ডাঙৰ খবৰ।গৌৰৱক টক্কৰ দিয়াটো ইমান উজু নহয়।গৌৰৱক হৰুৱাবলৈ নতুন ৰণনীতি।/virel news

Поділитися
Вставка
  • Опубліковано 22 лис 2024

КОМЕНТАРІ • 11

  • @KushalGogoi-xp6fr
    @KushalGogoi-xp6fr 2 дні тому

    মেচিন বাইদেউ । যন্ত্ৰ বাইদেউ।

  • @pgoswami5378
    @pgoswami5378 2 дні тому

    অসমত আমি কংগ্ৰেছৰ সপক্ষে বা বিপক্ষে আৰু বিজেপিৰ সপক্ষে বা
    বিপক্ষে যিমানে যি কই নেথাকো কিয় আজিকালি চোচিয়েল মিডিয়া
    যোগে ৰাইজে ভাৰতত কি ৰাজনীতি
    চলিছে বা পূৰ্বৰ পৰা বিগত বছৰসমূহত কোন চৰকাৰৰ দিনত
    কিমান ভূল হৈছে,কি কি ভূল হৈছে, আগন্তুক দিনত আকৌ ভূলৰ পুণৰাবৃতি হব নেকি আৰু কোন দলৰ সাম্প্ৰতিক সময়ত
    দেশৰ হৈ কেনে স্হিতি তাক লক্ষ্য
    কৰি আহিছে। এই সকলোবোৰৰ
    প্ৰত্যক্ষ বা পৰোক্ষ প্ৰতিফলন ঘটিহে
    অসমৰ আগন্তুক ২০২৬ চনৰ বিধান
    সভা নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰিব পাৰে। সেই সময়ত জনতাই দেশৰ স্বাৰ্থত কোন দলক সমৰ্থন দিলে ভাল হব,কোন দলক সমৰ্থন দিলে দেশৰ বা ৰাজ্যৰ কামত নাহিব
    তাকো উলিয়াই লব। সময় সলনি হয়,পৰিস্হিতিও বদলি যায়।ৰাজনীতিত কোন দল কাৰ লগ লাগে,কোন দল নেলাগে তাক
    এতিয়াই কব পৰা নাযায়। গণভিত্তি কোন দলে কিমান মজবুত কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে
    যদিও গণভিত্তি গঢ়িব পৰা ক্ষমতা কাৰ কিমান সেয়াও নিৰ্ভৰ কৰে।
    সময়ে পৰিস্হিতি সাপেক্ষে জনতাৰ মন কোন ফালে ঢাবিত কৰে সেয়া মূল কথা হব।

  • @pradipsaikia2177
    @pradipsaikia2177 3 дні тому +1

    AGP+Elagi BJP sakalo mili 26t Electiont dekha pam buli bhabo

  • @kamal_medhi_22
    @kamal_medhi_22 3 дні тому

    Hemantar sabhyata sanskrity aai ye goribok luti puti khowa sarkar neki

  • @sureshmohan8165
    @sureshmohan8165 3 дні тому +1

    সত্যৱত আপুনি ভয় কৰিছে

  • @akbarhussain5118
    @akbarhussain5118 3 дні тому

    Arunodoy mohilar vote poar hatiar.