Victor Das UNTOLD Stories: Tragic, Relationship, Angry, Family & Jail || Assamese PODCAST - 144 (4K)

Поділитися
Вставка
  • Опубліковано 18 гру 2024

КОМЕНТАРІ • 4 тис.

  • @nainabhuyan3391
    @nainabhuyan3391 27 днів тому +113

    সমাজত ভদ্ৰ মুখা পিন্ধি দুখন মুখ লৈ ফুৰাত কৈ স্পষ্টবাদী অভদ্ৰ মোৰ বেছি প্রিয় । ভিক্টৰ দাক সদায় ভাল পাওঁ তেওঁৰ সাহস আছে সৎ সাহস । কাৰো somsa গিৰী নকৰা ভৰি তলুৱা চেলেকি নথকা মানুহ সদায় প্রিয় জয় আই অসম ❤❤

  • @chandanachangmai4628
    @chandanachangmai4628 Місяць тому +930

    হাঁহিলো, শিকিলো আৰু বহুখিনি নজনা কথা জানিব পাৰিলো।। এনেকুৱা ভিক্টৰ দাসক আমাৰ সমাজত সদায়ৰ বাবে লাগে।। ধন্যবাদ অবয়ৱ দা❤️

  • @Diganta_hazarika.2003
    @Diganta_hazarika.2003 Місяць тому +378

    অসমৰ জুবিন দাৰ পিছত এইজনক বহুত বেছি ভাল পাওঁ। ভালে ৰাখক ভগৱানে❤

    • @tridibsonowal261
      @tridibsonowal261 25 днів тому +2

      Eman val pao Jodi victor r mal tu mukhot loi loo

    • @sidharthadeka9910
      @sidharthadeka9910 25 днів тому

      Borhiya koisa

    • @YunushAli-ir7xx
      @YunushAli-ir7xx 24 дні тому +2

      ​@@tridibsonowal261bhal tu toiu tur baperor pao heibuli baperor koni tu mukhot lobi nki

    • @ChinmoiHazarika-uz3xd
      @ChinmoiHazarika-uz3xd 23 дні тому

      ​@tridibsonowal261 vai toi atleast video tu alopu skip nokorake sa tar pst bujibi

    • @Scientist.yt__
      @Scientist.yt__ 23 дні тому

      @@tridibsonowal261 Tke Bhut vl manuh apuni laz nkara ata hahokh ase

  • @gaurabjyotisarma424
    @gaurabjyotisarma424 28 днів тому +28

    Moi sualkuchir hoi.. seriously aitu podcast akeloge ses kori saisu... and I personally feel that you should invite Victor da for the second episode... whoever agrrees with me please like my comment.

  • @Wanted_Jaan99
    @Wanted_Jaan99 Місяць тому +115

    Full Video Sowa Bore Like Kora ❤😂 mojja lagil bohut xikhilu victor da 🎉

  • @gp9537
    @gp9537 Місяць тому +351

    আটাইতকৈ বেয়া পোৱা মানুহ জন আছিল তেওঁ কিন্তু কথা খিনি শুনাৰ পৰা শ্ৰদ্ধা আৰু সন্মান বহু খিনি বাঢ়িল🙏

  • @কবিতাৰে_আলাপ
    @কবিতাৰে_আলাপ 29 днів тому +56

    অবয়ৱ,প্ৰথমে তোমালৈ যাছিলো মৰম আৰু অলেখ শুভকামনা।তোমাৰ পডকাষ্ট মই সদায়ে চাওঁ।মোৰ এতিয়ালৈ আটাইতকে ভাল লাগিল তোমাৰ মাৰ আৰু ভিক্টৰ দাসৰ এপিছ'দ দুটা।বাকীবোৰো ভাল লাগিছে কিন্তু এইদুটা বিশেষ।তোমাৰ প্ৰশ্ন সোধাৰ কৌশল আৰু ভিক্টৰ দাসৰ সততাৰে দিয়া উত্তৰবোৰে মুগ্ধ কৰিলে।বহুত নজনা কথা শিকিলো।ভিক্টৰ দাসৰ কন্টকময় জীৱনৰ পথ সুগম হওক আৰু তোমাৰ এই যাত্ৰা অবিৰত হৈ থাকক।তোমাৰ লগতে তোমাৰ টিমৰ আটাইলৈ থাকিল অলেখ অলেখ শুভকামনা। (তোমাৰ আঙুলি লুকুৱা ধৰণটো দেখি ভাল লাগিল)

  • @asocialbeing9242
    @asocialbeing9242 29 днів тому +50

    Ei podcast tur pisot bohut manuhor teur proti bhab xoloni hobo❤

  • @gjbbhd
    @gjbbhd Місяць тому +684

    1:03:55 মানুহজন হঠাৎ আবেগিক হৈ গ'ল ! দুখ লাগি গ'ল নিজৰে । মই সঁচা কথা কওঁ ভিক্টৰ দাসক বেয়া পাইছিলোঁ। আজি মন জয় কৰিলে।

    • @assamsboy3037
      @assamsboy3037 Місяць тому +23

      আনদিনা আপুনি মদ খোৱা ভিক্টৰ দাসক দেখে। আজি real ভিক্টৰ দাসক দেখিলে

    • @simantadas2994
      @simantadas2994 Місяць тому +10

      Same to you❤

    • @themorningstrar
      @themorningstrar Місяць тому +6

      Actually jikini a reality tu jane teulok frustrated hoi abur kam kore

    • @DhritirajDeka-o1u
      @DhritirajDeka-o1u Місяць тому +2

      Jibilak first r pora Victor dak sini pai teu r ktha bur jane teuluk a ketiyau bya napai victor dak.. Jibilak viral hua reels bur sai judge kore teuluk a ha gali di thke tetiya victor dai u reply t bya ke koi

    • @HemantaDutta-b6t
      @HemantaDutta-b6t Місяць тому +4

      Moi u agote blg k bhabisilu kin 2 atiya he gm paisu dada beya nohoi poristhiti a beya korise

  • @BikashBorah-s4m
    @BikashBorah-s4m Місяць тому +763

    বছৰটোৰ সৰ্বশ্ৰেষ্ঠ podcast ❤

  • @rikidas3680
    @rikidas3680 Місяць тому +75

    ভিক্টৰ দা আপোনাক বহুত ভাল পাওঁ ৰাতি ২:৪১‌মিনিট আনদিনা হয়তো টোপনি ধৰে কিন্তু আজি এই ভিদিও টো শেষলৈকে চাইছো আপোনাৰ ব্যক্তিগত প্ৰত্যেক কথা হৃদয়ত চুই গৈছে খুব সচা মনৰ এজন মানুহ আগুৱাই যক ভিক্টৰ দা আৰু আমাৰ কাৰনে ভাল কাম কৰি যক

  • @ArupAdhikary-k6z
    @ArupAdhikary-k6z 28 днів тому +15

    Eman val manu apuni. Hosake dada apunar ontor khon bohut bohut val.❤❤❤❤

  • @utpalkalita3406
    @utpalkalita3406 Місяць тому +479

    মানুহ টোৰ অন্তৰখন হীৰা হয় 💫✅

  • @gogoisahab9332
    @gogoisahab9332 Місяць тому +174

    ভিক্টৰ দাসৰ আগৰ ধাৰণাটো মনৰ পৰা আতঁৰি গ'ল। ধন্যবাদ ককাইদেউ.....

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Місяць тому +1

      Scripted podcast aru positive Pr 😂

    • @arnabrajshow8988
      @arnabrajshow8988 24 дні тому +1

      @@wrongwithyou-i9iঘিন লাগে তঁহতৰ নিচিনা মানুহক, অবয়ব নিজেই তহঁতৰ শঁকুনিৰ ভাগিন তথাপিও Non-sense কথা ক’ব লাজ নালাগে

  • @Bishnuxyz09
    @Bishnuxyz09 Місяць тому +304

    হাজাৰ ধুমুহা আহিলেও হালি নপৰাকৈ ৰখি থকা বৰগছ জোপা ❤✊🏻

  • @snehasrimitra3628
    @snehasrimitra3628 25 днів тому +9

    I have seen so many podcasts but this particular podcast touched my heart and soul. May Maa Kamakhya bless Victor Da with the ultimate happiness in life.

  • @tezpurorlorakushalnath2404
    @tezpurorlorakushalnath2404 Місяць тому +77

    Victor sena Jindabad ❤
    Jai aai axom ❤

  • @mridangadeka2226
    @mridangadeka2226 Місяць тому +95

    সকলোৰে positive comment
    Wah কি সুন্দৰ এটা podcast ❤
    ভিক্টৰ দা one man army

  • @juribaruah1261
    @juribaruah1261 Місяць тому +415

    সচাঁকৈ খুবেই ভাল লাগিল । অলপো skip নকৰাকৈ চালো । ইমান দিনে ভিক্টৰ দাস বুলি যিটো ধাৰনা আছিল, আজিৰ podcast টোৱে সম্পূৰ্ণ সলাই দিলে । বহুতো হাহিঁলো । অবৱব , তোমাকো বহুত ধন্যবাদ

  • @ABINASHDAS-w6q
    @ABINASHDAS-w6q 14 днів тому +1

    Victor da apunar kotha bilak t emn gobhirota emn rokhal jen xuni a thakibo mon jai 😭❤one of the best motivator of Assamese❤❤❤

  • @jintidas9921
    @jintidas9921 Місяць тому +52

    ভিক্টৰ দা, আপুনি বহুত ভাল মানুহ❤❤ কিন্তু জীৱনত ঘটি যোৱা কিছুমান ঘটনাই, পৰিস্থিতিয়ে মানুহ ক বহুত সলনি কৰি পেলায়।😢

  • @Biki__Barman
    @Biki__Barman Місяць тому +81

    এক বিশেষ ব্যক্তিত্বৰ অধিকাৰী ভিক্টৰ দা । ভাল লাগিল তেওঁৰ কথাবোৰ শুনি, আজিৰ যুগত এনেকুৱা লোক খুব কম , বহুতো জানিব লগা কথা আছে তেওঁৰ পৰা , ঈশ্বৰে মংগল কৰক তেওঁৰ 🙏🙏

  • @manujgogoi6303
    @manujgogoi6303 Місяць тому +171

    বহুত বহুত দুৰ যাব কলো নহয় ,,যাব মুঠতে,,, ভিক্টৰ দা জুই। আজি তুমি হিট অবয়ৱ 🥳🥳🥳

  • @bishalbhatta1210
    @bishalbhatta1210 25 днів тому +3

    গোটেই ভিদিওতো চালো । বহুত ভাল লাগিল । ভিক্টৰ দা আপুনি আগুৱাই যাওক । আপোনাৰ সপোনবোৰ বাস্তৱ হওক । আলপ মদতো কমাব আপুনি আৰু খঙ বেছি নকৰিব ❤

  • @lakhayajutiassam6389
    @lakhayajutiassam6389 Місяць тому +48

    সচাকৈ আজিৰ সমাজ ব্যৱস্থাত এনেকুৱা এজন মানুহৰ খুউব প্ৰয়োজন আছে, ভিক্টৰ দা সচাকৈ আপোনাৰ কৰ্মৰাজী প্ৰশংসনীয়❤❤❤

  • @AimKla
    @AimKla Місяць тому +46

    Justice for Viktor da papa🌟

  • @Secratelysecrate
    @Secratelysecrate Місяць тому +23

    আচলতে ভাল হৈ থকাতকৈ শুদ্ধহৈ থকাটো বেছি প্ৰয়োজনীয়। ভাল লাগিল চাই

  • @hirakbarman2161
    @hirakbarman2161 26 днів тому +9

    Bohut nojona kotha janilu aji victor daa bikhoye ❤
    Thank you aboyab daa ❤

  • @ayushmaanbora7307
    @ayushmaanbora7307 Місяць тому +98

    Didn't even like Viktor Das up until this point. My perspective towards him has now completely changed. Watching this till 4am when I have an exam in the morning.

    • @সুপারবমকেশ
      @সুপারবমকেশ Місяць тому +1

      🤣🤣🔥🔥

    • @nayan687
      @nayan687 Місяць тому +4

      That is why he came to white wash himself

    • @apratimbordoloi4056
      @apratimbordoloi4056 Місяць тому

      Says a 1500 tokia andh bhakt​@@nayan687

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Місяць тому +2

      ​@@nayan687 exactly it's called positive pr 😂

    • @raiden810
      @raiden810 Місяць тому +2

      And your exam is going to be worse 😂😂 bcz you are a victor's student 😂😂

  • @pranjitঅসম
    @pranjitঅসম Місяць тому +235

    সম্পূৰ্ণ অনুষ্ঠানটো অলপো নাকাটাকৈ চালোঁ! কেনেকৈ ডেৰ ঘন্টা সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। সঁচাকৈয়ে এটা ব্যতিক্ৰম আৰু সুন্দৰ অনুষ্ঠান চালোঁ।❤ ভিক্ট'ৰ দা এজন ব্যক্তিবিশেষ নহয়, ভিক্ট'ৰ দা হৈছে এটা অমূল্য সত্বা আৰু সঁচা অৰ্থত এটুকুৰা দুষ্প্ৰাপ্য হীৰা।❤

    • @manashkumar4593
      @manashkumar4593 Місяць тому +3

      Same To You ❤❤❤Bro

    • @BabuPhukan-r8y
      @BabuPhukan-r8y 25 днів тому

      Kela tmr comment pohi eyaty arisu mrng 5tat duty dinot sam ✌🏻

  • @PublicVoiceAxom
    @PublicVoiceAxom Місяць тому +135

    মানুহে যিটো জীৱ শ্ৰেষ্ঠ সেইটোৱে বিষাক্ত।এটা ফেটি সাপো ইমান বিষাক্ত নহয় যিটো জীৱ শ্ৰেষ্ঠ হয়। Epic line true line victor da

  • @vloggingassam3534
    @vloggingassam3534 25 днів тому +3

    ভাল লাগিল মানুহজনৰ কথাবোৰ. সদায় প্ৰিয় মানুহজন. Victor da. ❤❤

  • @FARUK028
    @FARUK028 Місяць тому +1100

    Inviting Real Victor Das to the podcast was a brilliant move by Aboyab. It’s a great opportunity for people to truly know him better and appreciate his journey. Hopefully, Victor Das will finally receive the recognition and love he deserves but hasn't gotten yet. Kudos to Aboyab for making this happen such a thoughtful initiative!

  • @Bishal_Hazarika
    @Bishal_Hazarika Місяць тому +29

    Sokujuri mudi victor Das buli kole only murei sobi ahibo lgbo .... this line 🔥🔥🔥🔥🔥 god bless you sir ❤❤❤❤❤

  • @NandoMurmu
    @NandoMurmu Місяць тому +46

    South movie skip kori sau but aji Frist podcast olp o skip nkra k salu 12 ta ratit ❤ val lagil sai

  • @MonalishaSonowal-ek2zv
    @MonalishaSonowal-ek2zv 3 години тому

    First time 1 hours 54 min podcasts saisu val lge hsa k ❤❤❤❤ victor da zindabad ❤

  • @enjoywithniku845
    @enjoywithniku845 Місяць тому +17

    এওঁৰ কেতিয়াবা কিছুমান কথা বেয়া লাগে কিন্তু এওঁৰ সত্যতাত শ্রদ্ধা জনাওঁ | ❤

  • @sajadulalom9401
    @sajadulalom9401 Місяць тому +33

    মানু্হ জনক আগতে কিবা বহুত কিবা বুলি ভাবিছিলো বে 🙏 আগুৱাই যোৱা অসম খনক লৈ ব্ৰো ✊

  • @Dittutitu
    @Dittutitu Місяць тому +88

    ভদ্ৰ সমাজৰ মুখা নিপিন্ধা মানুহ জনৰ বাবে এই Podcast টো চালোঁ - চিধা কথা কৈ যায় - ভাল লাগে তেখেতক মা দেউতা পিছতে আন এজন মোৰ জীৱনত দেখা পোৱা সত্য বাদী মানুহ ❤❤❤

  • @Theislamicthought3142
    @Theislamicthought3142 6 днів тому

    Thank you for inviting the real hero, Victor sir, to your podcast. I've realized that whenever someone raises their voice against injustice, they're labeled as PAGAL. Most people are trapped in the system, sacrificing their rights without a fight(ANDHBHAKT). But Victor sir fearlessly supports the youth, standing up against the government even if it means going to jail.

  • @surabhibora22
    @surabhibora22 Місяць тому +23

    জয় Victor da বহুত সত্যবাদী দাদা জন। কথাখিনিয়ে দেহ প্ৰান জাগ্ৰত কৰি তুলিছে 🔥🙏

  • @jitpoemstories3092
    @jitpoemstories3092 Місяць тому +24

    After watching this podcast i must say that the victor das we saw on social media is actually a character. Behind the character there's a mature man who knows everything about the society everything about the politics everything about the humanity. You just changed my mind Victor das is a great man.

    • @rabindraboro4107
      @rabindraboro4107 27 днів тому +1

      Actually bro...he is a good observer ❤ which is the most needed to us❤🎉

  • @xorotofficial967
    @xorotofficial967 Місяць тому +55

    jodi education improve kariba lage tetiya hale amak aru bohut keita victor das lage . this is the most beautiful podcast in my life i have seen.

  • @bhabajitbaruah7418
    @bhabajitbaruah7418 29 днів тому +4

    ভিক্টৰ দা আপোনাৰ কথাবোৰে মন চুই গ'ল। আপোনাৰ সকলো কথাত একোটা একোটা poine আছে। আপোনাৰ দৰে মানুহ অসমত লাগে ❤❤ my hero

  • @nayanjyotibhardwaj9809
    @nayanjyotibhardwaj9809 Місяць тому +11

    সঁচাকৈ বহুত কথা জানিব পাৰিলো আৰু শিকিলোঁ।
    সঁচাকৈ victor da বহুত বেলেগ এজন লোক যি নেকি কব গ'লে তেও এখন অন্যতম কিতাপ। হয়তো কিতাপ খনৰ বেটুপাতটো ৰঙীন নহয় যাৰ বাবে মানুহে পঢ়িবলৈ ইচ্ছা নকৰে বা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰে। কিন্তু সঁচা অৰ্থত কব গ'লে সেই কিতাপ খন বা তেনেধৰণৰ কিতাপ বোৰ এবাৰ পঢ়ি চাব লাগে।য'ত জীৱনৰ বহুতো কথা জানিব পাৰি।

  • @NRIPENKUMARDas
    @NRIPENKUMARDas Місяць тому +18

    খুউব ভাল লাগিল , ভিক্টৰ দাসক ঈশ্বৰে যেন সদায় সুস্বাস্থ্য আৰু সুৰক্ষিত ৰাখে 🙏🏼

  • @Bikram539
    @Bikram539 Місяць тому +236

    The actual example of "Don't Judge a Book by its Cover".....Hats off to you Victor Daa👑....and Also Aboyob , great step😊

  • @hiramanipresents1271
    @hiramanipresents1271 16 днів тому +1

    Aboyob moi tomar podcast sai bea paisilo agte kio njno but aji ai vdo2 sowar pst tomar podcast sb le o mn goise mor..
    Okman o skript nkrke xekh kri vdo to salo.. bht hahilo.. sikilo.. dukh o lgl but xsakoi bht vl lgl.. bahirr pra kiba ata dekhi a j mnhe jaa ta koi upore upore xei bork kao aji.. This is the best example of 'don't judge a book by it's cover' 🙏

  • @jubanarahman3373
    @jubanarahman3373 Місяць тому +28

    Soku Pani ulai gol mur victor da kotha huni....hosake bht vl hoi mnuhjon ♥️

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 Місяць тому +15

    ছাৰক ইয়ালৈ মাতি অনা বাবে ধন্যবাদ অৱয়ব❤

  • @jyotishmandeka8376
    @jyotishmandeka8376 Місяць тому +46

    Zubeen da a jodi sai aji podcast tu pakka Upcoming movie t loi lobo victor dak 😂😂😂 ......just Complete korilu podcast tu ...Mur lgr dutaman a koi thake victor das eta pagol hoi Sukur Ali r kotha Kune hune tetiya moi mone mone thaku Karon Buji paw je eta manuhor lift ba tar mogojut ki sinta dhara soli thakibo pare Tak Buji pua tu dangar kotha ...and Ajon manuh r baground tu najanake ji ti Comment kora tu ba gali pari diya tu vul ...jitu just victor da a kole je Comment kora vilakor mentality tu hodai eta jegat a himabadda hoi jai ba tahatr kam a haetu ........Bea val duitare jibon ...so Bea hini ari val hinik loi ami aguyae jaw .........Val lagil Podcast tu ..❤️❤️

  • @indiareelsmedia
    @indiareelsmedia 28 днів тому +3

    He came as a temporary teacher in our school(Don Bosco School,Sonaighuli) in 2018 when I was in class8, didn't knew he would be soo famous in this few years . Cheers to Victor Sir❤️

  • @biswajittalukdar2048
    @biswajittalukdar2048 Місяць тому +36

    অৱয়ব তুমি প্ৰতিদিনে Mature হৈ গৈ আছা। আগুৱাই যোৱা ।

  • @riyan5481
    @riyan5481 Місяць тому +7

    বছৰৰ সৰ্বশ্ৰেষ্ঠ podcast.
    কোনোদিনে UA-cam. ত comment নকৰা এই অভাজনে আজি comment কৰিবলৈ বাধ্য হৈছো।
    ভিক্টৰ দাসৰ প্ৰতি থকা মনোভাৱ আজি সম্পূৰ্ণভাৱে সলনি হৈ পৰিল।
    ভিক্টৰ দাসৰ অন্তৰত সোমাই থকা সুখ,দুখ,সততা, ক্ষোভ, পৰিশ্ৰম আদি সকলোখিনি এই podcast ৰ জৰিয়তে প্ৰকাশ পাইছে…
    ❤❤❤❤❤❤
    ভালে থাকা …সকলোৰে ভাল হওক…

  • @anairu3137
    @anairu3137 Місяць тому +67

    After nipu and betal episode aitu 2nd episode saisu without skipping a single second. ❤ At some point i love this man. He is the real example for never give up and never forget your goal--- "why did you started.."❤️

  • @RahulBora-wi4rt
    @RahulBora-wi4rt 27 днів тому +3

    বিশেষ একো প্ৰকাশ নকৰোঁ VICTOR DADA ৰ বিষয়ে মাথোঁ👉🏼❤

  • @Jayshreejg
    @Jayshreejg Місяць тому +88

    এইখনয়ে এখন সঁচা মঞ্চ যিয়ে মন খুলি কথা কব পাৰে।। এটা কথা, সঁচা মানুহৰ খং বোৰ অলপ বেছি।। কাকো বুজাব নোৱাৰিলে, মিছাৰে কিছুমান সঁজাব বিচাৰিলে মানুহ খঙাল হয়।। জীৱনৰ প্ৰথমটো কমেণ্ট🎉🎉

    • @happyboy4579
      @happyboy4579 Місяць тому +2

      Victor Das nesena assamot lorai nai

  • @HENGDANG-123
    @HENGDANG-123 Місяць тому +153

    জীৱনত প্ৰথম অলপো skip নকৰাকৈ চালো ❤️
    ভাল লাগিল 🤟

  • @labibajahan882
    @labibajahan882 Місяць тому +33

    One of the most loyal person of Assam

  • @mayurideka3013
    @mayurideka3013 25 днів тому +3

    Unfiltered podcast..birat val lagil..

  • @julibordoloi6565
    @julibordoloi6565 Місяць тому +73

    ভিক্টৰ দা আপুনি বহুত ভাল মানুহ❤❤

  • @sumankumardas5062
    @sumankumardas5062 Місяць тому +27

    ABOYOB da thanks..
    Victor dar Untold story dekhuwar babee...❤

  • @ulubarilittlestar2663
    @ulubarilittlestar2663 Місяць тому +13

    এক প্ৰেৰণা দায়ক উৎস ❤
    সদাই এনেকৈ থাকক, কুশলে থাকক।
    অবয়ব দা, এনেকৈ আৰু আমাৰ সমাজৰ উৎকৃষ্ট উৎস, যাক দেখি আমি প্ৰেৰণা পাওঁ, এনেকুৱা পদকাষ্ট আকৌ পাম বুলি আশা থাকিল।
    “নেদেখা side খিনি কোনোৱে নেদেখে, আৰু সেই নেদেখা খিনিতে ভাল খিনি থাকি যায়❤

  • @nayan1073
    @nayan1073 28 днів тому +2

    The finest podcast I have ever seen till date....Hats off to this man... literally I got tears when he said dukhia manuhor karone ekhon hospital khada kori dim moi...Live long Victor Das🤘🤘🤘

  • @m-one1m32
    @m-one1m32 Місяць тому +56

    Vat khai movie ekhon sabo olalu....sabo goi Victar da Video tu palu aru complete salu.....okol victor da karone...bohut val manuh hoi...😊

  • @mamonidas9626
    @mamonidas9626 Місяць тому +19

    Dil r pora respect ase victor da loi..❤ xodai thakibo.

  • @bhumijabarman3056
    @bhumijabarman3056 Місяць тому +58

    ওপৰৰ পৰা মানুহজনক চাই আছিলোঁ... কিন্তু আজি তেওঁৰ কথাখিনি অকনো skipp নকৰাকে চালোঁ... ইমান বেছি ভাল লাগিল চাই ভাষা নাই কি কম... এনেকুৱা মনৰ মানুহ খুব কমেই দেখা যায়...❤

  • @অনুপকুমাৰ
    @অনুপকুমাৰ 26 днів тому +11

    তোকোলো তোকোলো তোম তোম... আজি এই নতুন শব্দ এটা সৃষ্টি হল । লগতে অনুষ্ঠানতো সুন্দৰ হ'ল।

  • @siddharth4191
    @siddharth4191 Місяць тому +11

    আজি বহুতো ভুল ধাৰণাই মনৰ পৰা দূৰ হ'ল । এজন সঁচা প্ৰতিকৃতিৰ মানুহৰ মূখ খন কেনেকুৱা আজি বুজিলো । সঁচাই এই podcast টোত Victor Das ৰ জীৱনৰ নজনা কথা জানিলো । মাজতে অলপ দুখ ও লাগিল, যিয়ে নহওঁক এটা সুন্দৰ podcast ৰ বাবে ধন্যবাদ Aboyob দা ❤

  • @Hemanta-vai
    @Hemanta-vai Місяць тому +20

    ভিক্টৰ দাসৰ নিচিনা মানুহ অসমত প্ৰয়োজন❤

  • @astumitabaishya
    @astumitabaishya Місяць тому +10

    আপোনাৰ ভাল হওঁক দাদা
    আপোনাৰ কথাবোৰ বহুত ভাল লাগিল শুনি
    আপুনি বহুত ভাল হৈ
    অবয়ব দা আৰু আগবাঢ়ি যোৱা
    জয় মা কামাখ্যা🙏🏽

  • @basantakalita2277
    @basantakalita2277 28 днів тому +1

    Realy Victor Das r Fan hoi goisu. One of best podcast seen ever.

  • @Itsmemo1963
    @Itsmemo1963 Місяць тому +10

    It's amazing to see the real Victor Das... People should try to protect this person as he has so many enemies just for his honesty and outspoken behaviour...he is like a mirror to the society

  • @shashidoley7157
    @shashidoley7157 Місяць тому +6

    Victor da নমস্কাৰ জনাইছো ।আপোনাৰ কথাই বহু নজনা কথা শিকাই গল ।ধন্যবাদ জ্ঞাপন কৰিছো দাদা🎉🎉❤❤❤

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209 29 днів тому +9

    আকৌ এবাৰ লাগে । বহুত বেছি ভাল লাগিলে কথাবোৰ শুনি ❤

  • @Champakgohain-k9n
    @Champakgohain-k9n 14 днів тому

    Olop sai gusi jam koi full episode saisu first time . Emne intest lgise Olop u kota nai mja lgile sai allows love victor da ❤

  • @chuklabt8114
    @chuklabt8114 Місяць тому +18

    Atiyaw Aikhon Prithibit Mahan Mahan Manuh Ase Buli Bhabu Jene Viktar Da . ❤
    Love from Dhemaji Simen chaopi. Thaku Guwahati Gari Solaw Moi .
    Love you Viktar da ❤

  • @ROLEXAX-n4j
    @ROLEXAX-n4j Місяць тому +10

    Asli jindegi ka maja tab ata hai .
    jab ham filtar ho jata hai .
    Victor da আপোনাৰ সকলো nigetive চিন্তা ধৰা filtar. love you ❤❤❤

  • @tpmultimedia
    @tpmultimedia Місяць тому +10

    ছাৰ সদায় প্ৰিয় আছিল আৰু সদায় থাকিব ❤বিশেষকৈ মানুহজন চিধাকৈ কৈ দিয়ে কথাবোৰ সেইকাৰণে বেছি ভাল লাগে ❤❤

  • @Bsumtry__Tonny
    @Bsumtry__Tonny 19 днів тому +1

    Victor da should take care of himself. He is a very honest person. We love him ❤

  • @charusmitadeka7597
    @charusmitadeka7597 Місяць тому +85

    প্ৰতিটো কমেন্টেই Positive দেখি ভাল লাগিল ❤❤

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Місяць тому

      Chill Positive pr hoy 😂
      Eta positive image create koribole enekuwa Podcast bonai 😂

    • @sekharhazarika2934
      @sekharhazarika2934 Місяць тому +5

      Toi vabi sasun,toi kiman negative thinking r voral​@@wrongwithyou-i9i

    • @Vibetoohaii1
      @Vibetoohaii1 Місяць тому

      ​@@sekharhazarika2934aree vaii ee ata fokotiya tar nijor okad nii babe blg k judge koribo ahe

  • @themorningstrar
    @themorningstrar Місяць тому +28

    Victor Das ৰ negative side বোৰ comments section ত দেখা নাপালোঁ । ভাল লাগিল।। ভিক্টৰ দাস আৰু বহুতো এনে ব্যক্তি আছে যি সকলে এনেকৈ frustration ত কথা আৰু কাম কিছুমান কৰি পেলাই আৰু মেডিয়াই তেওঁলোকক বেয়া দৃশ্যটোহে সমাজৰ আগত দেখাই।।

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Місяць тому +1

      Kla toy frustration t Bea Kaam Korile Justify Hoi Jaay Nki 😅

    • @themorningstrar
      @themorningstrar Місяць тому +1

      @wrongwithyou-i9i toi nu frustration nuhua k ki dal folaiso teo hazar ta lora swali k life bonai dse. Toi bjp r gu khua sudurvai

    • @apratimbordoloi4056
      @apratimbordoloi4056 Місяць тому

      Andh bhakt got triggered​@@wrongwithyou-i9i

  • @bhaskarjyoti8212
    @bhaskarjyoti8212 Місяць тому +14

    Sai thakute sai thakute potokke Kandi palu.
    Apuni manuh jon bht val dada.
    Manuhe onek ktha kobo,kintu Apuni apunar kam kori jaok.
    Axomor manuhe apunak xohai koribo.❤️

  • @Champakgohain-k9n
    @Champakgohain-k9n 14 днів тому

    Ego anger khotom koribo nuyare control koribo pare apuni parile meditation koribo victor da ❤

  • @bituponlahon-rp1vt
    @bituponlahon-rp1vt Місяць тому +16

    ৰাতিপুৱাই দিছিলো Live চাই চাই। Victor দা মেইন।

  • @Kripal_Das
    @Kripal_Das Місяць тому +36

    মানুহজন এক অদ্বিতীয় ব্যক্তিত্বৰ অধিকাৰী। সেই ব্যক্তিত্বক মই সন্মান জনাইছো। দীৰ্ঘায়ু হওক ভিক্তৰ দা❤

  • @mrinmaysworld8875
    @mrinmaysworld8875 Місяць тому +17

    ভিক্টৰ দাস মানুহ জন ভাল নে বেয়া মই আজিলৈ বাচনি কৰিব নোৱাৰিলো কিন্তু আজি এইটো চোৱা পিছত এটা কথাই গম পালো , মদ খাই বেয়া কথাৰে লাইফ কৰাটোৰ বাহিৰে ভিক্টৰ দাসৰ বাকী সকলো কথাই ভাল । তেখেতে কোৱা প্ৰতিটো কথাই সচাঁ , সেইয়া লাগিলে Coaching Centre হওঁক, ৰাজনীতি হওঁক, টকা পইচা , ড্ৰাছ , প্ৰশাসন , বৰমুৰীয়া ,মুখা পিন্ধা ডাঙৰ ডাঙৰ ব্যক্তিবোৰ..!

  • @sasankasarma6293
    @sasankasarma6293 28 днів тому +3

    1:29:38 A beautiful sentence from the journey of life❤️

  • @Tilldeath-cc4sr
    @Tilldeath-cc4sr Місяць тому +24

    মানুহজনৰ দুটা ৰূপ আছে..
    মদ নাখালে ভাল কথাই কয় কিন্তু মদ খোৱাৰ পাছত সম্পূৰ্ণ বেলেগ ভালেই পাইছিলোঁ আজি দুমাহ মান আগত এদিন ৰাতি মাকক যিটো ব্যৱহাৰ দিছে সেইদিনাৰ পৰা respect zero হৈ গ'ল...!!
    এওঁৰ পৰা শিকিৱ লগীয়া জীৱনত বহুত আছে সংগ্ৰামী মানুহ কিন্তু নম্ৰ হৈ কাম কৰিলে তেখেতৰ বাবেও ভাল সমাজৰ বাবেও।

  • @ParkhitBaruaah
    @ParkhitBaruaah Місяць тому +11

    আজি প্ৰথম বাৰৰ ৰাৰে অলপো Skip নকৰাকৈ ভিডিঅটো চালো। বৰ ভাল লাগিল।

  • @A..55B
    @A..55B Місяць тому +43

    চিধা আৰু সং মানুহৰ জীৱনত বহুত ঘটনা ঘটে।। ভিক্টৰ দাৰ class কৰো মানুহটো বহুত Emotional আৰু চিধা,,কোনোবাই বেয়া পাব বুলি খাটিৰ নকৰাকে সঁচা কথাবোৰ কব পৰা সাহস Victor daa Aru Zubeen da য়ে আছে অসমত।।।

  • @NaYanDekaMusical
    @NaYanDekaMusical 28 днів тому +2

    এজন লৰাই যেতিয়া নিজৰ প্ৰিয় বস্তুবোৰ হেৰুৱাবলগীয়া হয় ,তেতিয়া সেই লৰাজন বিপ্লৱী হৈ উঠে
    সেয়া লাগিলে শিল্পী জুবিন গাৰ্গেই হওক নাইবা শিক্ষক ভিক্টৰ দাসেই হওক
    কুশলে থাকক🙏🏻

  • @shahan1927
    @shahan1927 Місяць тому +14

    Aitu eta podcast Channel time kunfale gusi jai gomei napau. Keep it up Aboyob 👍👍👍
    Baki amar Victor da tu koboi nalage always Rock star ❤

  • @praneetamishra8623
    @praneetamishra8623 Місяць тому +9

    Bohut manosik sakti thoka val eta interview salu, bohut val lagil. God bless you.

  • @jyotiborah9859
    @jyotiborah9859 Місяць тому +29

    সঁচাকৈ সম্পূৰ্ণ Vedio টো চালো কিন্তু গম নাপালো দুই ঘণ্টা সময় কেনেকৈ গ'ল Victor da Zindabad ❤❤

  • @birenurang2967
    @birenurang2967 28 днів тому +2

    Uuufff..... finally Aji 3 dinor pasot hekh korilu, bohut furti korilu, bohut kotha hikilu aru victor daa r jibonor bohut kotha janilu bohut vall lagile thank You both of you keep it upp ❤❤❤

  • @rimankalita7312
    @rimankalita7312 Місяць тому +8

    ভিক্টৰ দা য়ে "বস্তুটো বুজি পাইছা" কেইবাৰ কৈছে?😂😂 Bdw jokes apart, one of the best podcast i hv seen without skipping a second. Aboyob u nailed it. Thanks for inviting him. Lots of love to u and your team. Keep growing ❤

    • @BJofficial-q9d
      @BJofficial-q9d Місяць тому

      Victor dhanu rakhi I think 🤔,val hobo future,khang uthile kaku sini napai,kinto pisot anuhusonat o vuge

  • @madds7931
    @madds7931 Місяць тому +11

    Watched the whole podcast without skipping. Loved it.
    From Dubai

  • @tinkusaha6022
    @tinkusaha6022 Місяць тому +15

    First time podcast eta Without skip kori chalu time kene kati gol gomei napalu

  • @dipakdas5334
    @dipakdas5334 2 дні тому

    Jibnt jodi kiba koribo ase tetya hle victor da dre hble try krk aru moi o hble try krisu aru. Bhut vl result paisu thank you so much ❤