Akashi Ganga - আকাশী গঙ্গা | 08th August 2024 | Ep No 94

Поділитися
Вставка
  • Опубліковано 23 жов 2024

КОМЕНТАРІ • 247

  • @LLaw.liet_
    @LLaw.liet_ 2 місяці тому +23

    নিহালৰ মৃত্যুৰ পিছত সন্ধ্যা আৰু অথৰ্ব ৰ ঢৰিত্র দুটাৰে ধাৰাবাহিক খন ভাল লাগিছিল হে একেবাৰে নিৰস কৰি পেলালে 😢।সেমেকা চৰিত্ৰ আৰু গুন্দা গিৰি বোৰেৰে ভাল নলগা হল 😢

  • @priyankasaikia5302
    @priyankasaikia5302 2 місяці тому +72

    সন্ধ্যা থিয়েটাৰ গুচি গল😢😢যাৰ কাৰণে কাহিনী য়ে সলাই দিলে 😥😥😥 ভাল নালাগা হল কিবা

    • @Rekh-p5r
      @Rekh-p5r 2 місяці тому +4

      Khe tiyter😊

    • @pronitaphukan1264
      @pronitaphukan1264 2 місяці тому +1

      Kun tiyter gol sandhiya

    • @altabvlogs
      @altabvlogs 2 місяці тому +1

      হেঙুল থিয়েটাৰ

  • @hiramoniborah5125
    @hiramoniborah5125 2 місяці тому +57

    পৰিচালকে যেনেকৈ মন যায় তেনেকৈ আগবঢ়াই নি আছে, সন্ধ্যা নিহাল অথৰ্ব এই চৰিত্ৰ কেইটাই মনত কিবা দুখ দি গ'ল

    • @Gogoimonalisa
      @Gogoimonalisa 2 місяці тому +6

      Njnu aru poti khn serial vl hb buli vbu past ki kri pelaii

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому +1

      চিৰিয়েলৰ সকলো দৰ্শকক পৰিচালকে মূৰ্খ বুলি ভাবে ৷ আচলতে চিৰিয়েলৰ প্ৰায়খিনি দৰ্শক এনেকুৱাই যে চিৰিয়েলৰ কাহিনী, অভিনেতা-অভিনেত্ৰীৰ অভিনয় দক্ষতা এইবোৰ কথা একো বুজি নাপায় ৷ বচ চাব লাগে চাই ৷ সেয়ে পৰিচালকেও সুবিধা লয় ৷তাৰ মাজত আমিবোৰে মূৰ আফালি মৰিলেও কাৰনো কি আহে যায় ? আজিকালি চিৰিয়েল-থিয়েটাৰ সব একেই হৈছে ৷ এচাম ৰুচিবোধহীন দৰ্শকৰ বাবেহে যেন থিয়েটাৰ-চিৰিয়েল বোৰ বনোৱা হয় ৷

  • @KalpanaBorthakur-iq5dg
    @KalpanaBorthakur-iq5dg 2 місяці тому +12

    ৰণদীপৰ পত্নীয়ো একে পানীৰ মাছ।

  • @thunugogoi4801
    @thunugogoi4801 2 місяці тому +7

    সন্ধ্যাক মাৰি কাহিনী টো বেয়া লগা হ'ল ।

  • @nibeditatalukdar-3454
    @nibeditatalukdar-3454 2 місяці тому +15

    সন্ধ্যাক চাগে সৰু মোমায়েকে মাৰিছে

  • @AnimaDevi-d2f
    @AnimaDevi-d2f 2 місяці тому +19

    Athorbok bohut Miss korisu

  • @janmoni-moni604
    @janmoni-moni604 2 місяці тому

    Ardhya rupe itee ba "akashi-gonga" t aru anfale pakhi rupe prayash da akelge duo bhai - bhoni bhal lagil ❤❤❤

  • @gargeswardas4230
    @gargeswardas4230 2 місяці тому +14

    জেলৰ পৰা মানুহ ইমান চিলচিলা ছফা হৈ ওলাই আহেনে ,,,,,

  • @JunukaNath-f8b
    @JunukaNath-f8b 2 місяці тому +41

    ৰন্দিপ ৰ নিচিনা তেঁওৰ পত্নিও বেয়া হব ধৰিছে

  • @Kaushik632
    @Kaushik632 2 місяці тому +27

    সন্ধ্যাৰ কাহিনী শেষ, এতিয়া আৰম্ভ হ'ব আৰাধ্যাৰ কাহিনী ❤️

  • @anjalibarman1838
    @anjalibarman1838 2 місяці тому +28

    অভিমন্যুই দেউতাকক কেতিয়াৰ পৰাই ইমান ভাল পোৱা হ'ল। আগতে দেখুন দেউতাকক দেখিবই নোৱাৰিছিল

    • @Barasha-officiel
      @Barasha-officiel 2 місяці тому

      1 year pist dekhale je... Sob xoloni hoi gol😒

  • @KabitaDeka-gh6wj
    @KabitaDeka-gh6wj 2 місяці тому +4

    ভাল লাগিল ❤❤❤❤❤

  • @nayanmonisenapati8901
    @nayanmonisenapati8901 2 місяці тому +3

    Waw purona pator kapur❤

  • @dharitryrabha7274
    @dharitryrabha7274 2 місяці тому +18

    সন্ধ্যাক মাৰি পেলাই একেবাৰে চাবলৈ বেয়া কৰি দিলে।ৰনদীপ এবছৰ জেলত থাকিলে আৰু ওলাই অহাৰ পাছত ঘৈণীয়েকে এইবোৰ কি কথা শুনাইছে

  • @kamanahazarika173
    @kamanahazarika173 2 місяці тому +11

    Main hero heroine nuhuaa hole serial khon subo bhal nalagibo

  • @rupjyotigogoi9690
    @rupjyotigogoi9690 2 місяці тому +10

    সৰু পুতেকো গুণ্ডাই হল দেখুন। কথা এষাৰ আছে"ফেটীসাপৰ পেটত ঢোৰা সাপ নোলায়। "ফেটীসাপহেওলাব।

  • @jesminsultana9240
    @jesminsultana9240 2 місяці тому +13

    Shandhar ঠাইত বেলেগ এজনী আনিলে হয় kio কাহিনী বেলেগ আনিলে

  • @RamDas-ru6wl
    @RamDas-ru6wl 2 місяці тому

    শইন্ধা মৰী জোৱা কাৰনেভালনলগা হল ।

  • @Rupalirongpharpi990
    @Rupalirongpharpi990 2 місяці тому +43

    সন্ধা কত আছে এটিয়া তাই মৰি লে নেচাইও 😢😢😢

  • @Barbi-ky4xw
    @Barbi-ky4xw 2 місяці тому +6

    Hoitu Aiya sob Abhimanyu r khel , Sandhya k Mora tu uuu......

  • @nipuchetia105
    @nipuchetia105 2 місяці тому +17

    আজিৰ পৰা আৰু নেচাও দে ভাল নালাগিব চাব😢

  • @anantaborgohain3971
    @anantaborgohain3971 2 місяці тому +17

    অভিমন্যুৰ এইয়া সঁচা পিতৃ ভক্তি নে তাৰ আৰত কিবা আছে! নহয় মানে আগতেতো অভিমন্যুই দেউতাকক মুঠেই ভাল নাপাইছিল।

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 2 місяці тому +4

      অতি ভক্তি চোৰৰ লক্ষণ । কিবা এটা টো আছে এই সলনিৰ আঁৰত.....

    • @rupusentertainment8050
      @rupusentertainment8050 2 місяці тому +2

      He a sge Sandhya k mraixe atya bapek k jotno loi dekhaixe

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      @@rupusentertainment8050 হ’ব পাৰে

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому +2

      তাৰমানে অকল ময়েই নহয় অভিমন্যুক সন্দেহ কৰা আৰু আছে মানুহ 😁

  • @Aadi654
    @Aadi654 2 місяці тому +9

    Jar karne serial khn sai vl lge hei xkl manuh bure ni 😢 sai sun vl a nlge ru 😢😢

  • @mainumohan6155
    @mainumohan6155 2 місяці тому +19

    সন্ধাৰক ককায়েক মৰোৱালে কাৰণ মৰা আগ দিনা কাজিয়া হৈছিল

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      সন্ধ্যাক ককাকে মৰোৱালে হ’ব লাগিছিল ৷ ককায়েক মানে দাদা ৷ ককাক বা অভিমন্যুৱে মৰাইছে সন্ধ্যাক ৷

  • @mainumohan6155
    @mainumohan6155 2 місяці тому +14

    মানুহৰ নিজৰ সাথৰ পূৰ্ণ কাৰণেই বহু তললৈ নামিব পাৰে , হাজাৰ ঘৰৰ মানুহে নহয়ক কিয় ,

  • @rupjyotibaruah-rh4kl
    @rupjyotibaruah-rh4kl 2 місяці тому +25

    ৰন্ধিপে সলনি নহল আগৰ দৰেই একে আছে।

  • @simantadas9158
    @simantadas9158 2 місяці тому +18

    সন্ধাক অভিয়ে মাৰিছে চাগে মানুহ লগাই

  • @Jharna-p3y
    @Jharna-p3y 2 місяці тому +3

    Good bye akakhi gonga 👋

  • @premadasahariah4447
    @premadasahariah4447 2 місяці тому +23

    সন্ধাক সৰু মামাকে মৰাইছে ।

    • @toralidas8935
      @toralidas8935 2 місяці тому +5

      মামাক জন জেলত সোমাই আছিল মামীয়েক কথাত হে চাগে সন্ধ্যা ক হত্যা কৰিছে ছাগে 😢

    • @himashrideka-l2m
      @himashrideka-l2m 2 місяці тому

      Randeep horu nhy tu maju he​@@toralidas8935

    • @amiyasensua9796
      @amiyasensua9796 2 місяці тому

      ​@@toralidas8935hoi hoi

  • @rinamazumdarkalita2946
    @rinamazumdarkalita2946 2 місяці тому +3

    সন্ধা থিয়েটাৰত যোৱা বাবে মাৰি পেলালে

  • @kabitadasthakuria7949
    @kabitadasthakuria7949 2 місяці тому +7

    Main actress actor K Mari aikhan ki Serial bonaise

  • @abhishekdevnath9959
    @abhishekdevnath9959 2 місяці тому

    অভিমন্যুই মাৰিছে

  • @MamoniBorah-d4u
    @MamoniBorah-d4u 2 місяці тому +2

    ভাল নলগা হল

  • @RUNUPRAVASAHARIA
    @RUNUPRAVASAHARIA 2 місяці тому +11

    সন্ধ্যা নাই😢😢😢

  • @Babudas-u6d
    @Babudas-u6d 2 місяці тому +2

    Sai val nologa hol

  • @GitaBorah-pz4ze
    @GitaBorah-pz4ze 2 місяці тому +8

    Akow agor dory kahini hobo val nalagy

  • @manuborah4135
    @manuborah4135 2 місяці тому +8

    এই খন ছিৰিয়েল চাই আৰু একেবাৰেই ভাল নালাগিব ।সন্ধ্যা ও মৰি গল অথৰ্ব ও নোহোৱা হল ।কি বনাইছে এইবোৰ ।নিধিৰ বয় ফ্ৰেণ্ড টোক ভাল নালাগে ।কিবা বেচি কৰি থাকে দেখোন ।

    • @janmoni-moni604
      @janmoni-moni604 2 місяці тому

      Subham da r acting dhuniya hoi tekhetr dance o bhut dhuniya ❤

    • @janmoni-moni604
      @janmoni-moni604 2 місяці тому

      Aibar nithi r bf k o marib

  • @gaurangakalita7452
    @gaurangakalita7452 2 місяці тому +1

    Subham Deka r babe eta❤

  • @nibeditasarma375
    @nibeditasarma375 2 місяці тому +9

    Serial khn olp besie fast dekhuaise

  • @KuhiChutia-wo9kz
    @KuhiChutia-wo9kz 2 місяці тому +8

    একো কিবা বুজি এ নোপোৱা হলো দেই। আগত নিহাক মৰিল এইবাৰ akow শৈন্ধা 🥲🥲

  • @BanashriKalita-yb7pf
    @BanashriKalita-yb7pf 2 місяці тому +4

    Abhimanyui o maribo pare sandhyak, hoito preyonkaio manuh logai maribo pare, aru hoito kokake o maribo pare karon sandhyai akow kokakor biruddhe proman gotam buli koisil, xasti dim buli koisil

  • @rajipali7736
    @rajipali7736 2 місяці тому +16

    Main actor actress k mora dekhuwale. Aikhon akow ki siriel. Bolliwod hollywood cinema burot actor actress k hajar marok katok guliauk tothapi mori juwa nedekhai xeibabe val lage. Siriel khon sabo mon nuhuwa hoi gol

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      আমাৰ অভিনেত্ৰী থিয়েটাৰত গ’ল যে ৷ এতিয়া সলনি হোৱা কাহিনীটোও আমাৰ খাৰখোৱা অসমীয়া দৰ্শকে বৰ আগ্ৰহেৰে আদৰি ল’ব কহুঁৱা বনৰ ছাঁ খনৰ দৰে ৷

  • @AmelPayeng
    @AmelPayeng 2 місяці тому +4

    ❤❤

  • @pinkichutia8832
    @pinkichutia8832 2 місяці тому

    এই serial khn sab mon nujua hol😢 main actors keita mora dekhaise😢

  • @HiyamoniRajbongshi-pm5we
    @HiyamoniRajbongshi-pm5we 2 місяці тому +4

    Sandhya bohut xahokhi asil ..xosa kotha kobole voi nokore ..obhinoi bohut val korise ..

  • @prasantaborah-kz6ds
    @prasantaborah-kz6ds 2 місяці тому

    কিহৰ পৰা কি বনালেগৈ এই খন বেবেৰিবাং বনোৱাতকৈ শেষ কৰি দিয়াই উচিত আছিল।

  • @AsrafAhmed-z5w
    @AsrafAhmed-z5w 2 місяці тому +10

    কিছুমান আধৰুৱা কাহিনী

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ 2 місяці тому +1

    যোৱাবাৰ কঁহুৱা বনৰ ছাঁ খনৰ আধাতে মূল নায়ক আৰু এইবাৰ এইখনৰ মূল নায়িকা আধাতে নোহোৱা হ’ল চিৰিয়েলৰ পৰা ৷যাৰ বাবে চিৰিয়েলৰ কাহিনীয়েই সলাই পেলালে ৷ দৰ্শকে যেন বুজিহে নাপায় একো, তেনেকৈ ভাবে প্ৰযোজক-পৰিচালকে ৷ থিয়েটাৰত চুক্তিৱদ্ধ হোৱা কোনো অভিনেতা-অভিনেত্ৰীক মেগা চিৰিয়েলত মূল নায়ক-নায়িকাৰ চৰিত্ৰত ল’বই নালাগে ৷ চিৰিয়েলৰ দৰ্শকৰ যেন কোনো ৰুচিবোধেই নাই যাকে তাকে মাজতে সোমাই ল’ব নহ’লেবা কাহিনীয়েই সলাই পেলাব ৷ ধেই ৷ বৰ বেয়া লাগে এনেকৈ ৷

  • @ngentertainment9122
    @ngentertainment9122 2 місяці тому +16

    সন্ধা ক কিয় আতৰাই দিয়া হ'ল ভাল লগা নাই

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      অভিনেত্ৰী থিয়েটাৰত গ’ল কাৰণে চিৰিয়েলত মৰা দেখুৱাই কাহিনী সলাই পেলালে ৷

  • @dipikadas2889
    @dipikadas2889 2 місяці тому

    ❤❤❤❤❤❤

  • @RajibDas-ty4zx
    @RajibDas-ty4zx 2 місяці тому +6

    Arthobo Aru sondhya prem aromvo hoisil he morie gl

    • @mitanjalidas6625
      @mitanjalidas6625 2 місяці тому

      Nihalor logotu aromvo hob loutei nihalk marile etia othorba logotu same

  • @AsrafAhmed-z5w
    @AsrafAhmed-z5w 2 місяці тому +8

    সন্ধা কি হ'ল আধব কত গ'ল ভণীয়ৈকে লগ পালে নে নাই কিবা আধৰুৱা faltu faltu.

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      সন্ধ্যাৰ চৰিত্ৰত অভিনয় কৰাজনী থিয়েটাৰত গ’ল কাৰণে চিৰিয়েল খনত চৰিত্ৰটোৰ মৃত্যু দেখুৱাই কাহিনী সলাই দিলে ৷ আৰু সেইবাবে অথৰ্ব চৰিত্ৰটোৰো প্ৰয়োজনীয়তা নোহোৱা হ’ল ৷

  • @nibeditatalukdar-3454
    @nibeditatalukdar-3454 2 місяці тому +2

    সন্ধ্যা এতিয়া ফুট গধূলিত ওলাব।

  • @kakalibaruah5803
    @kakalibaruah5803 2 місяці тому +7

    Sandhaya ako jnm pbo niki😢

  • @Sumidas-bn6ws
    @Sumidas-bn6ws 2 місяці тому

    সন্ধ্যা কলে গ'ল মৰা দুখুৱালে ভাল নলগা হ'ব আৰু নাচাও 😢

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ 2 місяці тому

    এতিয়া শীৰ্ষসংগীত টোও পাৰে যদি সলাই দিয়ক ৷ গানটোত থকা অভিনেতা-অভিনেত্ৰী যিহেতু এতিয়া চিৰিয়েলখনত নায়েই, গানটো ৰাখি কি লাভ ? নে তেওঁলোকৰ নামতেই এতিয়াও চিৰিয়েলখনৰ বেপাৰ চলাই থাকিব ৷ সব চালা বেপাৰহে ৷

  • @BhitaliKalita12
    @BhitaliKalita12 2 місяці тому +2

    Vl nlga sai

  • @chandramohanpathak7892
    @chandramohanpathak7892 2 місяці тому +10

    Val nologa hl sirial khan sai

  • @PobitraBora-nn2gy
    @PobitraBora-nn2gy 2 місяці тому +3

    Athorbo aru shandhya prem kahini sabole roi asilu sabo napalu aru ki serial bonaise

  • @ManashiSarmah-gt4vz
    @ManashiSarmah-gt4vz 2 місяці тому +4

    Raghunath te 3jonik poh pal dib nowarib buli director e ajonik Mari pelale 😂😂😂

  • @rubihazarika57
    @rubihazarika57 2 місяці тому

    Val nolga hol sable

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 2 місяці тому +8

    সন্ধ্যাৰ অবিহনে ছিৰিয়েল খন চাই ভাল লগা নাই । মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী ইমান সোনকালে মাৰি পেলোৱা বাবে ভাল নালাগিল ।

  • @ritagogoi1797
    @ritagogoi1797 2 місяці тому

    Val nologa hol

  • @bandanasenapatidewri
    @bandanasenapatidewri 2 місяці тому +1

    Ki j aji kali siriel bur main part Lua lra suali bur mora dekhuai vl nlage 😮😮😮😮😮

  • @barashasaikia572
    @barashasaikia572 2 місяці тому +8

    sondhya😢😢

  • @manashspondon
    @manashspondon 2 місяці тому +4

    First view ❤❤

  • @parceesvlog9304
    @parceesvlog9304 2 місяці тому +5

    Ki Mane eibur ....Val nologa hol aru etiya sabole

  • @RatnaBaruah-y3i
    @RatnaBaruah-y3i 2 місяці тому +1

    Val lga manuh bur mari peli val nlage😢😢😢😢😢

  • @GajendraGajen
    @GajendraGajen 2 місяці тому +4

    Khoindha aru othobo nulale nasau ami

  • @pompikalita4144
    @pompikalita4144 2 місяці тому +5

    Ai serialkhnt main main manuhkeijnke mora dekhaise val nlga hol sandhya naikia huar pra

  • @jayasarmah8820
    @jayasarmah8820 2 місяці тому

    Val nalga hal

  • @maina123-ye1ts
    @maina123-ye1ts 2 місяці тому +8

    Hondhayk sage horu momaik to a marile manuh logai

  • @ChandanaDas-r6x
    @ChandanaDas-r6x 2 місяці тому +1

    Vl nologa hol serial khn

  • @aruprajbongshi1679
    @aruprajbongshi1679 2 місяці тому +4

    Sandhya thiatert juwa Babe tai nuhuwa hl Val nalagibo atiya

  • @nilimamedhi6560
    @nilimamedhi6560 2 місяці тому +1

    Eman vl lga serial khn kiba vl nloga kori pelale sobe more

  • @purneswaridevi1086
    @purneswaridevi1086 2 місяці тому +1

    khoindha aru nihal moril.aru nasau bye.

  • @minkusarmah591
    @minkusarmah591 2 місяці тому +2

    Sandhya k abhimunye marise sage mor mte

  • @ChandasmitaTalukdar
    @ChandasmitaTalukdar 2 місяці тому +1

    Sandhya Marle val nalaga habo😢😢

  • @bandananath1967
    @bandananath1967 2 місяці тому +7

    nihal nai sandhiya ni .sriyal ako val nalage .aji r pora nasaw aru ...ako vl nolga hol ...tate aru arthabo nai...

  • @pinkichutia8832
    @pinkichutia8832 2 місяці тому

    নিধি ডাঙৰ হৈই গল দেই 😅 মানে,, boy friend potale je 😊

  • @MantuDihingia-r1k
    @MantuDihingia-r1k 2 місяці тому

    Shandheya guse jabo nalagesel

  • @tajminabegum4179
    @tajminabegum4179 2 місяці тому +2

    Asolote sandhya thearter t gol😂hai karone mari dile🤔🤔

  • @papulisaikia361
    @papulisaikia361 2 місяці тому

    Sandhya jiyai thoka dekhb lagib

  • @kakalibaruah5803
    @kakalibaruah5803 2 місяці тому +13

    priyanke mrise nohle avimonoi😢

    • @kingofff5391
      @kingofff5391 2 місяці тому +1

      Priyanka nhoi sga
      Sound tu male r ashel

    • @kakalibaruah5803
      @kakalibaruah5803 2 місяці тому +2

      @@kingofff5391 avimoniya niki te

    • @kingofff5391
      @kingofff5391 2 місяці тому

      @@kakalibaruah5803 umm hbo pra
      Ba kunba belag o hbo pra

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому +1

      অভিমণ্যু বা ৰঘুনাথেই মাৰিছে সন্ধ্যাক ৷ কিন্তু মই ভাবো মুল কাহিনীটো এইটো নাছিল ৷ অভিনেত্ৰী থিয়েটাৰত যোৱা বাবে সন্ধ্যাৰ মৃত্যু দেখুৱাই কাহিনী সলাই পেলালে ৷

    • @kingofff5391
      @kingofff5391 2 місяці тому +1

      @@জয়মহাকাল-শ৯ভ hoi nki vl a hoi se
      Ene o vl nalga tai k

  • @DimpiMoni-moina
    @DimpiMoni-moina 2 місяці тому +1

    Ajir pra nasao ako vl loga ni Sandhya bak marib nlagisil 😢

  • @rimpihazarika583
    @rimpihazarika583 2 місяці тому +2

    Sandhya nai bbe views komi gl adin te😂

  • @IvaNath
    @IvaNath 2 місяці тому +3

    Boyfriend dalr besi hoise.. Ki nu eibr

  • @purabisaikia850
    @purabisaikia850 2 місяці тому +3

    Bujiye napalu hondyak koune marile

  • @Anupamakalita-x9x
    @Anupamakalita-x9x 2 місяці тому +2

    Ba suvam

  • @beautirajbongshi981
    @beautirajbongshi981 2 місяці тому +2

    Aikhn aru moi nsao.main actor keita ke mra dekhaise

  • @PoppyDutta-m9u
    @PoppyDutta-m9u 2 місяці тому +10

    Director Jon knkua baru! Main Hero heroink morake dekhuaise

    • @RupanjaliDas-e4s
      @RupanjaliDas-e4s 2 місяці тому +3

      Sandhya theater t ase eibar seibabe nohuwa hl

    • @PoppyDutta-m9u
      @PoppyDutta-m9u 2 місяці тому +5

      @@RupanjaliDas-e4s Agtei hudhi lbo lage paribane hekhlke kribo.... ankuat beya lage nhoi... jetia nki serial akhnr character tur vtrlke humai juwar PST anke character tu naikia kri dle vl nlge

    • @RupanjaliDas-e4s
      @RupanjaliDas-e4s 2 місяці тому

      @@PoppyDutta-m9u mm seitu hoi baru

    • @hiramanibarman7103
      @hiramanibarman7103 2 місяці тому +1

      Right

    • @জয়মহাকাল-শ৯ভ
      @জয়মহাকাল-শ৯ভ 2 місяці тому

      @@PoppyDutta-m9u যোৱাবাৰ কহুঁৱা বনৰ ছাঁ খনতো এইবোৰ নৌটংকি হৈছিল ৷

  • @pinkiboruah9621
    @pinkiboruah9621 Місяць тому +1

    ৰণ্ডিপৰ পত্নী জনি ভাল নলগা হল🙄

  • @ChenimaiBora-fr8no
    @ChenimaiBora-fr8no 2 місяці тому +2

    😊❤

  • @niharikadutta8122
    @niharikadutta8122 2 місяці тому

    Kahini sun beleg hoi thakile

  • @anamikahaloianamika117
    @anamikahaloianamika117 2 місяці тому +5

    Ako vl lga nai ses hole o vl paw ar nasaw by fal2 lagise aji sondhya nai 😢

  • @alinapatgiri4441
    @alinapatgiri4441 2 місяці тому +2

    কাহিনী ভাল লগা নাই সলাই দিয়ক নহলে বাদ দিলোঁ আজিৰ পৰা

  • @DimpiHazarika-dd6vp
    @DimpiHazarika-dd6vp 2 місяці тому +2

    Aikhn arilu aru ag pa

  • @chandananath3142
    @chandananath3142 2 місяці тому

    Ay khon ki serial a , hiro hiroin mora serial

  • @anjalibarman1838
    @anjalibarman1838 2 місяці тому +4

    হিৰো জনক একো ভাল লগা নাই