Це відео не доступне.
Перепрошуємо.

Assamese Morning News Today 15 July | Assamese Top News Today | Himanta Biswa Sarma News Today

Поділитися
Вставка
  • Опубліковано 13 лип 2024
  • #assamesenewstoday #assamtopnews #himantabiswasarma
    Assamese Morning News Today 15 July | Assamese Top News Today | Himanta Biswa Sarma News Today

КОМЕНТАРІ • 21

  • @AkramHussain-pb4tn
    @AkramHussain-pb4tn Місяць тому +28

    হিমন্ত ছাৰে যিমানেই হিন্দু হিন্দু কৰি থাকক, এতিয়া আৰু কাম নহয়, কাৰণ প্ৰকিতো হিন্দুয়ে বুজি পায়ছে ,হিমন্ত ছাৰৰ মনৰ কথা।

  • @DimbanathDoley
    @DimbanathDoley Місяць тому +5

    অতুল বৰা অসমৰ ৰঘুমলা তেও .মন্ত্ৰীৰ নহয় হাতী মাজতহে ।885 জন শ্বহীদ ৰ
    কি কাম কৰিলে? অসম আন্দোলনৰ ফলশ্ৰুতিত কি?অসম বাসী ৰাইজ
    মাৰ বান্ধি ওলাই আহক অতুল বৰাৰ
    মুৰত মুটি দিয়ক

  • @sishurambez7244
    @sishurambez7244 Місяць тому +1

    কাম নোহোৱা নেতা বি জে পি ৰ পৰা যোবা ভাল

  • @ranjitduttaey3967
    @ranjitduttaey3967 Місяць тому +2

    শুদ্ধ কথা কৈছে নহ'লে 7 খন ৰাজ্যৰ উপ নিবাচনেতাকে প্ৰমাণ কৰি দেখালে , কংগ্ৰেছ মুক্ত কৰিবলৈ গৈ এতিয়া অসমত বিজেপি মুক্ত হ'বলৈ গৈ আছে, অসমবাসীয়ে শেষত যে বুজি পাইছে ধন্যবাদ থাকিল জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ

  • @anowarulislam8286
    @anowarulislam8286 Місяць тому +1

    " ami ashomia nohow dukhiya buli shantona lovile no hobo, ajir ashomiya nijok na bochale ashomote mogoniya hobo-----------------". Caa act batil korok bideshir boja borjon korok. Dr bhupen hajarika.

  • @rejiabegum2355
    @rejiabegum2355 Місяць тому

    তেওঁলোকৰ গাডী নাথাকিলেও চিন্তা নাই কাৰণ দেশৰ সম্পত্তি সকলো বিক্রি কৰা হৈ গ'ল ।

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому +2

    এইবাৰ সাম্প্ৰদায়িক ৰাজনীতি কোনো ৰাজ্যত নচলে বি জে‌‌‌‌‌‌ পি‌‌ দলৰ । এইবাৰ কংগ্ৰেছৰ জয় জয় ময় ময় ভাৰতবৰ্ষত । সকলোৰে মুখে মুখে কংগ্ৰেছ জিন্দাবাদ ।

  • @JoynalAbedin-rs5cp
    @JoynalAbedin-rs5cp Місяць тому +1

    Moi Axom pradesh congress committee chair person loi anurodh koro je onno dolor cancer rogik congress dolot sthan dibo nalage. Nijor jonoke gori tolok. Joy aai 'AXOM'.

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому

    বিজেপি পতনৰ আগজাননীবোৰ"দেখি অতিশয় আনন্দিত।অধিক কৰৰ বোজা জাপি দিয়া;যধেমধে বিৰোধীক জেললৈ পঠিওৱা;দেশৰ সম্পদ বেচি শেষ কৰা;আচনিৰ"চমক সৃষ্টি কৰা;হিন্দু মুছলিমৰ ৰাজনীতি কৰা ও বাংলাদেশীক বৰ পীৰা পাৰি দিয়াৰ বাবে বিজেপিক কেতিয়াবাই পৰিত্যাগ কৰিব লাগিছিল!

  • @SadekAli-s9b
    @SadekAli-s9b Місяць тому +1

    ❤❤❤❤❤Hi❤❤❤❤❤

  • @anowarulislam8286
    @anowarulislam8286 Місяць тому +1

    Dushi holeo gochor ruju nohoy hindu Bangladeshir biruddhe, himontor ghoshona.

  • @Mafidulislam-k3j
    @Mafidulislam-k3j Місяць тому

  • @nozrulislam3719
    @nozrulislam3719 Місяць тому

    আল্লাহ মুছলমানৰ বিৰুদ্ধে গেলা পচা অৰ্থাৎ সাম্প্ৰদায়ীক মন্তব্য কৰা ব্যক্তি বিলাকক ধ্বংস কৰিব ।

  • @deboborah5858
    @deboborah5858 Місяць тому

    খুব ভাল খৱৰ এলাহবাদ হাইকৰ্টৰ সাৱধান বাণী শুনিছা নে? ২০৩৫ চনত এনেধৰণে থাকিলে ভাৰতৰ শাসন ভাৰ মুছলিমৰ হাতলৈ যাব পাৰে ।অসমটো কুছ কাৱাজ আৰাম্ভ হৈছে যেন লাগিছে ।

  • @pradipborah526
    @pradipborah526 Місяць тому

    Cograsulation

  • @TaijulIslam-yu3dy
    @TaijulIslam-yu3dy Місяць тому

    ❤❤❤❤

  • @user-gk1vp8qw3d
    @user-gk1vp8qw3d Місяць тому

    ❤❤❤🎉🎉🎉😮😮😮😊😊😊

  • @phuninpro2269
    @phuninpro2269 Місяць тому

    Good morning sir 🙏

  • @MofijulHoque-h8h
    @MofijulHoque-h8h Місяць тому

    🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️