মহানগৰীৰ হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ।পুত্ৰৰ কূকৃতি ঢাকিবৰ বাবেই হত্যা কৰিছিল নেকি মালিকক! ৰহস্য

Поділитися
Вставка
  • Опубліковано 21 сер 2024
  • Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

КОМЕНТАРІ • 35

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому +15

    ঘৰৰ মালিক বেয়া যদি ঘৰ কিয় সলনি নকৰিলে????????

  • @runamonidas2511
    @runamonidas2511 2 роки тому +22

    মালিক বেয়া যদি ঘৰ change কৰিব লাগিছিল, দোষী য়ে কথোৰ শাস্তি পাব লাগে

  • @coloursoflife625
    @coloursoflife625 2 роки тому +19

    হয় মানুহজন নিদোষী আছিল

  • @suravispakghor4443
    @suravispakghor4443 2 роки тому +8

    এই কথাষাৰেই ১০০ শতাংশয়ে সচা । তিনিদিন আগৰ ঘটনাৰ বাবেই এই পাষন্দটোয়ে এই হত্যা কাণ্ডটো কৰিলে।

  • @kabirajsanatani3186
    @kabirajsanatani3186 2 роки тому +4

    ধৰনীধৰৰ এয়া পৰিকল্পনত হত্যা কাণ্ড ।ইয়াৰ ভাষ্যত আৰু শৰীৰত অকনমানো হত্যাকাৰীৰ body language দেখা পোৱা নাযায় । ইয়ে বুজাই যে হত্যাৰ ৰহস্য কিবা বেলেগ । কোনো অন্য লোকে হত্যা কৰাটোৱেই সচা হবই । যি মানুহে হত্যাৰ দৰে জঘণ্য কাম কৰে তাৰ ভাষা এয়া হবই নোৱাৰে । সব খিনি শৰীৰত ফুটি উঠিব । পলাবৰ চেষ্টা কৰিব । পুলিচৰ জেৰাত ওলাব আৰু সোনকালে ওলাক এয়া আমাৰ আশা ।

  • @crazygamer4661
    @crazygamer4661 2 роки тому +8

    মুঠতে ধৰণীধৰ ৰ পৰিয়ালৰ আটাইকেইটাক জেলত দিৱ লাগে 🚑🚑🚑ইহঁতৰ পৰিকল্পিত হইতাকানদ 🚑🚑🚑🚑

  • @S.M.8439
    @S.M.8439 2 роки тому +4

    মালিকৰ কেৱল চৰিত্ৰৰ দোষ ভাড়া ঘৰৰ মাইকীজনীৰ লগতহে আছিল নেকি?যদি চৰিত্ৰৰ অৱনতী হৈছিল আৰু কোনোবা ভূক্তভোগীয়ে এই মুহুৰ্তত ব্যক্ত কৰিলে হয়।

  • @amiokachari4375
    @amiokachari4375 2 роки тому +3

    প্ৰথম কথা,ভাৰাতিয়াই ঘটনাৰ আগ মূহুৰ্তত পুলিচক জনাব লাগিছিল ।নহলে ঘৰ সলনি কৰিব পাৰিলে হয় ।আইন কিয় হাতত লোৱা হল !??????

  • @itsgogoi_9129
    @itsgogoi_9129 2 роки тому +5

    Vara ghor kio change nokorile....?

  • @bmsingha2381
    @bmsingha2381 2 роки тому +7

    Bhal kuba dile nije nije sob kotha ulabo.. 3rd degree dibo lage

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 роки тому +1

    The neighbours argument in favour of the old man murdered is acceptable.

  • @user-nl4tc1ue1h
    @user-nl4tc1ue1h 2 місяці тому

    Val.manuhok.baya.bodnam.deyato.moru.hoijoi.nohai....day

  • @avaranihazarika1730
    @avaranihazarika1730 2 роки тому

    তেখেত ধেমেলীয়া বুলি কৈছে কোনোৱে ৷ধেমেলীয়া লোক চৰিত্ৰহীন হ’বই নোৱাৰে ৷ ধৰনী ডেকাৰ এয়া গোকোট মিছা ৷কাৰন এনে ধৰনৰ কথা কোৱাটো বৰ্ত্তমান সমাজৰ এএইসকল লোকৰ কৌশল হৈ পৰিছে ৷যেহেতু কিছুমান বয়োজ্যেষ্ঠ বেয়া লোকো থাকে সেই আলমত ভাল সকলকো সাঙুৰি লোৱাৰ এয়া এটা ডাঙৰ কৌশল ৷এয়া কৌশল কৰিবলৈ বেছি একো কৰিব নালাগে ৷সহজতে পাৰি ৷এই সহজ উপায় লোৱাটো এটা কৌশলৰ বাহিৰে একো নহয় ৷

  • @mrigankabaruah5385
    @mrigankabaruah5385 2 роки тому +1

    New formula to blame the old people , to hand over the property to builders .

  • @simantarabha8890
    @simantarabha8890 2 роки тому +1

    Hoi kintu case tu gondogol ase blame tu misa hbo pare

  • @bishnusaikia2023
    @bishnusaikia2023 2 роки тому +2

    বুঢ়া হলেই লৰা অসমীয়াত এষাৰ কথা আছে

  • @putulgayan648
    @putulgayan648 2 роки тому +1

    হয়তো হত্যাকারী মতা মাইকীহাল চাইকো

  • @pankajtamuli8970
    @pankajtamuli8970 2 роки тому

    News2 kintu val lagise kotha khini khuni altu fal2 kotha nakoi direct kotha khini koi val lagise

  • @umakantabaruah1237
    @umakantabaruah1237 2 роки тому

    Right

  • @SANJIBCHOUHAN-ty1rc
    @SANJIBCHOUHAN-ty1rc 2 роки тому

    malik vl a asil sihot hee beya malik beya ghrr ari gle hl hoi

  • @noorhussain7674
    @noorhussain7674 2 роки тому

    Yes

  • @rinkuison7318
    @rinkuison7318 2 роки тому

    Natun mur akou ki

  • @runimasaikia5904
    @runimasaikia5904 2 роки тому

    Moi heituke comend kori kolu hihote ghor Khali kori jabogoj lagisile

  • @sarbeswarboro2412
    @sarbeswarboro2412 2 роки тому

    Bura bilakor josh besi tenekuwa udahoron aase,

  • @minaronghangpi2110
    @minaronghangpi2110 2 роки тому +1

    Maiki joni carecter beya

  • @nitulorsaikia1980
    @nitulorsaikia1980 2 роки тому

    Tamul subaie ke kotha koi asa mahe. Mahe apuni bahut natok korebo jane

  • @crt6286
    @crt6286 2 роки тому

    Bor josh burar bl 😡😡😡😡😡

    • @kabirsarma6573
      @kabirsarma6573 2 роки тому

      Oii kukur toi kiba jano neki? eku nojona koi comment nokoribo kukur

  • @sarbeswarboro2412
    @sarbeswarboro2412 2 роки тому

    Renda eta marise bhal hoise,tenekuwa mama na, Renda thaki labh nai...