Gaurav Gogoi : উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য | N18V

Поділитися
Вставка
  • Опубліковано 25 лис 2024

КОМЕНТАРІ • 64

  • @shriarchana8844
    @shriarchana8844 4 дні тому +15

    আমাৰ গৌৰৱ অসমৰ গৌৰৱ

  • @Rahul-e2x7z
    @Rahul-e2x7z 4 дні тому +23

    গৌৰৱ গগৈ অসমৰ গৌৰৱ হয় গৌৰৱ গগৈ ভাৰতৰ গৌৰৱ হয়

    • @Viralmaza123
      @Viralmaza123 4 дні тому

      😅😅😅😅 bad diya he

    • @studyzone641
      @studyzone641 4 дні тому +1

      Bhaya apne toh mendok jaise much leke sher wali bate kr di

    • @m.ksaikia4229
      @m.ksaikia4229 4 дні тому +1

      Congress gourab,Asomor karone ki korile ?

  • @PrasantaDas-o9f
    @PrasantaDas-o9f 4 дні тому +5

    Big fan ❤❤❤❤dada

  • @imdadali9519
    @imdadali9519 4 дні тому +3

    মজা কথা ককৈছে।

  • @bablu3967
    @bablu3967 4 дні тому +11

    Gaurav Gogoi Zindabad

  • @birengogoi9889
    @birengogoi9889 4 дні тому +3

    তৰুণ গগৈয়ে কেইখন চাহবাগান কিনিলে?

  • @rajassam1822
    @rajassam1822 4 дні тому +1

    Sundar katha... gaurav Gogoi Zindabad

  • @taradoi7957
    @taradoi7957 4 дні тому +2

    মোৰ মনৰ দৃষ্টিৰে-----------------
    যি কম সঁচা কম ।
    হয় ময়ো কও কাম নকৰা চৰকাৰৰ ভিতৰত এইখন বিজেপি চৰকাৰে ই প্ৰথম ।এইজন মুখ্যমন্ত্ৰীয়েই কাম নকৰাৰ বাবে প্ৰথম । অৱশ্যে দুই চাৰিটা কাম কৰিছে যেনে ----দলং বনোৱা , দুই এখন মেডিকেল কলেজ হচপিটাল বনাইছে । বাকী শেষ ।একো নাই ।

  • @bapandas2873
    @bapandas2873 4 дні тому +4

    cogressএ কি কৰিলে ?

  • @BabaDas-t4d
    @BabaDas-t4d 4 дні тому +6

    Gowrob gogoi good man

  • @RudreswarBora
    @RudreswarBora 4 дні тому +4

    Gaurav Gogoi sir aponi right katha koise❤

  • @SADAGARMILI
    @SADAGARMILI 4 дні тому +1

    👍

  • @shoshikantamili9850
    @shoshikantamili9850 4 дні тому +9

    গৌৰৱ গগৈ কংগ্ৰেছৰ গৌৰৱ অসমৰ নহয় ।

    • @jinkubaruah9773
      @jinkubaruah9773 4 дні тому

      Guti tu

    • @Fsstgvc
      @Fsstgvc 4 дні тому

      ​@@jinkubaruah9773leora tu kela gourob Uddin miyar jat

  • @Kamaljj7xz
    @Kamaljj7xz 4 дні тому +2

    গৌৰৱ গগৈক লৈ অকল কংগ্ৰেছ দলটোৱেই গৌৰৱ কৰি থাকক... অসমৰ গৌৰৱ হবলৈ আৰু বহু যোজন পথ বাকী আছে ৷ গৌৰৱ গগৈয়ে অসমৰ বাবে এনে কোনো কাম কৰি দেখুৱা নাই যে তাক লৈ আমি গৌৰৱ কৰিম.. ৷

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 4 дні тому

    কালৈ দুই নম্বৰি বিজেপি চৰকাৰ ৰিজাল্ট হ'ব

  • @pradyumnagohain130
    @pradyumnagohain130 4 дні тому +1

    গছত কঠাল ওঁঠত তেল ন' খাওতে চেলবেল😂

  • @pareshbarman4044
    @pareshbarman4044 4 дні тому +1

    Ami u axabadi congress jindabad

  • @pankajbaruahbaruahpankaj6515
    @pankajbaruahbaruahpankaj6515 4 дні тому +3

    Mama jindabad❤

  • @SangitaDeka-t4i
    @SangitaDeka-t4i 4 дні тому +3

    Congress go back

  • @mintudas1211
    @mintudas1211 4 дні тому +9

    তৰুণ গগৈ কিইটা লৰা ছোৱালীক চাকৰি দিছিল

  • @junakprotim6608
    @junakprotim6608 4 дні тому +2

    Mane.. Sakori toka loi dibi

  • @NipenDeka-ie6km
    @NipenDeka-ie6km 4 дні тому

    Right .apunr lagot asomr raij ase

  • @uttamsarma5452
    @uttamsarma5452 4 дні тому +2

    ফ্লাইওভাৰ নিৰ্মান কৰিলে যান বাহন তথা সাধাৰণ মানুহৰ সুবিধা হয়, কোনেনো নাজানে ??

  • @t.brahma2645
    @t.brahma2645 4 дні тому

    He said it right, Name Change is an Easy way of Playing Politics 😂😂😂, Karimganj people are Fooled by Himanta Biswasarma

  • @junakprotim6608
    @junakprotim6608 4 дні тому +2

    Pogola hoi... Aku najano... Tol mur aku ongko nokorake kotha koi thake ru... Bihali haribi khatang

  • @ganeshdas9833
    @ganeshdas9833 4 дні тому

    Vaal lage kiba eta manuh jonok

  • @হাগ্ৰামা
    @হাগ্ৰামা 4 дні тому

    গৌৰৱ গগৈক সোধকচোন যে জুবিনে অসমীয়া ভাষা 200 বছৰ হোৱা বুলি কৈছে,ইয়াৰ প্ৰতিক্ৰিয়া কি???
    কোনো এজন সাংবাদিকৰ দম নাই সুধিব।কিন্ত অতুল বৰাক সাংবাদিকে আগচি ধৰিছিল এইটো প্ৰশ্ন সুধিব।।তেখেতেও ভালেই ৰিপ্লাই দিছিল।।।অসমৰ সাংবাদিককেইটা সাংবাদিক নহয়,মানুহৰ মাজত কাজিয়া লগাত এক্সপাৰ্ট।।কাক কিদৰে তলত নমাব পাৰি কাক ওপৰত তুলিব পাৰি সেইটো কিন্ত টেলেণ্ট আছে।।।এয়াই আমাৰ অসমৰ সস্তা সাংবাদিক।।

    • @pradipkalita6580
      @pradipkalita6580 4 дні тому +1

      গৌৰৱ হ'ল এজন সকলোৰে পৰা কাঢ়ি খোৱা আহোম তাতো আজি কালি নতুনকৈ মিঞা হ'ল ক'ত বুজি পায় এইবিলাক।অসমত গুৰুজনাৰ লগতে বীৰ চিলাৰায় আৰু নৰনাৰায়ণ নহ'লে গৌৰৱ মিঞাহতৰ দৰে ব্যক্তি য়ে অসমখনক ৰসাতললৈ নিলে হয়

  • @prasannasaikia3225
    @prasannasaikia3225 4 дні тому +2

    বাপেৰৰ দিনৰ কথা ক

  • @pradipkalita6580
    @pradipkalita6580 4 дні тому +4

    তোমাৰ বাপেও ৰাকেশ পালৰ লগত কেলেংকাৰিত লিপ্ত হৈ অসমৰ একো কাম নকৰিলে।আমাৰ মুখ্যমন্ত্ৰী ৰ লগত তৰুণ গগৈয়ে সমুলি পাততা নেপায়।

  • @dipakborah7799
    @dipakborah7799 4 дні тому +1

    Tur baparee ke bonala

  • @ULTRON_077
    @ULTRON_077 3 дні тому

    Behali t jikil henu😂😂😂 Congress

  • @bishaldas3964
    @bishaldas3964 4 дні тому +2

    Jayanta maluwai laj puwa usit..kela khiyar ki ohongkar

  • @sushantanath7822
    @sushantanath7822 4 дні тому +3

    Congressor somay 95% manu Toka di chakari.paicha.

  • @AjitBorah-z5v
    @AjitBorah-z5v 4 дні тому +2

    Tume mathu kona

  • @ujjalchaliha2793
    @ujjalchaliha2793 4 дні тому +1

    00000000

  • @bapandas2873
    @bapandas2873 4 дні тому +3

    সাৰুৱা কথা কোনো নুশুনে ।
    Congress এ অসম আৰু অসমীয়াক যিমান অম্যায়
    কৰিছে আমি জানো ।

  • @mihirdev9553
    @mihirdev9553 4 дні тому

    Bapekputakarkamnai

  • @pitamborbordoloi838
    @pitamborbordoloi838 4 дні тому +2

    তুমি একো কৰিব নোৱাৰা

  • @khagenkakati6380
    @khagenkakati6380 4 дні тому

    Bjp এ Evmখেলি মেলি নকৰিলেও হল

  • @lokheswarronghang607
    @lokheswarronghang607 4 дні тому

    Beleg homosti gourob manuh nai buli koise ,congres ki samoguri, bihali he neki,mane congres bhag bhag woker Buji pale.

  • @BipolDas-f1b
    @BipolDas-f1b 4 дні тому

    Mata mash toi