আলফা আছে কাৰণে আমাৰ অসম ৰ সিমা সিমায়ে হৈ আছে তথাপিও আমাৰ অসমোৰ ভিতৰত কিছু মান দাঙৰ দাঙৰ মানুহে জাগা দশল কৰি আছে আলফা বিলাকেই অসমৰ এ হক বা ভাৰতৰে হক সেই শিমাৰ কাখে কাখে দিন ৰাতি একাকাৰ কৰি দিউতি কৰিব লগা হৈছে জয় আই অসম
Inner line permit ILP dibo lage Axomot oti hunkale, 6th clause of Assam accord implement koribo lage oti hunkale, 6 indigenous communities in Assam must be given ST Status.. Tetiya he khilonjiya bhumiputro hurokhito thakibo Axomot.. Joi Aai Axom 🙏Joi Bir Lachit💪💪
মোৰ শক্তি মোৰ কথা মোৰ মা মোৰ ভণিমোৰ দেউতা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই অলপ কম আমাৰ সমাজ আমাৰ ৰাইজ আগত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত নিজৰ ঘৰ সৎসাৰ নিজৰ পৰিয়াল নিজৰ জন্ম দিয়া মাৰ ক্ষেত্ৰত এদিন মাই মোক 10,মাহ 10দিন পেটত ৰাখিছিল কিন্তু মাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলো ও কিন্তু দেউতাৰ ক্ষেত্ৰত হয় এই মূৰ্খ এই অধমক এদিন জন্ম দিছিল কিন্তু এই পৃথিৱীত লেবেল দিয়াৰ ক্ষেত্ৰত নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
১৫আগষ্টত যদি কেইযেগা মানত বোমা ফুটা হলে। তেতিয়া কলে হেঁতেন যে পৰেশ বৰুৱা লগত মোৰ একো কথা বতৰা নহয় বুলি। এইজনৰ কথাৰ কোনো বিশ্বাস নাই সাপক বিশ্বাস কৰিলেও মুখ্যমন্ত্ৰী কথা বিশ্বাস কৰিব নোৱাৰি।
😢 এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত একো নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্মৰ প্ৰাণ ৰাইজে কৱ মই কিন্তু ভাই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও মই মোৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ ক্ষেত্ৰত মোৰ কথা মোৰ জাগাৰ কথা মোৰ শক্তি কথা মোৰ বাই লগতে মোৰ ভাইতিৰ কথা লগতে মোৰ সৎসাৰ মোৰ পৰিয়াল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই কথা কম এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ
আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটোৰ জীয়াই ৰাখিছে! আলফা অবিহনে অসম! অসম অবিহনে! সম্ভৱ হবই নোৱাৰেঁ!!!
জয় আই অসম।
সোণৰ অসম।
আমাৰ অসম।
ভাষিক অসমীয়াৰ অসম। 🙏💚🌏
এনেকুৱা কি কাম কৰিলে
@@Khoilaryসেইটো আপুনি নুজুজিব।
Amar suwali burok beya kaam krib diye
Maat namate
Miya logot ulfa ase neki
ঔঔ
P
আলফা জিন্দাবাদ। জয় আই অসম ❤❤❤✊✊✊
Ji
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
জয় আই অসম ❤️😍
Sambhab nohai .cm hobale hole jogyata thakibo lagibo 5/6 ta siyale siyarile cm nohai
বামুণ বামুণ চিঞৰিলে মন্ত্ৰী হয় নহ ?
@@theviralclips8659 tor giyan simito akol toi Congress dolar babe vote bank .🙏
@@gunajitsarma5579 আৰু তই যি ফালে বামুণ সেইফালৰ vote বেংক নেকি ? 😂
Upper Assamot BJP a kebol bamunor voot pabo
ULFA zindabad!!! ULFA a axom jiyai rakhibo.... Nohole axom nathakil hoi aji
😂🤣Ulfa e axomiya k hai mareh dekhon 😂🤣.
@@abhijitkalita6938 apuni val koi buji paale nischoy buji pabo moi kio eneke koisu
Long Live ULFA
Long Live Ahom
Long live Axom
..........!!!!!
❤🇧🇩
Paresh baruah val manuh val hok
জয় আই অসম
আলফা জিন্দা বাদ জয় আই অসম
অসম এখন সুকীয়া ৰাষ্ট্ৰ এইয়া কিমান সত্য কোনোবাই ক'ব নেকি?
সংযুক্ত মুক্তি বাহিনী জিন্দাবাদ✊
মামাই নিজে প্ৰাক্তন আলফা দেখোন
শান্তি আলোচনা যদি সেইয়া যে ফুটুকাৰ ফেন হব সেইয়া ধুৰুপ
এইডাল দেখোন আলফাৰ ঘনিষ্ঠ । আলোচনা ক'ত হবনো । আলোচনা গোপনে হৈয়ে থাকে দেখোন । বোমা এখন ৰাজনৈতিক নাটক যেন লাগিল ? অসমীয়াক বহিৰাগতৰ মাৰ খাবলৈএৰি দি সোমানীক নিৰাপত্তা দিয়াটোৱে জাতি ৰক্ষা নহয়জানো ?
আলফা আমি গতিকে অসম আমাৰ অসমীয়া আমি জয় আই অসম 💗
আলফা জিন্দাবাদ
জ আই অসম য়
🌄🌄🌄🌄🌄🌄
Joy Aai Axom 🙏🙏🙏
Joy ai axom
Ulfa thakile he asom jiyai thakibo jai aai axom
Ulfa jindabad
আলফা আছে কাৰণে আমাৰ অসম ৰ সিমা সিমায়ে হৈ আছে তথাপিও আমাৰ অসমোৰ ভিতৰত কিছু মান দাঙৰ দাঙৰ মানুহে জাগা দশল কৰি আছে আলফা বিলাকেই অসমৰ এ হক বা ভাৰতৰে হক সেই শিমাৰ কাখে কাখে দিন ৰাতি একাকাৰ কৰি দিউতি কৰিব লগা হৈছে জয় আই অসম
আলফাৰ ওপৰত ইমান বিশ্বাস আছে যে আলফাই অসমীয়াৰ ক্ষতি নকৰে।
100%
Good hosa সদায় সঁচাই
অসমৰ অধম cmহিমন্ত বিশ্ব মৰন তোৰ সময়ে দিব
এইটো মুখ্য মন্ত্ৰী নহয়। ই এটা মহা পাগল
😅
Powar of Alfa 🙌
I love himanta mama
Joy ai akhom
আছে আৰু থকাৰ প্ৰয়োজনীয় ।
Ulfa mama axomiya ami sob ak 🙏🙏
আলফা ❤
সকলো ৰাজনৈতীক কথাৰ বাবে অসম পিছুৱাই গৈছে
Alfa zindabaad Joi i assam
এইটোৱে, সাপ হৈ খোটে। বেজ হৈ জাৰে।। এই মালটো তলত পথাব লাগে, নহলে অসমে।।। 😭😭😭 লাগিব।।।।
JAI AAI ASOM ❤❤❤
Himanta biswas sarma sir punar aha 2026 t proyajan ase akhamiya jati basi thakibo lagibo
পুলিচে কিবা একচ্ছন লব নে তেওঁৰ ওপৰত কাৰণ তেওঁ আলফাৰ লগত কথা পাতে
আলফাৰ কথা অসমে যিমান জানে হেই টকলা অমিত শ্বাহে কি গম পাব হয় 😅😅😅
Lao moaa...😅😅😅
আলফা ও অসমীয়া হে।
নিৰাপত্তা অসমৰ বীৰ লাচিলত সেনাক দিয়ক , শৃখলা চলিত দিয়ক , বহিৰাগত অসম খন শেষ কৰি দিলে লুটি লুটি , এই খন চৰকাৰৰ বাবে বহিৰাগত সুবিধা পাই আহিছে , ২০২৬ কি হয় দেখা যাব ,
জয় আলফা ❤❤❤
माननीय मुख्यमंत्री श्री हिमंत विश्व देव आप सही बोला हैं। मनीष
তাৰ মানে আপোনাক এৰেষ্ট কৰিব লাগে। আলফাৰ লগত আপোনাৰ মিতিৰালি আছে।
বিজেপি চৰকাৰৰ আৰক্ষী সকলে কম্বল আৰু হেলমেট পিন্ধি বোমা নুফুটা কৰি দিব পাৰে । গৌৰৱ সোমানি বিজেপি দলৰ মানুহ হোৱা বাবে বডিগাৰ্ড পাইছে, শৃংখল চলিহা বেলেগ দলৰ হোৱা বাবে বডিগাৰ্ড নাপালে, তেওঁ লাগিলে খিলঞ্জীয়া অসমীয়াই হওক । মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সঁচা কথা কবলৈ দ্বিধাবোধ কৰিছে, গুৱাহাটী মহানগৰৰ মাজ-মজিয়াত পুলিচ -আৰক্ষীয়ে দিনে ৰাতিয়ে গিজ গিজাই থকা অঞ্চলত আলফাই কেনেকৈ বোমা স্থাপন কৰিলে । বোমা ফুটকেই বা নুফুটক । ধৰা পেলাব পৰা হলে আৰক্ষীয়ে নুফুটা বোমা স্থাপন কৰা কেইজনক ওৰি দিলে হেঁতেন নেকি? তাৰ মানে মুখ্যমন্ত্ৰীয়ে অসমৰ আৰক্ষী বিভাগ ব্যৰ্থ বুলি নকয় ।
Inner line permit ILP dibo lage Axomot oti hunkale, 6th clause of Assam accord implement koribo lage oti hunkale, 6 indigenous communities in Assam must be given ST Status.. Tetiya he khilonjiya bhumiputro hurokhito thakibo Axomot.. Joi Aai Axom 🙏Joi Bir Lachit💪💪
Gourobok gurutto dile h. ministare, sringkhol kon, jonmoni rabha sorkari bikhoya aasil, gotike teor jano h. ministare ki dicison lole vaboksun abar ?
Jai ai axom Amar axom hokti Hali kori rokha r kokai deu hokole isore vale rakho k 💝🙏🙏🙏
অসমত প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন যায় তাকেই কৰিব ও পাৰে আৰু কব ও পাৰে। গতিকে অসমত তেওঁৰ ওপৰত জনা বুজা মানুহ আৰু কোনো নাই।
কিয় সুৰ সলনি হ'ল মামা।।।
বাইকৰ হেলমেট পিন্ধি বোমা নিষ্ক্ৰিয় কৰিব গৈছে 😂😂
Jai aai akhom
আলফা নথকা হ'লে বিদেশী বনিয়াই অসমীয়া জাতি জিয়াই নাথাকিলে হেতেন।
40% miya musLim ase axom ot 😊.
আলফাৰ কথা আপুনি জানাবৈ কাৰন ৯০ দশকত আপুনিও সেই সময়ত সইখন নাৱৰে যাট্ৰী আছিল।
Right 😂😂
শৃংখল চলিহালৈকো ভাবুকি আহে , তেওঁ অসমীয়া ৰ হতে মাত মতা দলৰ এজন মূৰব্বী হয়... গতিকে তেওঁকো চৰকাৰ খনে দেহরক্ষী দিব লাগে ।
😂😂😂😂
মোৰ শক্তি মোৰ কথা মোৰ মা মোৰ ভণিমোৰ দেউতা এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই অলপ কম আমাৰ সমাজ আমাৰ ৰাইজ আগত এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত নিজৰ ঘৰ সৎসাৰ নিজৰ পৰিয়াল নিজৰ জন্ম দিয়া মাৰ ক্ষেত্ৰত এদিন মাই মোক 10,মাহ 10দিন পেটত ৰাখিছিল কিন্তু মাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলো ও কিন্তু দেউতাৰ ক্ষেত্ৰত হয় এই মূৰ্খ এই অধমক এদিন জন্ম দিছিল কিন্তু এই পৃথিৱীত লেবেল দিয়াৰ ক্ষেত্ৰত নহয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ
Alfa is correct from Mangaluru,jai hind
আলফাৰ লগত মই কল্কি অৱতাৰ পুনাৰ আহিছে টুটুমণি আহমেদ
Mamay aaji buji pale neki?? Apuni sab gom pay.. Kor pani kot jay... 😊 u r good mama
Alpha lage nohole kisuman manu nijoke don buli vabe
Soliha da axom jolai ase... Apuni security diyok mama saboke... Beya kolu neki
১৫আগষ্টত যদি কেইযেগা মানত বোমা ফুটা হলে। তেতিয়া কলে হেঁতেন যে পৰেশ বৰুৱা লগত মোৰ একো কথা বতৰা নহয় বুলি। এইজনৰ কথাৰ কোনো বিশ্বাস নাই সাপক বিশ্বাস কৰিলেও মুখ্যমন্ত্ৰী কথা বিশ্বাস কৰিব নোৱাৰি।
মই আৰু আমি বহুত ধোকা খাইছো আজিলৈকে হস্পিটেল আৰু পঞ্চায়তৰ পৰা গতিকে মই পৰেশ বৰুৱা দেৱক ক'ত লগ পাম কোনো য়ে আলফালৈ এনেই নাজাই চৱ ধোকা খাইহে পথ বিচাৰিব লগা হয়,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, , ,
Gone Case Chief Minister in Assam History....😅😅😅
He is fit for a College GS....Not a CM😊😊
পৰেশ বৰুৱা দাঙিয়া আপুনি আছে কাৰণে আমি আছো
হিমন্ত মহা পাপি মহা পাগল
Hemanta Bishwasharma Zindabad
Mama pradhanmantri hobo lage
Sob thik kori dibo sob thanda hoi jabo
😢 এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত একো নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্মৰ প্ৰাণ ৰাইজে কৱ মই কিন্তু ভাই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয় তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এটা কথা ক ও মই মোৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ ক্ষেত্ৰত মোৰ কথা মোৰ জাগাৰ কথা মোৰ শক্তি কথা মোৰ বাই লগতে মোৰ ভাইতিৰ কথা লগতে মোৰ সৎসাৰ মোৰ পৰিয়াল এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত মই কথা কম এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ
৪০০ ল'ৰা আছে? কেনেকৈ জানে মামাই?
Loli pop😂😂😂 poltics
বিদ্ৰোহী সংগঠন ক আমি suport নকৰো কাৰণ অসমীয়া সংগঠন হলে অসমত মিয়া বাংলাদেশীৰ ইমান উৎপাত নাবাঢ়িল হেতেন। আলফাই অসম খন বিদেশীৰ কবলৰ পৰাই ৰক্ষা কৰিব নোৱাৰে so আমাৰ বাবে দেশৰ হকে কাম কৰা বোৰ হে ভাল
আলফা আছে কাৰণে অসমীয়া জীয়াই আছে নহ'লে কি কি নকৰিলে হয়
Mama Voy Khaise, Agot Koicil Ni😅😅😅
Cm go back
Lage ULFA o nohole bohirahgoto Bonia bilakor dadagiri besi hoise...
চাকৰি কিমান দিলে অসমীয়া লৰা ছোৱালীক আপুনি ৰাইজক জনাব নেকি বাৰু
মামাৰ মুখটো সৰু হয়গল।
এৰেষ্ট কৰিব লাগে । আলফাৰ লগত কথা পাতি থাকে ।
এইজন অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতি এটা কথা কয় দিনত এটা কয়. কি বকে নিজেই নাজানে😡👊🏿
কথা টো শুনি হাহি ৰখাব পৰা নাই দেই 😃😃😃
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Dear Paresh barua sair axomiya jati uport bahiragoto miyar oytasar hoise aponloke kiba korok
মামা আপুনি জুই 😅😅
❤
ইয়াৰ বেছি দিন নাই আৰু যাবগৈ চকীৰ পৰা 😅😅 ই পাগল হৈ গৈছে 😂😂
Tar kothar..
অসমত প্ৰায় ৮০ লাখ ভূমিপুত্ৰ অসমীয়া দাৰিদ্ৰ্যসীমাৰ তলত বাস কৰি আছে। বিশেষকৈ অসমীয়াখিলঞ্জীয়া OBC জনগোষ্ঠী দাৰিদ্ৰ্যসীমাৰ সীমা তথা প্ৰতিযোগিতাৰ আওতাত পৰে, য’ত এই প্ৰতিযোগিতা অত্যন্ত কঠিন। দুখীয়া আৰু শিক্ষিত অসমীয়া ভূমিপুত্ৰ OBC জনগোষ্ঠীৰ বাবে এই কঠিন প্ৰতিযোগিতাত জঁপিয়াই উঠা সহজ কথা নহয়। এনে পৰিস্থিতিত শিক্ষাৰ সুবিধা তথা প্ৰশিক্ষণ লাভ কৰাও তেওঁলোকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ ল’ব লাগিব। বিশেষকৈ,
দাৰিদ্ৰ্যসীমাৰ বিষয়ত সংৰক্ষণৰ সীমা বঢ়োৱা,
বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা,
ব্যৱসায়িক প্ৰশিক্ষণ আৰু উৎসাহ দিয়া,
সুৰক্ষিত কৰ্মসংস্থাপনৰ পথ প্ৰসাৰণ কৰা,
এই সকলোবোৰ অত্যন্ত প্ৰয়োজনীয়।
বৰ্তমান পৰিস্থিতিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰ OBC জনগোষ্ঠীৰ মাজত প্ৰায় ৫০ লাখ লোকৰ কোনো নিজা ব্যৱসায় নাই। তেওঁলোকৰ এক বৃহৎ অংশ মজবুৰীত প্ৰাইভেট চাকৰি কৰি জীৱন নির্বাহ কৰিছে। আনহাতে, ST আৰু SC জনগোষ্ঠী বহু সুবিধা লাভ কৰিছে, কিন্তু অসমীয়া ভূমিপুত্ৰ OBC সকলক এই ধৰণৰ সুবিধা সোনকালে প্ৰদান কৰা হোৱা নাই। এনে অৱস্থাত, বছৰি ২ লাখৰ পৰা ৩ লাখ পৰ্যন্ত আয় থকা শিক্ষিত অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিয়াল বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা অত্যন্ত প্ৰয়োজন।
আমাক চাকৰি লাগে, আমাক ব্যৱসায়ৰ সুবিধা লাগে। যদি এই বিষয়ত তৎক্ষণাত কোনো ব্যবস্থা গ্ৰহণ নহয়, তেন্তে ভোট দিয়াৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিব লাগিব।
অসমীয়াখিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ নিশ্চিত কৰক
ইযান ভয়
Garuv Sumani Maribo lage jatir birude karo jonok JOY YA AXOM
JOY YA TAYPA !!!
চৰম নাই কিয় cm
আপুনি কৰ্ম সংস্কৃতি গঢ়িব পৰা নাই
Good 👍
Moi jam
জয় আই অসম
Mama bhoy khaise kelah 😅😅🤣🤣
Alfa nai buli koisil olp din agot atia ako Aiya ki😜😜😜
I am togatgar you pores dada
আলফা জিদাবাদ
কি যে কয় আৰু.......
Yes....
e a hoi
ইস্ ৰাম ৰাম
Ulfa abihone Asom nosole ulfa asomiyar pran hoi.kunuba bodon ase neki ulfa birudhi Dorai Dorai pitim
হিমান্তু মামা এজন আলফা আছিল 😂