প্ৰিয় হানী হাজৰিকা, অসমৰ কি কি বস্তুৱে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে(যেনে-গামোচা, বিহু, ধ্ৰুপদী ভাষা, দিহানাম আদি) আৰু কিকি বস্তুৱে স্বীকৃতি পোৱা অতি প্ৰয়োজন(যেনে-কাঁহশিল্প, পাট-মুগা শিল্প, জাপি, শৰাই, কুমাৰ শিল্প, তিলপিঠা আদি) তাৰ ওপৰত এটা সুন্দৰ ভিডিঅ বনাবচোন।
Video tu Val lagil. Apuni Dubait thakio asomor sob problemor video bonai aru axomot thoka bilake eibilak gomei napay.. ne rati uthai loi jab buli voy kore najanu
Hosa kotha ami 2nd time interview dilu প্ৰায় 10jn lora Golaghat t এজনো নাম নাহিল যি সকল BJP r partyt ghuri furisile তেওঁলোকে হে পোৱা দেখিছোঁ ভোট খালি বিজেপি k Disilu ghuri fura nasilu partyt
South salmara dist.. jibor candidate 30000 toka dise haibor candidate ha select hoise cmaaa schemet
Kiba proof ase ne? Asonir namot kune poisa loise?
Karan tur tat bjp applicant nasil..nhle set tu pali hoi..sab bjp talatia leader pokar seleka keitai paise..
আমি আজিলৈকে চৰকাৰৰ কোনো আঁচনি লোৱা নাই। না চৰকাৰী ঘৰ পাইছোঁ, না লেট্ৰিন, না ৰন্ধন গেছ,না অৰুনোদই , না পি এম কিশান ।
আমিও পোৱা নাই।
কেলেই??
যদি তোমালোক দুখীয়া আৰু এনে ধৰণৰ সুবিধা পোৱাৰ যোগ্য, তেন্তে দাবী কৰা চৰকাৰী বিভাগত, ধৰ্ণা দিয়া...🙂🙂🙂 শুই থকা সিয়ালে হাঁহ ধৰিব নোৱাৰে.... বা কেচুৱাই কান্দিলেহে গাখীৰ পাই...🤔🤔🤔 হাত সাৱটি বহি থাকিলে উন্নতি নহয়
..!!!
Apuni hoito BJP k support kora nai 😅😂
Same moi o ajiloi puwa nai
ইমান সুন্দৰ কৈ 2nd ইন্টাৰফিউ দিয়াৰ পিছতো মোৰ নিচিনা আৰু তিনি জন নাপাই BJPৰ নেতা এজনে পইচা পালে,ঠিক আছে আমি 2nd বাৰ re apply নকৰো আমাক সকলোকে পইচা লাগে অসমৰ নিবনুৱা সমস্যা সমাধান হব লাগে,,, নহ'লে 2nd বাৰ ইন্টাৰফিউ দিয়া সকলে আন্দোলন কৰিম,,,,,,100% খাটাং
আত্ম নিৰ্ভৰ আচনিৰ কাৰণে দুইবাৰ ইন্টাৰভিউ দিলো এনেই পইছা খৰছ কৰালে।খৰছ খিনি ঘূৰাই দিলেই হ'ল। আৰু বেলেগ আচনিৰ পক্ষত নাথাকিলেও। আত্ম নিৰ্ভৰ আচনিৰ পক্ষত আছো কাৰণ যদি এই আচঁনি verification কৰি দুখীয়াক দিয়ে তেনেহলে নিবনুৱা সমস্যা কমি যাব আৰু যাৰ আছে তাক দিলে সমসা আৰু বাঢ়িব। আমি দুখীয়া মানুহ আমি কষ্ট কৰিয়েই খাব লাগিব।আমাক নিদিয়ে সেইটো হৈছে main problem
বহুত বহুত ভাল লাগিল এনেকৈ সতৰ্ক কৰি থাকিবা ❤❤
যি আঁচনি দিয়া দি থাক, আমাক একো আঁচনি নালাগে, পোৱাও নাই, কথা হল বস্তুৰ দাম বঢ়াই আমাক মাৰি আঁনক আঁচনি নিদিব,
আঁচনি এদিন দেশ ধ্বংস কৰিব আজি কালি চৰকাৰে কাম কৰিব নালাগে কেৱল আঁচনিৰ নামত ভোট।
যদি কেতিয়াবা চৰকাৰৰ সলনি হয় তেন্তে এই চৰকাৰ একো কাম কৰিব নোৱাৰিব কাৰণ ইমান ডাঙৰ লুড আছে মূৰৰ উপৰত। আমি তিন কুটি মানুহৰ মাতা বিক্ৰী কৰি এক লাখ মানুহক আঁচনি দিয়া টো নিবিচাৰোঁ। খাৰ খোৱা মানুহ আকৌ খাৰ খুৱালৈ আৰু বেচি দিন নাই।
Congress ye jodi asoni bndho koree bjp o bndho kribo...vote r krne upai nai dibo lga hoi jai
আঁচনি দিছে বিজেপিৰ দলালক অৰ্থাৎ ভোট কালেক্টৰ ক, ইহঁতে মন্ত্ৰী, বিধায়কৰ হৈ সমষ্টিয়ে সমষ্টিয়ে ভোট বিচাৰে....😮😮😮😮 আৰু মন্ত্ৰী বিধায়ক এই ভোট লৈ দিছপুৰ ত ৰং ৰহইচ, আমোদ প্ৰমোদ আৰু পইছা ঘটাৰ বজাৰ মেলে...😮😮😮😅😅 মুঠ কথাত, গোটেই চিষ্টেম টোত কিছুমান চুৰ সোমাই আছে.... যেনে তেনে এই চিষ্টেম টোত সোমাই লব পাৰিলে পইছা গছত লাগি থাকে... 😲😲🤔🤔🤔 ৰাইজ আছেই নহয় কৰ দিবলৈ... Toll gate, বিজুলী বিল, ফাইন, অসংখ্য ৰাস্তা আছে পইছা তোলাৰ.... 🤔🤔🤔 খালি দিছপুৰ পালেই হল.... পালি পহৰীয়া, লগুৱা লিক্সৌ 😲😲😲 সকলো পাই... 🙂🙂
সুন্দৰ ভিডিঅ'🎉
হিমন্তৰ মাথা গ'ল। কিন্তু বা:বা: লবলৈ যাওঁতে দেশৰ জনতাক শেষ কৰি, শ্ৰীলংকাৰ দৰে নতুবা পাকিস্তানৰ দৰে কৰিব যেন অনুভৱ হৈছে।
দাদা আপোনাৰ ভিদিও বিলাক বহুত, বহুত ভাল লাগে
যত অতদিনে ১৫০ ৰ পৰা ২০০ বিল দিছিলোঁ এতূ ১৫০০ টকা মাহেকত দিব লগা হৈছে অৰুনুদয় ১২০০ টকা লাইটৰ বিল ১৫০০ টকা
Akdam sacha kotha
Right Advise
দিম্পু নে টেম্পু হতৰ দৰে বহুতে ভৰি চেলেকে থাকে । আপুনি সঁচা কথা কব পৰা সাহস আছে । ধন্যবাদ ৰাইজক সহায় কৰাৰ বাবে
Assam শেষ। নামতে নিকা কামত নহয়।
প্ৰিয় হানী হাজৰিকা, অসমৰ কি কি বস্তুৱে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে(যেনে-গামোচা, বিহু, ধ্ৰুপদী ভাষা, দিহানাম আদি) আৰু কিকি বস্তুৱে স্বীকৃতি পোৱা অতি প্ৰয়োজন(যেনে-কাঁহশিল্প, পাট-মুগা শিল্প, জাপি, শৰাই, কুমাৰ শিল্প, তিলপিঠা আদি) তাৰ ওপৰত এটা সুন্দৰ ভিডিঅ বনাবচোন।
Kisumane Toka loy juwa khalibo gise.
Well and Good advice, yo yo advice sirr
ভাল কথা কৈছে
প্রথম ইন্টাৰভিউত বাচনি কৰিব লাগিছিল । দিতীয়টো কিহৰ ভাওনা পাতিলে মাতি নি বগা কাগজ এখনত নিজৰ নামটো আৰু ফোন নম্বৰটো লিখিব দিছে। তেনেকৈ কি বাচনি কৰিলে । দৰকাৰ এক বছৰ পাছত হওক দিতীয়টোত যিকেইজন গৈছিলোঁ আকৌ এপ্লাই নকৰাকৈ এনেয়ে চিলেক্টছন দিব লাগে।
একদম মনৰ কথাই কৈছে আপুনি ।
Good
Moja News
absolutely right dada
Kotha2 ekdom Khosa koise dada.
2 বার ইন্টারভিউ দেয়ার পরে। টাকা মিলে না। সব ডকুমেন্ট টিক আছে।
মইও
Video tu Val lagil. Apuni Dubait thakio asomor sob problemor video bonai aru axomot thoka bilake eibilak gomei napay.. ne rati uthai loi jab buli voy kore najanu
Dada buhut beya lagise...
2nd interview disilu graduate hoio panalu....
Eku nai dear, try kori thaka.
Right 👍
Dada apunar kotha bur right thik koise
ভেটি দি আছে ভোটৰ আশাত। কিন্ত সন্দেহ আ্ছে। 26 ত সফল হোৱাত। ৰাইজৰ কাম হোৱা নাই।
এই আঁচনিখন BJP 30%, কংগ্ৰেছ 30%, Auidf 30% & Other 10 % পাইছে
Good discussion.
❤❤❤❤❤❤
আচঁনিৰ ধন পোৱা নাই 🎉আজিলৈ চৰকাৰী ঘৰ এটাই নাপালোঁ 🎉নাম অহাৰ পিছতো নিদিলে🎉🎉
কিয় বা তেনে কৰে বাইদেউ।
আচঁনিৰ নামত বাচনি হবই। আমি মৰি গৈছু
Mojjja video
Right dada
কংগ্ৰেছ চৰকাৰৰ দিনত আঁচনি বিলাক মাত্ৰ মিয়াৰ কাৰণে বনাইছিল। এতিয়া অসমীয়াই ও পায়।
Sipajhar r nath neki...
আঁচনি মামা নামটো ভাল লাগে।
আমাৰ গাঁৱতো বিজেপি দলৰ লোকে পাইছে
Well comment dada😊😊😊😊😊
Good news.
Right 100
Xosakoi dada ...
Ekdom right kotha 👍
❤❤❤❤
Right
Mor o aky obosta 2bar koi golu DC office kintu nam nahil😮
CMAAA আত্মনিৰ্ভৰ আঁচনিৰ যি ৭৫০০০ লোকক
ৰমঠগন দিয়া হল সেই সকল লোকক পুনৰ সঠিক ভাৱে নিৰীক্ষণ কৰি এই আঁচনি ৰূপায়ণ কৰক
অন্যথা
আমি সকলো মিলি প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হম
উত্তৰ দিয়ক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জনসাধাৰণ ওচৰত
কি ভিত্তিত selection প্ৰক্ৰিয়া আৰম্ভ কৰিলে
যদি BJP লোকেহে পাই আমাক interview লোৱাৰ কি দৰকাৰ আছিল আমাৰ লগত হেটালি খেলা বন্ধ কৰক
Scheme 1 ta thakib lge aru 99% manuh pb lge just 9%bure pai
Very good idea
Good 👍🏾👍🏾👍🏾 good
Very good information 👍
Yes
দালালক এনেকৈয়ে টকা দিব লাগিব কেচ টকা দিলে ধৰা পৰিবযে
apuner video sai vhal lagai dai
Correct❤
very good ❤❤❤ ilike you
Ok
আজিলৈকে একো চৰকাৰী আঁচনি য়ে পোৱা নাই । আশা নকৰোঁ আৰু চৰকাৰী আঁচনিক লৈ । পোৱা বোৰে পাই থাকে ।
তাকেই, যোগ্য যোনে পোৱাটো উচিত।
very good sir
আমি একো আঁচনি পোৱা নাই । দাদা ।
Dhynabad
Good information ❤❤❤❤❤❤
Hosa kotha ami 2nd time interview dilu প্ৰায় 10jn lora Golaghat t এজনো নাম নাহিল যি সকল BJP r partyt ghuri furisile তেওঁলোকে হে পোৱা দেখিছোঁ ভোট খালি বিজেপি k Disilu ghuri fura nasilu partyt
Love from Kerala ❤
Very Good Video...🙏 👌👍.....
কংগ্ৰেছ দালাৰ বাবে নহয় আচঁনি নহয়, কংগ্ৰেছ দিনত কি কৰি আছিল তহত😅
Sob dhar kri kam kore dada xitu sob jane
গাওঁ প্ৰধান bjp r samsa i পাইছে
Good advise
🤔🙃
Dada moi aponar logot ak mot
God job sir.
আপোনাৰ ধৰক 1000 কোটি আছে,আপোনাৰ পৰা হিমন্তই,মানে বিজেপি চৰকাৰে যদি 500 কোটি বিচাৰে আপুনি দিব নে।।।😊😊😊😊
100/
Kathatu hoi
Contractor buror payment clear korilay bhal asil 4 bosor hol😂
Sorkar dokayet hoi, bapek nohoi
Asoni tu dibo agfale di 😅
Pisfale je kenekoi loijabo lage
Loi jabo😅 raije gomokei napabo😅
Gasor dam,Electrical bill,Tool geat,aku nai,Gari vara,train ticket, flight ticket, School ki hol sob Private jabo loga hoise....
দালাল ৰ বাবে এইবোৰ ।
Hoi de moi pm kisan apply ami
Puwa nai kintu junketa manu amar pora document loi sile thekete pai ase kintu thekete bjp dalal
ছাগলীৰ বাবে আঁচনি লাগিছিল
Moi apply karisilo.1st interview disilo.next interviewt namatile. Kam kara manun kam kari khaba laguna.
2 bar interview dilu poisa nepalu
আত্মনিৰ্ভৰশীল আচনিৰ বয়সৰ সময় সীমা 28 বছৰ পৰা 41 বছৰ
This government is not our develope only dhoka cmaaa 2bar intervue dilu naplu amar baba nohy we sadla this asanoi dada thanks
Medical aaru education free diyak baki aasanir???? Bastur dam barile ???
Dada bohut akha Kori apply korisilu kintu dubar Interview dilu kintu kior babe selection nokorile bohutu dukh paisu amar apply korunkte interview dubar diboloi Golu amar bohut khorsa hoise atia Kune dibo poisa,...
100% or 10% he genuine paise
Congesa ke korela Toka deha sakore hoi
Amar eat sob bjp logot related manuhe 10000 toka chek paise
Axom Rinot Dubi gol😢, sob World bankor pora Dhar Dhar loi loi hekh korise.Edin Sri Lanka nisina hobo Axom khon
75000 r check dise.....
2 times Interview dilu kintu Message mail ba call nai??
Roijuwa khini nidiyakoi reapply nokoru, nidileu reapply nokoru
Yes right bjp samsai paise