কিছুমানে কিয় ঈশ্বৰৰ বাক্য শুনিবলৈ আমোনি পাই 🤔🤔 Why some believers get bored

Поділитися
Вставка
  • Опубліковано 28 лис 2024
  • Why Some people bored to hear Word of God

КОМЕНТАРІ • 40

  • @bijoylalung1988
    @bijoylalung1988 Рік тому +4

    ঈশ্বৰৰ মহিমা হওক

  • @momichristain6255
    @momichristain6255 Рік тому +2

    Moi jibon t kiba paw ba npaw kintu moi hodai provhu jisuk mani solim tew mur Esor hoi aru moi tew r hontan😊...jankai lora suwli bure ma k bapakor obidona aku koribo nuwre aru ma bapak ari takibo nuwre thik tankai moiu esor abihona aku nohow moi provhu abihona adorua ...The Lord is my Rock nd my fortress he is my Everryting...jesus is my joy n song..moi jatia dukot poru jisu r gan hunu montu bhot vl lge ..Sir your Teaching Are Good.May God bless you.

  • @joshuajay8017
    @joshuajay8017 Рік тому

    Praise the lord

  • @TarunDoley-y9p
    @TarunDoley-y9p 2 місяці тому

    Hundor bakya

  • @GitanjaliHazarika-jp7ur
    @GitanjaliHazarika-jp7ur Рік тому +1

    Amen

  • @TangkeswarBori-ws3gd
    @TangkeswarBori-ws3gd Рік тому

    Huni bor bhal lagil

  • @ninobizar6838
    @ninobizar6838 Рік тому

    Praise the Lord amen Amen Amen🙏🙏🙏.

  • @GubinHemram-g7p
    @GubinHemram-g7p Рік тому

    ❤❤❤ আমেন ❤❤❤❤

  • @ranjitapegu3068
    @ranjitapegu3068 11 місяців тому

    Thenks.message

  • @thamchidance9847
    @thamchidance9847 Рік тому

    Nice 👍👍👍

  • @rubigogoi8456
    @rubigogoi8456 Рік тому

    Praise the lord Amen 🙏

  • @jubinsangma5646
    @jubinsangma5646 Рік тому

    Praise the Lord 😊🙏

  • @seviankhalkho4622
    @seviankhalkho4622 Рік тому

    God bless you Dada 🙏✝️

  • @Asrhinogamerz
    @Asrhinogamerz Рік тому +1

    Thanks probu

  • @Miloudwdengkhw
    @Miloudwdengkhw Рік тому

    Very good message brother

  • @PunamKongadi-bp4ew
    @PunamKongadi-bp4ew Рік тому

    Amen Sar apuni suwmi estirir video bonabo aji kali beabisarot goiase

  • @BREGLEANGLE
    @BREGLEANGLE Рік тому

    Moi huni khub bhal paw . praise the Lord 🙏 hallelujah hallelujah hallelujah 🙏 Aman.God bless you sir.

  • @SunilKardong-k7c
    @SunilKardong-k7c 4 місяці тому

    ❤❤❤❤love you

  • @JunuDutta-js8yp
    @JunuDutta-js8yp 3 місяці тому

    ✝️✝️✝️✝️🌄🙏🏿

  • @UpasanaDas-u3d
    @UpasanaDas-u3d Рік тому

    💞💗❤️💓

  • @SunilKardong-k7c
    @SunilKardong-k7c 4 місяці тому

    ❤😂❤❤❤😂

  • @pirujpegu7613
    @pirujpegu7613 Рік тому

    চার আপুণার বাইক বহোভাল Jesus আকিভাকরখ🎉🙋✝️

  • @Bodo313
    @Bodo313 Рік тому +1

    Sir Prabhu jisue bibhino bemari bilakok husto korisil aru teut biswas Kora Hokoluke husokriboloi odhikar dise.kio biswahi hokole hustoto akha koribo Nalage...?..

    • @JPBAssameseBibleStudy1
      @JPBAssameseBibleStudy1  Рік тому +1

      Kebol bemar babei probhur khaxot ahisili nki.. probhuk kebol khujibo janilei nohobo diboloi janibo Lagibo

  • @dipentaid8685
    @dipentaid8685 Рік тому

    আপোনাৰ ভিডিঅ' বোৰত মই কমেন্ট কৰো। কিন্তু আপুনি ঈশ্বৰে আপোনাক জ্ঞান দিয়ক বুলি কোৱাৰ বাদে আন একো নকয় আৰু মোৰ প্ৰশ্নৰ উত্তৰো নিদিয়া। ইয়াৰ অৰ্থ এইটোৱে চাগে যে মোৰ আৰু বহুত অধ্যয়ন কৰিব লগা আছে।
    এজন অজ্ঞানী আৰু মূৰ্খ হিচাপে সদায় মই প্ৰশ্ন কৰি যাম। উত্তৰ দিয়া নিদিয়া টো আপোনাৰ ইচ্ছা
    ১/ যীচু খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। কেথলিক ধৰ্মৰ পৰা প্ৰটেষ্টান কিয় পৃথক হব লগা হল??
    ২/ প্ৰটেষ্টান আৰু কেথলিকৰ মাজত কিয় ধৰ্মীয় নীতি নিয়ম পাৰ্থক্য দেখা যায়??
    ৩/ যীচুৱে খ্ৰীষ্টান ধৰ্ম ভাগ ভাগ কৰিব কৈছিল নেকি??
    ৪/ বৰ্তমান কিমান ধৰণৰ খ্ৰীষ্টান ফিলঅশ্বিব আছে??
    মই কোনো ধৰ্মকে বেয়া নাপাও। মই কোনো ধৰ্মৰ অনুগামী নহয়। মই মানুহ হিচাপে চিনাকী দিও। কাৰণ ধৰ্ম হ'ল এচাম তীক্ষ্ণ বুদ্ধিসম্পন্ন, ভৱিষ্যত দূৰদৰ্শী ব্যক্তিৰ লিখনিৰ বাদে আন একো নহয়। মানুহ যেতিয়া অঘৰী জীৱন যাপন কৰিছিল তেতিয়া কোনো ঈশ্বৰৰ ধাৰণা বা দেবদেৱীৰ ধাৰণা নাছিল। কিন্তু যেতিয়াৰ পৰা মানুহে গাওঁ পাতি বাস কৰিব শিকিলে তেতিয়াৰ পৰাই ঈশ্বৰৰ ধাৰণা বা দেবদেৱীৰ ধাৰণা গঢ় লৈ উঠে। আৰু আজি পৃথিৱীখন অশান্তি হৈ আছে কেৱল ধৰ্মৰ বাবেই।
    আমি ধৰ্মৰ ৰাজনীতি নকৰি মাথো মানৱতা প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে পৃথিৱীত ধৰ্ম নামৰ শোষণ যন্ৰটোক অৱসান ঘটাই মানৱতা প্ৰতিষ্ঠা কৰি পৃথিৱীখন শান্তিময় পৰিবেশ গঢ়ি তোলিব পাৰো।

    • @momichristain6255
      @momichristain6255 Рік тому

      Provhu যীচু এ কোনো dormo dibola aha nasil ai pritibit ...তেওঁ একো বেলেগ বা পিথক কৰা নাই ... তেওঁ আহিছিল তেঁও apunr babe mur babe ai pitibir hokolu manu hor babe ahisil amar pap r pora amak uddar dibola ..apuni mora past apunr dhon toka poisa marks aru vl kam a apunk sorogot loi jabo nuwre apuni jisu k biwak korila ha sorog jabo paribo tew t biwak kori tew aiga palon korila tew apunk onto jibon dibo ..Ami akol jisu chrito k biwak koru karon tew amar pap r babe nijr pran dila amar karne kosto vhugila.apunk u jisu a bhot vl pai.

    • @dipentaid8685
      @dipentaid8685 Рік тому

      ​@@momichristain6255😅😅😅😅😅
      যীচুৱে ধৰ্ম প্ৰচাৰৰ বাবে অহা নাছিল বোলাটো হাস্যৰসৰ কথা। যীচু এজন বাৰ্তাবাহক হে, তেওঁ ঈশ্বৰ নহয়।
      শুনা ভাই কোনো দূৰদৰ্শী তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তিৰ লিখনি পঢ়িয়েই আপুনি অন্ধ হৈ নাযাবা। নেদেখা নুশুনা কৈ বিশ্বাস কৰাকে অন্ধবিশ্বাস বোলে।
      এই যে স্বৰ্গৰ ধাৰণা এইটো কাৰ সৃষ্টি জানানে ?? দূৰদৰ্শী ব্যক্তিৰ সৃষ্টি। যাতে মানুহক ভয় দেখুৱাই নিজৰ অনুগামী ৰাখিব পাৰো?? স্বৰ্গ নাই। আৰু স্বৰ্গৰ পৰা ঘূৰি অহা প্ৰথম ব্যক্তি কোন?? উত্তৰ দিব বুলি আশা ৰাখিলোঁ
      ২/ আপুনি যে পাপ বুলি কলে। ধৰ্ম গ্ৰন্থ বোৰৰ মতে পৃথিৱীত প্ৰথমে মাইকী আৰু মতা দুজন হে আছিল। বাইবেলৰ মতে আদম আৰু আৱা ন। এতিয়া কথা হ'ল এই দুজন ব্যক্তিয়ে A আৰু B নামৰ দুই সন্তান জন্ম দিলে। অথচ A B ভাই ভনী। এতিয়া দুই সন্তান জন্ম দিয়াৰ পাছত আদম আৰু আৱাৰ মৃত্যু হ'ল । এই দুই ভাই ভনীয়ে বংশ বৃদ্ধিৰ বাবে সংগম বা সহবাস নকৰিবনে??? এইটো এটা পাপ নহয় নে???
      উদাহৰণ ২, পৃথিৱীৰ প্ৰথম দুই মানুহৰ পৰা এজনী ছোৱালী জন্ম দিয়াৰ পাছত তিৰী জনী মৃত্যু হল।
      তেনেতে পৃথিৱীৰ প্ৰথম পূৰষ জনে বংশ বৃদ্ধিৰ বাবে নিজৰ ছোৱালীৰ লগতে সহবাস নকৰিবনে??? এইবোৰ পাপ নহয় নে???
      গতিকে ভাই ধৰ্ম নামৰ শোষণ যন্ৰটোক বিদায় দিবৰ হ'ল। ই ( ধৰ্ম ই) কেবল মানবতাক ধ্বংস কৰিবৰ বাবেহে জন্ম হৈছে। আজি ধৰ্মৰ বাবেই অশান্তি হৈ আছে পৃথিৱীখন। মই হিন্দু, ইছলাম, জৈন,বুদ্ধিজ হোৱা বাবেই খ্ৰীষ্টানে মোক ঘৃণা কৰে। ধৰ্মৰ বাবেই আজি মধ্য প্ৰাচ্যৰ দেশবোৰৰ মাজত ৰক্তাক্ত পৰিবেশ সৃষ্টি হৈছে।
      ধৰ্মৰ বাবেই শান্তিৰে বসবাস কৰা গাঁৱখন অমিল হল। ধৰ্মৰ বাবেই দুই ভাইৰ ককাইৰ মাজত অমিল হল।
      বুজিবলৈ চেষ্টা কৰা ভাই। আমি যেতিয়ালৈকে যুক্তিৰে কথাবোৰ ভাবি নাচাও তেতিয়ালৈকে আমাক এচাম লোকে স্বৰ্গ আৰু নৰক, পাপৰ পৰা মুক্তি, ঈশ্বৰ দৰ্শনৰ ভয় দেখুৱাই নিজৰ অনুগামী কৰি ল'ব আৰু নিজৰ শক্তি বৃদ্ধি কৰিব।
      আহক ধৰ্মক বিদায় দি মানবতাক প্ৰতিষ্ঠা কৰো।
      মই জানো গোড়ামী আৰু ৰক্ষণশীল মানুহৰ মন পৰিবৰ্তন কৰাটো সহজ নহয়। মৃত্যুৰ পিছত স্বৰ্গ লাভ, নতুন জীৱন লাভৰ ধাৰণাটো সিহঁতৰ এক সহজাত প্ৰকৃতি।

  • @lovejeetnew6482
    @lovejeetnew6482 Рік тому

    Video বিলাক ভাল লাগে আপোনাৰ কিন্তু দাদা কিন্তু কোনে কলে আপোনাক যে সকলো বেপ্টিষ্ট বিলাক শিক্ষা সময়ত টোপনি মাৰি থাকে বুলি, আমাৰ ডিব্ৰগড় মণ্ডলী বিলাকত এনেকুৱা নহৈ আপুনি আহি চাব এদিন, আপুনি মানুহক উৎসা দিবলে video বনাৱক, যিদৰে আপুনি কৈ আছে নতুন মানুহে চালে কি শিক্ষা পাব, আপুনি নিজে ভাবক একবাৰ, আমি বেপ্টিষ্ট বুলি সদাই গৌৰব কৰোঁ, সকলো মণ্ডলী ক আপুনি একে বুলি কব নোৱাৰে, আপুনি অসমৰ কিমান মণ্ডলীত গৈছে, সকলো মণ্ডলীত যোৱা নাই চাগে, গতিকে এনেকুৱা video nobonabo next time আপোনাক অনুৰোধ জনালো ।।

  • @motivationaltraker123
    @motivationaltraker123 Рік тому

    Video ji jone bonaise hai jonok Essore aru adhik gyan bibek budhi deok, apuni video bonuar agot aru alop val k gavir vabe Bible oidhon korok tar past video bonabo, apuni ji bikhoi utthapan korise bohut val bikhoi hoi kintu kunu eta particular denemntionk target kori kua tu apunar vul hoise plz next time apuni alop mon koribo, nijor bibek anuhare video share nkoribo, Biblically jowk ami suport korim...Dhoinobad

  • @Ranjit-das739
    @Ranjit-das739 Рік тому

    Praise the lord Amen

  • @sewalisingh6226
    @sewalisingh6226 Рік тому

    Praise the lord

  • @Bikram-lz8xp
    @Bikram-lz8xp Рік тому

    Amen

  • @SunilKardong-k7c
    @SunilKardong-k7c 4 місяці тому

    ❤❤❤❤love you

  • @nahumnayak5188
    @nahumnayak5188 Рік тому

    Praise the lord Amen

  • @lakhinathkuli8669
    @lakhinathkuli8669 Рік тому

    Praise the Lord

  • @jijasalasudurbhai7380
    @jijasalasudurbhai7380 Рік тому +1

    Praise the lord amen hallelujah 🙏🙏🙏

  • @TangkeswarBori-ws3gd
    @TangkeswarBori-ws3gd Рік тому

    Amen

  • @romilatalangroy2289
    @romilatalangroy2289 Місяць тому

    Praise the Lord

  • @miklonnokja1396
    @miklonnokja1396 Рік тому +1

    Praise the lord amen ✝️📖🙌