Це відео не доступне.
Перепрошуємо.

ৰাতি কুঁৱলীত গাড়ী কেনেকৈ চলাব? হিট এণ্ড ৰাণ আইনৰ দ্বাৰা কি বিপদ হ’ব আপোনাৰ?

Поділитися
Вставка
  • Опубліковано 2 січ 2024
  • ৰাতি কুঁৱলীত গাড়ী কেনেকৈ চলাব? হিট এণ্ড ৰাণ আইনৰ দ্বাৰা কি বিপদ হ’ব আপোনাৰ? নাইট চুপাৰ চালক ৰূপম দত্ত আৰু চালক সন্থাৰ ক্ষোভ NB NEWSত। দুৰ্ঘটনাৰ কাৰণ বৰ্ণনা কৰিলে নাইট চুপাৰ চালকসকলে…
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 543

  • @dhrishnita3646
    @dhrishnita3646 7 місяців тому +211

    মানুহ জনে খুব সুন্দৰ আৰু সঁচা কথা কৈছে। ধুনীয়া বৈজ্ঞানিক বৰ্ণনা।

    • @user-cb8qt6sy5k
      @user-cb8qt6sy5k 7 місяців тому +4

      Akebare hosa katha koise dada

    • @Bornali.........
      @Bornali......... 7 місяців тому +1

      Ummm hosa koise😊

    • @borunnagbonshi7815
      @borunnagbonshi7815 7 місяців тому

      Um hosakoiye bor Val kotha kole dada jane

    • @Danirojasfc6
      @Danirojasfc6 7 місяців тому

      Absolutely 💯

    • @Karma_is_Life.
      @Karma_is_Life. 7 місяців тому +7

      এখেত মাননীয় ৰূপম দত্ত।
      মানুহজন নহয়। তেওঁ এজন শিক্ষিত লোক, ভাল প্ৰফেচনেল ড্ৰাইভাৰ, একেধাৰেই এজন লিখক।

  • @durlavbaruah3953
    @durlavbaruah3953 7 місяців тому +141

    ৰূপম দা এজন সম্পূর্ন কলাকাৰী অভিজ্ঞ চালক I তেখেতক ধন্যবাদ জনালো ৷

  • @basisthaacharya6590
    @basisthaacharya6590 7 місяців тому +156

    সচাকৈয়ে নিশা কাৰো নিজৰ নহয়। নিশা বৰ নিৰ্দয়।

  • @bhumidharboro2775
    @bhumidharboro2775 7 місяців тому +55

    এখেত চালকজনে বঢ়ীয়া কথাবোৰ কৈছে, ধন্যবাদ।

    • @Jubaraj098
      @Jubaraj098 7 місяців тому +3

      Actually he is a very experience international driver he also a youtuber

  • @BharatiBoruah-eg2jk
    @BharatiBoruah-eg2jk 7 місяців тому +67

    দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ।আৰু আইন খনৰ বিৰোধিতা কৰোোঁ।

  • @hirakjyotimahanta2395
    @hirakjyotimahanta2395 7 місяців тому +18

    What a driver❤. He is more intelligent than a RTO.

  • @Randeep-kb1xh
    @Randeep-kb1xh 7 місяців тому +84

    আজিৰ ঘটনাটো যথেষ্ট শোকাৱহ । ইমান পুৱাই কুঁৱলীৰ মাজত যোৱাটো উচিত হোৱা নাছিল সুম্পূৰ্ণ সূৰ্য্য উদয় হোৱাৰ পিছত যাত্ৰা আৰম্ভ কৰি সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে ঘৰ আহিব লাগে ।
    চৰকাৰে ৰাষ্টৰ দুই কাষে উপযুক্ত বৈদ্যুতিক লাইট পোহৰৰ ব্যৱস্থা কৰা উচিত আৰু পথ সমূহ সুবহল কৰি মাজত ডিভাইডাৰ স্থাপন কৰি পৰিবহণ সূচল ৰ ব্যৱস্থা কৰক ইয়াৰ উপৰিও ঘাইপথ সমূহত নিশা নিয়মিত আৰক্ষী তালাচি, চি চি কেমেৰা ব্যৱস্থা, সংকেত চিহ্ন আদি ব্যৱস্থা কৰক ।
    কেৱল গুৱাহাটীত এখনৰ পিছত আন এখন উৰণ সেতু নিৰ্মাণৰ নামত ধন ব্যয় কৰাত কৈ সমগ্ৰ ৰাজ্যৰ অন্য পথ, ঘাই পথ, ৰাষ্ট্ৰীয় ঘাইপথ সমূহত দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থত কিছু ধন ব্যয় কৰক ।

  • @nanghunpha
    @nanghunpha 7 місяців тому +82

    বহুত সুন্দৰ আলোচনা ।এই কথাবোৰে ভৱিষ্যত জানিব লগীয়া জ্ঞান ।

    • @user-tg5md3if1j
      @user-tg5md3if1j 7 місяців тому +1

      Khub sundor alusona

    • @RupkantaPathori
      @RupkantaPathori 7 місяців тому +1

      সৰু সৰু লৰাবিলাকক লাইচেনস দিয়া বন্ধ কৰক আৰু অভিগয় চালককহে গাড়ী চলাব দিয়ক ।

  • @NirmaliAcharjee-cl6ey
    @NirmaliAcharjee-cl6ey 7 місяців тому +43

    ৰূপম দাৰ কথাবোৰ সকলো লোকে মনা উচিত।

  • @journeyat7
    @journeyat7 7 місяців тому +18

    দাদাই ঠিক কৈছে‌ । বাছখন 100 ৰ ওপৰত আছিল। কৰবাত গ'লে কিমান বেগত যাম এইটো নহয় কিমান সময় লাগিব এইটো সচাঁ কথা। খুব ৰাতিপুৱা আৰু গধূলি পৰত ৰাস্তা ত অধিক সময় দিয়ক।

  • @himashreedas4356
    @himashreedas4356 7 місяців тому +15

    ৰূপম দাক বহুতে চিনি পোৱা নাই। তেওঁৰ ব্যক্তিত্ব ক অসমীয়া লোকে চিনি নোপোৱাতো বৰ দুৰ্ভাগ্যজনক। বি টি এছক কিন্ত্ত সকলোৱেই চিনি পায়😢

  • @PinkuBorgohain-js3ct
    @PinkuBorgohain-js3ct 7 місяців тому +60

    Rupam Dutta narrates very nicely.

    • @smrjt9102
      @smrjt9102 7 місяців тому +2

      I was also thinking the same. poetic voice.

  • @girinbordoloi1971
    @girinbordoloi1971 7 місяців тому +7

    ৰূপম দত্তৰ কথাবোৰ সচাকৈয়ে সকলো গাড়ী চালকে মানি চলিব লাগে।

  • @showaibakhtar9578
    @showaibakhtar9578 7 місяців тому +13

    যি বুজিলো ড্ৰাইভাৰ বেছি knowledge আছে MLA , minister ত কে

  • @Vaonawithbitu
    @Vaonawithbitu 7 місяців тому +41

    সছা কথা কৈছে ❤ দিন হাজিৰা কৰিচলা জনে কেনকৈ দিব ৭লাখ টকা 😢

  • @RanjanDey123
    @RanjanDey123 7 місяців тому +12

    ৰুপম দা ৰ কথা খিনি বেলেগ ড্রাইভাৰ সকলে মন দি শুণিব লাগে

  • @miduldutta8798
    @miduldutta8798 7 місяців тому +2

    এটা কথা একমত,
    ভাল লাগিল প্ৰথমতে কোৱা দাদা জনৰ কথা বোৰ,
    সেইখিনি কথা প্ৰতি জন গাড়ী চালকৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা ,
    চৰকাৰে এফালে মদৰ বজাৰ আন ফালে জৰিমনা বেহা-বেপাৰৰ কেন্দ্ৰ খুলিছে,
    আইনখনে একো উপকাৰ নকৰে উপকাৰ কৰিব নিজৰ নিজৰ চিন্তা ধাৰণাৰ বোৰে,
    প্ৰতি জনে গাড়ী চালকে প্ৰথমতে কোৱা দাদা জনৰ কথা বোৰ মানি চলিলে এনে বোৰ ঘটনা কেতিয়াও নহয়,
    বহুত ধুনীয়া আলোচনা এটা হ'ল সুন্দৰ অতি সুন্দৰ

  • @pallobidutta5237
    @pallobidutta5237 7 місяців тому +21

    ইমান ধুনীয়া কৈ কথা বিলাক বুজাই কৈছে ভাল লাগিল ধন্যবাদ

  • @PasantaBoro-lj6js
    @PasantaBoro-lj6js 7 місяців тому +5

    Rupam bhaiti Tumi bohut bhal kotha koisa Thank you.

  • @UGABSlpAxom658
    @UGABSlpAxom658 7 місяців тому +28

    যিহেতু আমি চাৰি মুথি জীৱ ভিতৰত শ্ৰেষ্ঠ গতিকে আমাৰ চিন্তা,কৰ্ম সমস্ত গঠনমূলক হোৱাৰ প্ৰয়োজন আছে

    • @user-kl2wy6vj4p
      @user-kl2wy6vj4p 7 місяців тому +2

      😂😂😂😂

    • @udhabdeka2516
      @udhabdeka2516 7 місяців тому +1

      আমিও আপোনাৰ চিন্তাৰ এটা মূল । মই এজন ইস্কুলৰ ড্ৰাইভাৰ এম পি এছ ড্ৰাইভাৰ । ডেৰগাও ঘটনা সমপুণ্য ডাইভাৰচণৰ বাবে হোৱা বুলি মই ভাবো

    • @himanshugogoi5036
      @himanshugogoi5036 7 місяців тому

      Ami je jibo sestro honman tu nijei nijei loisu ne ,,ne jibo jogotor korbat meeting hoisil ?? Meeting khnonot kun kun asil?? Bagh ,bhaluk ,,kukur ,mekuri kun asil ,,kune dile manuhok jibo sestro award tu ,?,ami jibo sestro nohoi ami jibor dhonghor ,,manuhei dhongkor mul ,,,😮😅

  • @TaichengAS04
    @TaichengAS04 7 місяців тому +19

    এইবোৰ আইন হৈছে সাধাৰণ জনতা ওপৰত মাৰ, এইখন চৰকাৰ আইনে কিন্তু অপৰাধীক শাস্তি দিব নোৱাৰে।
    তেওঁলোকে জানে ভালদৰে, জানি বুজি আইন কৰিছে। এইয়া হৈছে টেতু চেপা, চৰকাৰৰ প্ৰতিটো ধাৰ আমাৰ ওপৰত বোজা। ৰাইজে বুজি পোৱা উৎচিত, বহুত বেছি হৈছে আমাৰ ওপৰত অত্যাচাৰ

    • @Motionguy.
      @Motionguy. 7 місяців тому

      Bro hit and run is not applicable yet know first then comment

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 7 місяців тому +11

    এইবাৰ ভোট পোৱাতো টান আছে..... নাজানো এইবাৰ চৰকাৰখনে নিজেই হাৰিব বিচাৰিছে নেকি

  • @manabgogoi8937
    @manabgogoi8937 7 місяців тому +3

    সুন্দৰ । কিন্তু এখন আইনৰ প্ৰয়োজনবোধ কৰোঁ,যিখন আইনে মদিফাই কৰি চিট দাংখোৱা কৰা বাইকসমুহ বন্ধ কৰিব লাগে।যিবোৰ বাইক আৰোহীয়ে বহুত স্পীডত চলাই ফুৰা দেখা যায়,যাৰ বাবে বহু দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হয়।

  • @makibulali7757
    @makibulali7757 7 місяців тому +12

    মানুহজনে খুব সুন্দরকৈ বৰ্ণনা কৰিছে।

  • @Lxpalash
    @Lxpalash 7 місяців тому +21

    সঁচা কথা কৈছে ❤

  • @surasj7418
    @surasj7418 7 місяців тому +18

    এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ ।

  • @SewalirajbongshiBora-jo7gd
    @SewalirajbongshiBora-jo7gd 7 місяців тому +16

    এই আইন খন একেবাৰে গ্ৰহণ কৰিব নোৱাৰি

  • @user-gr1yl5lm9s
    @user-gr1yl5lm9s 7 місяців тому +1

    Rupom dada bhal kotha koise ... thank you

  • @khirodsonowal6685
    @khirodsonowal6685 7 місяців тому +7

    ৰুপম দা কথাবোৰত মই একমত❤

  • @monjitg
    @monjitg 7 місяців тому +3

    ইমান সুন্দৰ চিন্তা ইমান সুন্দৰ অন্তৰ ককাইদেউ হত আপোনাৰ অভিজ্ঞতাক salute আৰু আমি আপোনাৰ উপদেশ মানি চলিম,
    নতুন আইনখন এতিয়ালৈকে apply হোৱা নাই আলোচনা পাছত হে হব
    So সংশোধনী হব বুলি আশা থাকিল

  • @user-he4ik4xq1m
    @user-he4ik4xq1m 7 місяців тому +43

    ৰূপম দওৰ কথাখিনি সমৰ্থন কৰিছো।

  • @assamboyabhishek1929
    @assamboyabhishek1929 7 місяців тому +6

    বহুত ভাল কথা কৈছে ৰূপম ডাঙৰীয়া

  • @subarnabora5265
    @subarnabora5265 7 місяців тому +1

    Rupom dar life of a driver...best

  • @budhinborahbb2661
    @budhinborahbb2661 7 місяців тому +17

    বৰ সুন্দৰ আলোচনা ৷ ৰূপম দাদাৰ কথাবোৰে বৰ সুন্দৰ এটা বার্তা দিছে সকলোৰে বাবে।

  • @bijitsaikia1491
    @bijitsaikia1491 7 місяців тому +3

    সুন্দৰ ব্যক্তব্য আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।

  • @surenboruah3241
    @surenboruah3241 7 місяців тому +12

    বহুত ভাল কৈছে দাদা জনে🙏🙏🙏

  • @Rekhasvlog1515
    @Rekhasvlog1515 7 місяців тому +6

    কিছুমান ইমান দৰিদ্ৰতা নিবনুৱা মানুহ আছে । 😢তেওঁ গাড়ীৰ আগত পৰি মৃত্যুমুখত পৰিব বিছাৰীব ।😢 কাৰণ তেওঁ পৰিয়াল টোৱে 😢সাত লাখ টকা পাব । এনেকৈ বহুতো মৃত্যু মুখত পৰিব পাৰে নিজৰ পৰিয়ালৰ বাবে ।😢 আৰু বহুতো গাড়ী চালকৰ জীৱন বৰবাদ হ'ব।😢 চৰকাৰৰ এই আইনৰ নিয়মৰ বাবে। 😢😢

  • @meenagogoi-kk5ri
    @meenagogoi-kk5ri 7 місяців тому +9

    এই আইন খনৰ সকলোৱে মিলি বিৰোধিতা কৰিব লাগে। নহলে কোনো মানুহে গIৰী চলাব নোৱাৰিব।

  • @Infentry_soldier
    @Infentry_soldier 7 місяців тому +1

    Rupom dutta dar life of a driver pohilene hokoluwa ❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 місяців тому +57

    আচৰিত আইন। মনটী বিধায়কৰ গাড়ীৰে খুন্দিয়াই মানুহ মাৰিলে তাৰ দায়িত্ব চৰকাৰে লবনে।

    • @davidbhuyan7523
      @davidbhuyan7523 7 місяців тому +1

      Convoy garia j mare tetiya ki kore nu... Khali blgr vul dekhe j khihote

    • @realhero5657
      @realhero5657 7 місяців тому +2

      Good question. মন্ত্ৰী বিধায়কৰ গাড়ীয়ে খুন্দিয়ালে সিহতক পুলিচে ৰক্ষা কৰিব ।

    • @SashiPatiri-ok4lb
      @SashiPatiri-ok4lb 7 місяців тому

      তেতিয়া চৰকাৰে অন্ধ মুনিৰ নিচিনা তাকিব😭😭😭😭😭😭😭😭😭😭😭

  • @jitulkalita4455
    @jitulkalita4455 7 місяців тому +8

    ৰূপম দা আপোনাৰ কথাত আমি একমত , এই চৰকাৰ খন আমি দেখাৰ পৰাই জনসাধাৰণ কিমান কষ্ট দি আহিছে প্ৰতি বছৰে , ৰাইজে চৰকাৰ আনিছে আৰু ৰাইজে চৰকাৰক পৰিবৰ্তন কৰিব লাগে ইহতৰ পাখি গজিছে উৰিব হল ,

  • @sg24axom36
    @sg24axom36 7 місяців тому +2

    অতি সুন্দৰ দিশত সাক্ষাৎকাৰ টো। ভাল লাগিল। প্ৰয়োজনীয়।

  • @moramitamuli4250
    @moramitamuli4250 7 місяців тому +1

    বৰ সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা কলে ৰূপম ডাঙৰীয়াই।

  • @karabinath7970
    @karabinath7970 7 місяців тому +1

    Bohut vl kotha koise. Thank you

  • @jugalkishorsarma3510
    @jugalkishorsarma3510 7 місяців тому +4

    আইন খন সমৰ্থন নকৰোঁ কিন্তু সকলোতে Speed limit দি digital মাধ্যমৰ দ্বাৰা নিৰীক্ষণ কৰাতো বিচাৰো।

  • @bitupondeuri9224
    @bitupondeuri9224 7 місяців тому +2

    Jodi manuh mariboloi kaarone license laage, tenteh tahator license baatil koribo laage

  • @Educare_K
    @Educare_K 7 місяців тому +8

    Right rupom da

  • @shamimakhter6409
    @shamimakhter6409 7 місяців тому +1

    Ati dukhar kotha ami kiman manuh k herualu. Govt ai national highway tu kaam complete NOKORA r karone accident bilak hobo paise. Kiyo national highway tu complete Kora nai .

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 7 місяців тому +24

    চালকসকলে গাড়ী নচলালে জনতা গিনিপিগ হব

  • @bidyuthandique9714
    @bidyuthandique9714 7 місяців тому +1

    Ekdam hosa kotha

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 7 місяців тому +6

    গতি ৰোধক বিলাকত বগা ৰঙ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহু ৰাস্তাত দেখা পোৱা যায় গতি ৰোধকৰ কাৰণে দুৰ্ঘটনা হোৱাৰ বহু দুৰৰ পৰা ধৰিব পৰাকৈ ৰঙ লগোৱা ব্যৱস্থা কৰিব লাগে।

  • @Rinkidev237
    @Rinkidev237 7 місяців тому +4

    সুন্দৰ আলোচনা 🙏

  • @bimalphukan9894
    @bimalphukan9894 7 місяців тому +1

    V very good comments on hit and run law of Rupam Da. So nice

  • @ranjanmultimedia9166
    @ranjanmultimedia9166 7 місяців тому +9

    দুৰ্ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ ৷ ইয়াৰ প্ৰধান কাৰণ হ’ল ৰাস্তা ? গতিকে ইয়াৰ প্ৰধান দুখি হ’ব ৰাস্তা নিৰ্মাণ কৰা কোম্পানীৰ ৷ কাৰণ তেওঁলোকে ৰাস্তা বেয়া তাৰ কাৰণে ৰাস্তাত ৰঙা লাইট জ্বলাই গাড়ী লাহে লাহে চলাবলৈ নিৰ্দেশৰ ব্যৱস্থা কৰিব লাগে ৷
    মোৰ ক্ষেত্ৰতো এনে ঘটনা ঘটিছে ৷ ডিব্ৰুগড়ৰ পৰা গোলাঘাটলৈ গৈ থাকোতে শিৱসাগৰ আৰু যোৰহাটৰ ঠিক মাজত ৰাষ্ট্ৰীয় পথত দ গাঁত এটাত সোমাই পৰে৷ তাত কোনোধৰণৰ নিৰ্দেশণ নাছিল ৷ গাড়ী খন ঘন্টাত প্ৰায় ৪০/৫০ কি.মিটাৰত গৈ আছিল ৷ নিশা প্ৰায় ৮ মান বজাত ৷ গাড়ীখনৰ আগ চকাটো গাঁতত সোমাই ইমান এটা ডাঙৰ শব্দ কৰিলে ভাবিলে এতিয়াও ভয় লাগে ৷ গাড়ীখনৰ আগচকাৰ টায়াৰ ফাটি শেষ ৷
    গতিকে এনে ক্ষেত্ৰত ৰাস্তা নিৰ্মাণ কৰা কোম্পানীৰ সম্পূৰ্ণ দুখ বুলি মই ভাবো ৷

  • @LohitAli-sx5rp
    @LohitAli-sx5rp 7 місяців тому +9

    ৫ ৬ তাৰিখ বন্দ কৰিম। চৱ ৰাস্তা কাম আধৰুৱা' আৰু মস্তুু গাত খান্দি থৈছে।কামৰ যি গতি

  • @gangaboro9833
    @gangaboro9833 7 місяців тому +1

    কথা খিনি সুনি ভাল লাগিল

  • @nikumanibarman9659
    @nikumanibarman9659 7 місяців тому

    Dhanyawad Rupom da...
    Aapuner logot ekmot

  • @dilipborah9362
    @dilipborah9362 7 місяців тому +2

    আপোনাৰ কথাবোৰ ভাল ্লাগিল।

  • @janardandas3770
    @janardandas3770 7 місяців тому +2

    ৰুপমদাৰ কথাখিনি বহুত ভাল লাগিল

  • @bobysaikia8682
    @bobysaikia8682 7 місяців тому +1

    ৰূপম দত্ত দাই সুন্দৰ কথা কৈছে।হিট এণ্ড ৰাণ আইন সকলোৰে বাবে প্ৰযোজ্য হব

  • @mridulasonowal3608
    @mridulasonowal3608 7 місяців тому +5

    এই গাড়ী চালক জনে বহুত ভাল কথা হৈছে

  • @travelfood7094
    @travelfood7094 7 місяців тому

    Bohut dhuniya kotha koise Dada apuni❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 7 місяців тому +4

    গাড়ী চলোৱা বন্ধ কৰি দিয়ক সকলোৱে আনকি চৰকাৰৰ মানুহে ও চলাব নোৱাৰিব.... সকলোৱে খোজ কাঢ়ি অহা যোৱা কৰিব লাগিব.... তাৰ পিছত লোকচান কাৰ হয় দেখা পোৱা যাব // চৰকাৰৰ লোকচান হব নে জনতাৰ লোকচান হব সেয়া দেখা পোৱা যাব

  • @dilipdas8112
    @dilipdas8112 7 місяців тому +2

    ৰপম দা কথাবোৰ অতি গুৰুত্বপূৰ্ণ

  • @PinkuNeogAllAssamFamous
    @PinkuNeogAllAssamFamous 7 місяців тому +12

    সুন্দৰ ❤ guys দৰ্শকসকল মোৰ লগত friend হৈ লব ভাল লাগিব।

  • @user-cp8dl6jk1o
    @user-cp8dl6jk1o 7 місяців тому

    Apuni bahut hundor katha koise Rupam da

  • @bijubhagat3312
    @bijubhagat3312 7 місяців тому +1

    Good val kotha

  • @nayanbora2625
    @nayanbora2625 7 місяців тому

    Bor hundor Alusona hoishe

  • @rakhidehingia1075
    @rakhidehingia1075 7 місяців тому +1

    Driver hoi Jodiu eman dhunia kotha accident eta hua loge loge sob driver k bya buli kua hoi kintu ai dada jone prov kri dile j sob driver ekei nhoi 😊💓💓

  • @bubugogoi592
    @bubugogoi592 7 місяців тому

    Bohut Bohut duhnia n real fact Kohtaah koise,dada 🙏♥️ai,bahaal lagi👏👌👍.

  • @utpaldeuri4183
    @utpaldeuri4183 7 місяців тому +1

    Right

  • @laptuboy7557
    @laptuboy7557 7 місяців тому +2

    ভাল আলোচনা এনেকৈ যদি চৰকাৰে চালকৰ লগত আলোচনা কৰিবলৈ অনুৰোধ জনালোঁ

  • @exploretheunseen1.o722
    @exploretheunseen1.o722 7 місяців тому +2

    We all are support you dada..❤

  • @user-hs1fi1fw1m
    @user-hs1fi1fw1m 7 місяців тому

    Hoi Dada hosa kotha akdom right kotha

  • @BinuMoni-uw7ov
    @BinuMoni-uw7ov 7 місяців тому

    Iman dhunia kotha koise thanks

  • @BijoyHazarika-gx5iy
    @BijoyHazarika-gx5iy 7 місяців тому

    Right kotha koisey vall lagil

  • @Alongbar66
    @Alongbar66 7 місяців тому +1

    Atu sarkar sob falor pora poisa collection upai ulai axe… purona bike juntu besile 15-20k pabo hekn bike salaan 45k hoise… aya a poriboton… aru helmet nipindha 1000 fine luatke 500-700 hemet on spot dbo lagisil… juntu bese better hole hoi 1000 fine diyatkoi

  • @Heal501
    @Heal501 7 місяців тому

    Very true. Being n private driver we support u sir.

  • @apurbadutta4261
    @apurbadutta4261 7 місяців тому +1

    Bohut vl kotha koise

  • @bijuli628
    @bijuli628 7 місяців тому

    Rupom dadar kothabur bor val loga .Dadar drivingr bohut knowledge ase hei ami janu.thanks dada.

  • @monsingmaslai
    @monsingmaslai 7 місяців тому +1

    Bhut bhal kotha koie dada💪💪💪

  • @deetimonidas2780
    @deetimonidas2780 7 місяців тому

    Kothabilak bohut val lagil akha koru kothabur khokolue mani loy

  • @jesussong9328
    @jesussong9328 7 місяців тому +1

    Bhai thik koisa ❤❤

  • @David__235
    @David__235 7 місяців тому

    oti sundor bhaiso

  • @user-km6nx1rx1j
    @user-km6nx1rx1j 7 місяців тому +3

    Monor গতিত গাৰী নচলাব লক্ষ স্থান ঘৰহে মেডিকেল নহয় যন্ত্ৰ মানুহৰ বাবে ব্যৱহৃত মানুহ যন্ত্ৰ ৰ বাবে নহয়।
    মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰিলো।।
    ওম শান্তি,,,,,,,,,,,,,

  • @aoomusicofficial2124
    @aoomusicofficial2124 7 місяців тому +1

    Hokolu thaite ... speed detector logabo lage aru strictly active rakhibo lage TeTyaooo bhut accident kom hbo

  • @munmungogoi8152
    @munmungogoi8152 7 місяців тому

    Khub dhuniya kotha koise dai.. bohut important kotha.. hokolue gurutto di hunok..

  • @user-up8hl7ff9t
    @user-up8hl7ff9t 7 місяців тому

    Aoti Hundor , Dadaa namanibor ketiyao .

  • @EXPERTISE_FACTS
    @EXPERTISE_FACTS 7 місяців тому +1

    rati alop kom speed t solaba akol hodai truck r e vul nethake ultra bur bohut speed t solai. speed limit t solale accident holeo kom injury hoi .misa kotha koi ki lav nai 60 -70 t rati gari nosole apunio nosolai sob 100 plus t thake aru hit and run t aku nai vale e hoise .alp blg countryt goi suwa ki rule ase same hit and run e ase tat .aru law tu akol driver r karone nohoi kunubai gono prohar kore haiholor r uprt o same law ase .mod khabo dise but gari solai hoi bupai

  • @debojithandique5555
    @debojithandique5555 7 місяців тому

    Vl lagil apunr kotha khar

  • @sagarhandique27
    @sagarhandique27 7 місяців тому

    Bhal kotha koise❤

  • @assamesegaming1121
    @assamesegaming1121 7 місяців тому

    Bohut val kotha koise apuni

  • @pratimarabha-qn9eu
    @pratimarabha-qn9eu 7 місяців тому +2

    Verry nice

  • @BulBasumatary-wh2ci
    @BulBasumatary-wh2ci 7 місяців тому +1

    Best ustad

  • @mahendalimbu2132
    @mahendalimbu2132 7 місяців тому +1

    Right kotha koise aapuni

  • @jayantasen6128
    @jayantasen6128 7 місяців тому

    Bahut bhal kotha koise dada joneh

  • @Akuniverse-w5h
    @Akuniverse-w5h 7 місяців тому +1

    Moja aine ❤❤❤

  • @assameseyogafromsimanta8088
    @assameseyogafromsimanta8088 7 місяців тому

    Sundar kotha 👍

  • @pranjalsaikia4440
    @pranjalsaikia4440 7 місяців тому

    Nice advice dada

  • @mridulsaikia6156
    @mridulsaikia6156 7 місяців тому

    Khub xundar kotha koisa Dosti.