মৰমৰ আই / কবি:আনন্দচন্দ্ৰ আগৰৱালা /আবৃত্তি :মানসী শইকীয়া /

Поділитися
Вставка
  • Опубліковано 14 гру 2024
  • পৃথিৱীৰ শ্ৰেষ্ঠ সম্বন্ধ মাতৃসকলক সুঁৱৰি আপোনাৰ ব্যস্ততাপূৰ্ণ দিনটোৰ চাৰিটা মিনিট খৰছ কৰি ভিডিঅ'টো চোৱাৰ প্ৰত্যাশা ৰাখিলোঁ !।

КОМЕНТАРІ • 90

  • @JutikaRoy-wl3kx
    @JutikaRoy-wl3kx 4 місяці тому +1

    Very beautiful poem , pelesh
    Sri Krishnai pepora gusoa , kobitato Diya

  • @সংস্কৃতিকৰণী

    হৃদয় চুই গল বৌ কণ্ঠৰ সুমধুৰ আবৃত্তিৰে,,,,গীতৰ কলিটিয়েও ক্ষন্তেক হলেও খলকনি তুলিলে,,,এনেদৰে গীতে মাতে, সভা সমিতিৰে, কবিতা আবৃত্তিৰে সুন্দৰতা খিনিক আঁকোৱালি আপোনাৰ প্ৰতিটো ক্ষণ মধুৰতাই পাৰ হৈ আহিছে সেইদৰে অনাগত দিনটো দুগুণ মধুৰতাই অতিবাহিত হওক।ঈশ্বৰৰ আর্শীষ ধন্য হওক।

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      ইমান নিভাজ মৰম আন্তৰিকতা আদৰেৰে বুটলি কৃতজ্ঞ হৈ ৰ'লো ।

  • @janbabaali3294
    @janbabaali3294 6 місяців тому

    উপস্থাপন কৰি কোৱা কথাখিনি কি যে সুন্দৰ হৈছে। বাইদেউ আপোনাক অভিনন্দন জনালো।🙏🙏🙏🙏

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  6 місяців тому

      এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ

  • @niruboruah1160
    @niruboruah1160 2 роки тому +2

    বৰ সুন্দৰ আবৃত্তি । বহুত ভাল লাগিল।

  • @tuturiku4317
    @tuturiku4317 5 місяців тому

    বৰ ধুনিয়া হৈছে

  • @linaphukan8151
    @linaphukan8151 2 роки тому

    কৃষ্ণ " কবিতাটো শুনি ভাল পালো ।

  • @dhanadadevi4875
    @dhanadadevi4875 Рік тому

    সুন্দৰ কন্ঠ,সুন্দৰ পৰিৱেশন।

  • @swapnakakati8008
    @swapnakakati8008 2 роки тому

    ভাল লাগিল মানসী । সুন্দৰ

  • @nayangogoi4946
    @nayangogoi4946 Рік тому

    খুব ভাল লাগিল। তাতে আপোনাৰ মাতত সোণত হুৱগা চৰিছে।।।

  • @rongbirong7684
    @rongbirong7684 2 роки тому

    ভাল লাগিল।
    উপস্থাপন সুন্দৰ।

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому +1

      এই উৎসাহি মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।

  • @Pboruah426
    @Pboruah426 2 роки тому

    সুন্দৰ আবৃত্তি বাইদেউ।

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      আন্তৰিক ধন্যবাদ জনালোঁ ।

    • @gunaramdas131
      @gunaramdas131 2 роки тому

      বহুত বহুত সুন্দৰ!বহুত ধন্যবাদ!ঈশ্বৰে কৃপা কৰক!

  • @arjunkrishnahazarika
    @arjunkrishnahazarika 2 роки тому +1

    ভাল লাগিছে বৰমা।❤️

  • @purnimatamuli6330
    @purnimatamuli6330 Рік тому +1

    eman dhunia kekoise

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  Рік тому

      এই আন্তৰিকতাৰ বাবে অশেষ ধন্যবাদ ।

  • @chitraranjanneog1019
    @chitraranjanneog1019 2 роки тому

    অতি সুন্দৰ বাইদেউ

  • @ijasahmed5342
    @ijasahmed5342 2 роки тому +1

    অতি সুন্দৰ হৈছে বাইদেউ আপুনি আগুৱাই যোৱা তাৰে কামনা কৰিলো ধন্যবাদ 🙏

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      এই মৰম আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ ।

  • @বঙালমৰাLIVE
    @বঙালমৰাLIVE 2 роки тому

    বহুত বহুত ভাল লাগিল বাইদেউ।আগলৈ আৰু পাই থাকিম।

  • @gitanjaleehazarika6231
    @gitanjaleehazarika6231 2 роки тому

    Tulonabihin mem...gd bls u

  • @bedakantamahanta2493
    @bedakantamahanta2493 2 роки тому

    Very nice,So sweet

  • @monoranjansarmah9885
    @monoranjansarmah9885 2 роки тому

    সুন্দৰ 👌👌

  • @mrfreaky6971
    @mrfreaky6971 10 місяців тому

    বৰ সুন্দৰ পৰিবেশন

  • @prahladc.bhuyan
    @prahladc.bhuyan 2 роки тому +1

    কানপাতি মনপুতি শুনিলো ভন্তি !!
    সকলোখিনি সৰ্বাঙ্গসুন্দৰ হৈছে !!
    তোমাৰ প্ৰতিটো কামেই সদায় তুলনাবিহীন !!

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      কৃতজ্ঞতাৰ ভাষা বিচাৰি পোৱা নাই ।

  • @educationtipsticksbysusend6719
    @educationtipsticksbysusend6719 2 роки тому +2

    👍❤️

  • @robinmahanta3722
    @robinmahanta3722 2 роки тому

    ভাল লাগিল পৰিবেশটো

  • @kalpanaborah5595
    @kalpanaborah5595 2 роки тому +1

    শুনিলো মানসী । খুব সুন্দৰ হৈছে

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      এই উৎসাহৰ বাবে কৃতজ্ঞ হৈ ৰ'লো ।

  • @akirhussainmollah6922
    @akirhussainmollah6922 2 роки тому

    সুন্দৰ বাইদেউ

  • @pradipbora2783
    @pradipbora2783 2 роки тому

    Realy nice baidew

  • @rajuborah8012
    @rajuborah8012 2 роки тому +1

    অতি সুন্দৰ 🙏

  • @rishmirani4950
    @rishmirani4950 2 роки тому

    Dhunia hoisa bow

  • @linaphukan8151
    @linaphukan8151 2 роки тому

    কৃষ্ণ বৰ ভাল পালো ।

  • @abhinabproductionnew
    @abhinabproductionnew 2 роки тому

    ভাল লাগিল

  • @edutainmentassam
    @edutainmentassam 2 роки тому

    বৰ ভাল লাগিল বাইদেউ

  • @hirakjyotiborah4806
    @hirakjyotiborah4806 2 роки тому

    Dhuniaa

  • @bnlifechannel1319
    @bnlifechannel1319 2 роки тому

    Hundor ❤️

  • @Indumou
    @Indumou 2 роки тому

    ভাল লাগিল বাইদেউ

  • @hazarikavideo3040
    @hazarikavideo3040 2 роки тому

    Excellent

  • @manashiborah5500
    @manashiborah5500 2 роки тому +1

    আপোনাৰ কথা , কবিতা, বক্তৃতা সকলো বোৰ বহুত ভাল 🥰🤗 আজিৰ উপস্থাপন ও বহুত সুন্দৰ হৈছে🤗❤️🤗

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      এই উৎসাহী মন্তব্যই অণুপ্ৰেৰণা যোগালে । বহুত বহুত ধন্যবাদ ।

  • @LuhitLuhit-j1i
    @LuhitLuhit-j1i 9 місяців тому

    Nice❤

  • @popilahon8327
    @popilahon8327 2 роки тому

    Hundar

  • @abantineogsaikia18
    @abantineogsaikia18 2 роки тому

    সুন্দৰ আবৃত্তি। শুনি ভাল লাগিল ❤️১

  • @jubedakhatun2290
    @jubedakhatun2290 Рік тому

    Very nice

  • @Nijara
    @Nijara Рік тому

    Nice vedio

  • @khushigupta1670
    @khushigupta1670 2 роки тому

    Nice

  • @jashasyanandini2098
    @jashasyanandini2098 2 роки тому

    ভাল লাগিল৷ময়ো আবৃত্তি কৰিবলৈ শিকিছোঁ৷মোৰ কবিতাকেইটা সময় পালে শুনিবচোন কেনে পালে জনাব দেই৷

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому

      অশেষ ধন্যবাদ । বৰ ভাল কথা । নিশ্চয় শুনিম ।

  • @manoshisaikialifevlogs1747
    @manoshisaikialifevlogs1747 2 роки тому

    Ki ja hundor koi bornona korisa baidew

    • @manoshisaikiadorpan7382
      @manoshisaikiadorpan7382  2 роки тому +1

      এই উৎসাহজনক মন্তব্যৰ বাবে ধনবাদ জনালোঁ ।

  • @princhu_priya
    @princhu_priya Рік тому

    𝔹𝕠𝕣 𝕕𝕦𝕟𝕚𝕪𝕒 𝕓𝕒𝕚𝕕𝕖𝕨❤❤❤❤

  • @AnuBoruah-gc9sl
    @AnuBoruah-gc9sl 3 дні тому

    😊😊😊😊😊🥰🥰🥰🥰🥰🥰🥰🥰🥰🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺