এটা সুখী পৰিয়াল, এটা যুটীয়া পৰিয়াল

Поділитися
Вставка
  • Опубліковано 6 лип 2023
  • এটা সুখী পৰিয়াল, এটা যুটীয়া পৰিয়াল
    #baartalaap #chakrapaniparashar #assam #nagaon #music #beharbarioutpost #guwahati
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

КОМЕНТАРІ • 206

  • @khagenchandrarajbongshi-ix1sp
    @khagenchandrarajbongshi-ix1sp Рік тому +28

    অতি ভাল লাগিল।এই পলৰিয়ালটি আজিৰ সমাজৰ বাবে আদৰ্শ হয যেন

  • @nijaradas6861
    @nijaradas6861 Рік тому +11

    আমাৰ ঘৰখন আজিও খুৰা পৰিয়ালৰ সৈতে একে লগে আছো।মুঠ ঌজন ।আমি সদায় সুখী ।

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b Рік тому +21

    ৰাতিপুৱা ই বৰ ভাল লাগিল এই সংস্কৃতিবান পৰিয়ালটো দেখি। ধন্যবাদ বাৰ্তালাপ।মানহে সৰু সৰু কথাতে সন্তোষ হ'লে, মনটো ভাল হ'লে সকলোৰে লগত মিলিজুলী থাকিব পাৰে। এতিয়া আকৌ ছোৱালী এজনীৰ বিয়াৰ কথা ওলালেই অকলশৰীয়া পৰিয়ালৰ সন্ধান কৰে।পাৰিলে শাহু শহুৰ ও নথকা হে লাগে। আচলতে আমি ছোৱালী এজনী ডাঙৰ দীঘল কৰোঁতে ই আত্মকেন্দীক কৰি গঢ়ি তুলিছো।এই পৰিয়ালৰ সন্তান সকল ব্যতিক্ৰম।ভালে থাকক সকলো মোৰ শুভকামনা জনালোঁ।

  • @snandasarma2329
    @snandasarma2329 Рік тому +8

    চক্ৰপাণি ভাল লাগিছে তুমি আমাক সমাজৰ মাজত চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইন্দ্ৰপুৰী .

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Рік тому +4

    বহুত ভাল লাগিল আপোনালোকৰ সুন্দৰ পৰিয়ালটো আগলৈও এনেকৈয়ে মিলা প্ৰিতিৰে থাকক ভগবানৰ ওচৰত কামনা কৰিলো।

  • @linasarmah3833
    @linasarmah3833 Рік тому +5

    আপোনালোক সকলো এনেদৰেই থাকক, ভগৱানে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো।

  • @bipindeka560
    @bipindeka560 Рік тому +6

    এতিয়াও ইমান ডাঙৰ যৌথ পৰিয়াল।সুন্দৰ আদৰ্শ ।ধন্যবাদ জনাইছো।

  • @rashmiborah1103
    @rashmiborah1103 10 місяців тому +1

    সুন্দৰ সাক্ষাৎকাৰ গ্ৰহণ ভাল লাগিল সুন্দৰ যুটীয়া পৰিয়াল অভিনন্দন ঘৰৰ সকলোলৈ আগলৈও দেখিবলৈ পোৱাৰ আশাৰে🙏🌹🙏

  • @shewalidevi9729
    @shewalidevi9729 Рік тому +13

    সঁচাকৈয়ে আজিৰ বাৰ্তালাপ অনুষ্ঠানটি দেখি অভিভূত হ'লো । ময়ো এই পৰিয়ালটিক নিচেই ওচৰৰপৰা পাই নিজকে ধন্য মানিছো । এই সুযোগতে চক্ৰপাণি পৰাশৰকো হৃদয়েৰে ধন্যবাদ জনালোঁ ।
    "বাৰ্তালাপ"ৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ ।

  • @Dipshikharay-ph9wk
    @Dipshikharay-ph9wk Рік тому +5

    4joni buwari kio hl ba buji napalu..kothatay proti 3 joni..3 joni buwari buli a koi ase...kintu baki ajoni Kunfalor bujat akhubidha hoise....
    Sai vl lgile dei❤️

  • @gitalinath2600
    @gitalinath2600 Рік тому +21

    পৰিয়ালটো সমাজৰ আদর্শ স্বৰূপ ।এনেদৰে সুখী হৈ থাকক ❤❤❤

  • @krishnasaikia5193
    @krishnasaikia5193 Рік тому +3

    All family thanks and parashar da thanks val lagil

  • @AmirHamza1amir.
    @AmirHamza1amir. Рік тому +6

    Ei family'r soboke salute jonaisu.

  • @mukundadeka-us2xl
    @mukundadeka-us2xl Рік тому +2

    বহুত ভাল লাগিল। ঘৰখন সচাকৈ মৰম চেনেহৰে পৰিপূৰ্ণ।

  • @nirusaikia7631
    @nirusaikia7631 Рік тому +6

    আজি কালি এনে এখন ভৰা ঘৰ দেখিবলৈ নাই। প্ৰায় ১৯৭০ চনৰ কথা, আমাৰ ঘৰখনটো মা দেউতা,দাদা বৌ,ভতিজা ভতিজী,কে ধৰি ২১ জন আছিল। খুব মজাৰ দিন আছিল। এতিয়া অতীত শুৱৰি ভাল লাগে। এতিয়া ভাগ ভাগ হ'ল। সদায়ে এই পৰীয়াল টি মিলি জুলি থাকক ❤🙏🌹

  • @khargeswardeka3827
    @khargeswardeka3827 Рік тому +4

    ❤Very good : An Ideal family 🎉!

  • @munnarealvlog9341
    @munnarealvlog9341 Рік тому +16

    First view
    দাদাক কোনে কোনে ভাল পোৱা এটাকৈ like দি যাব

  • @dipalikalita2546
    @dipalikalita2546 Рік тому

    Bhayti Parasar tomak bahut bahut dhnyabad eman dhuniya pariyal eta sinaki kari dila Thank you

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Рік тому +5

    মোৰ ফালৰ পৰা মৰম যাচিলো পৰিয়ালৰ লৈ ❤️❤️

  • @kankanabarman8553
    @kankanabarman8553 Рік тому

    Ajir bartalab sai bohut val lagise because iman sundor ati joutho poriyal xosakoi manibo lagibo iman sanskari xokolu manuh khini khub kom ase anekua joutho poriyal . Apunaluk xokoluloike mur oxex dhanyawad

  • @Kobitacreation4792
    @Kobitacreation4792 Рік тому +6

    আমাৰ ঘৰতউ ১৩ জন আছিলোঁ। আজি এই পৰিয়াল টো দেখি মনত পৰি গৈছে,‌, আমাৰ সেই ভাল লগা দিন বোৰ 😢😢😢

  • @anilbora2237
    @anilbora2237 Рік тому +2

    ভাল লাগিল ডাঙৰ যৌথ পৰিয়াল টোৰ মিলন দেখি। 💐👍🌹🦋🐝🌷🌺💕

  • @dipendrakalita6224
    @dipendrakalita6224 11 місяців тому

    ধন্যবাদ আপোনালোকৰ মিলাপ্ৰীতি বাবে এই মিলাপ্ৰীতিৰ চিৰ যুগমীয়া হক ।

  • @user-hq8mv4he1r
    @user-hq8mv4he1r 11 місяців тому

    পৰিয়াল টোলৈঅশেষধন্যবাদ থাকিল। এনে দৰে সদায় চলি থাকক।

  • @jitendrasaikia9508
    @jitendrasaikia9508 Рік тому

    অনুষ্ঠান টো খূবেই ভাল লাগিল । শব্দৰ সংযোজন খিনি আৰু অলপ ভাল হ'ব লাগিছিল । বহুত ভাল লাগিল হেঁতেন ।

  • @mondirabaruah5414
    @mondirabaruah5414 Рік тому +4

    বহুত ভাল লাগিল।তেখেতসকলৰ ঘৰলৈ যাবৰহে মন গৈছে ।

  • @akankhyaduttaakankhya5063
    @akankhyaduttaakankhya5063 Рік тому +5

    এনেকুৱা যৌথ পৰিয়াল আজিৰ দিনত খুব কম হে দেখা যায়। ভগৱানে সকলো কে কুখলে‌ ৰাখক।

    • @manabtalukdar6376
      @manabtalukdar6376 Рік тому +1

      কিয় নাথাকিৱ আমাৰো তিনিটা পৰিয়াল একেলগে আছো বাইদেউ আৰু মৃত্যুৰ দিনা লৈই একলগে থাকিম এইটো সম্ভৱ হৈছে মোৰ দেউতাৰ সহজ-সৰল মনোভাৱ আৰু তেওঁৰ আদৰ্শৰ বাবে।

    • @dimpicreation4856
      @dimpicreation4856 11 місяців тому

      আমাৰো যৌথ পৰিয়াল ❤ আমি 9জন সদস্য ❤❤

  • @m.bsvlogs9470
    @m.bsvlogs9470 Рік тому +2

    আমিও যৌথ পৰিয়ালতে থাকো তেওঁ লোকৰ দৰে আমাৰো তিনিজন পুত্ৰ-বোৱাৰী, সন্তান,মা আছে সেইদৰে থাকি ভালে লাগে

  • @tamanna2813
    @tamanna2813 Рік тому +1

    Vl lagil.hundar family. Family tu aru vl hok

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +1

    🎉❤🎉❤ unique and ultimate video hoi. Possitive news for us. All the best wishes to all
    Always be positive and happiness.

  • @dimpicreation4856
    @dimpicreation4856 11 місяців тому +1

    আমাৰো যৌথ পৰিয়াল ❤❤ আমি বহুত সুখী 😘♥️♥️

  • @alakabordoloi3439
    @alakabordoloi3439 Рік тому +3

    আপুনি মোৰ প্ৰিয় মানুহ❤ বাৰ্তা লাভ অনুষ্ঠান চাও আশীৰ্বাদ দিছো আগুৱাই যোৱান নে❤❤❤

  • @hirumonimadhi7301
    @hirumonimadhi7301 Рік тому

    বহুত ভাল পাও এনেকৈ থকা পৰিয়াল। পৰিয়ালটো আগলৈকে ভাল হওক।

  • @prasantagoswami1477
    @prasantagoswami1477 Рік тому +1

    বৰ ভাল লাগিল। ধন্যবাদ

  • @tultulboruah9037
    @tultulboruah9037 Рік тому +1

    Hosakoi bhut hundor porial...

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +1

    বহুত ভাল লাগিল এনে পৰিয়াল পাবলৈ নাই তেওলোকক নমস্কাৰ জনালো❤❤❤❤❤❤❤❤

  • @munumini-qo6bt
    @munumini-qo6bt Рік тому +5

    Bht vl lagil❤❤❤

  • @sunishakalita3615
    @sunishakalita3615 Рік тому

    Monbor udar hole pari enekoi ekeloge thakibo. Monborei asol kotha. Khub bhal lagil teulokk dekhi.

  • @mitalinath6601
    @mitalinath6601 11 місяців тому

    চাৰি নম্বৰ গৰাকীৰ ৰহস্য থকা বুলি কলে but khuli নকলে, বাকী এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য একো একোখন বহল হৃদয়ৰ গৰাকী হয় ❤

  • @nagench.baishya4486
    @nagench.baishya4486 Рік тому +4

    এটা আদশ’ পৰিয়াল ৷ সদায় সুখী থাকক ৷ পৰিয়ালটোৰ নতুন প্ৰজন্ম ই এটা সুন্দৰ পৰিবেশত ডাঙৰ হোৱাৰ সুযোগ পাইছে৷ এইটো গৌৰবৰ বিষয় ৷

  • @prankitborgohain5061
    @prankitborgohain5061 Рік тому

    Fatafati,solid,jhakas lagise.🙏👍

  • @aparajitarajkhowa3578
    @aparajitarajkhowa3578 Рік тому

    পৰিয়ালটি দেখি খুব ভাল লাগিল । 👌👌

  • @minakshikurmi7414
    @minakshikurmi7414 Рік тому +6

    সংস্কৃতিবান আদৰ্শ সুখী পৰিয়াল
    সদায় সুখী হৈ থাকক।

  • @rupasaikiabora2967
    @rupasaikiabora2967 Рік тому +4

    ময়ো নগাঁও ৰে হয় আমি আমাৰ পাঁছজন একেলগেই বৰ্তমান লৈকে আছো ।মই ঘৰৰ ডাঙৰ হয় অৱশ্যে মোৰ স্বামী ঢুকুৱা বেছি দিন হোৱা নাই আৰু শহুৰ দেউতাকো আটাইকেইগৰাকী এ পাইছিল ।বৰ্তমান আমাৰ পৰিয়ালত 15 গৰাকী সদস্যই একেটা পাকঘৰ ৰ একেটা চৰুতে খাওঁ।

  • @kshirodsarma2283
    @kshirodsarma2283 Рік тому +3

    Happy join family.

  • @gitimonigogoi6022
    @gitimonigogoi6022 Рік тому +1

    Love from naharkatia ❤❤❤

  • @popibora2843
    @popibora2843 Рік тому

    Bhut vl lagile❤

  • @JitenDeka-fx8xf
    @JitenDeka-fx8xf Рік тому +1

    Bor xundor 🤗❤

  • @kk-bf6ol
    @kk-bf6ol Рік тому +2

    আপোনালোক সৌভাগ্যবান । ভগবানে আপোনালোকক সদায়ে সুখী কৰি ৰাখক ।

  • @deepjyotihrishikeshofficial

    It is such good news...
    We need such news and chapter from the channel

  • @pobontamuli4168
    @pobontamuli4168 Рік тому +2

    আমাৰো যৌথ পৰিয়াল। যৌথ পৰিয়াল ত থকাৰ আমেজেই সুকীয়া । কেতিয়াবা, কিছুমান সমস্যা লৈ খং উঠে যদিও সেয়া খন্তেকীয়া ।

  • @narayandas1655
    @narayandas1655 Рік тому

    Sarma Da
    God bless you and your family

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 Рік тому +1

    পৰিয়ালটোত বৰাচাউলৰ ভাতৰ এঠা সদায়েই থাকক তাকে কামনা কৰিলোঁ ৷

  • @hemkantaborah7434
    @hemkantaborah7434 Рік тому +2

    সুন্দৰ যৌথ পৰিয়াল। মিলাপ্ৰীতিৰ এক অনবদ্য উদাহৰণ।এনেকুৱা বোৱাৰীও পাবলৈ টান।

  • @user-wj2ej5zf2i
    @user-wj2ej5zf2i Рік тому +5

    আমাৰ ঘৰতো মানুহ ককাই ,ভাই,ভনি,ভাগিনী,মিলি এঘাৰজন ইয়াৰে, ভনিভাগিনী,বিয়া,হলত,ককাইভাই বিয়া কৰয়াত বৰ্তমান পৰিয়ালত,জা জলি পাচজনি আৰু ভতিজা,ভতিজীমিলি সাতজনী ,ভাবি চাওকচোন কিমান সুন্দৰ,নজৰ নালাগে যাতে ভগবান ।

  • @rinjudutta4934
    @rinjudutta4934 Рік тому +5

    আমাৰো তিনিটা পৰিয়াল একে লগে আছো

  • @Pratim_Sarmah.
    @Pratim_Sarmah. Рік тому +10

    পুৱাই পুৱাই এটা সুন্দৰ অনুস্থান উপহাৰ দিয়াৰ বাবে চক্ৰপানী দাঙৰীয়াক ধন্যবাদ 🙏

    • @mahim_kr_nath_GPL
      @mahim_kr_nath_GPL Рік тому +1

      এনেকুৱা ভিডিয় চাই ভাল লাগে👍❤️

  • @villagelife9307
    @villagelife9307 Рік тому +3

    ❤❤❤

  • @kalendas1935
    @kalendas1935 Рік тому +2

    ❤️❤️❤️ lovely 🙏🙏🙏🙏

  • @pratibhahazarika335
    @pratibhahazarika335 Рік тому

    BOHUT dhuniya lagise aru khadai anakei thakib

  • @jyotsnadevimusic2509
    @jyotsnadevimusic2509 Рік тому

    😊 খুবেই ভাল লাগিল

  • @kingofpoultry
    @kingofpoultry 11 місяців тому

    Beautiful family 🙏
    God bless ❤

  • @latumonisaikia6852
    @latumonisaikia6852 Рік тому +1

    বৰ ভাল লাগিছে চাই ।

  • @JLI321
    @JLI321 Рік тому

    Iman dhuniya ganor logote kontho

  • @mausumiborthakur6028
    @mausumiborthakur6028 Рік тому

    Khub bhal lagil❤

  • @sadhanasultanajehirblogs4600

    Khube khube bhal lagil.

  • @ranjitbora734
    @ranjitbora734 Рік тому

    ঠাই খিনিৰ নামেইচোন ইন্দ্ৰপুৰী। ভাল লাগিল।

  • @jimpirekhaSaikia
    @jimpirekhaSaikia Рік тому +1

  • @hemkantaborah7434
    @hemkantaborah7434 Рік тому +1

    হিংসাকুৰীয়া, পেটভাটৌ, অহংকাৰী মানুহে কেতিয়াও এনে সুন্দৰ পৰিয়াল গঠন কৰিব নোৱাৰে।

  • @NanditaSarmah-df5mm
    @NanditaSarmah-df5mm Рік тому

    Bahut bhal lagil porial tu

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb Рік тому

    Thanks from ❤andharpradesh.

  • @kukimahanta2815
    @kukimahanta2815 Рік тому

    একেলগে থকা মজাই বেলেগ, এৰা ধৰা মিলা প্ৰীতিৰ মাজেৰে চলিব পাৰি। তাতে সোণত সুৱগা চৰায়ছে সঙ্গীতে সেয়ে লক্ষী বাস কৰিছে। ভগৱানে মঙ্গল কৰক

  • @nilakshiborah863
    @nilakshiborah863 Рік тому +1

    Wow!

  • @jyotirekhabordoloi3892
    @jyotirekhabordoloi3892 3 місяці тому

    আমাৰো যৌথ পৰিয়া খুৰা দুজন খুৰী দুগৰাকী মা দেউতা আৰু আমাৰ বাই ভনী দাদা ভাইতি বৌ ভতিজা মিলি মুঠ 16 জন আচো আমি বহুত সুখী ❤❤❤❤❤

  • @akanbaishya417
    @akanbaishya417 Рік тому

    সচাই সুন্দৰ পৰিয়াল। আজিকালি এনেপৰিয়াল খুব কম দেখা যায় ।নজৰ ন লগে ।

  • @hemendas6482
    @hemendas6482 Рік тому +1

    Best of luck

  • @jadrishidutta5544
    @jadrishidutta5544 Рік тому +2

    ভাল লাগিল চক্র দা অনুষ্ঠান টো, আমাৰ ঘৰৰ ওচৰত টো আছে পাঁচটা ককাই ভাই আৰু পাঁচ জনী বোৱাৰী আৰু শাহু-শহুৰ, ল'ৰা -ছোৱালী, চবেই একে লগেই খায়

  • @bikashkakati4376
    @bikashkakati4376 Рік тому

    Xundor poribex ❤

  • @mamonipator7640
    @mamonipator7640 3 місяці тому

    Anusthanti sai bar val lagil ❤❤

  • @aikankalita6733
    @aikankalita6733 11 місяців тому

    Bahut val lagil

  • @tanayachutia8671
    @tanayachutia8671 Рік тому

    Excellent ❤️

  • @gitanjalidevi6754
    @gitanjalidevi6754 Рік тому

    Bhal lagil

  • @himanshugogoi5036
    @himanshugogoi5036 Рік тому +3

    ❤❤❤ bhaka nai ,,,❤❤❤

  • @Lovacurious2
    @Lovacurious2 Рік тому

    🙏🙏Bor bhaal lagil

  • @bijulitalukdar3193
    @bijulitalukdar3193 Рік тому

    Val lagil anusthanto

  • @Moni_Bailung
    @Moni_Bailung 3 місяці тому

    ইমান ভাল লাগিল

  • @lakhimaikonch3119
    @lakhimaikonch3119 11 місяців тому

    Bor hundor family.

  • @binagohain9329
    @binagohain9329 Рік тому

    Vl.lagil

  • @smitabaishya8122
    @smitabaishya8122 Рік тому

    Happy Family ❤️

  • @lizabora8899
    @lizabora8899 11 місяців тому

    Bohot val lagil sai but sound to alp kom pau apunaor video ot.

  • @tapanbaruah1006
    @tapanbaruah1006 Рік тому

    Val. Lagil enekua eta family dekhi.Tate mur nijor thair.

  • @jojneswarsarma1446
    @jojneswarsarma1446 Рік тому

    Sasai bhal lagise.........B.devi

  • @jayaboruah3649
    @jayaboruah3649 Рік тому +1

    ব ৰ ভাল লাগিল,চাই

  • @bijitgogoi3753
    @bijitgogoi3753 11 місяців тому

    Very nice family .

  • @jojneswarsarma1446
    @jojneswarsarma1446 Рік тому

    So sweey voice. .........Bumoni sarma

  • @ponkiesaikia4038
    @ponkiesaikia4038 Рік тому +1

    Birat besi val lagile dei sai

  • @user-to2pl4tf7j
    @user-to2pl4tf7j 6 місяців тому

    Gharkhan dekhuwar babe bhal lagil

  • @nivadevi1196
    @nivadevi1196 Рік тому

    🙏🙏🙏

  • @sikhagoswami2900
    @sikhagoswami2900 Рік тому

    ভাল লাগিল

  • @user-og6mb5cv5u
    @user-og6mb5cv5u Рік тому

    Good very good ILove you ❤❤❤❤❤