Pradyut Bordoloi Criticized CM Himanta: প্ৰাৰ্থিত্ব লাভ কৰিয়েই মুখ্যমন্ত্ৰীক সমালোচনা প্ৰদ্যুতৰN18V

Поділитися
Вставка
  • Опубліковано 12 бер 2024
  • Pradyut Bordoloi Criticized CM Himanta | নগাঁও লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ পৰা টিকট লাভ কৰাৰ পিছতে মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰদুৎ বৰদলৈ।মৰিগাঁও জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আগন্তুক লোকসভা নিৰ্বাচনৰ নগাঁও সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক উষ্ম আদৰণি জনাই দলীয় কৰ্মী সকলে। লগতে বিৰোধী ঐক্য মঞ্চৰ আম আদমী পাৰ্টি, চিপিআই, ৰাইজৰ দলৰ নেতা কৰ্মী সকলেও আদৰণি জনাই কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক। কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কংগ্ৰেছ হাইকামাণ্ডে পুনৰ বাৰৰ বাবে নগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাত কংগ্ৰেছ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। বিজেপি আৰু এআইডিইউএফ দলে সমিল মিলেৰে কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে কাম কৰি আছে। এআইডিইউএফে নিজে জিকিবলৈ নহয় কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰিমট কন্ট্ৰলত।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #pradyutbordoloi #congress #apcc #cmhimantabiswasarma #news18assamoriginals
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 41

  • @khagenkakati6380
    @khagenkakati6380 3 місяці тому +5

    সুন্দৰ

  • @bakulboruah2026
    @bakulboruah2026 3 місяці тому +28

    কংগ্ৰেছে যোৰহাট, নগাঁও,গুৱাহাটী, বৰপেটা, ধুবুৰী, কৰিমগঞ্জ জিকাটো খাটাং।লুৰীণজ‍্যোতি গগৈয়ে ডিব্ৰুগড় জিকিব।Mark my Word.

    • @sunmaniali437
      @sunmaniali437 3 місяці тому +1

      😊😊😊😊

    • @souravbaishya3437
      @souravbaishya3437 3 місяці тому +4

      Hoi.... Moi guwahati r xomostir.... Mira nissoy joy hobo🥰

    • @success2089
      @success2089 3 місяці тому +2

      বাকি কেইখন জিকিব কিন্তু লুৰীণজ্যোতিৰ সন্দেহ আছে

    • @shimantakanchanmusical4271
      @shimantakanchanmusical4271 2 місяці тому +1

      সঁচা কথা

  • @brothersglobe5706
    @brothersglobe5706 3 місяці тому +1

    শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🌹

  • @user-jc6ht7co4c
    @user-jc6ht7co4c 2 місяці тому

    Good

  • @GuygcDtyc-uf5hm
    @GuygcDtyc-uf5hm 3 місяці тому +1

    “ জুয়ে পোৰা তীৰাশীৰ নিৰ্ব্বাচনীৰ বছৰ মোৰ ভাইটি নোহোৱা হ’ল নেপালো খবৰ তই জাননে খবৰ তই জননে খবৰ ? ” অভিশপ্ত দিনবোৰৰ কথা পাহৰি যোৱা নাই অসমবাসীয়ে 😭😭😭

  • @dwijenroy6125
    @dwijenroy6125 3 місяці тому +1

    Pradyut Bordalai sure win from Nogaon... Go ahead..

  • @Mayuranjan123
    @Mayuranjan123 3 місяці тому

    Best of luck...❤

  • @PriYamHA
    @PriYamHA 2 місяці тому

    Congratulations , কংগ্ৰেছ জিন্দাবাদ

  • @hemalalkachari6746
    @hemalalkachari6746 3 місяці тому

    Language of operations

  • @puspadhardeka5665
    @puspadhardeka5665 3 місяці тому +2

    BJP go back

  • @JayantaKumarNath-bf7ld
    @JayantaKumarNath-bf7ld 3 місяці тому +3

    God bless u

  • @pankajbaruah766
    @pankajbaruah766 2 місяці тому

    Down with congress

  • @mumtazali2453
    @mumtazali2453 3 місяці тому

    জিকিবৰ কাৰণে থিয় হ'ব লাগে, কাৰোবাক হৰুৱাবলৈ উদ্দেশ্য হ'ব নালাগে। তেনে প্ৰাৰ্থীক বিনাদ্বিধাই বৰ্জন কৰিব লাগে। বৰ্তমান ৰাজনীতি গুৰণিবায়ুৰ ৰাজনীতি। সাৱধান নহ'লে ডিজাছটাৰ অনিবাৰ্য। ধন্যবাদ।

  • @tmnoobbiswa2m718
    @tmnoobbiswa2m718 2 місяці тому

    প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিন্দাবাদ

  • @sanjaysaikia1714
    @sanjaysaikia1714 3 місяці тому

    Moi vote kintu ejonok nidu

  • @deepbania1910
    @deepbania1910 3 місяці тому +1

    Salani Masak jua Election t jikai Nagaon r raije Bisari paisilne baru ki karile MP fund pocket t xumuale amar Local mas k vote diya Val Kiba alop kamot ahibo.

    • @raunakabbas6183
      @raunakabbas6183 3 місяці тому

      SULFA K jikaiyu heya e hbo interview sua nai sureshor toka ohongkar kiman teur moi tu NOTA KRIM😂

  • @rajassam1822
    @rajassam1822 3 місяці тому

    Congress Zindabad

  • @padamthapa8991
    @padamthapa8991 3 місяці тому

    Congress go ahead

  • @rinagogoi4345
    @rinagogoi4345 3 місяці тому

    Bordoloi deb haribo Aapuni.Aapuni dhumketu r dore jikile vumuki mare aapuner jiki juwa thai khonot.

  • @Highlightsmusic123
    @Highlightsmusic123 3 місяці тому +1

    Nagaon t tumak nalage

    • @raunakabbas6183
      @raunakabbas6183 3 місяці тому +1

      Nagaon t Utha bjp r andharot utha ohongkari SULFA u nelage amak😊

  • @hemalalkachari6746
    @hemalalkachari6746 3 місяці тому

    You can.t do anything

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 3 місяці тому

    1500 tokar karone bjp k vote di lav ni

  • @njyotinjyoti7541
    @njyotinjyoti7541 3 місяці тому +1

    সদনত একো মাত মতা দেখা নাপালোঁ

    • @raunakabbas6183
      @raunakabbas6183 3 місяці тому +1

      Apuni Sansad tv sai e pua nai sage

    • @bkp9774
      @bkp9774 2 місяці тому

      ​@@raunakabbas6183সুৰেশ বৰাই দিল্লীত সংসদ হৈ সদন হিলায় দিব কেলা।

  • @user-tk1ge3ld6q
    @user-tk1ge3ld6q 3 місяці тому

    bjp

  • @Bikas1750
    @Bikas1750 3 місяці тому

    এই বাৰ নগাঁৱত এটা হাঁহক লৈ 3 তা শিয়াল মাজত তনা আজুৰা হব খেল খন চাই ভাল লাগিব শেষত মোদী আহি হাঁহ লৈ পলাব 😂😂🤪🤪

    • @bkp9774
      @bkp9774 2 місяці тому +2

      সি মানে মোদীয়ে হাঁহ টো মাৰি বহাগ বিহুত মদৰ লগত মিলাব।😊😊😊

    • @Bikas1750
      @Bikas1750 2 місяці тому

      @@bkp9774 🤓🤓

  • @saurav7580
    @saurav7580 3 місяці тому

    😂😂😂😂😂

  • @hemantadas6963
    @hemantadas6963 3 місяці тому

    Good

  • @hunmonidowarah3394
    @hunmonidowarah3394 3 місяці тому +4

    Good

  • @atikurrahman4079
    @atikurrahman4079 3 місяці тому

    Good