ব'হাগ আহিল বুলি || Bohag Ahil Buli || শান্তা উজীৰ || Shanta Uzir

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • কণ্ঠ : শান্তা উজীৰ
    সংগীত : ভূপেন উজীৰ
    কথা : ৰুবি মেধি
    ব'হাগ আহিল বুলি
    কুলিয়ে বিনালে
    ব'হাগ আহিল বুলি
    কুলিয়ে বিনালে
    গছে পাতে সেউজীয়া ৰং সানিলে
    গছে পাতে সেউজীয়া ৰং সানিলে
    ব'হাগ আহিল বুলি
    কুলিয়ে বিনালে
    ব'হাগ আহিল বুলি
    কুলিয়ে বিনালে
    ----------------------------------------------
    Complete Lyrics, Visit : geetsankalan.c...
    Visit our Facebook page : / puroniaxomiageet
    #OldAssameseSongs​​​​​​​​
    #Assamesealbumsongs​​​​​​​​
    #Assameselyrics​​​​​​​​
    #assameseold​​​​​​​​
    #Assamesemoviesongs​​​
    #Assameseflimsongs

КОМЕНТАРІ • 8

  • @minasaikia9189
    @minasaikia9189 Рік тому

    মন ভৰি গ'ল।💖💖💖💖💐💐💐💐 আপোনাৰ যাদুকৰী কণ্ঠ শুনিয়েই থাকিবলৈ মন‌যায়।

  • @polymahanta1562
    @polymahanta1562 3 роки тому

    সুন্দৰ গীত বাইদেঊ আপোনাৰ কণ্ঠত যাদু আছে

  • @taichandangogoi269
    @taichandangogoi269 3 роки тому

    ধুনীয়া গীত

  • @gayatrithakuria8886
    @gayatrithakuria8886 2 роки тому

    Beautiful voice mam

  • @kangkankalita3056
    @kangkankalita3056 Рік тому

    ❤❤❤❤❤❤❤❤❤

  • @kamalabrahma5701
    @kamalabrahma5701 3 роки тому

    👌👌❤️❤️

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому

    গীতিকাৰ দিলীপ নাথ ডাঙৰীয়াৰ সুন্দৰ কথাৰে আৰু প্ৰখ্যাত সংগীত পৰিচালক শ্ৰদ্ধাৰ ভূপেন উজীৰ দেৱৰ পৰিচালনাৰে এটি কালজয়ী সৃষ্টি।সেই সৃষ্টিক দৰদী শিল্পী শান্তা উজীৰ বাইদেউৱে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে।গীতটি শুনি হীয়া জুৰ পৰি গ'ল।বহাগ থাকে মানে এই গীতটিও শ্ৰোতাৰ মনত সজীৱ হৈ থাকিব চিৰ দিন,চিৰকাল।এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.