খণ্ড ৫ গহপুৰ নগৰ নিজিত বৰা আতিথ্যত || ভাগৱত পাঠ || প্ৰাণজিৎ গগৈ || Pranjit Gogoi || bhagawat path ||
Вставка
- Опубліковано 1 гру 2024
- #গহপুৰ_নগৰ
#নিজিত_বৰা_আতিথ্যত
#ভাগৱত_পাঠ
#প্ৰাণজিৎ_গগৈ
#Pranjit_Gogoi
#bhagawat_path
©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )
Krishan bap apunak bohut bohut dhonyo bad Giyapon krilu 🥰🥰🥰🙏🙏🙏🙏
কৃষ্ণ বাপ জনা 🙏 সুন্দৰ ব্যাখ্যা.. জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏
Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক জয় গুৰু শংকৰ 🙏
শুনিব পাৰিছো গুৰুজনাই তেখেতৰ চৈধ্য পুৰুষৰ পিন্দ দান কৰিছিল
কুৰুক্ষেত্ৰ ৰণৰ সময়ত ভগৱান কৃষ্ণৰ অজুনৰ লগত হোৱা কথোপকথন অৰ্থাৎ ব্যাসদেৱে (সংস্কৃতত) লিখা গীতাত উল্লেখ আছে,
"সংকৰো নৰকায়ৈৱ কুলঘ্নানাং কুলস্য চ।
পতন্তি পিতৰো হ্যেষাং লুপ্তপিণ্ডোদকক্ৰিয়াঃ।।
অৰ্থাৎ, বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গ'লে বংশৰ সকলো মানুহৰ আৰু বংশৰ পৰম্পৰা নষ্ট কৰাসকলৰ উভয়ৰে জীৱন নিশ্চিতভাৱে নৰকতুল্য হয়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে ধৰ্মকৰ্মসমূহ সমূলি বন্ধ হৈ যোৱাৰ ফলত এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষসকলৰো অধোগতি হয়।
হে প্ৰভু,কত কেতিয়া কোনে লিখিলে এই ভাগ ভাগৱত 😆😆😆😆😆😆😆
এই জন অসৰাম বাপু যেন হে লাগিছে 😆😆😆😆
All the best
Dr raghwasrya bhagawat চাব সকলো বুজি পাব , এখেতৰ ব্যাখ্যাৰ কোনো প্ৰাসংগিকতা নাই ।
ৰাম ৰাম ৱাণ্ধৈ সুন্দৰ ব্যাখ্যা প্ৰকাশ কৰিলে কৃষ্ণ
ৰান্ধনীৰ এই প্ৰকাৰ কেইটা আপুনি কোনখন ভাগৱত শাস্ত্ৰত পালে জনাবচোন।ভাগৱতৰ সন্মূখত গ্ৰাম্য কথা আলোচনা কৰি থকা যেন লাগিছে গগৈ দেৱ।
Ki hunile eman deri pohi thokakhonote ase
বৰ সুন্দৰ বাখ্যা আগবঢ়ালে বাপজন ,কৃষ্ণ কৃষ্ণ ।
সকলো বিলাক ভালে লাগিল ....কি...চুলি খুৰুৱাৰ কথাটো অলপ ভাৱিচাওক .....মা দেওঁতাক আমি কেতিয়াওঁ বধ কৰা নাই হয়...এবাৰ ভাবি চাওঁক অজানিতে তেখেত সকলক আমি কিমান বাৰ বধ কৰিছো.....
কৃষ্ণ কৃষ্ণ প্ৰভূ ।
Krishna Krishna Krishna Krishna Krishna Krishna Krishna
আজি বৰ ধুনীয়া কথা শিকিলোঁ
🙏🙏🙏🙏🙏🙏🙏
khub hundor lagile krishno 🙏
ধুনীয়া দেই
ইমান ধুনিয়া লাগিল
ভাৰতবাসীয়ে বৈদিক যুগৰে পৰা মূৰ্খামী কৰি আহিছে নেকি মুণ্ডন কৰি? গুৰুজনাই ক'ত লিখি থৈ গৈছে মুণ্ডন নকৰিবলৈ কওকচোন! মোৰো জানিবলৈ বৰ ইচ্ছা আছে। আপুনি বিজ্ঞ এজনৰ পৰা জানি লৈ ক'ব দেই!
এইজন ভকতৰ কথা শুনি কামত লাগিলে নৰকত পৰিব ৷ভাগৱতৰ নাম লৈ সমাজত বিশৃংখল আনিছে ৷
🙏🙏🇮🇳
Jai shree hari 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼 from Nagaon missa bhut vl lgil
কৃষ্ণ কৃষ্ণ। বৰ ভাল।
Krishna krishna provu
Prabhur aie niti shikhai aamar janahadharank jathestha upaker hobo
Thanks 🙏
কৃষ্ণ কৃষ্ণ।
বলিনিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ
দেৱৰ দূৰ্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ ।
কৃষ্ণ সেৱাহে ।
প্ৰানজিৎ বাবা , তুমি এইবোৰ অদ্ভূত বিভ্ৰান্তিকৰ কথাৰ ফুলজাৰী জ্বলাই কষ্ট নকৰাকৈ ফাওতে টকা ঘটা মানে এই মোটা দক্ষিণাৰ ধান্দা এৰি অণ্য কাম কাজত ধৰা , তোমাৰ ভাল চিন্তিহে কথাষাৰ কৈছো অ । এমুঠিমান ,তাকৰিয়া , শিক্ষাৰ ফালেও বা অণ্য দিশ বিলাকৰ ফালেও ধোবাং বাং এমুঠিমান , তাকো অসমৰ মানুহহে তোমাৰ এই বোৰ বাং ফঙিয়া ফুলজাৰী কথা শুনি থাকে । আৰু সেই অদ্ভূত নিতি নিয়ম বোৰ মানে । আৰু সেই অজলা হেবাং দুখীয়া মানুহ বোৰৰ পৰা তূমি এই বোৰ বকি বকি মোটা দক্ষীণা মানে মোটা টকাৰ টোপোলা সৰকাই ধনৰ পাহাৰ গঢ়িছা হয়নে বাৰু ? তৎক্ষণাৎ এই বোৰ এৰি খেতি বাতি কাম কাজত ধৰা দেই ।অ । 26:21
জগত গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ ধৰ্মীয় মাৰ্গ দৰ্শন ভক্তি ধৰ্ম আচৰণীয় ধৰ্ম কৰ্ম উপাসনাক ,উপাসক শিষ্য ভকত বৈষ্ণৱক দুঃখ দি,বেদবিহিত ভক্তি ধৰ্ম কৰ্মক আচাৰ আচৰণক ,ঈশ্বৰৰ বিভুতি স্বৰূপ জগতৰ কাৰ্যবাহী দেৱ দেৱীক নিন্দা ঘৃণা উপলুঙা হেয়জ্ঞান কৰা অধম পাপী প্ৰাণজিত গগেক ভাল উপদেশ দিলে আপুনি ।আপোনাৰ লগতে ময়ো সুৰ মিলাই অধম নিন্দুক পাপী প্ৰাণজিত গগৈক কও শাস্ত্ৰৰ পদ সিদ্ধান্ত বাণী অপভ্ৰংশ অপব্যাখ্যা বিকৃতব্যাখ্যা কৰি সমাজত লোকক বিভ্ৰান্ত মতিভ্ৰম কৰাই থকাতকৈ খেতি কৰি নিস্পাপ হে ভক্তি ধৰ্ম কৰি থকাই ভাল প্ৰাণজিত গগৈয়ে অসমৰ ৮০%তকৈ বেছি গুৰু দামোদৰদেৱ গুঐু হৰিদেৱৰ শিষ্যৰে ভৰা সমাজৰ মংগলৰ বাবে ।এই স্বয়ম্ভু ব্যাখ্যাকাৰ জনৰ অপব্যাখ্যা বিকৃত ভ্ৰান্ত ব্যাখ্যা শুনি মানুহ মতিভ্ৰম হৈ হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান বুদ্ধ আদি ধৰ্মলৈ দিক্ষীত হব আৰু হৈও আছে মাজুলিত ৬৪টা গীৰ্জা হল সেই অনুপাতে কিমান হিন্দু লোক ধৰ্মান্তৰিত হব পাৰে ?ঔঁ🙏
Horidev aru damodordebor kuno contribution nai aru jagot guru ki je koi.
@@asomiaasom6008Damudor deb je jagat guru apunar mukhere he hunibo paisu ,Ami kunudine kotu pua nai . Ki j koi .eman huddha kotha apunihe koi dei.
🙏🙏🙏🙏🙏🙏guru baba
জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿সেৱা জনালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿
ati sundar bakhya aaponar ! krishna bap dhannya aaponi krishna
ধৰি বান্ধি দ্ৰৌপদীৰ ওচৰলৈ নিলে বুলি আপোনাৰ মুখৰ পৰাহে গম পালো দেই।ৰচি ভাগ আপোনাৰ দ্বাৰাই যোগান ধৰা হৈছিলনে?
Gita press r gita best 💯❤❤
জয় মাধব।
Hundor krishna
বাপ আপোনি বৰ ধূনীয়া সাধুৰ কথা এটাৰ সুনালে দিয়ক মা দেউতাক মৰিলে মুন্দন কৰা নামত আপোনি ভাগৱত পঢ.ক সেইটোৰ লগত এই টো নহয় দেই বাপ
বৰ ভাল লাগিল, আৰু লগতে এমুঠি হাঁহি.....
Jay Krishna Guru Dhuniya
😊
Krishna krishna krishna ram xewa 🙏🙏🙏🙏🙏
Bhut vl lge ekhetor mukhot.... Vokti kotha bur huni... 🙏🙏🙏
Bhuvllgeekehetormukhotvoktikothaburhuni
Man san
Krishna Krishna pranjit dangriya bap val lagise suni .....
Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
মই জনাত জীৱিত কালত মাক বা দেউতাকক পুত্ৰই জ্ঞাতে বি অজ্ঞাতে কিবা নহয় কিবা দোষ লগাইছেই সামান্য হলে ও ইয়াক নুই কৰিব নোৱাৰি।সেয়ে পুতেক হতৰ সেই পাপ বোলে চুলিত থাকেগৈ। সেয়ে পুতেক হতে চুলি খুৰাব লাগে।পাহৰিছো মই কোনখন পুৰাণত আছে।কাৰণ এইবোৰতে মাথা মাৰি থকা নাই।কথা হল আটাইতডাঙৰ হল চাউল কঠা তাৰ পিচতহে হৰিৰ কথা।কোনোবাই মানে বা নামানে নিজৰ কথা।মই মানো কাৰণে পালনো কৰো। বাকীবোৰ সকলো পালো এটা কথা এতিয়ালৈকে পোৱা নাই।সেইটো হল বামুণে কেতিয়াৰ পৰা গৰু খাবলৈ এৰিলে।কোনোবাই জানে যদি কৈ দিব লগতে কিতাপ খনৰ নামটোও কৈ দিব।এনেই চালে বেৰে কোবোৱা কথা কলে আমুকাইও সহজে মানি নলয়। বেদ চালো পুৰাণ চালো উপনিষদ চালো সংহিতা চালো।এতিয়ালৈ ধৰা পৰা নাই।সেয়ে বিছাৰি আছো।
আপুনি আচলটোকে জানিছে ।আপুনি বৈদিক কৰ্মকাণ্ড আৰু ভক্তিমাৰ্গৰ বিষয়ে জানিলৈই সেই ভুল ভাঙিব ।
@@ramajitbordoloi167 ভগবান ক লগপাব মন আছে কৰবাত লগ পালে কব চোন
ঈশ্বৰৰ মুখৰ বাণীয়েই বেদ ।সেই বেদৰ বাণী উপদেশ বেদবিহিত ভক্তি ধৰ্ম কৰ্ম তপ জপ যাগ যজ্ঞ পূজা আৰাধনাক আৰু ঈশৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক যি জনে নিন্দা হেয়জ্ঞান উপলুঙা কৰে তেনে লোক অধম মন্দমতি দুৰাচাৰী পাষণ্ড মহাপাপী ,তেনেলোকে নৰকত যায় পশুযোনীত জন্ম লয় শাস্ত্ৰই কৈছে ,তেনে নিন্দুক লোকৰ পাপী মুখেৰে ভগৱত কৃষ্ণ নাম গুণ শুনাও মহাপাপ ,তেনে নিন্দুক ভণ্ড সুবিধাবাদী স্বাৰ্থপৰ লোকৰ পৰা লোক আতৰত থাকিব লাগে ঈশ্বৰৰ উপদেশ । এইজনাই কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুৰ নাম লওতে লওতে মতিভ্ৰম হৈ বেদমন্ত্ৰৰে কৰা বেদবিহিত পূজা অৰ্চনা বন্দনা আৰাধনা যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড শিৱ দেৱ দেৱীক নিন্দা ঘৃনা উপহাস হেয়জ্ঞান উপলুঙা কৰি তেনে পূজা আচৰণ লোকক কৰিবলৈ বাধা দি নিজৰ নিন্দাবাদ পাপাচাৰী ভাগৱত পাঠ ব্যাখ্যা কৰি নিজৰ বেপাৰৰ বাট মোকলাই বেপাৰ কৰি খাই আছে মানুহক বুৰ্বক মুৰ্খ বনাই ।এই জনা নিন্দুক মহাপাপীক মাতি হাজাৰ হাজাৰ টকা দি নিন্দাবাদ ভাগৱত অনুস্থান কৰিলে লোকৰ নিৰ্গুন নিৰাকাৰ ভক্তি হয় মুক্তি পায় বৈকুণ্ঠত যায় আৰু জগত সৃষ্টিৰ পৰা প্ৰচলিত হৈ অহা সত্য ত্ৰেতা দ্বাপৰ যুগৰ লোকে আচাৰ আচৰণ আৰাধনা কৰা বেদবিহিত ভক্তি ধৰ্ম কৰ্মৰে ঈশ্বৰ উপাসনা কৰিলে পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড মুণ্ডন কৰা নিস্ফল অসাৰ্থক মন্দমতি দুৰাচাৰ অধৰ্মী পাপমতি কৰ্মকাণ্ড হয় মুক্তি বৈকুণ্ঠগতি নাপায় নৰকত যায় বাঃ প্ৰাণজিত গগৈ বৰ ভণ্ডামী কৰি মানুহক বুৰ্বক মুৰ্খ সজাই নিজৰ বেপাৰৰ পথ মোকলাই লৈছে ।মানুহে নুবুজালৈকে ব্যবসায় কৰি যোৱা যেতিয়া বুজিব তেতিয়া তোৰ নিন্দুক স্বাৰ্থপৰ পাপমতী ভাগৱত ব্যাখ্যা কৰা বেপাৰ বন্ধ হব ।ঔঁ🙏
জগত গুৰু দেৱ দামোদৰদেৱ আৰু জগত গুৰু হৰিদেৱে মায়াবী শাস্ত্ৰ ভাগৱতৰ অতি ৰহস্যময় মায়াময় মায়াৱী উপদেশ সন্দেহজনক সিদ্ধান্ত বাণী চিনি বুজি পাই মায়াৱী উপদেশ বাণী সিদ্ধান্ত আতৰাই জগত সৃষ্টিৰ পৰা পৃচলিত হৈ অহা সত্য ত্ৰেতা দ্বাপৰৰ লোকে আচৰণ কৰি তৰি যোৱা বেদবিহিত ভক্তি ধৰ্ম কৰ্ম বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমৰ ৮০% লোকক দি যায় ।আজিও অসমৰ সনাতন হিন্দু ধৰ্মৰ ৮০% লোকে জগত গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ ভক্তি মাৰ্গ দৰ্শন উপদেশ মতে চলি আহিছে ।অৱশ্যে বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ কিছু লোকক বিকৃত অপব্যাখ্যাৰে মতিভ্ৰম কৰাই আগ্ৰাসী মনৰ সংকীৰ্ণ একপক্ষীয় স্বাৰ্থপৰ নিন্দুক লোকে প্ৰৰোচিত কৰি ন-শংকৰী মহাপুৰুষীয়া শংকৰ সংঘী সংগী কৰি লয় ।নিজ ধৰ্ম বৈগুণ্য হলেও নিজ স্বধৰ্ম নিজ গুৰু এৰি আনৰ ভাল প্ৰভাৱশালী সুসংগঠিত ধৰ্ম আৰু আনগুৰু গ্ৰহণ কৰি ভজাতকৈ নিজ স্বধৰ্মত থাকি ভক্তি ধৰ্ম কৰিও মুক্তি পায় কিন্তু সুসংগঠিত প্ৰভাৱশালী ভাল পৰধৰ্ম পৰগুৰু গ্ৰহণ কৰাটো ভয়াবহ বিপদজনক ।নিজ জন দিয়া পিতৃ মাতৃ অশিক্ষিত কুৰূপা নিধনী দুৰ্বল একোনজনা হব পাৰে তেওঁ সন্তানৰ বাবে উত্তম পিতৃ মাতৃয়েই হয় সন্তানৰ বাবে তেনে পিতৃ মাতৃৰ ঠাইত কোনো শিক্ষিত সুন্দৰ সুৰূপা ধনী জনপ্ৰিয় প্ৰতিষ্ঠিত প্ৰভাশালী লোক অন্য সন্তানৰ বাবে কেতিয়াও পিতৃ মাতৃ হব নোৱাৰে ,কৈনো লোকে পিতৃ মাতৃৰ ঠাই দখল কৰিব নোৱাৰে।তেনেদৰে শুদ্ধ নিজ স্বধৰ্ম স্বগুৰু স্বআচৰণ ত্যাগ কৰি আন ধৰ্ম আন গুৰু আচৰণ কৰাও উচিত নহয় আৰু আন লোকক শুদ্ধ নিজ স্বধৰ্ম স্বগুৰু স্ব আচৰণ ত্যাগ কৰোৱাই এৰুৱাজন অধমতকৈও অধম মহাপাপী অতি ভয়ানক বিপদজ্জনক তেনে লোকে নৰকতহে লৈ যায় ।কৃষ্ণ ।ঔঁ🙏
Jay shree Krishna 🙏🙏
মজা
কোনো ৰান্ধনীয়ে ৰান্ধী থাকোতে লোভ নকৰে ।কাৰণ ঘ্ৰানেনং অৰ্ধ ভোজনং।
Krishno mor Gao 3no jamdoha,,,, Amar gaot vor koli Kal pora nisina lagise,,,, a or proto Bea vab besi Hoi ase
অতি সুন্দৰ বৰ্ননা বাপ।জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ।
Krishna kr8_hna
আপুনি অসমৰ বাদে ভাৰতৰ কোন খন ৰাজ্যৰ বিষয় লৈ জানে। কবলৈ মন যাই কিন্তু নকওঁ। আপোনাৰ শিচ্য সকলৰ গাত লাগিব।
অতি সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ কৃষ্ণ। অন্তৰত কৃষ্ণভক্তিৰ ভাৱ জাগ্ৰত কৰিব পৰা নহ'লে আচাৰ বিচাৰৰ দ্বাৰা ঈশ্বৰক পোৱাটো দুৰহ।"অনাচাৰ-------নোহে"। গতিকে সেই বিষয়েহে বেছি ভালকৈ গুৰুত্ব দিয়াটোহে দৰকাৰী। আপোনাৰ শ্ৰী মুখে ভাগৱত বাখ্যাৰ আনন্দময় বাখ্যাৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈ প্ৰভুৰ চৰণত একান্ত ভক্তিৰে নাম-কীতন শ্ৰৱণ কীৰ্তন কৰিবলৈ গুৰু দুজনাই কৃষ্ণৰ কৃপা লাভ কৰে, সেয়ে আপোনালৈ অলেখ ভক্তি ভৰা সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
জয় গুৰু শংকৰদেৱ 👏👏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ, মই মহা অধমৰ কি লাভ হ'ল নাজানো, কিন্তু শুনি ভাল পাওঁ, সদায় শুনি থাকিব বিচাৰো। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰণাম গগৈ বাপ, ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ।
Guru jonai kin2 aneke raijok bujabo bisora nasil sage...
চেতনা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহৰ জীৱ আত্মা হয়। ইয়াক পৰা প্ৰকূতি ও বোলা হয়। ব্ৰহ্ম ই পৰম সত্য। ঈশ্বৰ ব্ৰহ্মৰ ওপৰত নহয়। পৰা আৰু অপৰা প্ৰকূতি ব্ৰহ্ম ৰ পৰাই উৎপত্তি হৈছে।24ত্ততত্ত্বৰপ্ৰকূতি পঞ্চ মহাভূতৰ ভৌতিক দেহ বিলাক হ'ল অপৰা প্ৰকূতি। পৰা প্ৰকূতি উত্তম আৰু অপৰা প্ৰকূতি নৰম প্ৰকূতি ্। দুই প্ৰকূতি ব্ৰহ্ম ৰ পৰা উৎপত্তি। অপৰা বিনাশী আৰু পৰা প্ৰকূতি অমৰন অভগন নিৰাকাৰ সনাতন অদূশ্য সচিদানন্দ। প্ৰকৃতি নহ'লে চেতনা ৰ ঠাই নাই আৰু চেতনা নহ'লে প্ৰকূতি ৰ জীৱ নাই। পৰস্পৰৰ মিলনেই সূষ্টি ৰহস্য। প্ৰদীপ গগৈ।
Om Nama Shivai🙏
Bahut sundar hoise
Krishna Baap Parnam 🙏🙏🙏🙏
Pitri matri biyugat putrai suli khurabo nalage kuwat moi kiintu huni hukhi noholu.ei niyom otijore pora chali ahise bortomanonoloike.
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 প্ৰভৃ
Moja moja
Krishna🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
Uporukata byakhya moyu sanmat korisu....bhul path nedekhuwale bhal paam...naam kritonia manuhe say karone....suli nakati suwa hoi thaki sobote aagbhag loboloi aahe....
কি যে হব! শ্ৰীমন্ত শংকৰদেব গুৰুজনাই মা দেউতাৰ ম্ৰিত্যুৰ পাছত সন্তানসকলে মুন্দন কৰাত বাধা দিছিল জানো ? অপবাখ্য কৰে কিয় । সমাজক বিভজিত নকৰিব পাই। বাকী আপোনাৰ ভাগবত বাখ্যাক সন্মান দিছো।
আমাৰ এইফালে মতা/মাইকী ৰান্ধনী দুয়োমিলি ৰাজহুৱা কৰ্মত অন্নমুঠি ৰান্ধে।আৰু সেইকেইজন হৈছে ভকতে আজ্ঞা দিয়া ৰান্ধনি।উধান/পাগমাৰিৰ অৰ্থ বুজি নোপোৱা কেইজনে কিন্তুু জুলিয়াবিধ এপেগ এপেগ পান কৰিহে ৰন্ধা কাম ভাগি আগবঢ়াই নিব পাৰে।এনেকৈয়ে চলি আছে।একো অপায় অমংগল হোৱা দেখা নাই দেখুন।কৃষ্ণ কৃষ্ণ🙏🙏🙏
চুলি কাটিব লাগে নে নেলাগে গুৰুজনাই ক'ৰবাত লিখি গৈছে নেকি ?
ডাঙৰীয়া, সমাজত কিছুমান ভুল বিষবাস্প বিয়পাই থকাতকৈ খেতি বাতি কৰি নতুন প্ৰজন্মটোক আদৰ্শ দেখুৱাওক।গুৰুজনাই আপোনালোকৰ দৰে কিছুমান তথাকথিত জ্ঞানী বাপ দেখাহেতেন বৰ লাজ পালেহেঁতেন। এনেও আমাৰ অসমখন বহু সমস্যাৰে জৰ্জৰিত।সমাজক ভুল পথে পৰিচালিত নকৰিব।
এক নতুন ব্যৱসায় ।
@@manumadhu8829 আপুনি কৰক । তেখেতে একো ভূল কোৱা নাই। অন্ধবিশ্বাস আপুনি কৰে
প্ৰাণজিৎ হ'ল এজন শঙ্কৰ সঙ্ঘৰ পন্থৰ এই কাৰনে এই কথা কৈছে।
অশ্বত্থামাৰ মুণ্ডন কৰা আৰু পিতৃ-মাতৃ বিয়োগত মূণ্ডন কৰা একে কথা নহয়। পিতৃ-মাতৃ বিয়োগত চুলি কটা কাৰ্যটোক মুণ্ডন সংস্কাৰ বুলি কোৱা হয়। আপুনি 'মুণ্ডন' আৰু 'মুণ্ডন সংস্কাৰ'ৰ সম্পৰ্কে ভালকৈ জানিলৈ কথাখিনি আগবঢ়ালে ভাল হ'ব যেন পাওঁ গগৈ দেৱ।
ঠিকেই কৈছে।কথাখিনি ভালকে জানি লব লাগে তাৰ পাছত কব লাগে।
🙏🙏🌹
Akhet hol sankar sangha ... Heiya pray bor video say vul baikha diye .. Hindu satra t mundon korile puinra huwar kotha aami hunisu ...
Manu madhu right
তাকেই অল্প বিদ্যা ভয়ংকৰ 🙏
Krishna Krishna Krishna 🌼
কৃষ্ণ🙏🙏🙏🙏
Jai Shree Krishna
Here Krishna 🙏🙏
Emn dhunia k bjai diye apuni ❤️❤️❤️
কি কৈ আছা এইবোৰ? সৰহভাগ সাজি কোৱা। মহাভাৰতৰ বিষয়ে অলপ হলেও জানে । কৃষ্ণ।
কি কৈ আছে তেওঁ নিজেও জানেনে নাই তাৰো ঠিক নাই । আচলতে তেওঁ আছে মোটা দক্ষিণাৰ ধান্দাত ।
Val lagel
কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল
ভাগৱতৰ নামত কিয় বেবেৰিবাং খন বকি থাকে বাৰু? ভাগৱতত বামুন আৰু মাইকী মানুহক আজোৰিবলেহে লিখা আছে নেকি?
জীৱ শ্ৰেষ্ঠ মানৱে মানৱতা ৰক্ষা কৰি মানৱীয় বোধ আৰু উন্নত চিন্তা চৰ্চাৰে জগতৰ চাৰিও মুঠিৰ জীৱৰ প্ৰতি সত্য শৌচ ক্ষমা দয়া থাকিব লাগে। সত্য মানৱ জীৱনৰ অমূল্য সম্পদ। শৌচ হ'ল মানৱ দেহ মন প্ৰাণৰ শুদ্ধতা আৰু পৱিত্ৰতা। ক্ষমা ৰ সমান মহৎ গুণ জগতত নাই।দয়াৰ সমান আকোলতা,মহৎ লোকৰ হে থাকে। প্ৰদীপ গগৈ।
পানী পানীয়েই নদ নদী আৰু সাগৰ মহাসাগৰৰ পানী একেই পানী। মাএ পৰিমাণে কম আৰু বেছি। ঠিক সেইদৰে পৰম আত্মা আত্ম আৰু জীৱ আত্মা সকলো একেই মাত্ৰ পৰিসৰ কম বেছি। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি জীৱ আত্মা বিলাক চাৰি মুঠি দেহৰ ভিতৰত থাকে চেতনা স্বৰূপে। দেহ অপৰা প্ৰকূতিৰ।চেতনা বা জীৱাত্মা পৰা প্ৰকূতিৰ । ব্ৰহ্মাণ্ডৰ মায়া ময় প্ৰকূতিৰ ক্ষুদ্ৰ অংশ মাএ প্ৰতি টো দেহা। দেহী বা চেতনা হ'ল কোটি কোটি ব্ৰহ্মাণ্ডৰ সবব্যাপি সবাৰো উদ্ধত কালৰো অতীত অনাদি অনন্ত সবজ্ঞ নিগূন চৈতন্যপূণ অজনমা অচল কল্পনাতীত অসীম নীলিম সত্য শুদ্ধ নিত্য সনাতন অদূশ্য নিৰাকাৰ নিবিকাৰ সনাতন আত্মাৰ সুক্ষ্ম অঙশ। পিঞ্জৰাবদ্ধ পখী আৰু দেহত বন্দী জীৱ বা চেতনা। চিনা চিনি নাপাই মন বুদ্ধি অহঙকাৰ বাবে। মই শূণ্য হ'ব লাগিব জীৱ মুক্ত হ'ব লাগিব তেতিয়া জীৱ ই আত্মাৰ সান্নিধ্যত একে লগত মিলি যাব পাৰিব। এইদৰে নদীৰ পানী সাগৰত পৰে। সাগৰ ত আনন্দ কৰে। প্ৰদীপ গগৈ।
🤟
Apunatke bhut gayni hikkhit vkt ase dekhisu hunisu homajr majot farmer abur kothat
Krishna krishna
বাপ অ আপুনি মৃত্যুৰ পিছত স্বৰ্গলৈ যাব খাটাং
bahut val
Oti hoondor hoise
অসমত এনেকুৱাও ধৰ্মীয় পন্থা আছে ,যি পন্থাৰ বাবে অসমীয়া জাতি , অসমীয়া ভাষা, অসমীয়া সাহিত্য , অসমীয়া ৰিতি নিতি , অসমীয়া পৰম্পৰা , অসমীয়া পৰম্পৰাগত খাদ্য , অসমীয়া ঐতিহ্য , অসমীয়া কৃষ্টি সংস্কৃতি, আদি বিলাক , হৈছে অসমীয়া জাতিৰ সম্পদ অসমীয়া ভাষা সাহিত্যৰ সম্পদ ,যি বিলাক সম্পদৰ বাবে আজি অসমীয়া জাতি গৌৰৱান্বিত , সেই সমুহ বিষয় , তথা সম্পদ বিলাক অতি দুৰ্ভাগ্যবশতঃ সেই এমুঠিমান মানুহ ৰ সেই নতুন ধৰ্মীয় পন্থা টোৰ বাবে একেবাৰেই অদৰকাৰী যেন দেখা গৈছে ।শঙ্কৰদেৱৰ সংস্কৃতিৰাজি মূলতঃ ধৰ্মৰ ওপৰত আধাৰিত ,বা ধৰ্ম ভিত্তিক।সমুহ অসমীয়া ৰাইজৰ বাবে শঙ্কৰদেৱৰ সংস্কৃতিৰাজি সদায়েই আদৰণীয় আৰু সৰ্বগ্ৰ্হনযোগ্য , হ'লেও অসমীয়া জাতি ভাষা সাহিত্যৰ স্বাৰ্থৰ ক্ষেত্ৰত ধৰ্মীয় উন্মাদনাৰ বাবে আপোচ কৰাটো অসম্ভৱ । কাৰণ ধৰ্ম তেতিয়াহে সম্ভৱ যেতিয়া জাতি জীয়াই থাকিব , ধৰ্ম তেতিয়া হে সম্ভৱ যেতিয়া অসমীয়া ভাষা সাহিত্য জীয়াই থাকিব । কোনোবা অসমীয়া ব্যক্তি আছেনে ,যি অসমীয়া ভাষাৰ অভিধান ভাগক অনাদৰ কৰিব পাৰে ? অভিধান মেলি চাওক তাত অসমীয়া ৰাইজৰ কোনভাগ বস্তু সন্নিৱিষ্ট হোৱা নাই ? কিন্তু কিছুমান নতুন নিতি নিয়ম বা শব্দ অভিধানত হয়তো বিচাৰি নাপায়। অসমৰ বাহিৰত আমি নিজকে কি বুলি পৰিচয় দিওঁ ? অসমীয়া বুলি পৰিচয় নিদি বেলেগ কিবা পৰিচয় দিয়ে নেকি ? কোনোবাই ধৰ্মৰ পৰিচয় দিয়ে নেকি ? তেন্টে জাতিক কিয় অবজ্ঞা ,বা নস্যাত কৰা হৈছে ? নিজৰ অংগ বোৰ নাক কাণ আংগুলী আদি নিজেই কোনোবাই কাটে জানো ,সুস্থ মস্তিষ্কৰ মানুহে ? গতিকে এইবিলাক নকৰিব , শঙ্কৰদেৱে এই বিলাক কৰিবলৈ কোনো শাস্ত্ৰ ত আমাক কোৱা নাই
আৰু যি মানুহ আশাবাদী ,সংসাৰী যাৰ আকাঙখা আছে অভিলাস আছে যি বৈষয়ীক ক্ষেত্ৰত অগ্ৰসৰ হব বিচাৰে তেওঁলোকে কেতিয়াও বৈদিক নিতি নিয়ম এৰিব নোৱাৰে । চুলি খূৰুৱা,পিণ্ড দিয়া , অম্বুবাচী পালন কৰা তুলসীৰ তলত কাতি মাহত বন্তি প্ৰজলন কৰা ,ৰাস পূৰ্ণিমা মনা ,ফল্গুৎসৱ পালন কৰা ,মানে ফাকু খেলা ,জেঠ মাহত গাঁৱৰ নামঘৰত বৰসবাহ পতা পকা মিথৈ বন্ধা। শিৱ ৰাতি পালন কৰা , ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত যেতিয়া ৰুহিণী নক্ষত্ৰৰ সংযোগ হয় তেতিয়া শ্ৰীকৃষ্ণ ৰ জন্ম দিবসটি পালন কৰিব ই লাগিব । অৰ্থাৎ জন্মাষ্টমী তিথি পালন । আহিন মাহত গুৰু জনাৰ জন্মোৎসৱ পালন কৰিব লাগিব । আৰু অসমীয়া সমাজৰ মুল উৎসৱ তিনি টি বিহুৰ যি দৰে নিতি নিয়মেৰে পালন কৰা হয় সেই দৰেই বিহু তিনি টি পালন কৰিব লাগিব ।আদি ধেৰ কিছুমান কাম নিতি নিয়ম আছে সেই বিলাক কেতিয়াও এৰিব নোৱাৰে ,এৰা বা তিয়াগ কৰা উচিত নহয় । আৰু ইয়াৰ লগতে জনগোষ্ঠীয় পৰম্পৰাসমূহ আহোমৰ চকলং , সাজ, মিচিংৰ আলি আই লিগাং , আদি , বড়োসকলৰ বাথৌ পূজা ,বাগানৰ ৰাইজৰ মাদল বাদ্য ,বা মনসা পূজা আদি বিলাক অসমীয়া জাতিৰ সম্পদ ,এই বিলাক অনাদৃত হ'লে অসমীয়া জাতি নিশ্চিহ্ন হব ,। শঙ্কৰি সংস্কৃতি সমুহো অতিকেই আদৰনীয় । সেই সমুহো অসমীয়া জাতিয় সংস্কৃতিৰ ভিতৰত অন্যতম সংস্কিতি হৈ আছে । ৰাম শ্ৰীকৃষ্ণ । ধন্যবাদ ।ৰাজু দত্ত । দেৰগাঁও গুৱাল গাওঁ ।
আপুনি সুন্দৰ কথা কৈছে । এইজনে শংকৰী শংকৰী বুলি শংকৰী ধৰ্মটোকেই চিনি পোৱা নাই । অযথা শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতখন ভূলকৈ ব্যাখ্যা কৰি আছে ।
সুন্দৰ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bhagabanagaatnaym ,
কৃষ্ণ বাপ
কৃষ্ণ কৃষ্ণ বাপ
🙏 কৃষ্ণ বাপ
তুমি শাস্ত্ৰৰ তত্ব জানি কবলৈ অনুৰোধ কৰিলো।অশ্বথামাৰ শিৰোমণি ছেদ কৰিছিল।মুণ্ডন বেলেগ।আৰু ব্ৰহ্মাস্ত্র দিশ সলনি নাই কৰা ঈশ্বৰ কৃষ্ণই নিজেই উত্তৰাৰ গৰ্ভত প্ৰবশ কৰি সম্বৰণ কৰিছিল।
Yes. Hosa
Joy krishna 🙏
🎉❤😮🎉🎉🎉🎉🎉❤❤❤❤❤❤
বাপজনালৈ সেৱাহে জনাইছো।।
বৰ ভাল লাগিল শুনি ।
Krishna guru vokote mundon nkre
সুন্দৰ ভাগবত পাঠ ।
কৃষ্ণ বাপ খুব ভাল লাগিল 🙏🙏🙏 বাপ আজিকালি কিছুমান আইয়ে উৰণি লৈ মেখেলা চাদৰ পিন্ধিবলৈ এৰি যে, ডাঙৰ সৰু গণ্য নকৰি মেক্সি পিন্ধিবলৈ লৈছে তাৰ উপৰত কবচোন যে আই সকলৰ সাজ পাৰ কেনে হব লাগে ।
Krishna Krishna
Tar aagote purukhor aadorkho haspaar r uporot kotha patok ru prosolon korok. Taar pasot aahibo maat matibole aapunar aaaaaiiiiiii goraki maxi dress r uporot prosno koribole
Krishna.......
সুন্দৰ 👌❣️
কৃষ্ণ কৃষ্ণ
আপোনাৰ জনীয়ে মোবাইল লয়নে নলয় ? ভাগৱত খন অকল অসমবাসীৰ বাবেহে নেকি?