বা ৰিব মলয়াই || Baa Rib Malayai || শান্তা উজীৰ || Shanta Uzir
Вставка
- Опубліковано 5 лют 2025
- কথাছবি : বুকুৰ মাজত জ্বলে (1999)
কণ্ঠ : শান্তা উজীৰ
সংগীত : জয়ন্ত দাস
কথা : মৃণাল কুমাৰ চৌধুৰী
বা ৰিব মলয়াই
কিনো কথা কয় যায়
দেহা মন জুৰ পৰি যায়
মাটিৰ সৰগ যেন গাওঁখনি মোৰেই
মাটিৰ সৰগ যেন গাওঁখনি মোৰেই
চাই চাই হেপাঁহ নপলাই অ' অ'
বা ৰিব মলয়াই
কিনো কথা কয় যায়
দেহা মন জুৰ পৰি যায়
----------------------------------------------
Complete Lyrics, Visit : geetsankalan.c...
Visit our Facebook page : / puroniaxomiageet
#OldAssameseSongs
#Assamesealbumsongs
#Assameselyrics
#assameseold
#Assamesemoviesongs
Very good song🎉❤🎉
চিৰসেউজ বোলছবি"বুকুৰ মাজত জ্বলে"ৰ এটি কালজয়ী গীত। গীতিকাৰ মৃণাল কুমাৰ চৌধুৰী আৰু সংগীত জয়ন্ত দাসৰ।শান্তা উজীৰ বাইদেউৰ এটি চিৰসেউজ গীত।গীতটিয়ে চিনেমা খনক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ গায়কী অতি উচ্চ মানদণ্ডৰ। অসমীয়া সংগীত জগতত প্ৰতিটো গীতেই শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে।তেখেতৰ,"উলমি থাকোঁতে কলিজা হেৰালে,কোনোবা এজনে বিচাৰি দিবনে...(কথা-হেমন্ত দত্ত,সংগীত-ভূপেন উজীৰ),"বাট চাই চেনাই ও আছোঁ ৰই....,"(কথা/সুৰ-দুলূমনি শইকীয়া),"জোশাকৰে নিশা তুমি আৰু মই,নিজানত বহি কথা হোৱা,পৰেনে মনত কোৱাচোন বাৰু তুমি, মই নীৰৱে..."(কথা/সুৰ-সৌৰভ হাজৰিকা,সংগীত-নৱজিত বৰা),"চঞ্চল প্ৰজাপতি এটি যেন উৰি আহি, ফুলে ফুলে পৰি কিনো কথা কলে.....","বহাগ আহিল বুলি কুলিয়ে বিনালে....."আদি বহুতো গীতে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে।এই গৰাকী মহান শিল্পী লৈ জনালোঁ শত সহস্ৰ প্ৰণাম।
ধন্যবাদ ।
বাইদেৱে অসমীয়া ছবি জগতত বহু সুন্দৰ গীতত কণ্ঠ দিছে ৷আন এক উদাহৰণ হিয়া দিয়া নিয়া গীতটি ৷
ভগৱানে এটা সুন্দৰ কণ্ঠ দিছে। গীততো শুনি দেহা মন জুৰ পৰি যায়। নাচিবলৈ মন যোৱা গীত।সৰুতে আমাৰ ছোৱালীয়ে বহুত নাছিলে। ধন্যবাদ।
❤❤❤mon swijai .......
God gives you a sweet voice. God bless you . I always want this type of singer.
বৰ ভাল লাগে গীতটি❤
সুন্দৰ
dhanyabad
❤❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤
Oti xundor
Thank you
So sweet
Git to khuni bor Val lage
Bor Val lge geet 2 .
2024