বৰগাঁও||নকছাৰি||অনিল তাঁতী বাপৰ সৰল ব্যাখ্যা

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • #ভাগৱতপাঠ #aniltanti#pranjalprotimborah

КОМЕНТАРІ • 288

  • @pulakeshbora-dz5mw
    @pulakeshbora-dz5mw 10 місяців тому +1

    Joi Shree Krishna

  • @LakhiKantaGogoi-h7z
    @LakhiKantaGogoi-h7z 9 місяців тому +1

    Joy sri krishna

  • @abhijitdutta5782
    @abhijitdutta5782 Рік тому +1

    🙏🏻🙏🏻

  • @bhanudeka-yy2zw
    @bhanudeka-yy2zw 10 місяців тому +1

    Krishna Krishna Krishna Bap

  • @jayantadas8894
    @jayantadas8894 Рік тому +1

    🙏 🙏🙏🙏

  • @knflabordoloi-ki1sm
    @knflabordoloi-ki1sm 9 місяців тому +1

    Apuna.shto.koti.ponam.krishna.bap

  • @AjTamuli
    @AjTamuli 8 місяців тому +1

    কৃষ্ণ 🙇‍♂️🙏🏿

  • @user-yi2sy5sz1w
    @user-yi2sy5sz1w 9 місяців тому +1

    🙏 krishna 🙏 krishna 🙏 Tati bap

  • @_Miss_Khunu
    @_Miss_Khunu Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ

  • @saratdas4705
    @saratdas4705 Рік тому +1

    Krishna Ram bap Krishna

  • @suhaniborah2809
    @suhaniborah2809 Рік тому +1

    Krishna Krishna 🙏🙏

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 9 місяців тому +1

    🙏🙏🙏🙏🙏🙏🙏

  • @pranamihazarika2931
    @pranamihazarika2931 10 місяців тому +1

    O hori o ram

  • @susilasaharia8442
    @susilasaharia8442 3 місяці тому +1

    আপোনাৰ বাখৎান বহুত ভাল লাগে👍👍👍

  • @bhaikiasaikia9445
    @bhaikiasaikia9445 Рік тому +1

    কৃষ্ণ

  • @user-qh4zx8wo3x
    @user-qh4zx8wo3x 9 місяців тому +1

    Jay krishna

  • @PadmoGogoiVlog
    @PadmoGogoiVlog 6 місяців тому

    কৃষ্ণ🙏

  • @badanchandrabania8843
    @badanchandrabania8843 4 місяці тому

    Krishna Krishna Krishna

  • @priyankaborah5761
    @priyankaborah5761 Рік тому +1

    Krishna🙏

  • @AbhijitTanti-gj7gy
    @AbhijitTanti-gj7gy 6 місяців тому +1

    🙏bap

  • @user-tp2sn6jc6z
    @user-tp2sn6jc6z 7 місяців тому +1

    Krisna

  • @rinakutumpegu1427
    @rinakutumpegu1427 Рік тому +1

    🙏 Krishna.

  • @user-mg7dw1ow7c
    @user-mg7dw1ow7c Рік тому +1

    Karsno.🙏🙏🙏

  • @lakhandas4670
    @lakhandas4670 5 місяців тому +1

    ram.hare

  • @khanintalukdar2252
    @khanintalukdar2252 8 місяців тому +1

    Jay sree Ram 🌺🌹🙏

  • @nilimarabha7373
    @nilimarabha7373 9 місяців тому +1

    Krishna

  • @lalitghatowar8760
    @lalitghatowar8760 4 місяці тому

    Hare Krishna ❤

  • @krishnakakaty2624
    @krishnakakaty2624 Рік тому

    Krishna. Krishna. Provu. Xundor. Lagisr.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Рік тому +1

    Krishna krishna
    Baap jona

  • @krishnakakaty2624
    @krishnakakaty2624 Рік тому +1

    Krishna Krishna provu. Xoto. Kuti. Pronam. Jonàisu apunar. Baikha. Xundor. Lagose. Vokot. Xokolok. Mon muhise. Krishna. Krishna

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 7 місяців тому

    শ্ৰদ্ধাৰ তাঁতী বাপ। আমি অতি আচৰিত হৈছোঁ জগতত যিমান ধৰ্ম আৰু ধৰ্ম শাস্ত্ৰ সমূহ আছে এই সকলো জীৱ আৰু দেহ থকা মানুহৰ পৰাই ৰূপান্তৰিত মহাপুৰুষ বা দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি সকলে লিখা। জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য আত্মাবোধ আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আদি মানৱ কল্যাণৰ জগতৰ সৰ্বকালৰ সুমঙ্গল ৰ কথা থকাটো সত্য। জগতত হাজাৰ হাজাৰ ধৰ্ম হাজাৰ হাজাৰ ধৰ্ম পুথি বা শাস্ত্ৰ থকা কোনো সত্য। হাজাৰ হাজাৰ সমাজ সংস্কাৰ সংস্কৃতি সঙবিধান ৰীতি-নীতি আহাৰ বিহাৰ প্ৰণালী ইত্যাদি আছে ইও সত্য। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি জীৱ আৰু দেহ বা প্ৰকৃতিৰ জাতি ধৰ্ম বা স্বভাৱ বণ লিঙ্গ ভাষা ব্যৱহাৰ শব্দ জীৱন নিৰ্বাহৰ পৰিবেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ বেলেগ। কিন্তু আচল কথা হ'ল। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে কেনেকৈ? ব্ৰহ্ম বা আত্মাৰ পৰাই পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ পৰাই উৎপত্তি হৈছে। যেনেকৈ জগতত সূৰ্য এটাই পোহৰ আৰু তাপ গোটেই জগত বিলাই। ঠিক সেই দৰে ব্ৰহ্ম বা আত্মাও এটাই। ব্ৰহ্ম বা আত্মা অব্যক্ত নিৰাকাৰ অলিপ্ত অচিন্ত অক্ষয় অব্যয় শূন্য হীন সবব্যাপী নিগূন অজনমা অচল কল্পনাতীত কালৰ অতীত অমৰন অভগন অসীম সবাৰ উদ্ধত চৈতন্য পূৰ্ণ সনাতন । ব্ৰহ্ম বা আত্মা এক সত্য এক ধৰ্ম এক জগত বাকী সকলো মিথ্যা। কাৰণ ব্ৰহ্ম বা আত্মাৰ পৰাই উৎপত্তি হৈছে পৰা আৰু অপৰা নামৰ দুবিধ প্ৰকৃতিৰ। ব্ৰহ্ম ই পৰম পুৰুষ বাকী সকলো প্ৰকৃতি। দেহী বা অৱতাৰী। নামি ও নাম আছে। ব্ৰহ্ম নাম নামি দেহী পূজা সেৱা গ্ৰহণ কাৰী একো নহয়। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সমস্ত কাৰ্যকলাপ কাৰণ দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ‌ ব্ৰহ্মৰ ওপৰত নহয। অনন্ত কোটি ব্ৰহ্মাণ্ড মিছা মায়াৰ ভ্ৰম বিনাশীল। সকলো ব্ৰহ্মৰেই সৃষ্টি আকৌ ব্ৰহ্মতেই বিলিন হ'ব। ব্ৰহ্ম অনন্ত কাল এজন। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি হৈছে পৰম ব্ৰহ্মৰ পৰাই। তেওঁ কিন্তু এই সমস্তত অলিপ্ত অচিন্ত অব্যক্ত অচল অজনমা নিগূন সবাৰো উদ্ধত কালৰ অতীত অমৰন অভগন অসীম সবব্যাপী অদেহী। সেই হে ব্ৰহ্মৰেই সৃষ্টি দেহ দেহী প্ৰকৃতি নাম নামি নিগূন সগঊন দৈৱিক গুণ সম্পন্ন ঐশ্বৰিক গুণ সম্পন্ন দেৱী দেৱতা ঈশ্বৰ ঈশ্বৰী সকলে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰিচালনা কৰে।তেনে তুমি প্ৰভূ নিগূন গূনেৰ সীমা নাই নিগূন হৈয়া পুনৰ সেই গুন গাই। নাম ৰাম কূষ্ণ হৰি নাৰায়ণ আদি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ উৎপত্তি বা সৃষ্টি ৰহস্য মাএ এক জনৰ ওচৰত। তেওঁ পৰম ব্ৰহ্ম পৰম আত্মা শ্ৰীকৃষ্ণ। বাসুদেৱৰ কূষ্ণৰ কথা কোৱা নাই । সেইটো ৰূপক বা আধ্যাত্মিক তত্ব। বৰ্তমান জীৱ শ্ৰেষ্ঠ মানৱৰ মন বোৰ সুন্দৰ নহয়। অন্তহ জগতত এটা বহিৰ্জগৎত বেলেগ। মায়াৰ দেহটো সাৱতি ধূতৰাষ্ট হৈ আত্মাক নিচিনি দেহ ৰূপী কৌৰৱৰ লগতে জন্ম মৃত্যু বন্ধনৰ চক্ৰত মে'ৰ খাই থাকিব। শঙ্কৰদেৱৰ মাধৱদেৱৰ দৰে মানুহৰ পৰাই ৰূপান্তৰিত হৈ ঐশ্বৰিক গুণ সম্পন্ন হৈ ব্ৰহ্মক চিনি মহাপুৰুষ ঈশ্বৰ পুৰুষ হ'ল। কিন্তু বিশ্বৰ কিমান জন মানৱে ঈশ্বৰ পুৰুষ হ'ব পাৰিব। সাম্প্ৰতিক কালত জগতত ধৰ্ম আৰু ৰাজনৈতিক ক্ষেত্ৰখনত বহুতো পথৰ ‌সূষ্টি হ'ল সেই হে আচল সত্য পথৰ পৰা পথভ্ৰষ্ট হৈছে জীৱ শ্ৰেষ্ঠ মানৱৰ। ধন্যবাদ। প্ৰদীপ গগৈ। অসমৰ ।

  • @user-ij1zu4si8j
    @user-ij1zu4si8j 8 місяців тому

    Har har mahadev

  • @Bikivlogs994
    @Bikivlogs994 4 місяці тому

    😊😊❤❤🙏🙏

  • @chiranjidas-6829
    @chiranjidas-6829 Рік тому +1

    krishna bap

  • @jibonchborah3819
    @jibonchborah3819 Рік тому +2

    দেৱতা তেত্ৰিশ কোটি নহয়, তেত্ৰিশ কৌটি। সংস্কৃতত কৌটি মানে প্ৰকাৰ। অৰ্থাৎ দেৱতা তেত্ৰিশ জন।

  • @nirusaikia7631
    @nirusaikia7631 Рік тому +5

    কৃষ্ণ কৃষ্ণ বাপ 🙏 সমস্ত ভকত বৈষ্ণৱ বৃন্দলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 ।তাতী বাপৰ ভাগৱত পাঠৰ বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏
    জয় গুৰু শঙ্কৰ 🙏 🙏

  • @minatimech4993
    @minatimech4993 Рік тому +1

    Krishna Krishna baap

  • @dipkalita8273
    @dipkalita8273 Рік тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তাঁতী বাপজনালৈ শতকুতি সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 5 місяців тому +2

    কৃষ্ণ বাপ ৷ কি অপূৰ্ব বিশ্লেষণ ৷ সেৱা ধৰিছো বাপ ৷

  • @ramrrasad9044
    @ramrrasad9044 Рік тому +1

    Kisno ram ram

  • @bkgogoi8636
    @bkgogoi8636 Рік тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সমষ্ট আই সমষ্ট সকলো চৰন সেৱা ধৰিছো আপোনালোক ধন্য কৃষ্ণ 🙏

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 9 місяців тому

    সত্যম শিৱম সুন্দৰম। সত্যম মানে ব্ৰহ্ম বা আত্মা ।যি হেতুকে ব্ৰহ্ম বা আত্মাই পৰম সত্য। শিৱম মানে জীৱ বা চেতনা।যত জীৱ তত শিৱ। সুন্দৰম মানে মনোমোহা প্ৰকৃতিৰ ক্ৰীড়া মায়াৰ ভ্ৰম। ২৪তত্ব প্ৰকৃতিৰ পঞ্চ ভৌতিক পদাৰ্থৰে গঠিত জগত খন। অৰ্থাৎ পৰম আত্মা জীৱ আত্মা আৰু দেহ। গতিকে সত্যম শিৱম সুন্দৰম। তিনি টা বস্তু এটা।

  • @Jaanmoni9711
    @Jaanmoni9711 5 місяців тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 কোটি কোটি সেৱা জনালোঁ 🙏🙏🙏

  • @trithathengal1177
    @trithathengal1177 Рік тому +3

    কৃষ্ণ কৃষ্ণ বাপ‌ বহুত সুন্দৰ ব্যাখ্যা ভাল লাগিল সুনি ধন্যবাদ

  • @punyaborah5177
    @punyaborah5177 Рік тому +5

    কৃষ্ণ-কৃষ্ণ প্ৰভু --আপোনাৰ শ্ৰীপদ্ম মুখ-সন্তে নিগৰিত সাৱলীল ব্যাখ্যাই আমাক কৃতকৃত্য কৰি অমৃত সাগৰৰ সন্ধান দিলে ।আপোনাক প্ৰভুৱে আৰু শকতি দিয়ক ।প্ৰণাম ।

    • @mridultamuli991
      @mridultamuli991 Рік тому

      কৃষ্ণ বাপ সুন্দৰ লাগিল। ভক্তি ভৰা সেৱা জনালো।

  • @sabitakalita7065
    @sabitakalita7065 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
    ভাগৱতৰ বাখ্যা শুনিলে শুনি থাকিবৰ মন যায় বাপ। আপোনালোকৰ যোগেৰে ভাগৱতৰ বাখ্যা শুনি আমি মানৱ জীৱনৰ পৰা উদ্ধাৰ হব লাগিব। কৃষ্ণ। 🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +2

    তাঁতী বাপৰ ব্যাখ্যা বৰ মনোগ্ৰাহী। তেখেতক সেৱা জনালোঁ। কৃষ্ণ।

  • @bhaskardas972
    @bhaskardas972 10 місяців тому +2

    Ram Ram Ram Krishna Prabhu

  • @Ridipaxom
    @Ridipaxom Рік тому +2

    কৃষ্ণ কৃষ্ণ বাপ মন প্ৰাণ জুৰ পৰি গৈছে। জয় গুৰু শঙ্কৰ । সেৱা জনাইছো

  • @manjulabora8219
    @manjulabora8219 Рік тому +4

    তাতী বাপ জনালৈ কৌটি কৌটি প্ৰণাম লগতে বাপ আই সমস্তলৈও আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ❤❤🙏🙏🙏🙏

  • @gunamaidevi4570
    @gunamaidevi4570 Рік тому +6

    Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu krishna

  • @sangitabaruah2575
    @sangitabaruah2575 11 місяців тому +2

    বহু ভাললাগিল বাপ

  • @kalyanidas4341
    @kalyanidas4341 Рік тому +3

    কৃষ্ণ 🙏🙏 আপোনাৰ সুন্দৰ ব্যাখা শুনি প্ৰান ভৰি গল

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 10 місяців тому +1

    প্ৰণাম প্ৰভু

  • @mridultamuli991
    @mridultamuli991 Рік тому +1

    কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল। আপোনালৈ ভক্তি ভৰা সেৱা জনালো।

  • @RanjitThakuriya-h6c
    @RanjitThakuriya-h6c 8 місяців тому +1

    কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা ভাল লাগিল।

  • @jeetakotoky876
    @jeetakotoky876 Рік тому +3

    Joi guru sangkor ram ram ram narayon narayon narayon

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻❤❤❤❤❤❤

  • @mncreation9230
    @mncreation9230 Рік тому +1

    কৃষ্ণ।বৰ ভাল লাগিল। কৃষ্ণ হৰি ৰাম।

  • @jodumonibora409
    @jodumonibora409 Рік тому +1

    Krishna Krishna 🙏🙏🙏🙏🙏🙏Thank you.

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @mahendradas6626
    @mahendradas6626 Рік тому +1

    হে পৰমবানধৱ ঈশ্বৰস্বৰুপ বাপ জনলৈ এই অধমৰ সেৱা

  • @mintubharali3092
    @mintubharali3092 Рік тому +3

    Krishna.. Krishna.. Krishna... Baap... Antorik vokty vora heua jonalu Krishna

  • @mahendrabaruah3582
    @mahendrabaruah3582 Рік тому +3

    Bap janak pranam janalu

  • @mridulchandraborah8720
    @mridulchandraborah8720 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ, সুন্দৰ ব্যাখ্যা

  • @sanjibpegu8044
    @sanjibpegu8044 10 місяців тому +2

    Oh Hori, oh Ram. Krishna. Krishna.

  • @aparajitatamuli7273
    @aparajitatamuli7273 Рік тому +3

    ❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤ ওম নমঃ ভগৱতে বাসুদেৱ❤কৃষ্ণ❤

  • @uttamtanti9981
    @uttamtanti9981 Рік тому +2

    Krishna Krishna Hari Hari

  • @sadanandagogoi1880
    @sadanandagogoi1880 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা।

  • @bishinubharali4228
    @bishinubharali4228 8 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ।

  • @N.K1108
    @N.K1108 Рік тому +3

    অ হৰি অ ৰাম

  • @AssamDevotionalJD1
    @AssamDevotionalJD1 Рік тому +1

    কৃষ্ণ বাপঈশ্বৰ চৰণত কোটি কোটি সেৱা নিবেদিলো ।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @mirachutiabora56
    @mirachutiabora56 Рік тому +1

    Krisnakrisnana;bb

  • @bogiboro783
    @bogiboro783 Рік тому +3

    Krishna krishna 🙏🙏🙏

  • @prahladgogoi8847
    @prahladgogoi8847 Рік тому +2

    কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ।

  • @deepgo884
    @deepgo884 Рік тому +2

    Joi Krishnaguru 🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Рік тому +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।

  • @harsheetpratimbora3761
    @harsheetpratimbora3761 Рік тому +2

    Krishna Krishna Bap 🙏🙏🙏

  • @jodumonibora409
    @jodumonibora409 Рік тому +1

    Very interesting 'video Tati Bap Ji.💐💐💐💐🙏🙏🙏🙏🙏👋👋👋👋

  • @barnalidas7784
    @barnalidas7784 10 місяців тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ কৃষ্ণ

  • @happyboy4579
    @happyboy4579 Рік тому +3

    Hosai bhut val lagel huni ,🙏🙏🙏

  • @jomonidas7552
    @jomonidas7552 10 місяців тому +1

    কৃষ্ণ বাপ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ 🙏

  • @manashdeka9272
    @manashdeka9272 Рік тому +1

    আপোনাকএবাৰ লগ কৰিৱ বিচাৰো🙏🙏🙏

  • @kishna.krishna.krishna.bap1038
    @kishna.krishna.krishna.bap1038 11 місяців тому +1

    Krishna.krishna.bap❤😂❤

  • @debajyotidas8584
    @debajyotidas8584 Рік тому +3

    কৃষ্ণ কৃষ্ণ

  • @dhruba500
    @dhruba500 Рік тому +2

    Krishna Krishna sewah🙏🙏🙏e bap

  • @RajuKumar-qp7ui
    @RajuKumar-qp7ui 7 місяців тому +1

    বাপ আপোনাক নিমন্ত্ৰণ kori আনিলে কিমান পইচা লাগিব বাপ জনাব

  • @diptiphukan3805
    @diptiphukan3805 10 місяців тому +1

    কৃষ্ণ বাপ জন বৰ সুন্দৰ ভাঙনি

  • @UcjfufUcufufi
    @UcjfufUcufufi Рік тому +3

    Krishna Tanti প্ৰভু ভাগৱতৰ বাণী শুনি আমি নথৈ সন্তুষ্ট।

  • @Request_motivation
    @Request_motivation 10 місяців тому +1

    কৃষ্ণ
    🙏🙏🙏🪔🪔🪔 বাপ প্ৰণাম ধৰিলু বাপ কৃষ্ণ

  • @dulalsaikia632
    @dulalsaikia632 Рік тому +1

    Krishna Krishna tanti bap ... Bhagavatar baikha suni bahut vl lagise ... Krishna...

  • @krishnakantadas5389
    @krishnakantadas5389 Рік тому +1

    বহুত ভাল লাগিল প্ৰভূ |

  • @dipshikhaborah3082
    @dipshikhaborah3082 Рік тому +2

    জয় কৃষ্ণ

  • @prahladgogoi8847
    @prahladgogoi8847 Рік тому +1

    কৃষ্ণ প্ৰভু জয় গুৰু শ্ৰীমন্ত শঙ্কৰ।

  • @akhilgogoi1869
    @akhilgogoi1869 Рік тому +4

    Krishna Krishna bhal bap.

  • @nssodiya713
    @nssodiya713 Рік тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @jintidas6948
    @jintidas6948 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ।

  • @kishordas2331
    @kishordas2331 Рік тому +1

    পৰম শ্ৰদ্ধাৰ বাপ, সেৱাভাগী গ্ৰহণ কৰিব। কিভাবে আপ্লুত হৈছো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম । মন প্ৰাণ ভৰি গৈছে।
    ।।প্ৰনাম ।।

  • @mpatowary9279
    @mpatowary9279 Рік тому +3

    Vahut val lagil ❤

  • @dimbeswarkurmi7260
    @dimbeswarkurmi7260 Рік тому +1

    কৃষ্ণ
    জয় গুৰু শঙ্কৰ