সম্পূৰ্ণ নিৰ্বাচনী বিধি উলংঘাৰে চামগুৰিত নিৰ্বাচনী প্রচাৰ চলাইছে ৰাজনৈতিক দলসমূহে

Поділитися
Вставка
  • Опубліковано 31 жов 2024
  • সম্পূৰ্ণ নিৰ্বাচনী বিধি উলংঘাৰে চামগুৰিত নিৰ্বাচনী প্রচাৰ চলাইছে ৰাজনৈতিক দলসমূহে। বিশেষকৈ আজি কংগ্রেছৰ ৰেলীত দেখা পোৱা গ’ল একাংশ শিশু আৰু কিশোৰক। ইপিনে যি স্থানতেই প্রচাৰ চলাবলৈ গৈছে সেই স্থানতেই বিজেপি কৰ্মীৰ ৰোষত পৰিছে সাংসদ ৰকিবুল হুছেইন। আজিও চামগুৰিৰ ভাটীয়াখালীত বিজেপি কৰ্মীয়ে ৰকিবুল হুছেইন গ’বেক ধ্বনিৰে উত্তাল কৰিলে পৰিৱেশ।
    #pratidintime #Samaguri #byelection

КОМЕНТАРІ • 24

  • @habibullahhoque5305
    @habibullahhoque5305 9 годин тому

    কিশোৰ সকলে স্ফূতি কৰিবলৈ আহিছে

  • @Jr_babul_bhai_yt
    @Jr_babul_bhai_yt 10 годин тому +1

    Congress jindabad ❤❤❤

  • @nishansarmah1318
    @nishansarmah1318 6 хвилин тому

    Tanzil ❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 8 годин тому

    EVM গুৰুত্ব দিব লাগে

  • @ShorifulISLAM-cx1hl
    @ShorifulISLAM-cx1hl 11 годин тому +2

    শিশুটি মানুহ হ’লেও তেওঁলোকে বহু কথা বুজাইও ইয়ালৈ অহা শিশু বিলাক অনা নাছিল, ঘৰলৈ নাযায়, সকলোৱে ইয়ালৈ আহে মজা কৰিবলৈ।

  • @7gc970
    @7gc970 6 хвилин тому

    ৰকিবুল হুছেইনে প্ৰথম পৰাই ইলেকচন বিধি উলংঘা কৰি আহিছে । ৰকিবুল হুছেইনে ধৰ্ম নামত ইলেকচন পচাৰ কৰিছে ৰকিবুল হুছেইনে পুতেকক কিয় কথাবোৰ কব নিদিয়ে । ইলেকচন পোতক
    হে খেলিছে ।

  • @movieclips9771
    @movieclips9771 10 годин тому

    Congress r obostha ajir date t aitu ai

  • @ranjangogoi2744
    @ranjangogoi2744 8 годин тому

    Apuni kiman politics jane

  • @baharuddin4395
    @baharuddin4395 6 годин тому

    Haire myah mnuh 🤣🤣🤣

  • @ShorifulISLAM-cx1hl
    @ShorifulISLAM-cx1hl 10 годин тому

    কিয় সকলো সময়তে বেয়া খবৰ ক'বলৈ কোনো কাম নাই😅😅😅😅

  • @AbdulKadir-q8i
    @AbdulKadir-q8i 10 годин тому +1

    এই মন্ত্ৰীৰ কাম নাই

  • @MofidulIslam-mt1eg
    @MofidulIslam-mt1eg 7 годин тому

    এইবাৰ পৰিয়ালৰ বাদক বিদায় দিয়া হব চামগুৰি পৰা

  • @thinkbig3201
    @thinkbig3201 10 годин тому

    মিনি বাংলাদেশ হয় চামুগূৰি

    • @ShorifulISLAM-cx1hl
      @ShorifulISLAM-cx1hl 9 годин тому

      @@thinkbig3201 aap log Bangladesh se itna pyar kare to Bangladesh mein chale jao kyon Bharat se Bangladesh ko baithana chahti hai tum log asam ko kyon Bangladesh banana chahti hai itna pyar kare to Bangladesh mein jao aap log

  • @d.d.bossassam5851
    @d.d.bossassam5851 8 годин тому

    Miyar bhot nalge buli koisil dekhun..eta kio gel bhot khujba

  • @amritborah4276
    @amritborah4276 9 годин тому

    BJP hataw Assam basaw, mama hataw Assam basaw

  • @ronjitsaikia-wy3le
    @ronjitsaikia-wy3le 10 годин тому

    BJP hatao Samaguri bachao.

  • @AmjadAligh
    @AmjadAligh 10 годин тому

    BJP go back