হিজৰাসকল ল'ৰাৰ প্ৰতি নে ছোৱালীৰ প্ৰতি আকৰ্ষিত হয়? আৰু নজনা বহুতো কথা।

Поділитися
Вставка

КОМЕНТАРІ • 3,3 тис.

  • @bornalidihingia2169
    @bornalidihingia2169 3 місяці тому +98

    হিমাশ্ৰী তোমাৰ এই সাক্ষাৎকাৰটো বহুত বেছি ভাল লাগিল। কিন্নৰসকলৰ প্ৰতি মোৰ বহুত সন্মান আছে আৰু ভাল পাঁও তেঁওলোকক। বাইদেউদুগৰাকীলৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালো।

  • @user-ro7yz1wm6r
    @user-ro7yz1wm6r 3 місяці тому +209

    কিন্নৰ বাইদেউ দুয়োজনীলৈ সেৱা জনালো, আমাক যেন আশীৰ্বাদ দিয়ে।🙏🙏🙏

  • @Arun_wie
    @Arun_wie 3 місяці тому +26

    আজিহে গম পালো কিন্নৰ ইমান সংস্কাৰী ।।শিৱ পাৰ্বতীয়ে আপোনালোকক সদায়ে কুশলে ৰাখকক🙏🙏 n ধন্যবাদ হিমাশ্ৰী বা

  • @aradhanasarmah4487
    @aradhanasarmah4487 3 місяці тому +24

    আজিৰ এই অনুষ্ঠানতো চাই প্ৰকৃত হিজৰা সকলৰ প্ৰতি মোৰ মনত সন্মান বাহি গৈছে ৷ জীৱন যুঁজত আগবাঢ়িবৰ বাবে ইমান কষ্ট কৰিব লাগে বুলি ভবাই নাছিলো ৷ দুয়োগৰাকীৰে কথাবোৰ শুনি বহুত ভাল লাগিছে ৷ নিতু নামৰ গৰাকীয়ে ইমান সুন্দৰকৈ কথাবোৰ কলে, তেখেতৰ সংস্কাৰী মনৰে প্ৰকাশ পোৱা কথাবোৰে মন চুই গৈছে ৷ এবাৰ লগ পাবলৈহে মন গৈছে ৷দুয়োগৰাকীলৈ মৰম শ্ৰদ্ধা যাচিলোঁ ৷ তেওঁলোকক ভগৱানে কুশলে ৰাখক ৷

  • @bandanadeka4898
    @bandanadeka4898 3 місяці тому +217

    এখেত সকলৰ বিষয়ে জানিবলে চেষ্টা কৰি আছো। বাইদেউ দুগৰাকী কথাই হৃদয় চুই গ'ল। দুগুণ শ্ৰদ্ধা বাঢ়িল। সেৱা যাচিলোঁ 🙏🏿🙏🏿🙏🏿

  • @SPORTSZONE-kj6go
    @SPORTSZONE-kj6go 3 місяці тому +519

    তেওঁ লোকক ঈশ্বৰে মঙ্গল কৰক।ইমান সংস্কাৰী বুলি আজিহে গম পালো।

  • @dipabora8037
    @dipabora8037 Місяць тому +8

    হিমাশ্ৰী তুমি interview টো ইমান ধুনীয়া কৈ লৈছা বহুত ভাল লাগিল আৰু তেওঁ লোকৰ বিষয়ে জানিব পাৰি ভাল লাগিল। আমি তেওঁলোকক সন্মান কৰিব লাগে। তেওঁ লোকক আমি হেয় কৰিব নেলাগে।🙏🙏❤️❤️

  • @NilkamalRabha
    @NilkamalRabha 6 днів тому +2

    ভদ্ৰতা দেখি বৰ মৰম লাগি গৈছে। অভদ্ৰমী ব্যৱহাৰ পালে অৱশ্যে বেয়া লাগে। এওঁলোকৰ বিশ্লেষণ মই আপ্লুত 🙏🙏🙏

  • @prasantadas5120
    @prasantadas5120 3 місяці тому +147

    বাইদেউ দুই গৰাকীলৈ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিলো।।। স্পষ্টবাদি , সংগ্ৰামী , জ্ঞানী‌🙏

  • @anantaswargiary5754
    @anantaswargiary5754 3 місяці тому +321

    আজিৰ পৰা তেওঁলোকক অসমত সন্মান কৰিব। এই অনুষ্ঠান যি সকলে চাইছে। মোৰ ফালৰ বহুত বহুত ধন্যবাদ বাইদেউ।

  • @ridipbaruah8678
    @ridipbaruah8678 2 місяці тому +5

    এইয়াও এক জীৱন । জীৱনটো নিজৰ তাক সজাব পৰাটো আচল কথা । তেওঁলোকে নিজৰ জীৱনটোক সজাব পাৰিছে। বৰ ভাল লাগিল অনুষ্ঠানটো । দুয়োগৰাকী বৰ স্পষ্ট বাদী ,কথাবোৰ সুন্দৰ , তেওঁলোকৰ ব্যক্তিত্বত প্ৰমাণ হয় সঁচাকৈ তেওঁলোক সংস্কাৰী। তেওঁলোকে আনক আশীৰ্বাদ দিয়ে , কেতিয়াও নিজৰ বাবে একো নিবিচাৰে। নেদেখা জনে সদায় তেওঁলোকক আশীৰ্বাদ দিয়ক ।

  • @NorenLama
    @NorenLama 3 місяці тому +8

    বহুত কথাই বুজিব পৰা গল ।আগলৈও আৰু বহুত কথাই বুজিব লৈ আশা থাকিল ।অনুস্থান টো বৰ ভাল লাগিল শেষত তিনিও গৰকীকে ধন্যবাদ।

  • @nijorapatangia7797
    @nijorapatangia7797 3 місяці тому +86

    বহুত ভাল লাগিল অনুষ্ঠানটো চায় । এই লোকসকলক সকলোৱে সন্মান দিব লাগে । সসন্মানে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰো আছে ।

  • @dipalimazumdar3607
    @dipalimazumdar3607 3 місяці тому +577

    ভগৱানে কাকো তেনেকৈ জন্ম নিদিয়ক। মই হিজৰাক বহুত সন্মান কৰো। যতেই লগ পাও তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ।

  • @realhero5657
    @realhero5657 3 місяці тому +9

    এইটো video য়ে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনিছে । ধন্যবাদ থাকিল ।

  • @joyrambaruah8067
    @joyrambaruah8067 Місяць тому +3

    বহুত ভাল লাগিল। নজনা কথা বহুত জানিলো। এখেতসকল বহুত সংস্কাৰী। আমি সকলোৱে সন্মান দিয়াতো উচিত বুলি ভাবো। সসন্মানে জীয়াই থকাতো এওলোকৰো অধীকাৰ আছে।

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b 3 місяці тому +421

    "হিজৰা "বুলি সম্বোধন কৰিলে অকণমান বেয়া শুনি। এওঁলোক হ'ল তৃতীয় লিংগৰ ব্যক্তি। পৌৰাণিক ধৰ্ম গ্ৰন্থ সমুহত এওঁলোকৰ স্থান আছে। এওঁলোকৰ কথা হৃদয়ৰ পৰা ভালকৈ অনুভৱ কৰিলে বৰ দুখ লাগে। তথাপিও ধুনীয়াকৈ সাজি কাচি জীৱনৰ প্ৰতিটো ক্ষণ পল সুন্দৰকৈ উপভোগ কৰিছে। কিন্তু ভিতৰত কি আছে কোনেও নাজানে। এওঁলোকৰ সন্মান কৰা উচিত। ভাল লাগিল অনুষ্ঠানটো, ধন্যবাদ।

    • @RupsD319
      @RupsD319 3 місяці тому +12

      Yes, Hijira buli kole olp hunat kiba eta bea jen pai. Third gender buli kole hoi.

    • @MANASH4590
      @MANASH4590 3 місяці тому +7

      Hoi Ardhanari

    • @harakantaborah6818
      @harakantaborah6818 3 місяці тому +18

      হিজৰা শব্দটোৰ অৰ্থ বেয়া নহয়,,,, শিৱ আৰু পাৰ্বতীৰ দ্বী ৰূপটোক কোৱা হয়

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 3 місяці тому +10

      মই বেয়া শব্দ বুলি উল্লেখ কৰা নাই কেৱল কৈছোঁ যে এই শব্দটো কলে বেয়া শুনি কিন্তু একে অৰ্থ যদিও কিন্নৰ বুলি উল্লেখ কৰিলে ভাল লাগে। এওঁলোকৰ সম্পৰ্কে মোৰ জ্ঞান আছে কিয়নো সমাজৰ প্ৰতিটো বিষয়ত নজনাটো জানিবলৈ বৰ আগ্ৰহী মই।

    • @user-uq1eo1kt9b
      @user-uq1eo1kt9b 3 місяці тому

      বিশেষকৈ এই শব্দটো শুনিবলৈ এই কাৰণেই বেয়া লাগিছে যে সমাজৰ এক শ্ৰেণীৰ লোকে নজনাকৈ কাৰোবাক বেয়া লাগিলে গালি দিয়া শুনিবলৈ পাওঁ "হিজৰা" বুলি। কিছুমান দুৰ্বল পুৰুষক আঘাত হানিবলৈ ও এই শব্দটো ব্যৱহাৰ কৰে।

  • @riyasarma6112
    @riyasarma6112 3 місяці тому +53

    কথা বোৰ শুনি মন চুই গ'ল । অতি সুন্দৰ ভজন । বাইদেউ দুয়োজনীলৈ সেৱা জনালো । তেওঁলোকৰ ঈশ্বৰৰ আশীৰ্বাদত মংগল হোৱাৰ বাবে প্ৰাৰ্থনা জনালোঁ।

  • @chimpisaikia958
    @chimpisaikia958 2 місяці тому +6

    দুয়ো গৰাকী লৈকে বহুত বহুত প্ৰণাম।

  • @Sun-lw6wf
    @Sun-lw6wf 8 днів тому +1

    Nitu baar kotha khini bor vaal lagil, ভগৱানে ভালে ৰাখক

  • @BiruRabha-qj7pm
    @BiruRabha-qj7pm 3 місяці тому +28

    এওঁলোকৰ মাজটো ইমান সুন্দৰ মনৰ মানুহ আৰু ভদ্ৰ লোক আছে আজিহে বুজি পালো । ঈশ্বৰে এওঁলোকক আশীৰ্বাদ কৰক

  • @malobikabora7814
    @malobikabora7814 3 місяці тому +117

    হিমাশ্ৰী বৰ সুন্দৰ সাক্ষাৎকাৰ এটা চালোঁ।ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ।সঁচা কথা ক'বলৈ গ'লে সৎ আৰু সংস্কাৰী তেওঁলোক।বৰ ভাল লাগিল তেওঁলোকৰ কথাখিনি।

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c 3 місяці тому +3

    দুয়োগৰাকী কিন্নৰলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল হিমাশ্ৰী য়ে ইমান ধুনীয়া এটা অনুষ্ঠান আগবঢ়ালে বহুত ভাল পালো লগতে নজনা কথা কিছুমান জানিলো কিন্নৰ সকলৰ জীৱনতো যে বহুত বেদনা লুকাই আছে জানি বৰ দুখ পালো 😢😢

  • @LuhitChetia-dy7pl
    @LuhitChetia-dy7pl 3 місяці тому +8

    খুব সুন্দৰ অনুষ্ঠান। সঁচাকৈ বৰ ভাল লাগিল।

  • @pilygoswami9414
    @pilygoswami9414 3 місяці тому +127

    ভগৱান আপোনালোকৰ প্ৰতি সদয় হওক ।দুয়োগৰাকীয়ে কথোপ কথন অতি সুন্দৰ ।ভগৱানক এটাই প্ৰাৰ্থনা অহা জনমত যাতে আপোনালোকৰ জীৱন অতি সুন্দৰ হয় ।❤❤❤❤❤

  • @bdrocks8035
    @bdrocks8035 3 місяці тому +116

    অৰ্ধনৰেশ্বৰ!শিৱ-পাৱৰ্তীৰ ৰূপান্তৰ! অতি সাৱলীলভাৱে কথাবোৰ কৈ যোৱা দেখি ভাল লাগিল।তাতোকৈয়ো ভাল লাগিল ইমান সংস্কাৰী,জীৱনৰ দৰ্শন,মানৱীয় প্ৰমূল্যবোধ আৰু ঈশ্বৰৰ মাৰ্গ দৰ্শন।অসমতো যে ইমান সংস্কাৰী তথা "ঘাৰানা"(সমূহীয়াভাৱে 'কিন্নৰ' থকা স্থান বা একপ্ৰকাৰ বিদ্যালয়)ত থকা তৃতীয় লিংগৰ মনোগ্ৰাহী দৰ্শন থকা তত্ববোৰে জীৱনক আকৌ এবাৰ বুজি চাবলৈকে যেন সুযোগ দিলে।ধন্যবাদ হিমাশ্ৰী,এনে এক ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে🙏

    • @harakumardas7646
      @harakumardas7646 3 місяці тому +3

      Bahut bhal lagil,najana katha janilo,bhagabane mangal karak

    • @ramenbaishya5919
      @ramenbaishya5919 3 місяці тому +1

      Dukh Buji nepai aamar saba khadharan raije

    • @sannatmazumdar7861
      @sannatmazumdar7861 3 місяці тому

      Bhaut bhal lagil bido najana katha janilo manhor bhol atorb teolokor pati

    • @BNC_boy
      @BNC_boy 3 місяці тому

      Bahut bhal lagil.

  • @rajurajrahman2730
    @rajurajrahman2730 3 місяці тому +5

    ভাল লাগিল এওলোক ভগবানৰ এটা অংশ বুলি কলেও ভূল নহয়

  • @himashridekahimashreedeka8596
    @himashridekahimashreedeka8596 3 місяці тому +1

    ইমান ধুনীয়া কথা কৈছে। ইমান সংস্কাৰি কথাবোৰ ইমান ভাল লগাকৈ কৈ। ভগৱানে তেওঁলোকক মংগল কৰক 😊❤

  • @dollygoswami5080
    @dollygoswami5080 3 місяці тому +80

    দোয়ো গৰাকী কিন্নৰলৈ শ্ৰদ্ধা নিবেদিছো,আপোনালোক সদায় সুখত থাকক , ভালেই থাকক, ঈশ্বৰে কুশলে ৰাখক ।

  • @user-xq8ob6ee1y
    @user-xq8ob6ee1y 3 місяці тому +71

    জয় শিৱ চন্ডী
    বাইদেউ দুগৰাকী কথাবোৰ শুনি দুখ লগা জিৱন।❤❤❤❤❤

  • @kalpatoru-bepossitive7997
    @kalpatoru-bepossitive7997 3 місяці тому +1

    তেওঁলোকৰ মনৰ কথাবোৰ জানি সচাঁকৈ বৰ আচৰিত হ’লো।ভগৱানৰ যে কি আচৰিত সৃষ্টি।তেওঁলোকো মানুহ।তেওঁলোককো সন্মানসহকাৰে জীয়াই থাকিবলৈ দিয়ক।এইয়ৈই মানৱতা

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 3 місяці тому

    ইমান সুন্দৰকৈ কথা বোৰ কৈছে বাইদেউ গৰাকী য়ে। অতি দৰকাৰী আৰু সুন্দৰ সাক্ষাৎ কাৰ। বহু ত ভাল লাগিল। আমাৰ কনমানি হীমা মাজনীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ সাক্ষাৎ কাৰ ৰ বাবে।

  • @sandhyadevi9094
    @sandhyadevi9094 3 місяці тому +95

    প্ৰধান বক্তা গৰাকীৰ কথা শুনি তেওঁলোকৰোযে সংস্কাৰ আছে বুজি পালো আৰু ভাল পালো ৷আপোনাক ধন্যবাদ ৷

  • @Anikha133
    @Anikha133 3 місяці тому +47

    কথাবোৰ বহুত ভাল লাগিছে।আৰ্শীবাদ কৰিব যাতে সদাই ভালে থাকো শিৱ-পাৰ্বতী যুক্ত শক্তিধাৰী।ইমান সুন্দৰকৈ কথাবোৰ কয়।শব্দ সম্ভাৰো অপাৰ।তেওঁলোকৰ প্ৰতি থকা সকলো বেয়া ভাৱ আজি আঁতৰি গ'ল।

    • @korobiskitchenvlogs8029
      @korobiskitchenvlogs8029 3 місяці тому

      হয় ঠিকেই কৈছে।

    • @kamalchandradeka9353
      @kamalchandradeka9353 3 місяці тому

      মোৰো মনোভাৱ শুদ্ধ হ'ল। ইমান সংস্কাৰী বুলি ভবাই নাছিলো।

  • @LijaPatowary
    @LijaPatowary 3 місяці тому +1

    বহুত বেছি ভাল লাগে তেওঁলোকৰ প্ৰতি বহুত শ্ৰদ্ধা কৰো আৰু সদায় কৰি থাকিম । তেওঁলোকৰ বিষয়ে বহুত কথাই জানিলো । বহুত আগৰ পৰা ইচ্ছা আছিল তেওঁলোকৰ বিষয়ে জানিব । বহুত বহুত ধন্যবাদ হিমাশ্ৰী বা তোমাৰ এই মূল্যবান ৪৮:০১ মিনিট সময়ে বহুত কথা শিকালে। সকলো অৰ্ধ নাৰী ক ভগবানে কুশলে ৰাখক তাৰে কামনা কৰিলো।😊💗

  • @user-bh9hh1wq7c
    @user-bh9hh1wq7c 3 місяці тому +3

    It is a heart rending interview which has given me a clear insight into their unique life, their feelings, philosophy and of course their tough yet courageous set of mind. Now I feel so intensely for them. The interview has roused love and respect in me for them. Thanks a lot.

  • @anjugogoi6536
    @anjugogoi6536 3 місяці тому +63

    ভগৱানে এওলোকক ভালে ' কুশলে ৰাখক " আৰু সকলো ৰাইজকে অনুৰুধ কৰিছো ' পাৰিলে সহায় কৰিব ' নোৱাৰিলে এওলোকক নাহাহিব বা বেয়াকৈ নকব ।🙏🙏🙏

  • @pratibhabaruah7780
    @pratibhabaruah7780 3 місяці тому +108

    বৰ ভাল লাগিল।গুৰু‌ গৰাকীক বৰ ভাল লাগিল,ভগৱানৰ প্ৰতি বিশ্বাস থকা বাবে।

  • @khadasabegum4877
    @khadasabegum4877 Місяць тому +1

    বহুত ভাল লাগিল ভগৱানে তেওঁলোকক সুখৰে ৰাখক আশীৰ্বাদ থাকিল

  • @BichitraDas-kh9zn
    @BichitraDas-kh9zn 3 місяці тому +2

    আপোনালকৰ কথাখিনি বহুত ভাল লাগিল, আৰু আপোনালোকক হিজৰা বুলি কব নোৱাৰি , লগতে হিমাশ্ৰী বাইদেউ অনুষ্ঠান চাই বহুত ভাল লাগিছে

  • @neherupegu1842
    @neherupegu1842 3 місяці тому +26

    অতি গভীৰ আৰু সুন্দৰ কথোপকথন গুৰু গৰাকীৰ॥ বহু নজনা দিশ মুকলিকৈ কৈ জ্ঞান দিলে আমাক। ধন্যবাদ।

  • @lakhimi789
    @lakhimi789 3 місяці тому +38

    চকুপানী ৰাখিব নোৱাৰিলো😢, আপোনালোকক ভগৱানে কুশলে ৰাখক । মনুষ্য জন্ম লৈ আপোনালোকেও ভাল কাম কৰি দেখুৱাই যাওক যে তৃতীয় লিংগৰ মানুহেও সমাজৰ আদৰ্শ হ'ব পাৰে ।

  • @nirajkumardas9931
    @nirajkumardas9931 3 місяці тому +2

    বৰ ভদ্ৰ আৰু জ্ঞানী তেওলোক ভাল লাগিল । আগতে আমি তেখেতসকলৰ পৰা আঁতৰত আছিলো । এতিয়া তোমাৰ ভিডিওবোৰ চাই তেওঁলোকৰ লগত কথা পাতিবৰ মন যায় । এতিয়া তেওঁলোকক দেখিলে উচৰ চাপি কথা পাতিব চেষ্টা কৰিম❤❤❤

  • @payalbhuyan9409
    @payalbhuyan9409 3 місяці тому +1

    Both of them are so sweet n the pain they went through its not measurable... lots of respect

  • @lakhi1269
    @lakhi1269 3 місяці тому +28

    তেওঁলোকৰ জীৱনৰ কথাখিনি শুনি সচাই ভাল লাগিল। দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ কথাখিনি কলে।মাৰ্জিত ভাষাৰে শুদ্ধকৈ কথাখিনি কলে। হিমাশ্ৰী ৰ প্ৰশ্নখিনিও ভাল লাগিল।

  • @user-tu2sw4ob5h
    @user-tu2sw4ob5h 3 місяці тому +24

    কথাখিনি ইমান সাৱলিল ভাৱে কৈছে শুনি সঁচাই আপ্লুত হলো। দুয়োকে আগতিয়াকৈ বিহুৰ শুভেচ্ছা জনালো লগতে মহাৰাষ্ট্ৰৰ পৰা মৰম যাচিলো❤️❤️❤️

  • @AbojitBorah
    @AbojitBorah 3 місяці тому +2

    বহুত বেছি ভাল লাগিল সঁচাকৈ মন টো চুই গল তেওঁলোকৰ কথাত ❤

  • @pranjalboruah90614
    @pranjalboruah90614 3 місяці тому

    সকলোবোৰ ইমান সুন্দৰ কৈ আশীৰ্বাদৰ কৰিছে,কমেনবোৰ পঢ়ি দুখ লাগি গ'ল, সঁচা কৈ আজিহে গম পালোঁ, বহুত বহুত শুভেচ্ছা থাকিল এনেকুৱা নজনা কথা জনোৱা কাৰণে

  • @madhabasvlog3041
    @madhabasvlog3041 3 місяці тому +34

    বাইদেউজনী বহুত জ্ঞানী । ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিছে । A lot of respect to her🙏❤️ । আমি সকলোৱে ইহঁতক ভাল দৃষ্টিৰে চাব লাগে ।

  • @bhubonbijoysinha1949
    @bhubonbijoysinha1949 3 місяці тому +54

    ইমান সুন্দৰকৈ কথাবোৰ কৈছে sister-জনীয়ে। অত্যন্ত অমায়িক, ভদ্ৰ ও cultured. তেওঁ‌লোকৰ সুস্বাস্থ, নিৰাপত্তা, আত্মসন্মান, দীৰ্ঘায়ু ও অলেখ অলেখ শুভকামনাৰ্থে-- "God bless them." 🙏

  • @mukutpathak8414
    @mukutpathak8414 3 місяці тому +2

    ইমান সুন্দৰ কথা বতৰা বোৰ বহুত ভাল লাগিছে। ❤❤

  • @AKTARALIAHMED-pt7pr
    @AKTARALIAHMED-pt7pr 2 місяці тому +1

    A very beautiful conversation,thank you Himasri for giving the information about them

  • @user-cx5ie4bh2l
    @user-cx5ie4bh2l 3 місяці тому +18

    কথাবোৰ ইমান ধুনীয়াকে কৈছে ভাল লাগিল দুয়োগৰাকী বাইদেউ ভগৱানে ভালে ৰাখক ❤

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x 3 місяці тому +112

    তৃতীয় লিংগ বুলি কোনো কথা নাই তেওঁ লোকো ঈশ্বৰৰ বৰদান তেওঁ লোকৰো মন মগজু আছে সেয়ে সকলোৱে সন্মান কৰিব লাগে

  • @chimpineog6730
    @chimpineog6730 3 місяці тому +23

    1m views 😊 val lagile

    • @netrajyoti
      @netrajyoti 2 дні тому

      ballor ni hijra nikhiddho koribo lge

  • @KabitaDeka-gh6wj
    @KabitaDeka-gh6wj 2 місяці тому +1

    সঁচাকৈয়ে আপোনালোকৰ কথা বতৰা খিনি শুনি বহুত ভাল লাগিল ❤❤❤

  • @sabitrisvlog721
    @sabitrisvlog721 3 місяці тому +14

    গাড়ীত পোৱা কৃন্ন , আৰু এওঁলোকৰ মাজত বহুত প্ৰাঠ্যক ।
    অতি ভদ্ৰ,নম্ৰ, ব্যৱহাৰ। এই পৃথিৱীত সকলো ভগৱানৰে সন্তান। তেওঁলোকৰ ঈশ্বৰে মঙ্গল কৰক 🙏🙏🙏❤️❤️❤️। ভিডিঅ'টো চাই ভাল লাগিছে 👍👍👍❤️❤️❤️

  • @PrativaRaniDas-my2uy
    @PrativaRaniDas-my2uy 3 місяці тому +17

    ভগৱানে তেওঁ লোকক‌ ভালে‌ ৰাখক। ইমন নীতি বাচক‌ কথা বুলি ‌‌ভাল লাগিল

  • @kamalchandradeka9353
    @kamalchandradeka9353 3 місяці тому +4

    কথাখিনি বহুতো ভাল লাগিল।মন ভৰি গ'ল। সঁচাকৈ এই অনুষ্ঠান চোৱা সকলোৰে চাগৈ ভূল ভাগিল।আপোনালোক কুশলে থাকক।

  • @user-kv7kw3mb8y
    @user-kv7kw3mb8y Місяць тому +2

    Bhut dhunia video ata salo bhut val lgil..teolokar proti bhut xnman ahi gol..vgabane vale rakhok teolokok

  • @user-vq7oh1cl9j
    @user-vq7oh1cl9j 3 місяці тому +74

    ইমান ভদ্ৰ ভাৱে ক'লে কথা খিনি শুনি বহুত ভাল লাগিল❤❤

  • @sudiptanayandas8324
    @sudiptanayandas8324 3 місяці тому +91

    ভগৱানৰ সৃষ্টিক আমি কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ। ভালে থাকক সকলো তৃতীয় লিংগৰ মানুহ।

  • @eshandutta7126
    @eshandutta7126 Місяць тому

    দুইগৰাকী লৈ মৰম থাকিল নিতু বা বহুত জ্ঞানী হয় ইমান সুন্দৰ সুন্দৰ কথা কৈছে গহিন গম্ভিৰ ভাল লাগিল 🙏

  • @user-oz2oz1cp3i
    @user-oz2oz1cp3i 2 місяці тому

    বহুত ভাল লাগিছে কথাবোৰ।।। ভগৱান মঙ্গল কৰক তেখেতসখলক।।। ধন্যবাদ ❤❤❤❤

  • @anuradhabharali
    @anuradhabharali 3 місяці тому +55

    আচলতে এনেকুৱা অনুষ্ঠানহে ৰাইজৰ মাজলৈ আগবঢ়ায় দিব লাগে ।বৰ ভাল লাগিল অনুষ্ঠানটো ।ইমান ধুনীয়াকৈ কথাখিনি কৈছে ।তেওঁলোক সদায়ে ভালে থাকক ❤❤❤❤❤❤❤❤

  • @PrasantaHazarika-zm4vb
    @PrasantaHazarika-zm4vb 3 місяці тому +51

    এটা অজ্ঞাত জীৱন। দেখা নেদেখা, সুখ দুখৰ, হাঁহি কান্দোনেৰে পাৰ কৰি অহা দিন বোৰৰ মধুৰ বৰ্ণনা ৰে দুগৰাকী কিন্নৰৰ জীৱন গাথা পৰিবেশন কৰা অনুষ্ঠান টি খুউব ভাল লাগিল। কিছু নজনা কথা জানিব পাৰি ভাল লাগিল। তিনিয়ো গৰাকী লৈকে বহুত বহুত ধন্যবাদ জনালোঁ।

    • @PhuloniBagisa
      @PhuloniBagisa 3 місяці тому +2

      বহুত নজনা কথা জানিব পাৰিলো। তেখেতসকলৰ দুখৰ সৈতে একাত্ম হ'লো। সকলো ঈশ্বৰৰ দান। তেওঁলোকৰ মনবোৰ ইমান বহল। সাধাৰণ মানুহৰ বাবে তেওঁলোকে পূজা পাঠ কৰে। কিমান যে ভাল লগা কথা। তেওঁলোকো আবেগ অনুভূতিৰে পৰিপুষ্ট মানুহ। সাধাৰণ মানুহখিনিয়ে তেওঁলোকক কষ্ট দিব নাপায়।

    • @jugeswarsaikia7885
      @jugeswarsaikia7885 3 місяці тому

      ​@@PhuloniBagisaàa⅗

  • @anjanasaikia9609
    @anjanasaikia9609 3 місяці тому +1

    এনে ধৰণৰ কথা বিলাক জনাতো বহুত দৰকাৰ । বা তোমাৰ কাৰণে জানিব পালিলো । ধন্যবাদ বা 💗💗 সঁচাকৈ জীয়াই থকাটো ইমান সহজ ন হ য়।

  • @himadriborah9198
    @himadriborah9198 2 місяці тому

    বাইদেউ সকলক ভাল লাগিল। ইমান সুন্দৰকৈ কথাবিলাক কৈছে। ভগৱানে মংগল কৰক। 🙏❤🙏

  • @korobiskitchenvlogs8029
    @korobiskitchenvlogs8029 3 місяці тому +27

    বাইদেউ দুগৰাকীৰ কথাই আজি অন্তৰ স্পৰ্শ কৰি গল। ভগৱানে মঙ্গল কৰক আপোনালোকক। ইমান ভদ্ৰ ইমান মৰমিয়াল প্ৰকৃতিৰ আজি গম পালো, সঁচাকৈ অৰ্ধনৰেশ্বৰ তেওঁলোক 🙏🙏

  • @rameswardeka123
    @rameswardeka123 3 місяці тому +26

    হিমা...... তোমাৰ আজিৰ হিজৰা অনুষ্ঠানটোৱে বহুত নজনা কথাৰ সম্ভেদ দিলে, হিজৰাকেইগৰাকীৰ মনৱতা,মহানুভাৱতা, ঈশ্বৰানুভূতি তথা বহুতো যৌৱনৰ আবেগ আৰু জীৱন-সংগামৰ সম্ভেদ পালোঁ ।তাৰ বাবে তোমাক ধন্যবাদ লগতে দুয়ো গৰাকী হিজৰা তথা সকলো হিজৰাৰে শুভ কামনাৰে ...Thanks

  • @rahmataliahmed8100
    @rahmataliahmed8100 Місяць тому

    হিমাশৰী তোমাৰ সাক্ষাৎ কাৰটো বহুত ভাল লাগিছে হিজিৰা সকলৰ বিষয়ে বহুত কথা জানিব পাৰিলো । আকৌ এনেকুৱা সাক্ষাৎ কাৰ পামবুলি আশা ৰাখিলোঁ। ধন্যবাদ।

  • @dadulali2185
    @dadulali2185 Місяць тому

    বহুত সুন্দৰ লাগিল, তেওঁ লোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।সকলো ৰাইজে তেওঁ লোকক আমাৰ সমাজৰে এজন বা এগৰাকী বুলি ধৰি লব বুলি বিনম্ৰ আবেদন জনালোঁ।

  • @prahladsharma1506
    @prahladsharma1506 3 місяці тому +11

    কিছুমান নজনা কথা জানিলু। এই সাক্ষাৎকাৰটো সচাই ভাল লাগিল। ভন্তী দুগৰাকী সদাই সুখী থাকক আৰু আনন্দৰ জীৱন পাওঁক ইয়াকেই ভগনাৰ ওচৰত কামনা কৰিলো।❤❤

  • @alinapatgiri4441
    @alinapatgiri4441 3 місяці тому +129

    শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰি ❤❤❤❤😊😊😊

  • @user-qn9jo9we5o
    @user-qn9jo9we5o 3 місяці тому +1

    সুন্দৰ বাৰ্তা, ভগৱানে তেওঁলোকক মঙ্গলে ৰাখক

  • @user-vl4df3mq9n
    @user-vl4df3mq9n Місяць тому +1

    Eman val lagile video tu Sai. Baa 2 Joni eman decent, ki duniya k kotha koise

  • @rumimahanta1744
    @rumimahanta1744 3 місяці тому +40

    অতি সুন্দৰ ভজন। ভগৱানে কুশলে ৰাখিব

  • @user-vf7rb7ks9q
    @user-vf7rb7ks9q 3 місяці тому +19

    আপোনালোকৰ কথাখিনি শুনি বহুত ভাল লাগিল । জীৱনত এবাৰ হ'লেও লগ কৰিম ।

  • @abdulhaqueahmed9930
    @abdulhaqueahmed9930 2 місяці тому +1

    বৰ ভাল প্ৰোগ্ৰেম। ভাল লাগিল। বহুত নজনা কথা জানিলো। ধন্যবাদ।

  • @anjaligoswami6451
    @anjaligoswami6451 3 місяці тому

    বহুত ভাল লাগিছে, ইমান সুন্দৰকৈ কথাবোৰ কৈছে। বহুত জানিব পাৰিলো ভাল লাগিছে।

  • @NILAV329
    @NILAV329 3 місяці тому +27

    তেওঁলোকৰ প্ৰতি মোৰ যি ভূল ধাৰণা আছিল আজি সেয়া সকলো দূৰ হ'ল। সহজ-সৰল আৰু অমায়িক কথাবোৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিলে।

  • @poligogoi1997
    @poligogoi1997 3 місяці тому +13

    ভগৱানে আপোনাৰ লোকক সদায় ভালে ৰাখক God bless you❤❤❤❤

  • @ankitadeka-sb6xz
    @ankitadeka-sb6xz Місяць тому

    বৰ সংস্কাৰী কথা বোৰ যিমান ভাল লাগিল দুখ সিমানেই লাগিছে। ভগৱানে মংগল কৰক 🙏

  • @upamanath1431
    @upamanath1431 2 місяці тому +1

    Bhut val lagil anusthan to sai....teolokr monor kahini bor janibo sosai bhut mon jai.... agoloi aru akha thakil ....bhagowane teolok r mongol korok 🙏🙏🙏

  • @ParomitaKumar
    @ParomitaKumar 3 місяці тому +5

    ইমান সাৱলীলভাৱে কথাবোৰ উপস্থাপন কৰিছে এওঁলোকে সঁচাই মন ভৰি গল। বহুত নজনা কথা জানিব পৰিলোঁ। তথাকথিত ভদ্ৰ বহুত মানুহতকৈ এওঁলোকৰ চিন্তাধাৰা আৰু মানসিকতা বহুত ওপৰত। দুয়োগৰাকী বাইদেউলৈ অশেষ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিলোঁ। ভগৱানে এওঁলোকক সদায় কুশলে ৰাখক 🙏🙏 এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাক দেখুওৱাৰ বাবে হিমাশ্ৰী তোমালৈও ধন্যবাদ থাকিল।

  • @entertainment8350
    @entertainment8350 3 місяці тому +19

    আপোনালোকক সদায় যাতে ভগৱানে ভালে ৰাখে তাৰে কামনা কৰিলো 🙏আশীৰ্বাদ কৰিব দুই বা মোৰ মনৰ কামনা যাতে সদায় পূৰণ হ’য়😍🙏😢

  • @bijoyagogoi6248
    @bijoyagogoi6248 3 місяці тому +3

    সুন্দৰ আলোচনা ।তেখেত সকলৰ বিষয়ে জানি ভাল লাগিল। ভগৱানে তেখেত সকলক মঙ্গলে ৰাখক।

  • @hmn_br
    @hmn_br 3 місяці тому +2

    Bohot vl lagil ma htor kotha bur khuni 🙂❤️ bohot duniya koi buji palo❤

  • @user-mo5iw8cc8z
    @user-mo5iw8cc8z 3 місяці тому +155

    চকুপানী উলাই গ’ল অ’ ৷ কুশলে ৰাখক ঈশ্বৰে সকলোকে ৷

  • @anjuranjana3847
    @anjuranjana3847 3 місяці тому +22

    কথাবিলাক ইমান ধুনীয়াকৈ কৈছে শুনি বহত ভাল লাগিল কিন্তু সিহঁতৰ ৰুপ লৈ কিছুমানে অসৎ উদ্দেশ্যৰে মানুহক ঠগে আৰু দোষবোৰ সিহতে পায় সেইবাবে বহুত বেয়া লাগে ।❤

  • @pradeepdaimary2657
    @pradeepdaimary2657 3 місяці тому

    তোমাৰ এই অনুস্থানটি খুবেই ভাল লাগিল আৰু খুউব ভাল হৈছে। ইয়াৰ দ্বাৰা আমাৰ মাজত বা সমাজত থকা কিছুমান ভুল বুজাবুজিৰ কিছু পৰিমাণে হলেও দূৰ হৈছে বুলি মই ভাবিছোঁ। তেওঁলোকেও মানুহেই ন !!! একে ঈশ্বৰৰে সৃষ্টি। বৰং আমি তেওঁলোকৰ প্ৰতি বেছি সহানুভূতিশীল হবহে লাগে। মনোবল বঢ়াব লাগে। কাৰণ তেওঁলোক আমাতকৈ বহুত বেছি মনোকষ্টেৰে জীৱন নিৰ্বাহ কৰে। এই অনুষ্ঠানৰ কাৰণে হিমাশ্ৰী তোমালৈ বহুত বহুত ধন্যবাদ যাচিলোঁ।

  • @artyboy969
    @artyboy969 3 місяці тому +2

    শ্রীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ হে বাসুদেৱাই

  • @santanachetia3556
    @santanachetia3556 3 місяці тому +41

    কথা বোৰ ইমান ধুনীয়াকৈ কৈছে

  • @dilipkumarbharali2843
    @dilipkumarbharali2843 3 місяці тому +24

    প্ৰথম বাৰৰ বাবে এনে এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ । কৈ ভাষাৰে বুজাব নোৱাৰো । তিনিও গৰাকীলৈ শ্ৰদ্ধা জনালোঁ

  • @milankalita1517
    @milankalita1517 3 місяці тому

    বহুত ভাল লাগিল। আগলৈকো এনেদৰে তেওঁ লোকৰ মাজত এজন নিজৰ মানুহৰ ভাৱ উদয় হওঁক।

  • @anjuboro6969
    @anjuboro6969 3 місяці тому +3

    val lagil kotha bur khuni apunalukr❤😊moy agte bhoy krisilu kio ba bhoy krixilu njnu aru ki2 Shakti serial tu say ajikali bhoy nuhuwa hy gyse..
    moy beya napaw apunalukk …
    Jai Shree Ram 🚩🚩🚩
    Love from Guwahati Assam ❤

  • @priyampoppyvlogs2497
    @priyampoppyvlogs2497 3 місяці тому +7

    তেওঁ লোকৰ কথা বিলাক শুনি ইমান ভাল লাগিল। সঁচাকৈ বহুত নম্ৰ ভদ্ৰ দুয়ো জনি❤❤❤❤❤❤। Love form লখিমপুৰ

  • @chitrabatihazarika8907
    @chitrabatihazarika8907 3 місяці тому +5

    কি সুন্দৰ কথোপকথন ,শুনি
    বৰ ভাল লাগিল ।হিমাশ্ৰী তথা
    তেখেত সকললৈ অশেষ ধন্যবাদ ।

  • @elabora518
    @elabora518 2 місяці тому

    অনুষ্ঠানটো বৰ ভাল লাগিল, নজনা কথাবোৰ জানিলো। দুয়োগৰাকীয়ে বৰ ধুনীয়াকৈ কথাবোৰ কৈছে ।

  • @digantasarmah6748
    @digantasarmah6748 26 днів тому

    দুয়োজনী বাইদেউলৈ নমস্কাৰ জনালো 🙏 ইমান সৰলতাৰে কথাখিনি কলে ভাল লাগিল । কিন্তু কিছুমান কিন্নৰে পদপথত উদ্ভন্দালি কৰি মানুহক বাৰুকৈ আমনি কৰে । তেতিয়া তেওঁলোকৰ প্ৰতি মানুহৰ বেয়া মনোভাৱ জাগে ।