Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সখী তোমাক ইমান ধুনীয়া লাগিছে❤ বাকী সকলোকে ধুনীয়া লাগিছে মৰম সকলোলৈ। কইনা ধুনীয়া❤🎉বহুত শুভেচ্ছা কইনালৈ যুগ্ম জীৱন সুখৰ হওকঁ❤❤
ধন্যবাদ সখী
অ বাইদেউ আপোনাক কাপোৰ যোৰে ইমান ধুনীয়া লাগিছে 😊 আৰু পৰিয়ালৰ সকলোবোৰ বৰ মৰম লগা 😊😊
বহুত বেছি ধন্যবাদ
Khure koina Joni dhuniya aru aponar Bow ku dhniya dekhese val lagil video tu sai❤
❤️
Bohut Vl lagil VDO Tu,,, 👌👌👌
Ooo pehi eman bhal lagil......aponi je eman dhuniya koi smriti bur dhori thole amar ❤❤❤
বহুত বেছি মৰম দিলোঁ❤️❤️❤️
Bhut dhunia biya ❤
ভিডিঅ'টো চাই বহুত ভাল লাগিল,বিয়া ঘৰ উদুলি-মুদুলি , ভতিজীৰ যুগ্ম জীৱন মধুময় হওঁক তাৰেই কামনা কৰিলোঁ, সকলোকে বৰ ধুনীয়া লাগিছে ❤️❤️❤️
ধন্যবাদ জনালোঁ
কইনা বৌ জনি আমাৰ ভন্টি হয় ভাল লাগিছে আপোনালোক সকলোকে ❤❤❤
ধন্যবাদ ।।। মৰম মৰমিয়াল তাই ❤️
Bohut val lagil baidou koina joni cini pau tai mu logote moran mohila mahabidaloit pohisilu rimjim tuma jugmor jibonor bohut huvkamona jonalu... 💐💐
❤️❤️❤️❤️
ভাল লাগিচে
ধন্যবাদ
Val lagile khuri❤❤ morom ❤❤
Baido apulok hokoluka dhunia lagisa. Apunar porialor manohar bilak dakhi val lagil. Moi ja katia apunalokok log pam
লগ পাম অ
O ba bahut val lagil video tu sai, kintu apunar kisuman apun manuh o apunar video nasai sage n kintu ami bure apunak bahut ❤ val pau video sabole roi thaku. Always be positive, bahut morom thakil de❤ba joni le
আপোন মানুহ তোমালোক❤️❤️
Bor val lgil
Dhuniya lagise apunak kapoor jur hoite
ভাল লাগিল ভিডিওটো চাই❤❤❤❤❤❤❤
আপোনাক লগ পালো খুব ভাল লাগিলে লগে লগে নতুন সম্বন্ধ এটা গঢ়ি উঠিল পেহী❤️
তোমাৰ হাঁহিটো আজিও ভাঁহি আছে । বৰ মৰম লগা তুমি । কণমানিটোলৈ এগাল মৰম ❤️❤️❤️
আপোনাক আৰু বৌক ইমান ধুনীয়া লাগিছে
Ma apunar votija buwari joni ... Mur lgore dekhun ... Dekhi val lagil
ইয়ে হয় নেকি 😊❤️
Aapunaleu bahut besi moram❤❤❤
Apuni pindha Kapur juror kalar tu Mur bohut besi priyo❤❤ from dhemaji
Good evening
Apunak aru bouk val lagise
মৰম
পৰিয়ালৰ মানুহবিলাকক দেখি বহুত ভাল লাগিল ❤
❤❤❤
❤❤❤❤❤
Val lagil.apunar porialr manuh bilak dekhiboloi eman dhunia hosakoi ❤❤❤
ছোৱালী থবলৈ নগল নেকি
ঘৰত বাবলুক এৰি গৈছিলোঁ যে
আমি ডিব্ৰুগড় পৰা গৈছিলো। তোমাৰ পেহীদেওৰ লৰা বোৱাৰী। তোমাকে লগ নাপালো।ভিডিও টো চাই ভাল লাগিল।
আমাৰ যোৱা দেৰি হল যে
শাশো বোৱাৰিৰ সাজ পাৰৰ ৰঙ আৰু সাজোন কাচোন বহোত ধুনীয়া দেখাইছে মৰম পথালো ন কয়না গৰাকীলৈ
সকলোলৈকে মৰম ❤❤❤❤❤
আমিও গৈছিলো বিয়া খাবলৈ ।আপোনাক লগ পাবলৈ বহুত আশাৰে গৈছিলো কিন্তু ল্লগ নাপালো।আপোনী দেৰিকৈ আহিলে। কন্যা ৰ মাক মোৰ বা হয়।মোৰ ঘৰ মৰাণ ত
মোক কৈছিল বিয়া ঘৰত বহুতে মোক লগ পাবলৈ ৰৈ আছিল । কিন্তু মোৰ যে স্কুল আছিল ।।। পিছত লগ পাম দেই
Apunar ghor nazira r kun khini t
মোৰ ঘৰ বকতাতহে
@RashmiKonwar moi nazira t buli a bhabi asilu bya napbo🫡
@ankitabhattacharyya8150 নাপাওঁ বেয়া
Baidow প্ৰথমে কওঁ আপোনালোক আতাইকে বৰ ধুনীয়া লাগিছে❤❤।। আৰু এতিয়া কওঁ মোৰ খিনি,,, মইনা জনিৰ বহুত গা বেয়া আছিল নহয়,,মাইনা জনিক ৰেইকি হিলিং দিয়ালো তাই সঁচাই আচৰিত ধৰেনে ভাল পাই গল,,doctocrk দেখালোঁ ,,দৰৱ খোৱালো তাৰ পিছতো ছোৱালী জনি দূৰ্বল,, অনবৰতে শুই থাকে😢তাৰ পিছতে আপোনাৰ ভিদিও ৰ পৰা number টো লৈ তেওঁৰ লগত কথা পাতিলো।।।৭ বজাত তেওঁ হিলিং দিলে আৰু ৭..১২ ৰ পৰা ছোৱালী জনি আগৰ দৰে খেলিছে,,খাইছে,,আজি school গৈছে 🙏🏻🙏🏻
উফ ❤️❤️❤️❤️।। ভাল লাগি গল অ ।।। সদায় ভালে থাকক তাই
@RashmiKonwar 🙏🏻🙏🏻
Bideu apunar ghr agnav mondirr usrt naki
@@minihazarika1850 নহয় ,প্ৰায় 17 কিলোমিটাৰ মান হব
Sengdang joni bor mrmlga hoise ru tai j imn gohin dangr sualijni nisina hoi golsun
❤️❤️
ৰিচাৰ্ছ নাচিল আজিহে চাইছো
দৰাৰ ঘৰত আমি বিয়া খালোগৈ ।
😊❤️
❤❤❤❤
❤❤❤❤❤❤
❤
❤❤