ে ১০০% জয়ী কৰাব। আপোনাৰ বিদায়ৰ আগজাননী।
অসমৰ প্ৰতিখন জিলাৰ মানুহ শিৱসাগৰ আৰু যোৰহাট বাসীৰ দৰে হব লাগে
Salute
Right dada
একেই কথা । আজিকালি হিমন্তৰ মিটিংত যোৱাতকৈ ঘৰৰ গৰু ছাগলী কেইটাকে পথাৰত নি ঘাঁহ বন খুৱাম
Yess dada❤
অসম গৌৰৱ গৌৰৱ গগৈ বিজয়ী হব।
৺তৰুণ গগৈ ছাৰৰ আত্মই আজি শান্তি পাইছে কাৰণ তেখেতে ICU ত থাকোতেও এবাৰ তিতাবৰলৈ আহিবলৈ ইচ্ছা কৰিছিল হয়তো এইয়া জনতাৰ আত্মাত তেখেতেই আছিল ৷
গৌৰৱ গগৈ বিপুল ভোটত জয়ী হ'ব তাৰেই প্ৰমান। গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤
আপোনাৰ নাম নাই কিয় নাম নোহোৱা লীডার নেকি?
100% বিপুল ভোটত
জয়ী হব মই যোৰহাটত
থাকো
গৌৰৱ গগৈ বিপুল ভোটত জয়ী হ'ব।
🙏🙏
😊@@assamesenaturalbeautyandhe2854
মুখ্যচাৰৰ অহংকাৰৰ পতন হল ।প্ৰিয়ঙ্কাক সকলো মানুুহে সাক্ষাৎ হল ।মুখ্যচাৰে কি কব এতিয়া প্ৰিংকাক চোৱাত কৈ কাজিৰঙাত হাতী বাঘ চোৱা ভাল বুলি কয় ।এতিয়া কি কৰিব তেও ।বাহিৰৰ পৰা অহা মানুহক সন্মান দিব জানিলে ভাল ।অহংকাৰ নকৰি ।
himantai tilinga luai val hbo
Guwahati khanar progress2 besi hoiche val laga nai,Highway bilak bahal hoiche thekai dibo Lage, medical college eman kio lage 2 khan rakhi baki bilak bhangi pelabo lage, engineering College bilak anai banaiche .Assam khan t AIIMS khulile bhal laga nai agote Assam r manuhak illiterate buli koisil kiman val lagisile amar kin2 atia kio khuliche baru eman dangor medical college ai bilak BJP a val Kora nai, natunakoi emankoi sakari dile( also me) bhal nahoi eman sakori dia2 .
Assam r unnati nalage padunnati lage amak 😡😡
Go back BJP amak unnati nalage amak lage baibhishar agar nisina corruption ,ghosh di sakori lobo Dhani manuhe dukhia khinia vote dibo agor dinor karane 😅.akhan cast certificate uliabloi 5 months lagisil ki mojja asil hai din kaita. Akhn Bogibil bridge 15 years lage bonibaloi ki mojja asil hai din kaita bhukote kol2 napoke bule so ami besi speed kam nibiaru BJP a bea koriche besi speed flyovers bansi , medical college banai bor bea katha aibilak.aru Ayushman card kio lage 10 ,12 lakh takar free treatment kio lage manuhak Mari jaok amak lage agar din manuh aneu adin mariboi lagibo😅 amak lage agor din
অহংকাৰী হিমন্ত, পিজুষ, জয়ন্ত ৰাইজে এহেকা দিব।
INDIA ahile
July t kon kon jail t jai thik nai
Picture abhi baki hain
পতন অনিবাৰ্য। অহঙ্কাৰীক ভগৱানে শাস্তি বিহিব।
Right 100%
100% Right
হিমন্তৰ পৰিয়ালটোক এদিন সকলোৱে লেই লেই চেই চেই কৰিব
Tetialoi deri hoi jabo...Agotai koribo lagibo.
ঠিক কৈছে। অতপালি বহুত বৃদ্ধি হৈছে CM ৰ। দেখিলেই ঘিন লাগে।
হিমন্তৰ মাইকীয়ে নগাঁওৰ মসমৃত্যুঞ্জয় মন্দিৰৰ দানপাত্ৰৰ টকা প্ৰতি মাহে আহি তুলি লৈ যায় ।
মন্দিৰৰ দান দিয়া দক্ষিণাবোৰ চব ৰিণিকীয়ে নিয়ে বুলি স্থানীয় লোকে কৈ আছে । মতা মাইকী দুইটাই মহান
Saku tipiya misa kotha koi khadai kham buli vabisila
চিন্তা নকৰিব ইয়াৰ ফল এদিন ভালকৈ য়ে পাব। অপেক্ষাৰ ফল সদায় মিঠা।@@TintingTaw
হিমন্তই নিজকে অসমৰ ৰজা বুলি ভাবিলে নহব
আমিহে বনাম ৰজা
গতিকে অহংকাৰ এৰা মামা
Absolutely correct
Thikei
যোৰহাট বাসীয়ে bjpক উচিত উত্তৰ দিয়াৰ এক অনুমান।
Ghenta বুলি kolu
@@palashbhuyan1503
এনেকৈ বেয়া কথাবোৰ কিয় কয়।
Ami to tapan Gogoi k vote dilu. Assam r pappu k vote diya nai.atia Congress kot
হিমন্ত ক চাবলৈ যোৱাত কৈ আমাৰ ঘৰৰ কুকুৰ কেইটাক চাই থাকিলেও হয়
😂😂
😅😅😅😅😅
😂😂😂😂😂😂😂
Mojja
👍
হিমু চেলবেলিয়াক কোনে সুধিব।
গৌৰৱ ময় গৌৰৱ গগৈ
কা বলবৎ কৰি অসমৰ জাতি জনগোষ্ঠী ভাষা সকলো নিশেষ কৰাৰ ষড়যন্ত্র হে চলাই আছে, অসমৰ জাতি জনগোষ্ঠী সকলোৱে কা নামানে
৩লাখ ভোটত জয় হব গৌৰৱ গগৈ।
Amin
কিমান দেখিম আৰু মুখ বেকা কৰি কথাকোৱা মানুহটো ।
Hoi oo😂😂
@@KMAjubaTakei 2 , MP te ei obostha 26 t ki J hobo.....
Thik kotha UA-cam khulilei ahi jay.
Ehat group tur gotei keita bekamuwa
@@snehashabnam4545 Akhil Gogoi A sidha karba pare ....
তেখেতৰ অহংকাৰী, তুলুঙা মন্তব্যই আমুৱাইছে চাগে ৰাইজৰ। পৰিবৰ্তনৰ আগজাননী।
মজা ❤ লগে লগে উত্তৰ মুখ্যমন্ত্ৰী লৈ✅✅✅
Bohut votot jikibo gourob gogoi . gourob gogoi Akhil gogoi jindabad .
গেছৰ দাম ৫০০/- কৰক । মেডিচিন ৰ দাম কমাই দিয়ক । ভাইৰাছ খেদক হে ৰাইজ ভাইৰাছ ক ভোট নিদিব।
Basic needs logot kheli meli korisey.
Jonota a maaf nokorey
Gas or dam 500 toka aitu jonom ot nhbo ketiya jun sorkare nahok keo😅
দাঁত নথকা বাঘ আৰু আমূল বেবীৰ যুঁজ । অৱশ্যে সন্মানীয় যোৰহাট সমষ্টিৰ মানুুহে বুজি উঠিছে টেঙা আম কোনে বিকে । গৌৰৱ অসমৰ গৌৰৱ ।
গৌৰৱ গগৈ জিন্দাবাদ । গেলা মামা মুৰ্দাবাদ ।
Congress zindabad
Priyanka Gandhi zindabad
Gaurav Gogoi zindabad
Gourav Gogoi jindabad Congress r vaty Titabar
হেমন্তৰ অহংকাৰ বেছি দিন নাই আৰু
অহংকারর পতন এদিন ঘটিবেই
গৌৰব গগৈ জিন্দাবাদ ❤❤❤❤
দল বাগৰা মানুহৰ মূল্য নাই
Himontoi suwa seleka dolar bogori dogabaj ! Nhy jano ?
একমত
সকলো যোৰহাট সমষ্টি ৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়ক ভোট দিয়ক 🙏
Zindabad gourav gogoi ❤❤❤❤
গেলামামাৰ আঙুলি এটাও সুমুৱাব পৰা ফাকেই নাই দেখোন । গেলীৰো চিন্তা বাঢ়ি গৈছে ।
🤑🤑🤑......A vaai gela - geli nokoboswn , beyai lage paai....😜
Hajar bar selam Priyanka ji gourav Gogoi zindabad
মুখ্য মন্ত্ৰী ডাঙৰীয়া আপুনি নাও ডুবিলেউ টিঙৰ পৰা নানামে।
অসমত মামাক কোনেও নাচায় গোটৰ মাইকী কেইটাৰ বাহিৰে সিহঁতেও লাহে লাহে মামাৰ সংগ এৰিবলৈ ধৰিছে 😂😂😂
Mojja disa
Right
😂😂😂
💯
These time I shall definitely vote for Gaurav Gogoi
অভদ্ৰ আচৰন কৰা নেতা উজনি অসমলে নহাই ভাল।
একমত
100%সঁচা
আপোনাক আপোনাৰ ওচৰৰ বিশ্বাসী নিজৰ মানুহেই তেল মাৰিব গৈ মিছা information দি আছে CM Sir, Be careful
😂mama gel r...
Congress zindabaad
হিমু বোলাজনে ৰাহুল প্ৰিয়ংকাৰ নোম এডালৰো তূলনা নহয়।
উজনীৰ বতাহজাক একেদৰেই নামনিলৈও বৈ আহক তাৰে আশা কৰিলো লগতে EVM অৰ ওপৰত সকলোতে তীক্ষ্ণ দৃষ্টি ৰাখক অন্যথা জনতাৰ ভোটৰ মূল্য নাথাকিব । প্ৰিয়ংকা গান্ধী জিন্দাবাদ ।
Congress Jindabaad.
অহংকাৰ অধঃপতনৰ মূল। তাকে মুয়খ্মন্তীয়ে প্রমাণ কৰিব গৈ আছে। এতিয়া জনতা শেষৰ দিনটো লৈ বাট চাই থাকিলে হল।
Gaurav Gogoi zindabad ❤❤❤
Cong zindabad
গৌৰৱ ❤❤❤❤
মুখ বেকা কৰি কথা কোৱা মানুহ কু লক্ষ্যনীয়।
নিজৰ টকা খৰচ কৰি আহিছে হাজিৰা দি অনা নাই ।
ফকটীয়া সুবিধাবাদী আৰু কেলেঙ্কাৰী ৰজা
বিজেপিৰ মিটিঙলৈ মানুহ অনা হয়, জুৰ জুলুম কৰি, ব্লেকমেইল কৰি, টোপ দি। কংগ্ৰেছৰ মিটিঙলৈ মানুহ আহে স্বতঃস্ফূৰ্ত ভাৱে।
অতি দৰ্পে হত লংকা ।
Priyanka Gandhi zindabad Congress party zindabad Gourav Gogoi zindabad
বহুত বহুত ভাল লাগিল ্
Gourov gogoi zindabad
ফাকি বাজিৰে আৰু কিমান দিন চৰকাৰ চলাব মিথ্যাচৰ আৰু স্বৈৰাচাৰী বিজেপিয়ে।
Single majority for Congress ❤
সুন্দৰ
গৌৰৱ জিকিব ❤❤❤❤
I LOVE I.N.D.I.A
#GouravGogoizindabad
#PriyankaGandhizindabad
#Congress_Zindabad
গৌৰৱ গগৈ
❤❤Gaurab gogoi❤❤
Next CM gourav Gogoi গৌৰৱ গগৈ থাকিলে কংগ্ৰেছ থাকিব আৰু গৌৰৱ গগৈ হ'ল ভবিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক মইও দিম ভোট অপেন কোই দিছোঁ আৰু গৌৰৱ গগৈ নিচিনা অসমৰ ভিতৰত তেনেকুৱা নিকা ৰাজনৈতিক নাই এইটো ১০০% ভিতৰত ১০০% চহি কথা
গৌৰৱ গৌৰৱৰ জয় হবই |
মোদী হাটাও দেশ বচাঁওক।
গৌৰৱ গগৈ জয়ী হব।❤❤❤❤
Jikiboi jikiboi 🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤
অহংকাৰী মূৰ্খমন্ত্ৰীৰ দৰ্প চুৰ্ণ হোৱাটো নিশ্চিত।
নহয় ভাই হিমন্ত জিকিব কাৰণ মহিলাবোৰ হিমন্তৰ ফাল 1200টকা দি মহিলাক কিনি লৈছে....মোৰ মাক কলেও হিমন্তক ভোট দিম বুলি কয়.....কিন্তু হিমন্ত চুৰ এটা আমাৰ অসম বিকি খাছে অসমৰ গৌৰব airport টো লিজট দিছে নে বিকিছে কোনে জানে.......আমাৰ মা হতক কিনিব পাৰে কিন্তু educated bilakok nuwara I het himonto
Congress jindabad ❤❤❤❤❤
Ami 26 sat gourav gogoik bonam assamor cm
Gourav Gogoi and Priyanka Gandhi Zindabad.
হিমন্ত নিচিনা CM অসমবাসীৰ কাৰণে দুভাগ্যজনক
কংগ্ৰেছ সনমানিয় এক জীবন হয় কংগ্ৰেছ চত সনমান আচে
Gourov gogoi zindabad my big brother❤
মই যোৰহাটৰ.. গৌৰৱ গগৈ জয় হব ❤
BJP go back
G gogoi ❤️💯🔥
Axomia Raij.. Zindabaad.. 🙏🙏🙏 Axomia raij, Jorhat r raij e proman koribo.. Ohonkari r poton hobo.. Axomia raij r swabhimaan atiau hekh hua nai.. 😅😅😅
গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤
Priyanka Gandhi is a very good personality.Honman thoka manuhe he honman koribo jane.
বিজেপি নেতাৰ মিছা ভাষন শুনিবলৈ যোৱাতকৈ পথাৰত গৰু চৰাই থকা ভাল
Joi Aai Akhom
Gaurav gogoi jikibo
গান্ধী পৰিয়ালে দেশৰ কাৰণে জীবন উসূৰ্গ কৰিছে আপুনি ভাৰতৰ কাৰণে কি কৰিছে কথা ভাবি চিন্তি কব আপুনি।
BJP ৰ সভাত টো জনত একত্ৰিত হয়,পাৰ্থক্য মাথো এটাই BJP এ টকা দি জনতাক একত্ৰিত কৰে, কংগ্ৰেছ ৰ প্রতি আকৰ্ষিত হৈ জনতা একত্ৰিত হয়।
Gaurav Gogoi an excellent leader to raise his voice for North eastern India.He is the only MP who raises voice in the parliament to speak for the welfare of the people.
মুখ্যমন্ত্ৰী নোহোৱা হ'লে আপোনাক হাজিৰা কৰিবলৈকো নামাতিলে হয়।
❤❤❤ Thank you gaurav gogoi ❤❤❤
নাপায়,এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে সকলোকে সন্মান কৰিবলৈ শিকক।আমি অসমৰ মানুহে তেখেতক যিদৰে ভাল পাওঁ ভাল মানুহ হিচাপে গৌৰৱ গগৈকো ভাল পাওঁ।তেখেত এগৰাকী ভাল ৰাজনীতিক বুলি কওকচোন একো ক্ষতি নহয়।কাজিৰঙাৰ হাতী গড়ৰ লগত ৰাষ্টীয় নেতাক উপলুঙা কৰা কথাই আমাক লজ্জিত কৰে।
Poiisa di kini ona naii aeibur manuh BJP r nsiinake 😂😂
হিমন্ত ফুটনি বাহিৰ হৈ যাব
😂😂😂 আপুনি কংগ্ৰেছত থাকোঁতে আমূল বেবীৰ ভৰিতেই পৰি মন্ত্ৰী হবৰ বাবে দালাল কৰে 😂😂😂হাঁহি উঠে আপোনাৰ এই কথা শুনি 😂😂😂 এতিয়া এনে লাগিছে যে আপুনি phd পইচা দিহে লোৱা 😂😂😂😂জনতাৰ মূৰত জ্ঞান নথকা নহয় 😂😂😂 শীতলাৰ মামা 😂😂
শুনিবলৈ পাইছোঁ বোকাখাট আৰু আন আন ঠাইত বোলে BJP কৰ্মী নেতা সকলে পইচা আৰু মদ বিলাইছে। আৰু নিৰ্বাচনৰ আগ দিনা সকলোঁ বোৰ ভিতৰুৱা গাঁৱৰ লোকক মদ আৰু পইচা বিলাই ভোট দিবলৈ মান্তি কৰোৱাৰ প্ৰস্তুতি চলায় আছে। ৰাইজ খাব যদি খাই কিন্তু মূৰ্খ নহব দেই🙏🙏
Conges jindabad ✋✋✋✋💯👍👍💯💯👍💯👍💯❤❤❤
Gaurav Gogoi jindabad ❤
হাতী , বাঘ, নাহৰফুটুকী, চিতা , আদি চাবলৈ মন আছেযদি "আদানিৰ" চিৰীয়াখানালৈ যাওক --- --- মুৰখ মন্ত্ৰী
বিহুৰ বতৰত জেং কৰিলে , জেংএ হ'ব , অসমীয়াই নিজক পাহৰিলেও , বিহু নাপাহৰে ।
Gourav Gogoi zindabad
হিমন্ত পৰিয়ালৰ গতি প্ৰফুল্ল মহন্ত দৰেই হব। যোৰহাটৰ ৰিজাল্ট ওলালেই 26 লৈ গম পাব।
We want a good leader like Gaurav Gogoi.So benevolent.