Це відео не доступне.
Перепрошуємо.

'১৪ বছৰৰ তলৰ নাবালিকাক বিয়া কৰোৱা সকলে নাপাই জামিন'-মুখ্যমন্ত্ৰী

Поділитися
Вставка
  • Опубліковано 2 лют 2023
  • 📌 '১৪ বছৰৰ তলৰ নাবালিকাক বিয়া কৰোৱা সকলে নাপাই জামিন'
    📌 'প্ৰতিজন অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱালৈ চলি থাকিব অভিযান'
    📌 'লাখ-লাখ ছোৱালীৰ জীৱন বচাবলৈ বাল্য বিবাহ বন্ধ হ'বই লাগিব'
    📌 'মানৱতাক দোহাই দিলেই এই বিষয়ত চৰকাৰে আপোচ নকৰে'
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1,2 тис.

  • @dolleducationassam3732
    @dolleducationassam3732 Рік тому +176

    এইবাৰৰ কাৰণে ৰেহাই দিয়ক। ২০২৩ পৰা এই আইন অতি কঠোৰ ভাবে প্রয়োগ কৰক। কোন সকলকে গেফতাৰ নকৰে খুলি কব লাগিছিল।

  • @GOD_ALONE777
    @GOD_ALONE777 Рік тому +88

    মামাই বিয়া পাতোতে আক ৰিনিকীৰ ১৬ বছৰ আছিল🤣🤣🤣তেতিয়াহলে মামাইয়ো ৰিনিকীক ধৰখন কৰিছিল😂

  • @rintu7930
    @rintu7930 Рік тому +24

    বাল্য বিবাহ আইন ২০০৮ চনতে প্ৰনয়ন কৰিছিল ইমান দিন কত মৰি আছিল মামা

    • @BikashBoruah23
      @BikashBoruah23 Рік тому +2

      নাকত তেল দি হুই আছিল ক। এতিয়া সাৰ পালে। আকৌ টোপনি যাব😂

    • @simahaloi1533
      @simahaloi1533 Рік тому +1

      Tetiya morisil mamai 😠

  • @bikimahato
    @bikimahato Рік тому +29

    ভুলৰ এটা ক্ষমাও থাকে, আগৰ খিনিয়ে যি ভুল কৰিলে তাক ক্ষমা কৰি নতুন লৰা ছোৱালী সকলে যাতে এনেকুৱা নকৰে তাৰ বাবেহে ব্যৱস্থা লৱ লাগে । সুখৰ সংসাৰ এখন ভঙা টো ভাল হোৱা নাই ।

  • @technicalbadal888
    @technicalbadal888 Рік тому +63

    মামা আপোনাৰ এই পদক্ষেপ অতি সুন্দৰ কিন্তু আপুনি এটা কথা কওকচোন আজিৰ পৰা ৭/৮ বছৰ আগতে যিবিলাকে বিয়া পাতিলে তেওঁলোকৰ পিছত কিয় লাগিছে আৰু যদি ধৰিব লাগেই তেনেহলে ২০০৬ ৰ পিছৰ পৰাই ধৰক তেতিয়া ছাব ৪০০০ নহয় ৪ কোটি পাব
    এইবিলাক বাদ দিয়ক হে

    • @prasenjitray87
      @prasenjitray87 Рік тому +2

      Tmr ktha tu khuni vl lagise 👌👌👌👌

    • @parashmonitv1234
      @parashmonitv1234 Рік тому +2

      Right 👍

    • @mcx330
      @mcx330 Рік тому +4

      Moi jodi atia khun koro..muk 7 bosor pisot hasti dibo nki? Mathat ako nai nki mama?

    • @khemrajvlogs8567
      @khemrajvlogs8567 Рік тому

      Axomot 8 kuti Manu ase neki Imanu najana murkha

    • @rupjyotikalita2420
      @rupjyotikalita2420 Рік тому +1

      Bjp govtment ahar pora korise

  • @pabitraborgohain7244
    @pabitraborgohain7244 Рік тому +72

    বাল্য বিবাহ কাৰনে বন্ধ কৰিছে ভাল লাগিছে ...আপোনি আগৰ ছোৱা কত মৰি আছিল.....এতিয়া এছাম মানুহ মৰিব .......

    • @BikashBoruah23
      @BikashBoruah23 Рік тому +5

      আৰু দুদিন মানহে তাৰ পিছত পাহৰিব, ধুৰ

    • @hriday-4419
      @hriday-4419 Рік тому +2

      Mama r step 2 duniya just. 2 din pisot akou pahori jabo sobe.

    • @Bhaskarnath143
      @Bhaskarnath143 Рік тому +1

      KUN MORE MORIBO DE. TAT AKO KOTHA NAI. AI AAIN AGOR PORAY ASIL.
      KIO MONA NASILA. AYIYA MOJA PABI RO. SEX KORIBO BOHUT SOK HOISIL.
      ATIYA JELOT KORA.

    • @paranbora797
      @paranbora797 Рік тому

      Sorkari sakori candidate komayse police Cass lagay.mamay to nirbasoni potisuti rakhibo lagibo.naholeje aha nirbasonot hudu poribo.

    • @arunprenkandadibasicomedy5540
      @arunprenkandadibasicomedy5540 Рік тому

      তোমাৰ নমবর দিব পাৰে নেকী মোক

  • @akbarhossain2179
    @akbarhossain2179 Рік тому +87

    Every body should support this step taken by the Government.

  • @nivagogoi9859
    @nivagogoi9859 Рік тому +12

    আগৰ খিনিক ৰেহাই দিয়ক ,2023 পিছৰ খিনি ৰ ওপৰত আইন আনক ।

  • @aminurrahman9314
    @aminurrahman9314 Рік тому +22

    বিগত ১৬/১৭ বছৰ শিক্ষা মন্ত্ৰী হৈ কি ডাল ছিঙিলে

    • @kamrup133
      @kamrup133 Рік тому +4

      বা মহাপুৰুষ জন মামাই কেইবছৰ শিক্ষা মন্ত্ৰী হৈছিল তাকে ভালকয় নেজানে সি কমেন্ট কৰে কাম কৰা নাই তুৰ চকু কেইটা কণা হৈছিল চাগে মামা শিক্ষা মন্ত্ৰী হৈ থকাৰ সময়ত

    • @sanjitblock7182
      @sanjitblock7182 Рік тому

      TAR KOTHA TU THIK

  • @apurbabora7630
    @apurbabora7630 Рік тому +16

    মানুহ মাদাৰ কৰিলে 10 বছৰৰ পিচত পুলিচে বিচাৰেনে কি? বিয়া পাতি লৰা চোৱালী ডাঙৰ হল, এতিয়াহে সাৰ পাইচে

  • @indrajitdeka5083
    @indrajitdeka5083 Рік тому +11

    Cm r শনি লাগিছে

  • @basantagogoi6325
    @basantagogoi6325 Рік тому +41

    আইন খন আমি মানিছোঁ, কিন্তু ইমান দিনে কি কৰি আছিলে

    • @parthajitsaikia980
      @parthajitsaikia980 Рік тому

      কিছু মান মানুহ বিনা দূখত ফছিচে ন ৷ তেওঁ একো দূখ কৰাই ন

    • @user-hr2py3xl8p
      @user-hr2py3xl8p Рік тому +1

      Eman dine xui asile ....gogoi sarkare

    • @Miduldutta
      @Miduldutta Рік тому

      ইহতি বিধবা আৰু ঘৰত উভতি যোৱা বোৱাৰী পিচত ঘুৰী আছিল সিহঁতক বলে পাৰিলে ,
      মতা থকা বোৰক কিনিব নোৱাৰিলে অৰুণোদয় আচনি দি ,
      সেই কাৰণে এতিয়া মতা বোৰক কাৰাদণ্ড দি মাইকী বোৰক অৰুণোদয় আচনি দিম কৈছে দেখোন ,

  • @Miduldutta
    @Miduldutta Рік тому +54

    ঠিকেই আছে বাৰো কথা কেইটা
    কিন্তু আচল কথা হ'ল কি,
    বাল্য বিবাহ কৰি কাৰোবাক বিয়া পাতি নিজৰ ক্ষমতা ওপৰত নিৰ্ভৰ কৰি সংসাৰ এখন তৰি সুন্দৰ ভাৱে জীৱন নিৰ্বাহ কৰি আছে,
    তেওঁ লোকক আইন বোজা পিঠিত বান্ধি দিছে কিয় ,
    যি বোৰে ৰেপ ধৰ্ষণ কৰি হত্যা কৰি আছে সিহঁতৰ কাৰণে কেতিয়া এনেকুৱা আইন ওলাব যেনে ফাঁচি ,
    আৰু হত্যাৰ কাৰি বোৰক ফাঁচি কেতিয়া দিব সেইটো হে লাগে ,
    বহুত ভুক্ত ভুগি পৰিয়ালৰ লোকে ন্যায় পাম বুলি ভুকৰ ভাত প্ৰিয়াৰ হৰ পানী খাবলৈও এৰি দিছে কিন্তু ন্যায় কেতিয়াকে পাব মুখ্যমন্ত্ৰী মহোদয় জনাব চোন ,
    অপৰাধ মুক্ত কৰিছে সুন্দৰ কথা ,
    কিন্তু প্ৰশ্নৰ কৰিব বাবে কিয় খালি ঠাই ৰাখিছে ৰেপ ধৰ্ষণ হত্যা কাৰি লাভ জাহাদ এইবোৰক মূহুৰ্ততে মুক্ত কৰিব লাগে পৃথিৱীৰ পৰা ফাঁচি দিয়ক ,
    সেইটো কৰিব নোৱাৰে ,
    ৰেপ ধৰ্ষণ কৰাত কৈ বাল্য বিবাহ কৰা কি অপৰাধ নেকি ,
    যদি অপৰাধ হয় বাল্য বিবাহ কৰা বোৰক ফাঁচি দিয়ক ,
    আৰু ৰেপ ধৰ্ষণ হত্যা কাৰি বোৰক মুকলি আকাশৰ তলত বিয়া পাতি এনজয় কৰি খাবলৈ মুক্তি দিয়ক ,
    মই অপৰাধ বিৰুদ্ধে প্ৰতিবাদ কৰিছো মহাশয় ইয়াত কোনো ৰাজনীতি নাই ,
    আপোনাৰ লোকৰ ভুল বহুত আছে আমাৰ নিচিনা মানুহ চিঞৰি চিঞৰি মৰি গ'লেওঁ আপোনালোকে ঘেণ্টা কাণ নিদিয়ে ,
    আৰু কোনো হত্যা কাৰি ধৰ্ষণ কাৰি বোৰৰ ফাচি নহয় আৰু দিব নোৱাৰে ,
    আইনখন সদায় দুখিয়া দৰিদ্ৰতাৰ সকলৰ বাবে হে ষ্টি হয় ,
    বেলেগ একো নকঁও পাগল নহয় আমি

  • @Instagramenterment10K
    @Instagramenterment10K Рік тому +25

    মামা আপুনি ঠিক কৰিছে এইবোৰ বন্ধ হব লাগে 👏👏👏👏

    • @thelovelyboy27
      @thelovelyboy27 Рік тому +1

      এতিয়া বন্ধ হব,but আগৰ কথাত লাগি নাথাকিব,আগৰ কথা উলিয়ালে আমাৰ গাঁৱত পুৰুষ জাতিটো নাইকীয়া এ হৈ যাব মৰমৰ মামা,বৰ্তমান আৰু ভবিষ্যতৰ কথা চিন্তা কৰক,অতীতৰ কথা বাদ দিঅক, love you mama ❤️❤️, মোৰ পালৰ পৰা অকণমান পৰামৰ্শ দিবলৈ চেষ্টা কৰিলোঁ মা মা

  • @borokhagogoi2372
    @borokhagogoi2372 Рік тому +2

    very good step sir.apunar decision tuk moi bhut honman korisu.kionu below 14 years ajoni suwali a hontan jonmo diar babe upojukto nhoi.

    • @bkp9774
      @bkp9774 Рік тому +1

      Thik koisa borokha. Eai2 rape kora nisina he hoi. Ccciiiihhh 14 yr swalir hontan jonmo diye neki !!!.

  • @nazmabegum6274
    @nazmabegum6274 Рік тому +1

    Right CM

  • @sumanedu1232
    @sumanedu1232 Рік тому +38

    ভাল কম বা ভাল বস্তু মানুহে সহজে চিকাৰ কৰিব নোখোজে ।। মামাই আমাৰ ৰ বাবে আমাৰ অসম ৰ বাবে আমাৰ ভবিষযতৰ বাবে ভাল step হাতত লৈছে।। Love you মামা 💗💗 you are great 👏👏

  • @trishnabaruah
    @trishnabaruah Рік тому +13

    বাল্য বিবাহ হোৱাটো আমিও গ্ৰহন নকৰো।কিন্তু এনেকৈ লোৱা সিধান্তুই বহুতক বিপদত পেলাইছে।২০২৩ ৰ পৰা বলবৎ কৰক।হৈ যোৱা বিলাক খোচৰিব নালাগে।আৰু ভাল পাই লৰা ছোৱালি বিয়া হৈ সংসাৰ কৰি খাই বৈ থকাটো ধৰ্ষন বুলি নকয় মামা।

  • @jahirulislam4311
    @jahirulislam4311 Рік тому +24

    মামা প্ৰথমে ভালপোৱা বন্দ কৰক। তাৰ পিছত চব ঠিক হৈ যাব।

  • @satyajitkhakhalary657
    @satyajitkhakhalary657 Рік тому +5

    আপোনাৰ এনে হলেও চিম্পতি নাই । বাল্য বিবাহ বন্ধ কৰিব লাগে আমি মনো । কিন্তু 2006 চনত এই আইন খন বনাইছিল ইমান বছৰ এ এই আইন কত গৈছিল ? আজি কৰ পৰা আহিলে ?
    ইমান বছৰ এই আইন কঠোৰ ভাবে লোৱা নাই কিয়? গতিকে এই আইন 2023 ৰ পৰা আপুনি কঠোৰ ভাবে লওক । ধন্যবাদ 🙏

  • @ShantanuDas2100
    @ShantanuDas2100 Рік тому +35

    বহুত এনে দাঙৰ-দাঙৰ এনে minister MLA আছে ধনি মানুহৰ বাবে আইন নাই

  • @rukminibaishya76
    @rukminibaishya76 Рік тому +54

    অদ্ভুত ভাষণ। মামা আমাক next level Lage,. God bless you mama .

  • @mrmanoj2668
    @mrmanoj2668 Рік тому

    এই আইনখন উলোৱা বাবে বহুত ভাল হৈছে।

  • @sglocalpiggaryfram9538
    @sglocalpiggaryfram9538 Рік тому +7

    এইবোৰ বন্ধ হব লাগে সকলোকে ধৰিব লাগে কাকো এৰি দিব নেলাগে

    • @ctcreation6549
      @ctcreation6549 Рік тому +1

      হয় নেকি আগৰ বিলাক ধৰি কিবা লাভ আছে নেকি যোৱা বোৰ হৈ গল। তেনেকৈ হলে আপোনাৰো ককা আজো ককা গ্ৰেপ্তাৰ হব লাগিছিল কিজানি আপোনাৰ relative মানুহ ৰে কোনোবা ওলায় যায়।

    • @pankajjyotibora25
      @pankajjyotibora25 Рік тому

      @@ctcreation6549 poha xuna kori napali neki Eii Child marriage act 2006 r pora bolbot hoisil

    • @ctcreation6549
      @ctcreation6549 Рік тому

      @@pankajjyotibora25 tetia hole agt kio arrest kora nasil atia hai je trending t ahil. Aneke hole tur maar o bapero o sage jailot jabo nohole tur relative. Nohole tur koka aaitako jailot vorabo sabi ai burha bayakhat.

    • @ctcreation6549
      @ctcreation6549 Рік тому

      @@pankajjyotibora25 Mai rule tu beya pua naai but agor khinik koi laav nai huatu hoi gol. Atiya 2023 r pora rule tu aru karha koribo lagisil.

  • @rajeshhazarika1663
    @rajeshhazarika1663 Рік тому +10

    বিধবা সকলকো পুনৰবিবাহৰ কিবা এটা বেবচথা অতি সোনকালে লয় যেন।

  • @bkgogoi8636
    @bkgogoi8636 Рік тому +47

    ২০২৩ চনৰ পৰা ১৪ বছৰ বয়ষৰ ছোৱালী বিয়া কৰালে দন্দনিয় কৰাউক মাননীয় মূখ্য মন্তীক জনাও যে ২০২৩ চনৰ পৰাই ধৰক ধন্যবাদ Bhadra kanta gogoi বুথৰ উপ সভা পতি কুঁমচাই পঞ্চায়ত ৮ নংৱাদ ধন্যবাদ

  • @monimonsterofficial7112
    @monimonsterofficial7112 Рік тому +1

    এইখন #উত্তৰ_কোৰিয়া নহয় আমি #মামা ৰ চব কথা মানি চলিব নোৱাৰোঁ

  • @PfGorh
    @PfGorh Рік тому

    চৰকাৰে জি সিধান্ত লৈছে ভাল লাগিছে 👏👏👏👏👏

  • @bedantadutta9192
    @bedantadutta9192 Рік тому +14

    Sir হোৱা বোৰ বাদ দি 2023 ৰ মাজ ভাগৰ পৰা নিয়ম তো লাগু কৰিব লাগিছিল...

  • @user-of4ww3oq4n
    @user-of4ww3oq4n Рік тому +4

    ধৰ্ষণ কাৰি কেইটা মুকলি আকাশৰ তলত আৰু বিয়া পাতি সুখে সান্তিৰে থকা কেইটা জেলত বাঃ বাঃ
    মানিছো তোমাক হিমন্ত মামা

    • @jennieshorts4450
      @jennieshorts4450 Рік тому

      Oh hello apunar 14 bosor suwalik kunubai lorai jodi polai loi jai pregnant kori diye hetu ki rape nohoi niki 18 bosor agot june suwalir gaat hath diye hetu rape hisape goinno kora hoi apuni sage material raper kotha hunai nai apunar buddi di jodi sole noh tetiya hole pritibhi khon dhongo hobo

  • @rabhamitul082
    @rabhamitul082 Рік тому

    মামা আপোনাৰ পদক্ষেপতো অতি সুন্দৰ

  • @akashdeepkalita9814
    @akashdeepkalita9814 Рік тому +1

    Mama tumi 🔥🔥🔥🛐

  • @lrrahul8745
    @lrrahul8745 Рік тому +3

    কাজিক শাস্তি দিব লাগে যি বিলাক ১৪ বছৰৰ তলৰ ছোৱালীক বিয়াৰ ৰেজিস্টাৰ কৰিছে ।
    বাকি এক বাৰৰ বাবে ৰেহা কৰি দিয়ক।
    ২০২৩ ৰ পৰা যিবিলাক লৰা ছোৱালী বাল্য
    বিবাহ বন্ধ নকৰে সিহতৰ উচিত শাস্তি দিব লাগে

  • @barlanilam251
    @barlanilam251 Рік тому +35

    Kam nai mama aitu last year hoi aru aponi vote napai byb by

  • @priyankagogoi299
    @priyankagogoi299 Рік тому +1

    Thanks mama

  • @gitabonia5024
    @gitabonia5024 Рік тому

    You are right sir 🙏

  • @rajkumarpegu1942
    @rajkumarpegu1942 Рік тому +4

    মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ আগতে যিবোৰ বাল্যবিবাহ হল তেখেতক সৰু সুৰা শাস্তি দি ৰেহাই দিব লাগে কিন্তু 2023 চনৰ পাছৰ পৰা বাল্য বিবাহ হোৱা বোৰক কঠোৰতম শাস্তি দিব লাগে আৰু আপোনাৰ এই পদক্ষেপ আমিও সমৰ্থন কৰিছোঁ ।

  • @nanoborah459
    @nanoborah459 Рік тому +4

    ঠিক কইছে মামা আপুনি,🙏

  • @romineog1225
    @romineog1225 Рік тому

    I proud of you cm sir,,,you are right decision,,,,,

  • @j_soctapad5855
    @j_soctapad5855 Рік тому

    You are Right Mama 😘😘

  • @drupadboro4780
    @drupadboro4780 Рік тому +7

    you are right 🙏🏼

  • @phannongyoungkuk1333
    @phannongyoungkuk1333 Рік тому +3

    your era will be remembered by the generations to come as the Golden era of Assam. Lots of love and blessings.

  • @rwelder9332
    @rwelder9332 Рік тому

    Good dicision. We always supported. 👍👍👍🇮🇳🇮🇳🇮🇳

  • @EnjoyingNo
    @EnjoyingNo Рік тому +1

    Mojjjjjja mama👍👍👍👍

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm Рік тому +24

    সুন্দৰ পদক্ষেপ হাতত লৈছে মহোদয় এই আঁচনি সফল হওঁক ।👏👏

    • @monikumar1724
      @monikumar1724 Рік тому

      বেয়া আঁচনি ভাই

  • @shibsankarshome5347
    @shibsankarshome5347 Рік тому +28

    Thank u to our dynamic and brave CM, Assam for ur logical decision for the development of society. We are proud of u.

  • @mathematics223
    @mathematics223 Рік тому

    Thank you so much cm sir🙏

  • @abutaherhussain3437
    @abutaherhussain3437 Рік тому +1

    2026 apni sarkar thakile he next time congress sarkar ahibe 👍

  • @puranjoyhazowary2086
    @puranjoyhazowary2086 Рік тому +10

    Agote hoi jua bibah bur maaf hobo lagsil

  • @biswajitpegu6387
    @biswajitpegu6387 Рік тому +3

    আইনটো সকলোৱে মানি চলা উচিত কিন্তুু এই পদক্ষেপ লোৱাৰ আগত ৰাইজৰ ওচৰত সজাগত কৰিব লাগিছিল মামা ।

    • @pranjit4290
      @pranjit4290 Рік тому

      ইমান দিনে কি বকি আছিল তে

  • @bhupendas3078
    @bhupendas3078 Рік тому +2

    Salute & support, thanks 🙏

  • @kamleshtanti2689
    @kamleshtanti2689 Рік тому

    Great cm sir good discussion sir

  • @Football0815
    @Football0815 Рік тому +12

    Mama ,,,,,, আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে যে ১৩ বছৰ বয়সত বিয়া কৰাইছিল,,,,, তেওঁক কি কৰিব। তেওঁ তো এতিয়া আমাৰ এই পৃথিৱী ৰ পৰা চিৰ বিদায় লৈছে।🤣🤣🤣

    • @paranbora797
      @paranbora797 Рік тому +3

      Teok ki koribo teok dekhiay sage aaji Kali Lora bure shunkale biaa koraysile karon teo Aamar aadorsh.teo hoyse jatir pita teor to aadorsh laboy lagibo.lorabure teor aadorsh bur Jane aaru loyse aaru poytekdin teor aadorsh bur aamar loraburor monot pore karon teok lorabure shaday Dekhi thane teor sobi poketot loy ghure karon teo Aamar poysat aase.jetiaaleke poysat teor sobi thakibo tetiaaleke aybur saliay thakibo.aaru Jodi teo opradhi buli Janey tente teor phatokhan aamar indea poysat Kia dise.poysar pora teor phatokhan ataray tironga phatokhan dibo lage.karon tirongakhan dekhile Aamar monot jene ata shanman vab aahe shey vab Gandhi phatokhan dekhile nahe.soy moy kiba beaa Kali Jodi.

    • @rkvlogs730
      @rkvlogs730 Рік тому +1

      Tetiar Kotha beleg asile tetiya balya bibahak emnn besie gurutta dia hua nasile kntu etia sorkare ata bold podokhyep loise Aru koiseii dkhun 14 bosoror psor khinie kk jamin bihiboo 14 year asolote biyar age nhoitu aitu🙂,so hokolue buji pabo Lage kothakhinie

  • @kabitadas7518
    @kabitadas7518 Рік тому +5

    এইবোৰ ব্যৱস্থা আগতে কিয় নকৰিলে ছাৰ । এতিয়া হৈ যোৱা সংসাৰ বোৰ ভাঙি নেদি আগলৈ যেনএনে বিবাহ হ'ব নোৱাৰে তাৰ ব্যৱস্থা কৰক 🙏🙏

  • @tunumonirabha6511
    @tunumonirabha6511 Рік тому

    Good step taken by the government👏👏

  • @kmedhi2331
    @kmedhi2331 Рік тому

    CM sir right good news

  • @rubulentertainmentyoutubec4433

    মিছা কলে কি ডাল হব মামাই ৰিণিকীক 16 বছৰ আগতে বিয়া পাতিলে বুলি জানিব পাৰিছোঁ

    • @broy9485
      @broy9485 Рік тому

      Tumi biya khaboloi goisila neki?

    • @Archana20387
      @Archana20387 Рік тому +1

      Toi Biya t Pat selekibo goisili neki Rubul?

  • @hriturajborah9110
    @hriturajborah9110 Рік тому +6

    Raja ram roman rai a strt krisil but ajiu ankuya case hoi thka tu lajr karon xomajor babe,cm k gali pri aku lav ni ,moi full support koru ai act and action k ♥️

  • @deep-stutus123
    @deep-stutus123 Рік тому +1

    মামা ভাল পোৱা বন্ধ কৰিব লাগে

  • @girindroboro9792
    @girindroboro9792 Рік тому

    Mama I always support you 🙏🙏🙏👌👌👌

  • @DryFryUnlimited6364
    @DryFryUnlimited6364 Рік тому +23

    Mama great love from morigaon single association 🔥

  • @thelovelyboy27
    @thelovelyboy27 Рік тому +10

    হব নালাগে সেইটো ভাল লাগি গল sir,আগতে হৈ যোৱা বোৰ ৰ কথা টো উলিয়ায় কি হব sir, এতিয়া এই বাল্য কালৰ case tu huni ju ye biya pate hihotok কঠোৰ শাস্তি দিয়ক

  • @toralichowkham7770
    @toralichowkham7770 Рік тому +2

    এজনী ছোৱালী ১৩ ১৪ বছৰ বয়সত শাৰীৰিক আৰু মানসিক ভাৱে বিয়াৰ বাবে বা সন্তুান জন্ম দিবলৈ কেতিয়াও সাজু হৈ নুঠে আৰু বাল্য বিবাহ আজিৰ নহয় অতীতৰ পৰা বহু মহান মহান ব্যক্তি সকলে এই প্ৰথা সমাজৰ পৰা আতৰ কৰিবৰ বাবে চেষ্টা কৰি আহিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ আইনখন যদি বলবৎ কৰিছে এতিয়াৰ পৰা কঠোৰ কৰক ভৱিষ্যতে যাতে কোনো লোকে বাল্য বিবাহৰ দৰে অপৰাধ কৰিবলে সাহস নকৰে

  • @ujjwaldas2497
    @ujjwaldas2497 Рік тому

    মোৰ মতামত অনুশৰি ,বিয়া দিয়া‌ টকাৰ‌ লোভিয়া অভিভাৱকক গ্ৰেপ্টাৰ কৰাতো‌ উচিত

  • @liyakropi
    @liyakropi Рік тому +7

    Really this is osm word from @hemanta sir ,all rights yeh sahi kiya sir iam with u all the time.this is absolutely ryt.

  • @cyberacademy1127
    @cyberacademy1127 Рік тому +26

    Very nice steps for future of assamese children.

    • @tuleswardeogharia9192
      @tuleswardeogharia9192 Рік тому +1

      আইনে আগতে নিয়ম বন্ধী দিয়ক ।যাতে সকলো সম আধিকা কথাটো সকলো বাবে আইন সমান হব লাগে । চৰকাৰে সকলো বাবে আইনত সমানে গুৰুত্ব দিয়ক ।

  • @Videography_.2
    @Videography_.2 Рік тому

    মামাৰ আপোনাৰ মতে ছোৱালী বোৰৰ ঘৰ্ষণ হৈছে,তাৰ কাৰণে আপুনি লʼৰা বোৰক শাস্তি প্ৰদান কৰিছে। কিন্তু মন কৰিব যে কিছুমান ছোৱালী নিজ মনেৰে বিয়াত বহে,তাত লʼৰাবোৰৰ কি দুষ । আপুনি শাস্তি প্ৰদান কৰিছে তেতিয়া দুয়োজনকেই কৰক অন্যথা আপোনাৰ এই কাৰ্য ইমানতে সামৰণি মাৰক ।🙏

  • @tonkeswarboruah881
    @tonkeswarboruah881 Рік тому

    Right cm mama good comment

  • @ajit12321
    @ajit12321 Рік тому +3

    Very good and healthy decision.. it's really appreciate..... well done boss... this is called "Sarma Sarkar "

  • @anjuborah7675
    @anjuborah7675 Рік тому +5

    ৩০, ৩৫ বছৰ পাছত বিয়া কৰোৱা কিছুমান পুৰুষে নিজৰ সংসাৰ থাকিও বেলেগ নাৰীৰ লগত অবৈধ সমপক কৰি ফুৰে সেইসকলক কি কৰা হব ॥ এনেকুৱা অবৈধ সমপক কাৰণে বহুতো সংসাৰ ভাগি গৈছে ॥ বহুতো নাৰীক জীৱন ধংস হৈছে ॥ বহুত পতনীক কচতঅ দি ঘৰলৈ পঠাই দিছে সেইসকলকহে বেছি হাচতি হব লাগে ॥ তেনেকুৰা পৰুষক শাচতি দিলে বহুতো নাৰী

    • @paranbora797
      @paranbora797 Рік тому

      E baydo aapuni janu gomey puwa nay aaji Kali aako sorkare tenekuwa mota mayki burok shubidha Kori dise.atia 18 bosoror pisot karubar Mon milile akeloge thakibo pare kunu police Cass nahoy Khali potnik bibahor bissed nakorale biaa korabo nuware ay aayn balobot hoy gol.khub vabl aayn ulale.atiaa oyo jindabad hoy goyse.beaa nepabo aneke kuwa babe.

  • @monindrarabha7805
    @monindrarabha7805 Рік тому +1

    Mor.. Mama.. Joi hind🥰🥰😍

  • @sainybb462
    @sainybb462 Рік тому

    We support you support💪💪💪💪💪💪💪

  • @aptak5093
    @aptak5093 Рік тому +26

    I don't like hemanta but this time I really appreciate this step taken by the govt 👍

  • @misingboys7785
    @misingboys7785 Рік тому +10

    Majuli 24 jon arrest kri ari dila kio mne majuli vote napab buli voi kale mne 😂😂😂😂

  • @rajandas828
    @rajandas828 Рік тому

    Thank you 🙏💯👍🌹🙏 sar👍🌹🙏💯💯💯💯💯💯💯💯👍👍👍👍

  • @bhargavkakoty1812
    @bhargavkakoty1812 Рік тому +2

    আমাৰ ককায়েও 12 বছৰ বয়সত বিয়া কৰিছিল, আজি পুলিচ আহিছিল গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু ককা কে নাপালে কাৰণ তেওঁ ধুকালে

  • @mridulamoran
    @mridulamoran Рік тому +4

    সচাঁ কথা ১০০ %, ব্যৱস্থা কৰক

  • @sagarhussain2251
    @sagarhussain2251 Рік тому +8

    right sir....!👍🏻👍🏻

  • @bodojobinformation4987
    @bodojobinformation4987 Рік тому

    Mama you're longlive I support you Sir 🙏🙏🙏

  • @TG-dt3mb
    @TG-dt3mb Рік тому

    ধন্যবাদ মামা ।

  • @bulenchandradeka6305
    @bulenchandradeka6305 Рік тому +17

    This is very bold n level action , very good sir do it continue , never stop sir, we are with you sir :

  • @BiswajeetDoley99
    @BiswajeetDoley99 Рік тому +25

    Appreciative initiative

    • @Nayanjyoti-l2n
      @Nayanjyoti-l2n Рік тому

      Sar Diwali jonir darngor hole lora hour hoile ki koribba

  • @sauravsaha183
    @sauravsaha183 Рік тому

    Wright kotha koise cm sir ....i am with cm ...

  • @worldinassamese7954
    @worldinassamese7954 Рік тому

    Mama decision is superb

  • @hemantamech8318
    @hemantamech8318 Рік тому +14

    Actually agot hoijuwakhinik baad d bortomanor pora role strick koribo lagisil.

  • @premadhorchungkrang3742
    @premadhorchungkrang3742 Рік тому +6

    অতি সুন্দৰ পদক্ষেপ কিন্তু আগৰখিনিৰ ক্ষেত্ৰত শিথিলতা আনিলে ভাল হ'ব

  • @ajitkalita630
    @ajitkalita630 Рік тому

    You are great himanta sir,,,

  • @atabuddin6913
    @atabuddin6913 Рік тому

    You are doing great Sir 🙏. Long live India! 🇮🇳 .......

  • @Defence_lover_____47
    @Defence_lover_____47 Рік тому +14

    Right line mama 🔥🔥

    • @abdulgofur1295
      @abdulgofur1295 Рік тому

      আমি তোমাকে মার্ডার করবো,,এর পর জেলে যাবো,10 বছর,রাজি আছেন,ভাই

    • @mithundas6071
      @mithundas6071 Рік тому

      Blll

  • @mahendraborah6696
    @mahendraborah6696 Рік тому +3

    14 February ot park ot..duty logai diyok..xeibur bondho korok

  • @hemantaborgohain4493
    @hemantaborgohain4493 Рік тому

    ১৪ বছৰ ওপৰৰ ছোৱালী বিয়া পাতিলে প'ক্চ' আইনে জামিন দিবলৈ কয়নে মূখ্যমন্ত্ৰীৰ নিজা আইন এইখন ।

  • @ramenboro6259
    @ramenboro6259 Рік тому +1

    আমাৰ এইফালে লৰা বিলাক ঘইনিয়েকক মাকৰ ঘৰত থৈ কৰবাত পলাই আছে॥ আৰু বিয়া হৱানাই বুলি কবা দিচে

  • @barasha...niharvlogandall5354
    @barasha...niharvlogandall5354 Рік тому +26

    I respect you sir. Love you mama

  • @anindita_gogoi
    @anindita_gogoi Рік тому +3

    Right 👌👍👍

  • @moonmoon-xe3st
    @moonmoon-xe3st Рік тому

    Right sir 🙏🙏🙏🙏

  • @thenatureofyoutubecreativi2176

    Gud talk.. CM sir..

  • @rinabarkakoty6292
    @rinabarkakoty6292 Рік тому +3

    Keep up the good work, we are with you. Child marriage should be stopped at any cost.

  • @manjittulika504
    @manjittulika504 Рік тому +26

    Next level mama🔥🔥🔥

    • @sushilrayray114
      @sushilrayray114 Рік тому +1

      Val kotah ko olop nijor oport hola koba naxt level mama..

    • @pankajjyotibora25
      @pankajjyotibora25 Рік тому +4

      @@sushilrayray114 biya kio patisile xorute

    • @BikashBoruah23
      @BikashBoruah23 Рік тому

      Tur murto. Kam nai eisob . Dudin manhe dekhaise

    • @abdulgofur1295
      @abdulgofur1295 Рік тому

      মামায় যে মার্ডার সমতুল্য কইছে,,মার্ডার কি 2 পক্ষের মনমীলন,আর সম্মতি তে হয়।। I am from 🇮🇳 Assam karimganj

    • @kamrup133
      @kamrup133 Рік тому +1

      @@sushilrayray114 আমি সেইবাবে কোনোদিন আইন হাতত তুলি নলও আইন সদায় আইন‌ এ সেয়া লাগিলে যিহৰ ক্ষেত্ৰত নহওক কিয় বাল্যবিবাহ ক্ষেত্ৰত হওক বা অইন ক্ষেত্ৰত হওক

  • @jyoshnaborah7760
    @jyoshnaborah7760 Рік тому

    RIGHT 👍

  • @B.C204
    @B.C204 Рік тому

    মই বিয়া কৰা নাই বাৰু চৰকাৰে যি কৰিছে ভাল হোৱা নাই, আগৰ বোৰ বাদ দি 2023 চনৰ পৰা লাগু কৰিব লাগিছিল. আগতে অসম পুলিচ চৰকাৰ কি শুই আছিল. চৰকাৰী কৰ্মচাৰিক দৰমহা দিবলৈ পইচা নাই সেইটো কাৰণে এইবোৰ কৰি আছে. হিমন্ত বিশ্ব শৰ্মা লগতে ডাঙৰ মানুহ বোৰে কেতিয়া বিয়া পাতিছিল কোনে বিচাৰ কৰিব😡✊🏼🚩🚩