ডাঙৰ খবৰ।একালৰ বৃন্দাবন একালত পৰে ছন।/virel news

Поділитися
Вставка
  • Опубліковано 8 вер 2024

КОМЕНТАРІ • 39

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Місяць тому +1

    প্ৰস্তুতি গগৈক অশেষ ধন্যবাদ।

  • @abinashkalita9242
    @abinashkalita9242 Місяць тому +4

    ছবছৰৰ মূৰত ,লুটি খোৱাৰ পাচত আদালতে আজি ৰায় দিয়াটো ডাঙৰ কথা নহয়,এওঁলোকক যিসকলে আদৰি আনিছিল-সেইসকলক কাঠগড়াত থিয় কৰোৱাটোহে আমি বিচাৰোঁ।

  • @user-kn8qn9nx1k
    @user-kn8qn9nx1k Місяць тому

    Veri good news dila sir

  • @pabitrapranmahanta6142
    @pabitrapranmahanta6142 Місяць тому +4

    এয়াই দেশৰ উন্নয়ন । যত কূটৰ ঘাই মাথো চৰকাৰেই ।

  • @hndekari8011
    @hndekari8011 Місяць тому +12

    দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ আধাৰত সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেঙ্কাৰীৰ তদন্ত আৰম্ভ হৈছিল। তাৰ ফলস্বৰূপেই আজিৰ এই বাস্তৱ স্থিতিয়ে ৰূপ পাইছে। অৱশ্যে ই পূৰ্ণাংগ ৰূপ পাবলৈ বহু বাকী। অসম চৰকাৰৰ দায়িত্ব আৰু গুৰুত্ব অধিক বাঞ্ছনীয়।।

  • @AnjuDutta-bl9yn
    @AnjuDutta-bl9yn Місяць тому +1

    Good newas

  • @monjulahon7712
    @monjulahon7712 Місяць тому

    Manosh Very Well Don

  • @abduljabbarshaikh1256
    @abduljabbarshaikh1256 Місяць тому +1

    ইমান সংবেদনশীল তথা গুৰুত্বপূৰ্ণ বিষয়ত আদালতে ৰায়দান কৰোতে বহু পলম কৰিলে
    ন্যায় ব্যৱস্হাত এয়াও চিন্তনীয়

  • @ranusaikia703
    @ranusaikia703 Місяць тому +9

    সেই সময়ত শিক্ষা মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

  • @muhiburrahman3942
    @muhiburrahman3942 Місяць тому

    This is the Most important and Welcome to the information's carried out after a long time but those who are entrangle in Corruption's and Freely moveing Under the open Sky Might be able to Spreading through legal Procedures .

  • @hemantapegu1053
    @hemantapegu1053 Місяць тому +1

    Angshuman Bora is a very good adv.

  • @anowara.begum23
    @anowara.begum23 Місяць тому +1

    Very good 👍🏻🎉🎉🎉

  • @MakhaniBuragohain
    @MakhaniBuragohain Місяць тому

    বৰ্তমানো চন পৰা নাই আৰু বাকী ৰৈ গ'ল, সত্য লোকাই থাকিল, গতিকে নিশ্চয় বুজি পাবলৈ বাকী নাই। গতিকে দেশ যে

  • @karnachandrabasumatary3808
    @karnachandrabasumatary3808 Місяць тому

    Very great action against corruption .

  • @MakhaniBuragohain
    @MakhaniBuragohain Місяць тому

    বৰ্তমান হৈ থকা দুৰ্নীতি বিলাকৰ কথা মনত ৰাখিছে নে নাই।

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq Місяць тому

    তেওঁ লোকৰ বিৰুদ্ধে গোচৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত পদোন্নতি কেনেকৈ হল সিও ৰহস্যৰ আৱৰ্তত।নিয়ম মতে পদোন্নতিৰ ফাইল বন্ধ কৰি থব লাগিছিল আদালতৰ গোচৰৰ ৰাইদান নোহোৱা লৈকে।

  • @MakhaniBuragohain
    @MakhaniBuragohain Місяць тому

    ঘোচ খাবলৈ সুবিধা কৰি দিয়া উদাহৰণ দেখুৱাই দিছে।

  • @GuninKrDutta
    @GuninKrDutta Місяць тому

    শ্ৰেণীকোঠাত সোমাই নোপোৱা চাৰ আজি আটা পিচাৰ কামত ব্যস্ত হৈ পৰিব।

  • @bborabhubanvlogs7588
    @bborabhubanvlogs7588 Місяць тому

    Good 👍👍

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Місяць тому

    val hoisa

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Місяць тому

    সেই সময়ত শিক্ষা মন্ত্ৰী হিচাপে কোন আছিল জানু ? পাহৰি ‌য়েই গলো

  • @allone2175
    @allone2175 Місяць тому

    B j p sorkare safeguard di ase

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n Місяць тому

    কিন্তু আচল ৰাজনৈতিক দালাল আৰু ২৫ বছৰে চৰকাৰত থাকি অসমৰ ৰাইজ ৰ তেজ শুহি খাই থকা জন কেনেকৈ বাচি আছে?!

  • @user-cy8lv7es5m
    @user-cy8lv7es5m Місяць тому

    এতিয়া ক্্গেছ বিজেপি কৰিব নালাগে । এতিয়াৰ মূখ্যমন্ত্ৰী সেই সময়ত কত আছিল?

  • @bhaskargogoi3872
    @bhaskargogoi3872 Місяць тому

    পৰিক্ষাৰ ফলাফলৰ ওপৰত চাওক চোন কোনে কি পদ পালে,,ইনেই চিয়ৰি লাভ নাই

  • @shyamolikabora2924
    @shyamolikabora2924 Місяць тому

    নিতুমনি এতিয়াও পৰীক্ষা শুদ্ধ নে এনে টি এই কি কৰিছে লাজ বুলা শব্দ তো। নাই নেকি প্ৰশ্ন কাকত ফাদিল

  • @user-uy8fy4pl1d
    @user-uy8fy4pl1d Місяць тому

    Bortomanor mukhymontrio sei somoyot congress sorkarot asil. Ami bhabo mukhyamontri jonor babei bisar prokriat ei khelimeli bor hoise.

  • @ghanashyamborah1063
    @ghanashyamborah1063 Місяць тому

    Very good news.

  • @mohanchandrakalita362
    @mohanchandrakalita362 Місяць тому +1

    Jayanta Goswami namar ai Faltu bryetizanak talk show t matiba napai. E ata maha badmash. E himantar chuwa cheleka.

  • @allone2175
    @allone2175 Місяць тому

    Bansit burak nyai dibo ketia?

  • @apggg1534
    @apggg1534 Місяць тому

    He is a self declared intellectual unfortunately majority don't consider him so. For me I don't give a damn about what he blabber I consider him Rajdip Sadesai of Assam.

  • @jayantaborah6865
    @jayantaborah6865 Місяць тому +1

    Manash .Thank

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 Місяць тому +2

    ইমান দেৰি হল কিয়।

  • @lnbora7529
    @lnbora7529 Місяць тому

    Thankyou

  • @mamlahon7313
    @mamlahon7313 Місяць тому

    Nicee share❤