RJ PAHI LOVE STORY...১০ বছৰীয়া যাত্ৰাৰ A to Z
Вставка
- Опубліковано 6 жов 2024
- RJ PAHI LOVE STORY...
RED FM 93.5 RJ PAHI LOVE STORY
LOVE STORY ৰ ১০ বছৰীয়া যাত্ৰাৰ A to Z
RJ পাহীৰ সৈতে বাৰ্তালাপ
#rjpahi #RedFmlovestory #redfmindia #baartalaap #chakrapaniparashar
------------------------------------------
/ paintyourhighwaywithpahi
UA-cam channel link
/ redfmrjpahi
Facebook page link
RJPahi
Instagram link
-----------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
এটি অনন্য সুন্দৰ অনুষ্ঠানৰ অনুৰণন
কি যে আচৰিত ❤❤❤ বহুত ভাল লাগিল ❤❤❤
Hundor 👌👌👌👌👌👌👌👌👌👌👌👌
ভিদিঅটো ভাল লাগিল , বাৰ্তা লাপ ছেনেললৈ ধন্যবাদ
Bhal lage Pahi baar kothabur ❤❤
সচাকৈ পাহি বাৰ voice তো বহুত ধূনীয়া
Bohut bhal lagise. Chakrapani parador Aponar matto imman dhuniya logote Aponar hahitu bohut moromloga.... Aaponar bartalap sai bohut bhal lage.......
প্ৰথমতে পাহীলৈ বহুত বহুত মৰম জনালো । মই পাহীৰ প্ৰায়বোৰ Love Story শুনিছো বৰ ভাল লাগে ।প্ৰেমৰ কোনো ভাষা নাই এই কাহিনীটো মই বহুত বাৰ শুনাছো বৰ ভাল লাগে শুনি । ৰ'জ মেৰী অৰুনাচলৰ নহয় নাগালেণ্ডৰ বুলিহে আছে🥰🥰
Bhut besi val mojja.lagte dada aponak. Love you so much 🥰🥰🥰🥰🥰
Mojaaaaaa gotei aso video to ❤❤❤❤❤❤❤❤❤❤❤
প্ৰেমে নামানে ভাষা ❤️ এই ষ্টৰী টো মই 12, বাৰ কৈও বেছি শুনিছিলো🤗 আজি আকৌ মনত পৰি গল .....
প্ৰত্যেক টো গান পাহি বা ৰ লগত মিলি গৈছে
সুন্দৰ
Bar voice tu eman dhuniya bohut val lage
বৰ ভাল লাগিল !
❤❤❤
Hsai pahi baa... Emn dhuniya voice aponar...
Bhut besi Val lga mator goraki bht val lage apunak ❤️❤️❤️❤️
ধুনীয়া লাগিছে।
💗😊
Paahi baar mat tu ufff... Hunilei bht vl lagi jai..
ভাল লাগিল
দাদা আপোনাৰ অনুষ্ঠানৰ এজন মই নিয়মীয়া দৰ্শক।বার্তালাপৰ সঁচাই এটা সুকীয়া মাদকতা আছে।বাৰ্তালাপ অনুষ্ঠানে সকলোৰে হিদয়ত ঠাই লওঁক আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ।
Pahi baa apunar love story 2018 pora 2023 loi khuni asu bhut val lage ❤❤❤❤
Bohut bhal lagil ❤️❤️❤️
👌👌👌👌
পাহি ভাল লাগিল ❤
Bahut bahut Val lagil
Bohut vl lagil
Bhut val lgil...
Best interview ever.
আজি কাঠে কাঠে মিলি গৈছে.... দুয়োজনৰে বাৰ্তালাপ অতি সুন্দৰ....
I love you pahi ba.
Love you pahi ba
Bht bht val lagea
It's very interesting
R j pahi my favorite
❤
❤
❤
❤😂
বাৰ্তালাপ নামেই যাৰ পৰিচয় । বাৰ্তালাপৰ প্ৰত্যেকটো অনুষ্ঠান মই চাও আনতকৈ সুকীয়া আৰু পৃথক । এনেদৰে আজি অনুষ্ঠানটো চালো ভাল লাগিল। নজনাক জানিব পৰা আৰু নেদেখাক চাবলৈ এক ব্যতিক্ৰমী অনুষ্ঠান বাৰ্তালাপ । অনুষ্ঠানটো চাই সচাঁই ভাল লাগিল তাতে মোৰ প্ৰিয় RJ গৰাকীৰ ।
বা কাজিৰঙা love story তো মই এই show শুনা আগত শুনিছোঁ উফ কি ধুনীয়া শেষত যেতিয়া কাপোৰযোৰ দিয়া পিছত কয় যাবি মোৰ বাবে ঘৰত হাত খুজিব উফ কি ধুনীয়া♥️♥️♥️♥️lv u পাহি বা।
Bhut vl lagise sai.mat to khsakoi bhut dhuniya pahi ba.
পাহি বা love story হাইস্কুলৰ পৰাই শুনি আহিছোঁ। পাহি বা মাতটো শুনিলে অন্ত্ৰহান হৈ পৰো।❤️❤️ আটোৱাল্লা কাহিনীটো মই 50 বাৰ মান শুনিছোঁ মোৰো মন চুই গল।❤️❤️ Thank you পাহি বা তুমি আমাক এনে love story উপহাৰ দিয়া বাবে❤️❤️
Kahini tur nam ki asil koa sun please .. bohut bisari asu poa ni
Kahi ni tor nam ki no vai
Moiu xunilu bhut xeitu story
@@rumidevi605 ki nam story tor
@@ARMYBOY-rc8yq nmtu phrilu.. Bhut bosor hol xuna, bhut bar xunilu vl lge kintu.
❤❤🥰🥰❤❤
Val lagi Sai👌👌👌👌
এ মজা লাগি গল দেই চক্ৰপাণি দা।।
Long live Baartalaap✌💗🥰🙏
পাহী বা তুমি LOVE STORY ৰ বিষয়ে বহুত কথা কৈছা আৰু শুনি খুব ভাল লাগিল ।। তুমি যিখিনি কথা কৈছা সেইখিনি সকলো সচা কথা কৈছা ।।
পাহি বাৰ যে ঘৰ গহপুৰত মই আজি হে জনিছো
চক্ৰপাণি দা পাহি বা দুয়োকে গহপুৰ ৰ পৰা বহুত বহুত মৰম দিছোঁ ❤️
Fantastic
Very nice show.
গহপুৰ বাসি হৈ গৌৰৱ অনুভৱ কৰো ।❤️❤️
🥰
Val lagil
গহপুৰ বৰ্মাজান পৰা মৰম দিলোঁ
Pahi baa apunar mat tu khuni bhut vl lage ❤️❤️❤️
Khuuuuub val lagil
দুয়োৰে কণ্ঠ খুবেই প্ৰিয় 😍 পাহী বা চক্ৰ দা।
Hosai bohut hundor kontha ❤❤❤
ua-cam.com/users/shortsJaP_vONv6lk?feature=share
Bohut val lagil,, pahi bak akou anibo sun,, kothabur bohut val lage😊
Vl lagill sai
Mja lagil
Mojja lagil
Koboloi bakha ni so sweet voice pahi baa
কবলৈ ভাষা নাই যে, কিমান ভাল লাগে RJ পাহি ক। বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল। ধন্যবাদ বাৰ্তালাপ
চাই থাকোতে কেনেকৈনো ৪৪ মিনিট পাৰ হ'ল গমোকে নাপালো ৷ অতি সুন্দৰ অনুষ্ঠান ৷
পাহি বা তুমি যিকেইটা love story কথা কৈছা ...সেইকেইটা love story মই হয়তো কিমান বাৰ শুনিছো হিচাপ নাই 😍
Kahilipara j storytur kotha koisl story tur name tu ki kob niki
উফ পাহি বা, কি যে মিঠা মাত আপোনাৰ 🥰🥰🥰🥰 ।
আপুনি গালি দিলেও চাগৈ শুনি বেয়া নালাগিব 😀😘😘
Khub. Val label
Val lagil baaa ❤❤
Bahut sundar pahi ba
সেই ৰেষ্টোৰেণ্ট খনৰ নাম হল "আইছেং"
❤️(পাৰ্থ + নান্দিতা)❤️ "আধৰুৱা হৈ ৰল"
আশা কৰোঁ নন্দিতা বাক ভগৱানে শক্তি দিয়ক, আশীৰ্বাদ কৰক যাতে স্মৃতি বোৰ বুকুত লৈ আজীৱন এটা জীয়া হাঁহি লৈ জীয়াই থাকিব পাৰে❤️💙
Hetu moiu bht bar xnisu etitaloike kndu xnile 🥺❤️
@@pranjolidevi1268 👍
@@pranjolidevi1268 story tur nam kbo nki
খুউব ভাল লাগিল চাই অনুস্থানটি । RJ পাহি আৰু চক্ৰপাণি পৰাশৰ দুয়ো মোৰ অতি প্ৰিয় । দুয়োৱে ভিন্ন দিশত সুন্দৰ কাম কৰি আছে । এইদৰে দুয়ো আগবাঢ়ি যাওঁক । শুভ কামনা দুয়োলৈ ।
Love from gohpur
Moja
Very nice
Pahi bar mat bohut val lage...arunachal suwali jonir kahini tu pohisu bohut val lge
Hunisu baa bohut val ahisil huni.kajirogar rijort or kahani tu 3bar hunisu moi
Val lagise!!
Superb
Nice pahiba❤❤❤
Pahi ba apunak bohut bohut val lage
Pahi baa❤❤😘😘
কবলে ভাষা নাই.. যাৰ কণ্ঠতেই অংকুৰিত হয় প্ৰেমৰ বীজ❤️i love you pahi baa
Bahutai bhal lagil porashar sir apunar Bartalap...logote RJ pahik...bahudinor pisot dakhilu..so lately msag.korilu...RJ hoboloi age.limit ki..plz reply.ajone janibo bisarise
দুবাৰ চালো এই অনুষ্ঠানটো
আপনাৰ মাত তিয় বৰ ধুনীয়া পৰাশৰ দা
😢
সঁচাই হৃদয় পৰা ওলাই অহা কিছু কবিতা❤️
Very very nice👍 🥰🥰🥰🥰
Moja lagisa
Bahia lagil
ভাল লাগিল চাই পাহি তোমাৰ বৰ্তলাভ কথা বৰ্তা কৰা শুনি আছিলোঁ তোমাৰ মাত ভয়েচ সচা য়ে বৰ সুন্দৰ জেতিয়াৰে পৰা ম'বাইল লৈছিলোঁ কিন্তু দেখা নাছিলো কিন্তু আজি দেখা ও পালো
৩০ /১০/২০২২ - মোৰ ঘৰ গহপুৰ মাগনি সূৰ্য মন্দিৰ গলচেপা
মাত টো শুনাৰ লগে লগে দেহ মন ভৰি য়াই। পাহী বা♥♥
Nice
One of the best episode ... Long live BAARTALAAP
বাৰ্তালাপৰ অনুষ্ঠান বৰ ভাল লাগে ।RJ পাহী বহুত প্ৰিয় ,প্ৰেম ৰ এটা ভাল আৰ্দশ , কাহিনী ,বৰ্ণনা দি আহিছে . Proud of you.👏👏💗
Pahi baa kua 3 ta story a moi hunisu aru bohut vl lage
Bartallap..... excellent..porakhar... sometime I feel to go back..my Assam,,...,..........
Though I am permanently out of Assam since 36yrs....I was unlucky...But But Your bartallap keeping me within Mur janmabhumi. Forever. Thanks poraxar
Pahi ba সঁচাকৈ আকৰ্ষণীয় 🙏 আপোনাৰ voice uff সঁচাকৈ bhut bhut ভাল লাগে মোৰ মুখৰ ভাষাৰে বুজাব নোৱাৰিম। আপোনাক লগ পাবলৈ বহুত হেঁপা আছে ❤️❤️
Rj pahi bout vl lage moi ody unu
♥️♥️♥️uff
Bhit bhit vl lagil dada