খণ্ড ৩ || কৃষ্ণৰ মৃত্যুৰ খবৰ বসুদেৱ আৰু দৈৱকীক কোনে দিছিলগৈ || ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ || pranjit

Поділитися
Вставка
  • Опубліковано 7 вер 2024

КОМЕНТАРІ • 136

  • @lahoridas6814
    @lahoridas6814 8 місяців тому +4

    কৃষ্ণ কৃষ্ণ

  • @minatimech4993
    @minatimech4993 Рік тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 3 місяці тому +3

    কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ আপোনাৰ চৰনত শেৱাহে কৃষ্ণ

  • @nialifestyle2482
    @nialifestyle2482 10 місяців тому +2

    কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি বহু আনন্দিত হৈছো ।

  • @Drixuu_fr
    @Drixuu_fr 6 місяців тому +2

    ওম নমো ভগৱতে বাসুদেৱায় 🙏🙏🙏

  • @lakhimamahanta3809
    @lakhimamahanta3809 11 місяців тому +2

    Bahut val lagil Huni.
    Share korisu
    Krishna pravu 🙏
    Nomoskar jonalu

  • @creative-dd3zt
    @creative-dd3zt Рік тому +5

    Good morning gogoiডাঙৰীয়া আপোনাৰএবাৰশ শুনিয়েই আজিকালি সদায় কামএৰিআপোনাৰব্যাখ্যা শুনি থাকো ৷joi sri ram ধন্যবাদ

  • @sarumaiborah448
    @sarumaiborah448 Рік тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mintugogoi6588
    @mintugogoi6588 18 днів тому +1

    Krishna Krishna Krishna Krishna Krishna Krishna

  • @jalendrarabha9474
    @jalendrarabha9474 2 місяці тому +2

    Krishna 🙏

  • @nathabinash666
    @nathabinash666 2 місяці тому +3

    🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏

  • @Manjuranibarman-81
    @Manjuranibarman-81 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @subantiburagohain9151
    @subantiburagohain9151 11 місяців тому +2

    বহুতো জ্ঞান লাভ কৰিছো বোপা কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @AtulChandraBaishya
    @AtulChandraBaishya 2 місяці тому +2

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @bijuleedeka8974
    @bijuleedeka8974 11 місяців тому +3

    Krishna Krishna

  • @tuntunydeka9878
    @tuntunydeka9878 Рік тому +3

    Krishna 🙏 bapjon apunar vagobot path moi hodai huni thaku ...eman val lage huni ....moi katiaba khaboloike pahori janu provu..agoloiku jate anekua hundor vagobot path agobohai tar karone asa korilu ...🙏🙏

  • @anuboruah4928
    @anuboruah4928 Рік тому +12

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ বাখ্যা পৰা বহুতো জ্ঞান লাভ কৰিছো ।

  • @creative-dd3zt
    @creative-dd3zt Рік тому +7

    ৰাম ৰাম ৰাম হৰি হৰি হৰি gogoiডাঙৰীয়াআপোনাৰ ভাগত ব্যাখ্যাই মোকonlinor priyo regularহিহ্য হৈ আছো গগৈ ডাঙৰীয়াধন্যবাদ

  • @binadatamuli2323
    @binadatamuli2323 Місяць тому +2

    Krishna. Krishna. Krishna

  • @Porisaikia123
    @Porisaikia123 6 місяців тому +2

    ওম নম ভাগৱতে বাসুদেৱা ‌❤

  • @MoontuChetia
    @MoontuChetia 5 місяців тому +2

    Krishna

  • @madhabpayeng1278
    @madhabpayeng1278 11 місяців тому +2

    Bap krishna krishna krishna apunar shri charan ot koti koti naman nivedisu🙏🏻🙏🏻🙏🏻

  • @user-ce1qe7dh7v
    @user-ce1qe7dh7v 3 місяці тому +2

    Krishna 🙏 Krishna 🙏bap 🙏

  • @eloraborah4643
    @eloraborah4643 Рік тому +6

    ইমান ভাল লাগিছে শুনি।কিন্তু খুব দুখো লাগিছে।কৃষ্ণ প্ৰভু🙏🙏🙏

  • @user-fz9rc7wd7d
    @user-fz9rc7wd7d 8 місяців тому +2

    Krishna Krishna 🙏

  • @kabitadas61
    @kabitadas61 Рік тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম জনালো ।কৃষ্ণ

  • @binadeka9674
    @binadeka9674 10 місяців тому +2

    Joy guru shankar Krishna. Krishna Bap 🙏🙏🙏🙏💛 .

  • @sachindradas2081
    @sachindradas2081 4 місяці тому +2

    আপোনাৰ ব্যাখ্যা শুনি বহুত ভাল লাগে

  • @user-vd1he6qr7p
    @user-vd1he6qr7p Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @purabibaruah8406
    @purabibaruah8406 Рік тому +4

    কৃষ্ণ প্ৰভু

  • @manashihazarika2678
    @manashihazarika2678 4 місяці тому +2

    Apunar soronot pronam provu🙏🙏

  • @dipengogoi2598
    @dipengogoi2598 11 місяців тому +2

    সুন্দৰ ব্যাখ্যা নজনা বোৰ জানিব পাৰিছো।
    কৃষ্ণ প্ৰভু

  • @debaphukan489
    @debaphukan489 Рік тому +3

    Krishna bohut,bhal,lagil

  • @binitadeka2812
    @binitadeka2812 11 місяців тому +3

    কৃষ্ণ বাপ

  • @amiyabora-tg8ld
    @amiyabora-tg8ld 11 місяців тому +2

    Krishna krishna krishna,

  • @ramcharandeka9143
    @ramcharandeka9143 11 місяців тому +2

    Ramkeishna

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @ajutmoran6234
    @ajutmoran6234 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌹🌹

  • @rupalineog342
    @rupalineog342 11 місяців тому +2

    কৃষ্ণ

  • @mahanadamili7334
    @mahanadamili7334 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বহুতে ভাল কথা পাই বাপ

  • @lakhimaikonch3119
    @lakhimaikonch3119 7 місяців тому +2

    Krishna Krishna pravu hewa nibedisu

  • @Minurajkumari
    @Minurajkumari 10 місяців тому +2

    Krishna Krishna na🙏🙏🙏

  • @padmakalita6061
    @padmakalita6061 9 місяців тому +3

    Krishna Krishna Sundar bap

  • @achyutkumargogoi1837
    @achyutkumargogoi1837 Рік тому +2

    Joy Krishna Joy Krishna Pranam

  • @upenbora450
    @upenbora450 Рік тому +3

    Krishna Krishna Krishna 👃👃👃 Bap

  • @JoyshreePhukon-uf9vg
    @JoyshreePhukon-uf9vg 11 місяців тому +2

    👑

  • @Rimpinath123
    @Rimpinath123 11 місяців тому +2

    Kishan 3

  • @bantisaikiya4701
    @bantisaikiya4701 Рік тому +5

    সাধাৰণতে বৈষ্ণৱ পন্থিসকলে কৃষ্ণকে ঈশ্বৰ বুলি মানে। অন্য পন্থাৰ ভক্তসকলে শিৱক ঈশ্বৰ বুলি মানে।বা অনান্য সকলে নিজৰ নিজৰ পথেৰে ঈশ্বৰক বিচাৰে। কিন্তু সাধাৰণতে ঈশ্বৰ প্ৰকৃততে এক শক্তি যাৰ ৰূপস্বৰূপ এক । অৰ্থাৎ বিন্দুস্বৰূপ পৰম‌ শক্তি।যি বিতৰ্কিত নহয়। কিন্তু গুৰুজনাই দিয়া
    পথেৰে আমি যাত্ৰী। কিন্তু প্ৰশ্ন হয় ঈশ্বৰৰ স্বৰূপ অংকিত কৃষ্ণ,শিৱ আৰু অন্যান্য স্বৰূপ সমুহ প্ৰকৃততে কি নো ? কৃষ্ণৰ শক্তি আছে সেই কাৰণে তেওঁ ঈশ্বৰ।শিৱৰ শক্তি আছে সেই কাৰণে তেওঁ ঈশ্বৰ।
    আপুনি অধ্যয়ন কৰিছে, ব্যাখ্যা কৰে। আপোনাৰ মানসিকতাই ঈশ্বৰৰ অস্তিত্ব কি বুলি কয়নো?
    জনাবচোন 🙏 কৃষ্ণ 🙏

  • @prativadas541
    @prativadas541 Рік тому +2

    Krishna krishna krishna

  • @mayashreeboruah6558
    @mayashreeboruah6558 8 місяців тому +2

    🙏

  • @axomthugyt9803
    @axomthugyt9803 11 місяців тому +2

    ❤ কৃষ্ণ কৃষ্ণ

  • @GopimohanNath
    @GopimohanNath 11 місяців тому +2

  • @dulsaikia5379
    @dulsaikia5379 5 місяців тому +2

    ❤❤🙏🙏🙏🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 7 місяців тому +2

    জয় শ্ৰীকৃষ্ণ

  • @barnalidas6262
    @barnalidas6262 Рік тому +3

    হে বাপ আপুনি অমৃত বিলাই আছে কৃষ্ণ কৃষ্ণ

  • @rintutamulihuntu
    @rintutamulihuntu Рік тому +3

    অশ্বত্থামাৰ দেই....

  • @potolgusami3997
    @potolgusami3997 11 місяців тому +2

    Joy shree krishna

  • @pddas6427
    @pddas6427 Рік тому +3

    Krishna Bap Aapunak Pornam 🙏🙏 Jai Guru Sankar 🙏🙏🙏

  • @surbhipatar8447
    @surbhipatar8447 Рік тому +2

    Gagaiy bap apunar biakha khoni asu bohut val lage

  • @karabibhuyan
    @karabibhuyan Рік тому +2

    কৃষ্ণ। মই তেজপুৰ ইন্দিৰা নগৰত আপোনাক লগ পাইছিলো। বৰ ভাল লাগে আপোনাৰ ভাগৱত পাঠ শুনি🙏🙏

  • @papubborah9854
    @papubborah9854 Рік тому +3

    কৃষ্ণ🙏

  • @UtpalSaikia-fl9ij
    @UtpalSaikia-fl9ij Рік тому +3

    Ashastham

  • @trailukyagogoi4298
    @trailukyagogoi4298 Рік тому +3

    Krishna Krishna prabhujona

  • @munindraborgohain6054
    @munindraborgohain6054 Рік тому +2

    Krishna.pavogna.baika.bor.Hondur🙏🙏🙏🙏

  • @momegogoi5042
    @momegogoi5042 Рік тому +2

    Krishna provu❤❤❤❤❤❤❤

  • @MainaVlogs-mk6zi
    @MainaVlogs-mk6zi 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @princhipriyadoley4866
    @princhipriyadoley4866 Рік тому +11

    কৃষ্ণ কৃষ্ণ প্ৰভু ৷সুন্দৰ ব্যাখ্যা ৷

  • @birinchirajkhowa2462
    @birinchirajkhowa2462 Рік тому +2

    Krishna Krishna❤

  • @mitulchetia8119
    @mitulchetia8119 10 місяців тому +2

    Apunar soronot ponipat bap apuni mohan

  • @JunmoniBora-k5f
    @JunmoniBora-k5f 8 днів тому +1

    kesno kesno❤❤🤓

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Рік тому +4

    কৃষ্ণ,উত্তৰা গৰ্ভত ব্ৰহ্মাষ্ঠ প্ৰয়োগ কৰা ব্যক্তি জন বাপজনাই দ্ৰোৰ্ণাচায্য বুল কৈছে হয় জানো।

  • @chidanandabora7304
    @chidanandabora7304 Рік тому +6

    দ্ৰোণাচাৰ্য নহয় হে বাপ অশ্বত্থামা হে আছিল ৷ ভুলতে বাজ হ’ল আপোনাৰ যে গম পাইছোঁ ।

  • @llnm4891
    @llnm4891 Рік тому +2

    Krishna pravu

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Рік тому +2

    Krishna krishna krishna baap shwa gonalu joy guru Shankar

  • @padmakalita6061
    @padmakalita6061 9 місяців тому +3

    Bap uttarrr grovat prakishat ahile

  • @manjuborah6639
    @manjuborah6639 Рік тому +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @rikugogoi3759
    @rikugogoi3759 Рік тому +2

    Sumitra Gogoi
    Krishna Bap Aai samasta aamio Bapjanar para bahuto najana katha janilo lagate Manuhar 10 Khan Duwarr kathao buji palo Lakhman aru Balaramar kathaboro janiba pari Bapjanaloi koti Koti pranam janalo Krishna

  • @user-pm7fl7kc9n
    @user-pm7fl7kc9n 11 місяців тому +1

    Prvujona aitukoriba lage buly kole val lage nigetiv kole nalge

  • @user-mk3ph6zt8w
    @user-mk3ph6zt8w 6 місяців тому +2

    Krishna ...udhab r naam to bhagawatot
    bohut ulai ..teo nu kun asil ...jodi koi diye kunubai nothoi anondo pam ... Krishna

  • @subantiburagohain9151
    @subantiburagohain9151 11 місяців тому +2

    বাপজন আপোনাৰ কন্ঠ এনেয়ে শুৱলা বাদ্য যন্ত্ৰ নললেও বেছিহে ভাল লাগিব বোপা

  • @binudborgohain7918
    @binudborgohain7918 5 місяців тому +1

    🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dipjyotiborah8844
    @dipjyotiborah8844 11 місяців тому +2

    ই লেদিছ মহাপণ্ডিত চাগে কৃষ্ণৰ মৃত্যুৰ সময়ত তাতে আছিলে । সেইকাৰণে কৃষ্ণই মনে মনে ইয়াক কথাবোৰ কৈ গৈছিলে ।

  • @chulbulpanday2200
    @chulbulpanday2200 Рік тому +35

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤😊😊😊

  • @rupadutta9944
    @rupadutta9944 11 місяців тому +1

    Kissna Provo

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Рік тому +2

    Krishna🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @niranjanborah315
    @niranjanborah315 Рік тому +2

    আপুনি কীৰ্তন ৰ সুৰত পঢ়ে নে ভাগৱত ৰ সুৰত???
    আপুনি ঘোষা পুথিভঁৰাল

  • @PramudPatar-cv1cw
    @PramudPatar-cv1cw Рік тому +2

    🙏🙏🙏 khishna khishna khishna 🙏🙏🙏

  • @numolisaikia4826
    @numolisaikia4826 Рік тому +2

    কৃষ্ণ বাপজনাৰ,চৰনত,প্ৰনিপাত,জনালো,বাপজনাক,এটা কঠা,কও়ঁ,বেয়া নাপাব,উতৰা,গ্ৰৰ্ ভʼত,পৰিক্ষীত,যেতিয়া,আছিলে,অষ্ট্ৰিয়াই,ব্ৰহ্মম্মবাণ,মাৰিলে,মইবুজি,পাইছোঅকচমাত,সকলোৱে,ভূলব্যাক্য,পয়োগ,হৈযায়,কিণ্ড্,খুদ্ৰসকলেসেইতোকেই,সচাবুলি,মানিল্ৱ

  • @BidikhaTamuli-pw4vz
    @BidikhaTamuli-pw4vz 11 місяців тому

    নমস্কাৰ জনালোঁ

  • @user-xf5pt3up4n
    @user-xf5pt3up4n 7 місяців тому +1

    bhama asta marisil asaswasthamai

  • @jitengogoi981
    @jitengogoi981 11 місяців тому +1

    ভকতিৰ আৰমভ যদি কৰয় মাতৰ। নাশ নভৈলোৱ হয় মোক্ষৰ ভিতৰ ।

  • @rajibgogoi9763
    @rajibgogoi9763 6 місяців тому +1

    ভগৱানেকিমাছ অবতাৰ লোৱা নাছিল কি মৌ মাখী জনিয়ে মৌপান নকৰিব নেকি আপোনা ভুল ভুল ধাৰনা হৈছে আোপানাৰ এনে অকল সংঘ হৈ কথা কৈছে অনাসংঘ মানুহেও একেখন ভাগৱত পাথ ৰেই আছে আপোনা দৰে জাতী ভাগ ক ৰে ভগৱানে বিছৰানাই আপুনি বিছাৰিছে আপোনাৰ অকলসংঘ বা বে

  • @updeshmala2737
    @updeshmala2737 Рік тому +2

    কৃষ্ণৰ মৃত্যু হৈছিল বুলি স্বীকাৰ কৰেনে নকৰে ?

    • @madhabpayeng1278
      @madhabpayeng1278 11 місяців тому

      Bhagwan krishna or janmo nhoi mrityu nhoi bhagwan nirgun nirakar... bhagwan krishna janmo rati 12 bajat prakat hoi aahisil aru 125 basar lila sampann hua pisat maya rupe hi sharir tyag kare ajan shikari jugedi....

    • @updeshmala2737
      @updeshmala2737 11 місяців тому

      @@madhabpayeng1278 আপুনি আজিও নেজানে নিশ্চয় যে কৃষ্ণৰ অন্তিম সংস্কাৰ হৈছিল। কিন্তু তেখেতৰ কলিজা টুকুৰা অগ্নি দগ্ধ নহল। সেই ঠাইত আজিও পুজা অৰ্চন কৰা হয়।কৃষ্ণ আমাৰ পুজনীয় হয় ইয়াৰ অৰ্থ এইটোও নহয় যে অন্ধবিশ্বাসত পৰি মুল ভগৱন্তক অপমান কৰিবা কৃষ্ণ নিৰাকাৰ নহয়। সাকাৰ হয়। কৃষ্ণ নিৰ্গুণ নহয় সগুণ। কেৱল নিৰাকাৰ পৰমব্ৰহ্ম নিৰ্গুণ হয়। সত ৰজ তম তিনিগুণৰ অতীত সেই জন নিৰ্গুণ। কিন্তু পৃথিৱীত অৱতাৰ হোৱা সকলো দেৱেই সগুণ। মায়াক আশ্রয় লৈহে তেওঁ অৱতাৰ ধাৰণ কৰিছে। মুল তত্ত্বৰ পৰা আঁতৰি একাংশই গছত বগোৱা আৰম্ভ কৰিছে।

  • @UtpalSaikia-fl9ij
    @UtpalSaikia-fl9ij Рік тому +2

    Durnasiaso nohi

  • @jomonidas7552
    @jomonidas7552 11 місяців тому +1

    কৃষ্ণ বাপ, অশ্বশথমাই হে বৰ্ম অস্ত্ৰ নিক্ষেপ কৰিছিল, ভূল নধৰিব

  • @nabajeetbora7514
    @nabajeetbora7514 Рік тому +1

    Drunasarjya ne ashathama

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p 11 місяців тому +1

    Ajikali kkobor diboloi goli gale policese dharibo

  • @Rimpinath123
    @Rimpinath123 11 місяців тому +1

    Contrak nambar kishan

  • @hemakantadeka6206
    @hemakantadeka6206 Рік тому +1

    এও‌‌ এজন আন ধৰ্মক সন্মান কৰিব নজনা মহা পুৰুষ ।

    • @rupamsaikia4383
      @rupamsaikia4383 7 місяців тому +1

      সন্মান জনোৱা টো এইটো নহয় যে লোকৰ উৎসৱ পালিব লাগিব ,ভাগৱত উল্লেখ নাই টো যে অসমীয়াই লোকৰ দুৰ্গা পূজা ,বল bom পালন কৰে

    • @user-mk3ph6zt8w
      @user-mk3ph6zt8w 6 місяців тому

      Manuhe jiman jak joigya kore ...hokolu Krishna usorote pai ... Krishna bhagawat ulekh mote he koisu

  • @susmitabarman6624
    @susmitabarman6624 11 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏