শোকাকুল পৰিৱেশত নুনমাটি ভৱানীপুৰ শ্যামনগৰ শ্মশানত ৮ বছৰীয়া অবিনাশৰ শেষকৃত্য সম্পন্ন

Поділитися
Вставка
  • Опубліковано 6 лип 2024
  • শোকাকুল পৰিৱেশত নুনমাটি ভৱানীপুৰ শ্যামনগৰ শ্মশানত ৮ বছৰীয়া অবিনাশৰ শেষকৃত্য সম্পন্ন
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 188

  • @karobisaikia3548
    @karobisaikia3548 Місяць тому +43

    সঁচাকৈ আমিয়েই থাকিব পৰা নাই মাক দেউতাক কেনেকৈ থাকিব হে ভগবান তাক লৈয় গলা যেনেকৈ তেনেকৈ সদায় তোমাৰ লগতেই ৰাখিব😭😭😭😭😭😭😭😭😭🙏🙏🙏🙏

  • @tutumanibarman5384
    @tutumanibarman5384 Місяць тому +22

    দাড়িয়া মানুহ জনৰ কথাত মইও একমত কথাখিনী শুনি ভাল লাগিল ভাল কথাকে কৈছে ।

  • @rebatikalita5701
    @rebatikalita5701 Місяць тому +42

    দাড়িয়া মানুহ জনে বৰ ভাল কথা কৈছে।

  • @UshaGohain-ub9vi
    @UshaGohain-ub9vi Місяць тому +23

    শেষত কোৱা মানুহ জনৰ কথা ভাল লাগিল ।

  • @nitumoniboruah2718
    @nitumoniboruah2718 Місяць тому +10

    ভাষা নাই কবলে,মাক দেউতাকক শক্তি দিওক প্ৰভু 😢

  • @user-uq1eo1kt9b
    @user-uq1eo1kt9b Місяць тому +41

    কাৰোবাৰ গা বেয়া হৈছে সেৱা শুশ্ৰূষা কৰাৰ পিছত মৃত্যুবৰণ কৰিলেও অকণমান শোক কম হয় কিন্তু এয়া একুৰা জীয়া জুই গোটেই জীৱনৰ বাবে কিয়নো হাতৰ পৰাই সন্তানটো হেৰাই গৈছে। তথাপিও ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে শোক তাপ কমিবলৈ সাহস দিয়ক। লগতে তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনালোঁ 🙏

  • @ratulbordoloi2238
    @ratulbordoloi2238 Місяць тому +11

    ভগৱান তুমি মাক- দেউতাকক জীয়াই থকা সাহস দিয়া ।

  • @labanyagogoi3597
    @labanyagogoi3597 Місяць тому +8

    শিশুটিৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা জনাইছো 😢😢😢

  • @debajanibaruah3105
    @debajanibaruah3105 Місяць тому +22

    ৰাম ৰাম।অসহনযীয় ।কি প্ৰভূৰ খেলা ।শিশু জনৰ আত্মাৰ সদ্গতি কামনা কৰিচো ।গুৰুজনাই পিতৃ মাতৃ সম্পৰ্কিয় আলহী অতিথি লগত ওচৰ চুবুৰীয়া কো শান্তিত থাকিবলৈ মতি দিয়ক ।বহুত দুখ পালো ।এনে ঘটনা কাৰো লগত নহওক প্ৰভূ ।গুৰুজনাই সকলোকে ভালে ৰাখক ।

  • @anukalita705
    @anukalita705 Місяць тому +5

    কিমান কান্দিছো মই নিজে আৰু মাক দেউতাক কেনেকৈ থাকিব, জীবন ভৰ এটা শোক লৈ। তাকো নিজৰ হাতৰ পৰাই গ'ল।😢😢

  • @bharatiborah8630
    @bharatiborah8630 Місяць тому +6

    গুৱাহাটীত কোটি কোটি টকা খৰচ কৰি চৰকাৰ খনে কি কৰি আছে এনেকৈ যদি কুকুৰ মেকুৰীৰ দৰে মানুহ মৰিব লগা হয় উন্নয়ন কেৱল কাগজে কলমে নে বক্তৃতাৰ ফুলজাৰিতহে।

  • @user-bj8lr2yt4q
    @user-bj8lr2yt4q Місяць тому +6

    তোমাৰ আত্মাই সদগতি পাওক,এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা om shanti

  • @rupamdeka2810
    @rupamdeka2810 Місяць тому +6

    অসম আৰক্ষী ধন্যবাদ থাকিল

  • @tridipsarma478
    @tridipsarma478 Місяць тому +4

    ভগৱান কাৰো জীৱনত এনেকুৱা ধুমুহা নাহে যেন

  • @RikumoniSharma
    @RikumoniSharma Місяць тому +7

    এনে ঘটনা পুনৰ নহয় এই ভগবানৰ ওচৰত প্ৰাথনা

  • @urmilaphukan1699
    @urmilaphukan1699 Місяць тому +3

    বৰ দূষ লাগিল 🥺🙏

  • @trishnadeka269
    @trishnadeka269 Місяць тому +2

    চৰকাৰৰ অৱহেলাৰ পৰিণাম এয়া। আপোনালোকৰ ধেমালি বোৰৰ পৰিণতি আমাৰ দৰে মানুহৰ মৃত্যু। আমাৰ নলাতে পৰি মৃত্যু হক বা ৰাস্তাৰ গাততে পৰি মৃত্যু হক কোনো কথায় নাই। কাৰণ আমি মূল্যহীন😢সেয়েহে আমাৰ দৰে মানুহৰ কথা ভাবিবলৈ আহৰি নাই।

  • @user-lz9fy6gm3i
    @user-lz9fy6gm3i Місяць тому +3

    ভগৱানে মৃতকক তেওঁৰ কাষতে ৰাখক ।

  • @bantidas2403
    @bantidas2403 Місяць тому +4

    কি কম এই ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল সকলোও ভগবানৰ ওচৰত গটাই দিয়ক মোৰ বাচাই জতে গৈছে তাতেই শান্তি ত থাকক এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এটা কথা ম ই ক ও পাটলত তলত থাকিলেও বা জতেই নাথকক কিন্তু দেদ বদিটোও পাইছো ও এই আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰি বিদাই দিয়ক এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত একোও নকাও আৰু মোৰ হৃদয় ধৰিছে এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @shrimantamunda4931
    @shrimantamunda4931 Місяць тому +4

    O beta tumi jote asa valke thaka beta God bless you 😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @kalendas1935
    @kalendas1935 Місяць тому +4

    Hangbadik keijonok kintu manibo lagibo kintu de nijor ghorar manu ajon nohowa hole ki obostha thake nijeo olap buji pabo lage bhogawanar usorat atai kamona babur jote ase kukhole thakok tar aatmai siro hanti lav korok om santi om santi om santi🙏🙏🙏🙏🙏🙏

  • @kalpanadas6707
    @kalpanadas6707 Місяць тому +1

    Xundor kotha koise,,,,,

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 Місяць тому

    এগৰাকী মাক হিচাপে বহুত বেছি দুখ পাইছো,,সদগতি কামনা কৰিলো।মানুহজনে বহুত ভাল কথা কৈছে ।

  • @debajitborthakur3603
    @debajitborthakur3603 Місяць тому

    God bless you C. M Super Dynamic .

  • @user-fj6pf2kd2f
    @user-fj6pf2kd2f Місяць тому +1

    বহুত দুখ লাগিল😢

  • @kangkandipkutumofficial3571
    @kangkandipkutumofficial3571 Місяць тому +5

    অতি দুখৰ!মৃতকৰ সদ্গতিৰ কামনা কৰিলোঁ৷

  • @BhanitaDas-m9j
    @BhanitaDas-m9j Місяць тому +1

    হে ভগৱান🙏

  • @cyrus31445
    @cyrus31445 Місяць тому +3

    Bhogoban 🙏🙏🙏

  • @user-qx7qg1hr1b
    @user-qx7qg1hr1b Місяць тому +2

    হব দূঃখ নকরিব কি করিব ভগবানর মহিমা

  • @lovitarajbongshi802
    @lovitarajbongshi802 Місяць тому +1

    Aibur dekhi vogowan ase buli belif a nohoi

  • @MalaBaruah-fu1cu
    @MalaBaruah-fu1cu Місяць тому +1

    হে ভগৱান

  • @Runjunsarmah-zk8ec
    @Runjunsarmah-zk8ec Місяць тому

    Himanta mama jindabad 🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-kw7ps7zx5h
    @user-kw7ps7zx5h Місяць тому +1

    Abinash beta tumi jote asa valke thaka beta bht dukh paisu tumar ei khobor tu a bht kandale😭😭😭😭

  • @AskarAsku-ql5tb
    @AskarAsku-ql5tb Місяць тому +1

    Sir very good sir

  • @nabajitdas8218
    @nabajitdas8218 Місяць тому +3

    Lecture khub dibo kintu nijor Lora ba sowali jodi hol hoy bujil hoy ki kol hoy manuhok

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 Місяць тому +1

    Ye vogoban aru enkuwa karu nhuk eman dukh loga poristiti hosai 8ta bosr prithibit thki gusi gol eman xoru badsatui ki dekhile tak tnkoi loi gola je aru tankuwa karu nhuk vogban🙏🙏🙏🙏

  • @user-fp8nz9cc8i
    @user-fp8nz9cc8i Місяць тому +1

    Krishn

  • @biswajitdas-eg6xt
    @biswajitdas-eg6xt Місяць тому +1

    Xosakoi jonom mrityu bihah ki j odbhut 😭😭😭😭😭😭
    Om shanti
    Om shanti
    Om shanti

  • @palashpratim2809
    @palashpratim2809 Місяць тому +2

    এদোখৰ ঘা , কম অৱস্থাত থাকোঁতেই ইয়াৰ প্ৰতিকাৰ কৰিব লাগিছিল , কিন্তু নকৰিলে, অৱহেলা দেখুৱালে আৰু এই অৱহেলাই চেইন ব্যৱস্থাৰ দ্বৰে সময়ত সমাজখনত বিয়পি গৈ থাকিল গৈ থাকিল , আৰু এতিয়া ই বৰ্তমানৰ সময়ত ব্যাধি হিচাপে দেখা দিছে, কিন্তু বৰ্তমান আটাইতকৈ বহুমূলীয়া প্ৰশ্নটো হ'ল ইয়াৰ চিকিৎসাৰ ব্যৱস্থা আৰু সম্ভৱনে ? , যিহেতু এই ব্যাধিত ইতিমধ্যে বহু সময় অপব্যয় হৈ গৈছে আৰু ই এটা স্তৰতে ৰৈ থকা নাই, প্ৰত্যেকটো স্তৰতে ইয়াৰ কু প্ৰভাৱ বিয়পিছে , গতিকে কথাটো অতিকে চিন্তনীয়! 😮😮🕸️ 👽👁️

  • @bodonortheast
    @bodonortheast Місяць тому

    Mon2 boya lagil re...jun father xi a jane kiman dhukot ase

  • @anowara.begum23
    @anowara.begum23 Місяць тому

    সন্তান হেৰুৱা বেদনা পৰিয়ালেহে বুজিব পাৰে 😭 তেওঁলোকক প্ৰশ্নসুধি কিয় মনোকষ্ট দি আছে

  • @apurbabezbaruah2802
    @apurbabezbaruah2802 Місяць тому +1

    এজাক বৰষূণমৰিলেই বানপানী হৈ কি কাৰনত? Ki krile sorkarkhne iman dine? Xoru ejak Boroxunr Timot jdi ghror pora panir voyot bahirot ulabo nuari kihor City hol xeikhn....
    Sorakror ukaloti kribo laj loga nai nki?
    A case should be filled against the contractor/govt....Beleg country hole case hoi gol hoi......

  • @মিতুল______ৰাভা
    @মিতুল______ৰাভা Місяць тому

    Om shanti god bless you

  • @PorishmitaGohain-po1gz
    @PorishmitaGohain-po1gz Місяць тому

    🙏🙏🙏🙏🙏tumi jot asa vale thakar

  • @abinashdeka3204
    @abinashdeka3204 Місяць тому

    Hai vagban khuni thakib pora nai kenekoi aase j .. vagban 👏👏👏👏😢😢😢

  • @roktimasonowal6685
    @roktimasonowal6685 Місяць тому

    Kripa kora Prabhu 😢

  • @bubudas568
    @bubudas568 Місяць тому

    Right.katha.kaisa.dada.

  • @Dhunubarman655
    @Dhunubarman655 Місяць тому

    Bhut dukh lagil 😢😢😢

  • @user-fr3uo9mu3s
    @user-fr3uo9mu3s Місяць тому

    Om Shanti Om Shanti Om Shanti.......!! Boikunthot sthan dibo prabhu Bhogobonto.......!!

  • @palashpratim2809
    @palashpratim2809 Місяць тому +1

    এতিয়া যদি উপায় আছে, মোৰ ব্যক্তিগত হিচাপে যিয়ে দেশৰ চৰকাৰী ধন বা সম্পদৰ সুব্যৱহাৰ আজিকোপটি মুঠেও কৰা নাই তেনে ব্যাক্তি বা তেনে বিভাগ বা অনুস্থানক অতি শীঘ্ৰে সময় অপচয় নকৰাকৈ replacement কৰাৰ ব্যৱস্থা কৰাৰ এখন কঠোৰ আইনৰ পোষকতা কৰাৰ প্ৰয়োজনীয়তা আহিছে।
    দ্বিতীয়তে, মানুহৰ মাজত বাধ্যতামূলক Awareness আইনৰো ব্যৱস্থা ৰখাৰ পোষকতা নুই কৰিব নোৱাৰি।

  • @bijoypator12
    @bijoypator12 Місяць тому

    😢😢😢😢😢😢 bohut bohut dukh lage oooo 😢😢😢

  • @pinkikalita6257
    @pinkikalita6257 Місяць тому +1

    He vogoban karore anekoa nhk o...karo re mnt dukh nidiba 2mi

  • @niharikaVlog7382
    @niharikaVlog7382 Місяць тому

    He vogoban 🙏🙏🙏🙏😢😢😢😢

  • @parthapratimdas5047
    @parthapratimdas5047 Місяць тому

    তেখেতৰ কথা বিলাক থিকে কয়ছে আমি অলপ সাৱধান হ'ব লাগে

  • @anupkrdas6798
    @anupkrdas6798 Місяць тому

    বৰ দুখজনক ।

  • @DaisyBorah-sb6sp
    @DaisyBorah-sb6sp Місяць тому

    Bata tumar atmai hodgate kamona koresu❤❤❤❤❤

  • @budhaswarboruah1199
    @budhaswarboruah1199 Місяць тому

    Bohut dukhor khobor..😭😭😭😭

  • @PapuBorah-fj4qs
    @PapuBorah-fj4qs Місяць тому

    Hsa bohut dukh lagise 😢

  • @joligoswami3870
    @joligoswami3870 Місяць тому +1

    Rest in peace😢😢😢

  • @anjaliray4908
    @anjaliray4908 Місяць тому

    Om santi.

  • @ygybeautiful4749
    @ygybeautiful4749 Місяць тому

    Monot bahut dukh Palo Om shanti

  • @babyshil7074
    @babyshil7074 Місяць тому

    🙏🙏🙏 Om shanti

  • @dipjyotideka1282
    @dipjyotideka1282 Місяць тому

    Omm shanti😢

  • @nabajitdas8218
    @nabajitdas8218 Місяць тому

    Babu om nomoh siva tmr atman jen Santi pay

  • @khantonasutradhar9270
    @khantonasutradhar9270 Місяць тому

    Om santi santi 🙏

  • @smilead6015
    @smilead6015 Місяць тому +1

    Xaklo kathate sarkarak dokh di thkib nlge..ki krib aru sarkare..❤❤❤

  • @user-er9dw7et5s
    @user-er9dw7et5s Місяць тому

    Bor dukh loga Ghotona. Atmer hotgoter kamona korilu.

  • @sonachandan8986
    @sonachandan8986 Місяць тому

    Om shanti

  • @thetechtrader66
    @thetechtrader66 Місяць тому

    Om Shanti 🙏🏼

  • @PrayashSarma-d8w
    @PrayashSarma-d8w Місяць тому

    Om shanti 😢

  • @indian9943
    @indian9943 Місяць тому

    Krishna Krishna Krishna Atma tu jen khanti pai pravu 🙏🏻

  • @ManjuPatgiri-o7e
    @ManjuPatgiri-o7e Місяць тому

    Mama jindabad

  • @mr___papu__vlog
    @mr___papu__vlog Місяць тому

    Om Shanti

  • @user-si9og7py8c
    @user-si9og7py8c Місяць тому +2

    Pithibit atatkoi kosto deutakor kandhot hontanor mitodeh

  • @indianjourney5049
    @indianjourney5049 Місяць тому

    Fi naree jahannnama khalendin❤❤❤❤❤❤

  • @SanjayKalita-tr2zn
    @SanjayKalita-tr2zn Місяць тому

    Om shanti😭 🙏

  • @PranjalMedhi-wn7ni
    @PranjalMedhi-wn7ni Місяць тому

    তুমি যতে আছা ভালকৈ থাকিবা ভাইটি, কি লিখিম ভাষা ই নাই,

  • @pratapdeka6994
    @pratapdeka6994 Місяць тому

    Oum shanti. Bor dux loga ghotona.

  • @ABINASHAk47
    @ABINASHAk47 Місяць тому

    Om Shanti 🙏🙏🙏 oti bedona daikok aji GMC volor babe ai hridoy bidarok gotota hol . Aru kiman jon manohor pan lobo GMC ai 😢

  • @manaspratimsaikia-mv6zd
    @manaspratimsaikia-mv6zd Місяць тому

    Hoi . Last manuh jonor katha2 ak dom right .

  • @kakolidevnath3738
    @kakolidevnath3738 Місяць тому

    Om Shanti🙏🙏

  • @himashreedaskalita3536
    @himashreedaskalita3536 Місяць тому

    Tumi jote asa vle thakiba deha😢😢😢😢 tomar attmar xanti kamona korilo

  • @tanvimalakar825
    @tanvimalakar825 Місяць тому

    Bhut dukh lagil

  • @KaushikKing96
    @KaushikKing96 Місяць тому +1

    😢😢😢

  • @imbiki9771
    @imbiki9771 Місяць тому

    Om santi

  • @rupankanborah8329
    @rupankanborah8329 Місяць тому

    Rest in peace ❤😢

  • @chumiborah6666
    @chumiborah6666 Місяць тому

    🙏

  • @Abhichetia123
    @Abhichetia123 Місяць тому

    😢😢😢😢😢

  • @kalpanayoung6224
    @kalpanayoung6224 Місяць тому

    Omm shanti 😭

  • @raghukama2956
    @raghukama2956 Місяць тому

    om santi om

  • @hemantapatar4371
    @hemantapatar4371 Місяць тому

    Bahut dukh lagise 😭

  • @ratanrajbongshiredevil1604
    @ratanrajbongshiredevil1604 Місяць тому

    🙏🙏🙏

  • @MonishaK-wd1vy
    @MonishaK-wd1vy Місяць тому

    😭😭😢😢😭

  • @ritamajuli3991
    @ritamajuli3991 Місяць тому

    🙏🙏🙏🙏🙏

  • @monjyotinath6891
    @monjyotinath6891 Місяць тому

    🙏🙏😢😢😢

  • @user-rv1ik9kq3j
    @user-rv1ik9kq3j Місяць тому

    Har Har mahadev

  • @minaborah964
    @minaborah964 Місяць тому

    Bor Dukh loga poribekh. Bhakha a bujabo nuara ata ghotona. Hai prabhu konmaniti atmai hanti pauk. Bohut dukh lagise.

  • @user-iw7kf8to5t
    @user-iw7kf8to5t Місяць тому

    😢😢😢😢🙏🙏🙏 om santi

  • @user-fm5ur6wz3w
    @user-fm5ur6wz3w Місяць тому

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @nilimakalita7018
    @nilimakalita7018 Місяць тому

    Akkebare thik katha kose nijar hajagata bahut darkar konmani janak barahunat niba nalagisil