Aha Xokhi he | আহা সখী হে | ৰাসৰ গীত | Deba Geetz | Unplugged version

Поділитися
Вставка
  • Опубліковано 4 січ 2025

КОМЕНТАРІ • 300

  • @gautomborah3342
    @gautomborah3342 Місяць тому +20

    ইমান প্ৰাণ ঢালি গোৱাৰ বাবে অতি হৃদয় স্পৰ্শ কৰিলে। বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @pintuphukon8450
    @pintuphukon8450 Місяць тому +9

    এনেদৰেই ৰাইজৰ মাজলৈ ভাল ভাল গীত সমূহ আগবঢ়ায় আনক।
    আপোনাৰ প্ৰতিটো গীতেই মন চুই যায়।

  • @gayaprasadsarmah4740
    @gayaprasadsarmah4740 21 день тому +2

    আপোনাৰ শুৱলা কন্ঠ, গীতটি সুললীত হৈছে। অভিনন্দন জনাইছো।আপোনালোকৰ গীত কৃষ্ণ ভক্তিৰে সিক্ত হৈ বেছি মনপৰশা হৈছে।
    এইখিনিতে হব পৰা দোষ-ক্ৰুটিৰ বাবে আগতিয়াকৈ ক্ষমা বিচাৰি ৰাসক্ৰীয়া নাট আৰু ৰাসৰ গীত সম্বন্ধে কেইটামান বিষয় আপোনালোকৰ দৰে উঠি অহা শিল্পীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লৈছো।
    বৰ্তমানে ধ্ৰুপদী কলাশিল্পৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন শৈলীখিনিহে বুজিছিলোহঁক। আজিকালি ৰাসক্ৰীয়াৰ লগত আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। বৰ্তমান সময়ত মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা বহুতো গীতৰ, কেৱল মনোৰঞ্জনৰ বাবে, ৰচনা চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে, আনকি অন্য ভাষাৰো গীত সোমাইছেহি। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মক শিকোৱা হৈছে, শিকিছেও। মহাপুৰুষ জনাৰ ৰাসক্ৰীয়া নাটভাগৰে বিভিন্ন সংস্কৰণ প্ৰচলিত হৈছে। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী পৰিবৰ্তন পৰিবৰ্দ্ধন কৰা হৈছেই। কেৱল মনোৰঞ্জনৰ বাবে যদি এনে কৰা হৈছে তেন্তে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ বাবে, ৰাসক্ৰীয়াৰ বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি নিজৰ অ-মহাপুৰুষীয়া অ-সত্ৰীয়া শৈলীৰে উপস্থাপন কৰিবলৈ ধৰে তেন্তে কোনে কিহৰ ভিত্তিত এয়া মহাপুৰুষজনাৰ ৰাস নহয়, অশুদ্ধ হৈছে বুলি বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে হেজাৰ বাধা- সংকট নেওচি নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশু-পক্ষী, পশু-পক্ষীৰ পৰা মানুহ কৰি দিয়া যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে ? বৰ্তমানৰ বিভিন্ন ধৰণৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱাব?? মহাপুৰুষ জনাৰ বিৰচিত গীত সমূহৰ বদলি কিয় ন' ন' গীতসমূহ ৰচনা কৰি ৰাসৰ গীত বুলি চলাই দিয়া হৈছে? যেনেকৈ বিহু সুৰীয়া গীত, তেনেকৈ ৰাস-সুৰীয়া গীত বুলিওতো চলাই দিব পাৰি।
    ৰাস-ক্ৰীড়া নাটৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য ভাষা সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি, সুন্দৰৰ পৰা সুন্দৰ কৰি জগতক প্ৰদৰ্শন আপোনালোকৰ দৰে শিল্পীসমাজেই নিশ্চয় কৰিব পাৰিব । অসমীয়াখিনিয়ে অহৰহ কৈয়ে থাকে বোলে অসমীয়াক ভাষা-সাহিত্য-সংস্কৃতিৰে সুসভ্য জাতি কৰি গঢ় দিওঁতা জগতৰ অদ্বিতীয় শ্ৰীমন্ত শঙ্কৰদেৱক জগত সভাত এদিন উজ্জ্বলাই তুলিব কিন্তু কোন ভাগ সংস্কৰণ? সাম্প্ৰতিক অসমত এক সাংস্কৃতিক আন্দোলনৰ ৰূপ লোৱা ৰাসক্ৰীয়া আৰু ভাওনা উপস্থাপনেই ইয়াৰ বাবে সুবৰ্ণ সুযোগ হৈ উঠা যেন আপোনালোক কৃষ্ণ-শঙ্কৰ ভক্তিপ্ৰাণ ৰাইজে অনুভৱ নকৰে জানো! - ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।

  • @himupathak123
    @himupathak123 Місяць тому +24

    প্ৰতিটো শব্দ ইমান ধুনীয়াকৈ উচ্ছাৰণ কৰাটো তোমাৰ বাবে এইটো এটা ডাঙৰ অলংকাৰ...
    Keep it up bor🔥💓

    • @bijitdas6317
      @bijitdas6317 Місяць тому

      Xsakoi protitu word eman dhuniakoi ussaron krise... Bahut val lagil....

  • @pradyutsharmapradyut5535
    @pradyutsharmapradyut5535 9 днів тому

    Hosai bor hundor kontho apunar❤❤❤❤dada

  • @djk9502
    @djk9502 Місяць тому +2

    অতি সুন্দৰ মহোদয়, মনটো ভৰি যায় শুনি থাকিলে মন ভৰি যায়

  • @pratikshabhakat247
    @pratikshabhakat247 Місяць тому

    ইমান ধুনীয়া মাত হৃদয় জুৰ পৰি যায় ।কৃষ্ণৰ কৃপা হওক

  • @ManashiBorah-e1q
    @ManashiBorah-e1q Місяць тому +1

    এনেকুৱা গীতে মনটো বৰ প্ৰৱিএ কৰে ।

  • @simantadeka5394
    @simantadeka5394 26 днів тому

    Loko geet bor emane val lage je prakase karib nuwaru..mind blowing...bht bht val lage

  • @sumisarma210
    @sumisarma210 Місяць тому +4

    Abar xunile xuni thkibo mn jai. Deh mn jur pori jai. Mor 5 bosoriya lora tu a apunar ei geet tu xuni xuni a tuponi jai....aru aguai jauk apuni

  • @JintuGogoi-l2i
    @JintuGogoi-l2i 20 днів тому

    সচাকে দাদা বহুত ধুনিয়া গাইছে সুনি আমনি নালাগে ❤❤❤❤❤

  • @NipikaBora
    @NipikaBora 8 днів тому

    Mur 5 years hua lora (Geet)e tumar geet bur xuni bht vl pai

  • @Trishan11-o4c
    @Trishan11-o4c Місяць тому

    Debazeet da boria boria

  • @ALAKESH26
    @ALAKESH26 26 днів тому

    dada . mon sui goise mur . aakha koru aagontok vaal vaal gitor gaan bur hunibo pam .
    💖 krishna krishna Krishna ❤

  • @GitiPhukan
    @GitiPhukan Місяць тому +1

    ইমান ভাল লাগিল, শুনি থাকিব মন গৈছে,বহুত বহুত মৰম তোমালৈ, আগবাঢ়ি যোৱা

  • @DhanamaiDutta
    @DhanamaiDutta 23 дні тому +1

    Bohut beshi bhal large ❤

  • @mamonibora2577
    @mamonibora2577 23 дні тому

    Perfect voice for the song, বৰ ভাল লাগে, বাৰে বাৰে শুনি থাকো

  • @SikhaMoniDeka-h6n
    @SikhaMoniDeka-h6n Місяць тому +5

    সছাকৈ বহুত ধুনীয়া গাইছে দাদা 🥰❤ বাৰে বাৰে শুনিছো,,

  • @RajuborahBorah-f4y
    @RajuborahBorah-f4y 23 дні тому

    Apunar omiyea hur ❤❤❤🙏
    Apunar ganor hurot bhogonew hontukh lovibo 😍🥰🥰🥰🙏

  • @emon14th
    @emon14th 21 день тому

    What a beautiful execution! 👏🏻👏🏻

  • @sibanipriyahazarika3870
    @sibanipriyahazarika3870 Місяць тому +2

    অপূৰ্ব কণ্ঠ আৰু সুন্দৰ দৈহিক ভংগীমা🙏

  • @indranibaruah9563
    @indranibaruah9563 22 дні тому

    Bahut dhunia voice aponar

  • @papulugohain3726
    @papulugohain3726 22 дні тому

    Hundor dada

  • @rajivijn2513
    @rajivijn2513 Місяць тому +2

    হৰে কৃষ্ণ 🚩 অশেষ ধন্যবাদ আপোনালৈ, অনুৰুধ ৰাখি পুনৰবাৰ এই ভাল কণ্ঠৰ সুৰ নীগৰুৱা বাৱে.. আপোনাক এইদৰেই আমাৰ মাজত সদায় ভালে ৰাখক 🙏🙏🙏

  • @rebapawe8389
    @rebapawe8389 Місяць тому +1

    ইমান ভাল লাগিছে যেন তোমাৰ কণ্ঠত গান শুনিয়েই থাকিম । God bless you

  • @Salam-z5d
    @Salam-z5d Місяць тому +1

    কি কম ভাষা নাই ইমান ধুনীয়াকৈ কেনেকৈ গাব পাৰে Just Ultimate

  • @hiranyasaharia8930
    @hiranyasaharia8930 26 днів тому

    বঢ়িয়া।

  • @AnkurdasmujicDas
    @AnkurdasmujicDas Місяць тому

    Deba daa bhut vl lgil xuni ❤❤

  • @bindasgirl1852
    @bindasgirl1852 Місяць тому +3

    Xochai tor matot jadu ase❤❤..aguwai ja aru toi ..God bless u dr ❤❤

  • @juridoloi8220
    @juridoloi8220 Місяць тому +1

    হৃদয় চুই যোৱা কণ্ঠ 🥰💓🙏🏻

  • @BrittimaChetia
    @BrittimaChetia Місяць тому +1

    Bht vl lagile ....thank u so much....

  • @iradeviborkatoky1914
    @iradeviborkatoky1914 12 днів тому

    Xuniei thako

  • @oipulipegu6060
    @oipulipegu6060 Місяць тому

    Radhe radhe ❤❤❤jai shree krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🌹♥️♥️♥️

  • @DijaraniBorah
    @DijaraniBorah Місяць тому +1

    খুব সুন্দৰ কণ্ঠ শুনি আপ্লুত হলো।

  • @ankurborah5143
    @ankurborah5143 Місяць тому +1

    Bht dhunia deba ...Aguwai jua

  • @AminulHoque-qi8jg
    @AminulHoque-qi8jg Місяць тому +1

    সুন্দৰ কন্ঠ। আপোনাৰ কন্ঠৰে ভাগৱত শুনিবলৈ মন যায়।

  • @pranjitnath8023
    @pranjitnath8023 Місяць тому

    Kiman bar xunilo hepah napalai iman dhuniya.god bless u

  • @bitopinath1346
    @bitopinath1346 Місяць тому +1

    আজিৰ ৰাস পৃণিমাক আপুনি সুন্দৰ কৰি তুলিলে ।ধন্যবাদ ।আৰু আশা কৰিছো ।

  • @jayantatalukdar8908
    @jayantatalukdar8908 20 днів тому

    Bohut dinor murot val gaan eta sunilu.

  • @JutishmanBora
    @JutishmanBora Місяць тому

    Mojja hoise da da Krishna 🙏🙏🙏

  • @RajuborahBorah-f4y
    @RajuborahBorah-f4y Місяць тому

    Mon pran vori jai apunar hur huni...❤❤❤ Krishna 🙏🙏🙏

  • @MridulDeka-pe8rj
    @MridulDeka-pe8rj 29 днів тому

    তোমাক বহুত বহুত মৰম দিছোঁ,আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিছো❤

  • @prasantarabha3079
    @prasantarabha3079 Місяць тому

    Bro amazing bro ❤❤❤❤❤❤

  • @nitugogoi8445
    @nitugogoi8445 Місяць тому +1

    Otii hundor bohut val lagil bro ❤❤❤

  • @DaniBorborah
    @DaniBorborah Місяць тому

    Ki hundoor ......i have no word to explain...may lord krishna always bless u ....stay blessed...love u

  • @prbhatta1
    @prbhatta1 Місяць тому +3

    বাঃ অপূৰ্ব 💗 💗 ।সদায়ে এনেদৰে গাই যাওঁক তাৰেই কামনা কৰিলো 🙏।

  • @Nabanitavlogs-w7c
    @Nabanitavlogs-w7c Місяць тому

    সুন্দৰ কণ্ঠ আপোনাৰ। বহুত ভাল লাগিছে

  • @priyasarkar6928
    @priyasarkar6928 14 днів тому

    Love from Majuli ❤❤❤❤❤

  • @juriborah4605
    @juriborah4605 Місяць тому

    ইমান ধুনীয়া কণ্ঠ শুনি থাকিলেও হেঁপাহ নপলাই

  • @chandanbhagabati-il9zt
    @chandanbhagabati-il9zt 5 днів тому

    Wow 😲😲❤❤❤❤🎉🎉🎉🎉🎉🎉🎉

  • @lakhyasaikia5504
    @lakhyasaikia5504 Місяць тому

    কৃষ্ণ প্ৰভূ 🙏 খুব সুন্দৰ

  • @SwagatKashayap
    @SwagatKashayap 19 днів тому

    Xundor❤

  • @RoniNath-w6h
    @RoniNath-w6h Місяць тому

    Moja dada

  • @DharmendraDeka63
    @DharmendraDeka63 Місяць тому

    Emna djuniya koi gaise apuni ♥️♥️♥️
    Apunar kisuman gaan xuni bor val lage. . A hori a song tu o bahut dhuniya koi gaisil

  • @PutuDeka-jw6ik
    @PutuDeka-jw6ik 21 день тому

    Wow nice voice dada I love you da❤❤❤

  • @binitaborah7850
    @binitaborah7850 Місяць тому +1

    Ati xunder!Bare bare xunisu!! Krishna k dekhi jua Jen lagise…. Best wishes Bhaity.💕

  • @sikhadas5175
    @sikhadas5175 Місяць тому

    Khub val lagila Bro god bless you❤❤❤🎉🎉

  • @gayatribezbaruah2950
    @gayatribezbaruah2950 Місяць тому

    ইমান সুন্দৰ... কিবা যেন যাদু...

  • @manojdeka5740
    @manojdeka5740 Місяць тому

    সুন্দৰ

  • @lonelywalker6476
    @lonelywalker6476 Місяць тому

    Mesmerized , what a god gifted voice you have

  • @ataurkhan1729
    @ataurkhan1729 Місяць тому +1

    Nice dada❤❤❤

  • @runumisaikia7878
    @runumisaikia7878 Місяць тому +1

    সুন্দৰ সুন্দৰ ❤❤❤

  • @mrigankadas2626
    @mrigankadas2626 Місяць тому +1

    Ati hundor

  • @BijumoniboruahgogoiKhirudgogoi
    @BijumoniboruahgogoiKhirudgogoi Місяць тому +1

    অপূৰ্ব সুন্দৰ গীত

  • @kalitabasanta1648
    @kalitabasanta1648 Місяць тому +1

    Bohut dhunia hoise.vl lagise

  • @DipanwitaDas-wu8dy
    @DipanwitaDas-wu8dy Місяць тому

    বহুত ভাল হৈছে

  • @jumanjishan9288
    @jumanjishan9288 Місяць тому +1

    উফ্,,,অপূৰ্ব সমাহাৰ❤️

  • @PompiSaikia-u1p
    @PompiSaikia-u1p Місяць тому

    Bhut val lagil huni moi j pas bar man hunilu

  • @bhanusvlogs8021
    @bhanusvlogs8021 Місяць тому

    Bohut dhuniya mat mon bhori gol

  • @bluebamboo2519
    @bluebamboo2519 Місяць тому +1

    Ki gaisa bey sui goise superb bro❤❤❤

  • @HahiMain-lc5cz
    @HahiMain-lc5cz Місяць тому

    Bohut hundhor bro❤❤❤

  • @pujamedhi6671
    @pujamedhi6671 Місяць тому +1

    অন্তৰ চুই যোৱা কণ্ঠ ❤

  • @subhashrigogoi5388
    @subhashrigogoi5388 Місяць тому +1

    Mojaa....🙏

  • @SwarnalataGogoi
    @SwarnalataGogoi Місяць тому

    Bohut dhunia hoise 100 nombor disu

  • @DhirenDas-k1i
    @DhirenDas-k1i Місяць тому

    Vl lagise bohut😮

  • @nijumani
    @nijumani Місяць тому

    Nice voice dada...aguai jua ....god bless you

  • @mamiboruah8310
    @mamiboruah8310 Місяць тому

    বহু ত সুন্দৰ কণ্ঠ

  • @hemantadas2357
    @hemantadas2357 Місяць тому

    Bohut dhunia

  • @norenrajbongshi4978
    @norenrajbongshi4978 24 дні тому

    Tumar gan nuhunila mon baya laga hunila ha val laga ...
    Your song not hear I am sad but I hear than i happy...
    Moi tumar mat tu val pai ...
    i love your song 💖💖
    Tumar akson val hoisa ...
    Your akson is good ❤❤

  • @Rocky8.1
    @Rocky8.1 21 день тому

    So sweet brother ❤❤

  • @NitumoniSaikia-v1n
    @NitumoniSaikia-v1n Місяць тому

    বহুত ধুনীয়া ❤

  • @RipunjoyKashyap-zb4qy
    @RipunjoyKashyap-zb4qy Місяць тому

    কৃষ্ণ ❤

  • @anjelinakakoty2545
    @anjelinakakoty2545 Місяць тому

    Bar dhuniya hoise

  • @asthasaikia1111
    @asthasaikia1111 Місяць тому

    Bor dhuniya lagise dei

  • @malabikaborasaikiaboby8504
    @malabikaborasaikiaboby8504 Місяць тому +1

    Xundar kantha❤❤

  • @simantadeka5394
    @simantadeka5394 26 днів тому

    Bhut val lage apunar geet bor ..

  • @sanjayadhikary6290
    @sanjayadhikary6290 Місяць тому +1

    বোধকৰো সকলোৰে অন্তৰ চুই গৈছা ❤

  • @jaandutta1964
    @jaandutta1964 Місяць тому

    Hunile huni thakibo mon jai dhunia voice.

  • @JugalBora-x6m
    @JugalBora-x6m Місяць тому

    সুন্দৰ। বহুত ভাল লাগিল 👌

  • @BIPULGOGOI
    @BIPULGOGOI Місяць тому

    Very very beautiful❤❤❤

  • @ShyamalSonowal-m4m
    @ShyamalSonowal-m4m Місяць тому

    Unbelievable voice dada hodai agbarhi juwa

  • @BabyKonwar-i7w
    @BabyKonwar-i7w Місяць тому +1

    Ufff ki kom aru ❤👌

  • @Biswajeet2011
    @Biswajeet2011 Місяць тому

    Dada nice voice ❤❤❤from Jorhat

  • @kishorvideos2660
    @kishorvideos2660 Місяць тому +1

    clean voices... বহুত ভাল লাগিলে ।।

  • @hirakjyotidas3884
    @hirakjyotidas3884 Місяць тому +1

    Moja deba da❤

  • @kamaleswardas2565
    @kamaleswardas2565 Місяць тому

    Very nice❤❤❤❤❤❤

  • @nipamoni6989
    @nipamoni6989 Місяць тому

    Val lagil

  • @kushaldutta5922
    @kushaldutta5922 Місяць тому

    অতি সুন্দৰ কন্ঠ।

  • @pranavdutta4327
    @pranavdutta4327 Місяць тому

    dutta poriyal hoi proud of uuuu

  • @amalchandrabha
    @amalchandrabha 28 днів тому +1

    So nice 👍👍👍 beutiful voice