এই উপ-নিৰ্বাচনে গৌৰৱক নায়ক সজাব? ইমান সহজনে?

Поділитися
Вставка
  • Опубліковано 25 лис 2024

КОМЕНТАРІ • 69

  • @bhulanathpegu6225
    @bhulanathpegu6225 5 днів тому +10

    গৌৰৱ গগৈ উচ্চ শিক্ষিত সম্পন্ন এজন ৰাজনীতিজ্ঞ। তেওঁ হিমন্ত বিশ্ব শৰ্মাতকৈ কোনো গুণে কম নহয়। গতিকে তেওঁ 26 চনত মূখ্যমন্ত্ৰী হ'ব পাৰে।

  • @jnanendrasingha8398
    @jnanendrasingha8398 5 днів тому +16

    যোগ্যতা আৰু ভাগ্য থাকিলে সফল হব‌ই ।

  • @utpalmili4946
    @utpalmili4946 5 днів тому +8

    এই কথাতো নতুন কথা নহয়। কংগ্রেস মানে পৰিয়াল কেন্দ্রীক ৰাজনীতি

  • @abonrabha3035
    @abonrabha3035 5 днів тому +8

    G G Zindabad 100% Paribo

  • @lilimai43
    @lilimai43 5 днів тому +9

    Gowrb gogoi jindabad

  • @rimirabha7181
    @rimirabha7181 4 дні тому +2

    সপন সপন হৈই ৰব গৌৰব

  • @bipulsaikiabipulsaikia5677
    @bipulsaikiabipulsaikia5677 5 днів тому +3

    G gogoi zinda bad.

  • @ShohidurIslamAhmed-i3q
    @ShohidurIslamAhmed-i3q 5 днів тому +3

    Gourav Gogoi zindabad

  • @NabaSarma-ct6js
    @NabaSarma-ct6js 6 днів тому +8

    G gogoi 100bar zindabad

    • @M.G.615
      @M.G.615 5 днів тому

      @@NabaSarma-ct6js 🥔🍆🍆

  • @Tgi12
    @Tgi12 3 дні тому +1

    Gaurav da welcome.

  • @jiten2408
    @jiten2408 6 днів тому +9

    GG JINDABAD

  • @apurbadas4151
    @apurbadas4151 4 дні тому +2

    ইয়াৰ বাপেকৰ দিনত নামনি শেষ কৰি, এতিয়া ইয়াক cm পাতি বাচি থকা কনো শেষ কৰিম নেকি??
    ইহঁতে কেতিয়াবা অসমীয়াক লৈ ৰাজনীতি কৰে নে, বাংলাদেশী মিঞাক লৈ ৰাজনীতি কৰে?

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp 5 днів тому +6

    Next cm of Assam gaurav Gogoi 💯

  • @RatulGogoi-n8k
    @RatulGogoi-n8k 5 днів тому +3

    Gaurav Gogoi is the best choice for CM of Assam. Congress should be given a chance to form government in 2026 under him.

    • @birenbarman9338
      @birenbarman9338 4 дні тому

      Ihat maha fakibaj ihatar alosana mulya him kono arta nai Gaurav gogoi parbarti c m Gaurav gogoi zindabad

  • @regamajon
    @regamajon 5 днів тому +2

    Gourav gogoi zindabad

  • @TulshiGogoi-v1t
    @TulshiGogoi-v1t 5 днів тому +11

    Paribo

  • @BichitraDas-t9d
    @BichitraDas-t9d 5 днів тому +5

    Parib cm hob

  • @ainudutta7314
    @ainudutta7314 5 днів тому +1

    G g zindabad👌👌

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq 5 днів тому +1

    There is no daubt that Gourob Gogoi is a leader who established his efficiency, capability in politics in India in short time politics ,

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 5 днів тому +2

    EVM থকা লৈকে বিজেপি পৰা জয় নহয়

    • @kiranchetry9440
      @kiranchetry9440 4 дні тому +1

      Oi Johora suda Jorhatot gourav gogoi evm hack kori jikisil nki maraksuda 😂😂

    • @kiranchetry9440
      @kiranchetry9440 4 дні тому

      Oi Johora suda Jorhatot gourav gogoi evm hack kori jikisil nki maraksuda 😂😂

  • @jatinbaishha3540
    @jatinbaishha3540 4 дні тому

    যদিহে বিহালিত কংগ্ৰেছ জিকে তেতিয়া হলে গৌৰৱ গাগৈক জিকা বুলি গণ্য কৰা হব ।আৰু কংগ্ৰেছে সেনাপতি পাতিব গৌৰৱ গাগৈক । গগৈয়ে সেনাপতি হৈ প্ৰথম অস্ত্ৰ ধৰিব অগপ আৰু বিজেপিৰ মাজত সোমাই দুইটা দলৰ মাজত থকা মিত্ৰতাত ফাট মেলাব ।আৰু অতুল বৰাক জাতিয়তা বাদী মানুহ খিনিৰ মাজত অতুল বৰাক বেয়া কৰাব । অতুল দলৰ নেতৃত্বৰ নামিব লাগিব । আৰু গৌৰবক কিছু আঞ্চলিক দলৰ মানুহে সমৰ্থন কৰিব ।আৰু পৰবৰ্তী মুখ্য মন্ত্ৰী হোৱাত সুবিধা হব ।

  • @shaidulislam6596
    @shaidulislam6596 5 днів тому

    Thank you all for your views, insights and comments. I respect the differences in opinions. Thank you dear Pranjal Pratim Hazarika for making it happen to throw my reading about the political scenario.

  • @kumudbaruah2001
    @kumudbaruah2001 5 днів тому +2

    কংগ্রেসত ৰাহুল , ছোনীয়াৰ নিৰ্দেশ বা ইছাৰা নহলে গছৰ পাত নালাগে দুবৰী বন এডালো লৰিব নোৱাৰে। এয়া খাটাং। এতিয়া মূল কথাটো হ'ল ৰাহুল , ছোনীয়াৰ আস্থাভাজন নহলে কোনো কংগ্রেসী দলত বিশ্বাস ভাজন হব নোৱাৰে। সেইখিনি স্থানলৈ যাবলৈ হ'লে গান্ধী পৰিয়ালৰ টোৰ বিশ্বাস যোগ্য তৈল্যমৰ্দন কাৰি হবৈ লাগিব। গৌৰব গগৈয়ে পিতৃ তৰুণ গগৈৰ সুবাদত আৰু ভাল আস্থা ভাজনকাৰী হিচাবে ৰাহুল , ছোনীয়াৰ ওচৰ চাপিব পাৰিছে। কংগ্রেসত যোগ্যতা প্ৰথম নহয়। প্ৰথম হ'ল হাই কামান্ড ৰূপী সেই পৰিয়ালটো। গৌৰব গগৈয়ে সেই খিনি পৰিস্থিতি অতিক্রম কৰিব পাৰিছে কাৰণে জয়ন্ত বৰাক বিজেপি দলৰ পৰা দলত্যাগ কৰাই কংগ্রেস দলত যোগদান নকৰাকৈ সভাপতিৰ অগ্যাতে উপ নির্বাচনৰ টিকত দিবলৈ সক্ষম হ'ল।

  • @kamal_medhi_22
    @kamal_medhi_22 6 днів тому +6

    Gaurav gogoi ziñdabad next CM easy

    • @M.G.615
      @M.G.615 5 днів тому

      @@kamal_medhi_22 🍆🍆🍆

  • @RohitKhanikar
    @RohitKhanikar 5 днів тому

    You are right.

  • @pankajbora7263
    @pankajbora7263 День тому

    নোৱাৰে। কিয়নো সকলোৱে ঘোচ নিদিয়াকৈ চাকলি বিছাৰে....

  • @MinaDevi-do5dr
    @MinaDevi-do5dr 4 дні тому

    Amr asha Val hob

  • @kalpanadeka6201
    @kalpanadeka6201 5 днів тому

    ২৬ত নোৱাৰে | অখিল C.M হৈ মূল্য বৃদ্ধি, নিবনুৱা সমস্যা সমাধান কৰাৰ পিছত হে পাৰিবনহলে বাইজব লোকচান হব

  • @dekaboy0
    @dekaboy0 5 днів тому

    Yes he can 🎉❤

  • @dijengohain718
    @dijengohain718 5 днів тому

    One. Man. Army. .
    Hasetan. Raije. Semi. Conductor . . Gaurab. . Mot. Paharile

  • @prabalsarania1100
    @prabalsarania1100 5 днів тому

    Moi kintu bisaro gourov gogoi aasamor cm howatu.

  • @PurnaDeka-fn7wj
    @PurnaDeka-fn7wj 4 дні тому

    G.gogoi kiman taka dele

  • @jayantasaikia8543
    @jayantasaikia8543 5 днів тому

    Amak nalage

  • @uttamkumargogoi1972
    @uttamkumargogoi1972 5 днів тому +1

    Ahomor voter raij hojag

  • @samiranthakuria36
    @samiranthakuria36 5 днів тому

    Pariba gaurab gogoi c m hoba

  • @PurnaDeka-fn7wj
    @PurnaDeka-fn7wj 4 дні тому

    Naware

  • @chandanbasusri2246
    @chandanbasusri2246 5 днів тому

    No akole ketiyao noware mitro jot hole para chance asil but akole no never

  • @upenchutia5100
    @upenchutia5100 3 дні тому

    ফালিব ।

  • @sanjoypegu-mr3hc
    @sanjoypegu-mr3hc 5 днів тому

    aman 😊 ❤

  • @sashibhatta5198
    @sashibhatta5198 6 днів тому +5

    পোনপটীয়াকৈ কব পাৰি যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব নোৱাৰিব ৷

  • @TankaBorgohain-yz6yi
    @TankaBorgohain-yz6yi 5 днів тому

    Coming c m of assam

  • @PrashantaDihingia-t2g
    @PrashantaDihingia-t2g 5 днів тому

    Nuare karan nizar Istithi thake Ibare bihalit dakhailu nizar party manuh K tikat nidi anak dile.

  • @sanjoypegu-mr3hc
    @sanjoypegu-mr3hc 5 днів тому

    aman

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f 5 днів тому

    Sahajogitare Khoj Agborhai Salile CM Hoato Satang..

  • @rcdas109
    @rcdas109 5 днів тому

    Rokibol CM gorab kam ni

  • @TulshiGogoi-v1t
    @TulshiGogoi-v1t 5 днів тому +2

    Parino

  • @MofidulIslam-mt1eg
    @MofidulIslam-mt1eg 6 днів тому +3

    26 ত নোৱাৰে আৰু বহুত সময় লাগিব

  • @M.G.615
    @M.G.615 6 днів тому +5

    2045ত একবাৰ চেষ্টা কৰি চাব পাৰে।

  • @prasannasaikia3225
    @prasannasaikia3225 5 днів тому +2

    মটা মাছ মাইকী মাছ বনাব পাৰিব

  • @Bobbi235
    @Bobbi235 5 днів тому +1

    Ai Janamat Gourab Gogai C M Hab Noware 100 Satya

  • @kanakkalita7797
    @kanakkalita7797 6 днів тому

    Sadul ismlam kon hai

  • @pgoswami5378
    @pgoswami5378 6 днів тому +1

    আমি কিন্তু কোন মূখ্যমন্ত্রী হব পাৰিব তাক নকওঁ। তথাপি সাম্প্ৰতিক সময় লক্ষ্য কৰি আগন্তুক ডেৰবছৰ পিচত পৰিবেশ পৰিস্হিতি কেনে হব সিয়ে কোন দলে শাসন পাব তাক নিৰ্ণয় কৰিব। কিন্তু, গৌৰৱ গগৈ মূখ্যমন্ত্ৰী হব পাৰিব যদিহে
    কংগ্ৰেছৰ সাংগঠনিক দিশ থিক থাকে আৰু অসমত কংগ্ৰেছক
    জনতাৰ মাজলৈ লৈ যাব পাৰে
    আৰু জনপ্ৰিয়তা লাভ কৰি কংগ্ৰেছেই একক সংখ্যাগৰিষ্ঠতা
    পায়। অকল এজন নেতাই এটা দলক ডেৰ বছৰতেই সকলো দিশত
    আগুৱাই নি সংখ্যা গৰিষ্ঠতা পাব
    পৰাটোও কিছু জটিলতা আছে।
    কিন্তু বিজেপিৰ প্ৰতি জনতাৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি হৈয়েই আছে।
    অসমতো হিন্দু সকল ভাৰতীয় প্ৰেক্ষাপটক লক্ষ্য কৰি লাহে লাহে
    বিজেপিৰ ওচৰ চাপিছে বা চাপি আছে। কেন্দ্ৰত বিজেপিক ৰাখি
    ৰাজ্যত বেলেগ দলক শাসনত
    বহুৱাবলৈ ৰাইজ সন্মত হব নে
    নহয় সেয়াও কিছু ক্ৰিয়া কৰিব।

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 5 днів тому

    Cam nai

    • @M.G.615
      @M.G.615 5 днів тому

      @@KhagenKhagen-mz8fe 👍👍👍

  • @gunajitsarma5579
    @gunajitsarma5579 6 днів тому +1

    Gourab gogoi cm huwa2 sambhab nohai ,cm hobale hole bohut jogyata lage ,

  • @BrojenGogoi-u2v
    @BrojenGogoi-u2v 6 днів тому

    Male and female fish controversy are the sign of educated person for the fish farmers !! He had given a concept to the farmers ??? He is the next cm !!!!!!!!

  • @subalsarma4353
    @subalsarma4353 5 днів тому

    😂😂😂

  • @MadhobDeka
    @MadhobDeka 5 днів тому

    Gotavgogoimextçm

  • @ParthaFF45
    @ParthaFF45 5 днів тому

    সি ফিটনে চ নহয় আৰু তদতৰ মানুহ নাই নেকি?
    Go Back

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp 5 днів тому +3

    Next cm of Assam gaurav Gogoi 💯

    • @M.G.615
      @M.G.615 5 днів тому

      @@MintuMintuKutum-ke5bp 👎👎👎🐠🦈🍆🍆🍆🥔🥔🥔

  • @mantuborman6763
    @mantuborman6763 5 днів тому +1

    Paribo