Bipul chetia phukan song (Part- 2)আচুৰ্য্য বৰপাত্ৰক কি চেলেঞ্জ দিলে তেওঁ ?
Вставка
- Опубліковано 21 бер 2020
- • Bipul chetia phukan so... প্ৰথম খণ্ড টো এই link টোত click কৰি চাব ৷
#bipulchetiaphukan #achurjyaborpatra vs bipul chetia phukan ৷
তেওঁ চৰকাৰী পেন্সনৰ পৰা বঞ্চিত ৷এতিয়া তেওঁ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে ৷তেওঁক মঞ্চত পাৱলৈ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব ৷তেওঁ অলপ হলেও সকাহ পাৱ ৷
#Use a video clip from dhawni records youtube channel for analyse the fact.
উমম.... বিপুল চেতিয়া ফুকন মোৰ ঘৰৰে বুলি ক’ব পাৰি.. মোৰ দদাইদেউ হয়.. মই সৰুকালৰ পৰা দেখি আহিছোঁ.. জুবিন গাৰ্গ ডাঙৰীয়া অহা যোৱা কৰাওঁ আমি নিজ চকু য়ে দেখিছোঁ সৰু পৰাই.. জুবিন দা য়ে গুৰু বুলি মানে বিপুল দাইক.. মই নিজ চকু য়ে দেখা গান দুটামান আছিল.. যিকেইটা বেলেগে গালে গৈ.. 1-চাহ চেকা চেকনি অ', মুড়ি ধকা ধাকনী অ', 2-মন হৃয়া দৈ, চাইকেল নহয় টিলিঙা,3-ক গৈছিলে কল খাবলৈ, খ য়ে দিলে খেদা, আৰু বহুতো গান বিপুল দাই ভাগৰ আছিল.. কিন্তু বিপুল দাইয়ে বেলেগক দি দিলে বোলে..বিপুল দাই য়ে মই দেখাত আৰু জনা মতে লোকৰ গান নাগায়.. নিজে লিখি গান গায়..❤❤
ধন্যবাদ ৷৷মন হীৰা দৈ গান গান টো তেওঁ লিখা বুলি মোকো কৈছিল ৷
Tiptop dekhile ahu buli nokoba gaanti Mur deutae likhisil....even deutar biyar agote likhisil....kin2 pisot belege pisot beleg loi goi nijor gaan bonailole.....sob fale corruption....sidha manuhok thogi khai
Aibur papot goja Singer ki kom ru Bipul khura asaol hilpi
Bekar hallla
@@sumongogoi2494 পাবত papot নহয় hilpi নহয় silpi
Val lagil bipul da
নতুন প্ৰজন্ম প্ৰায়েই শিল্পী চোৰ
Bipul da🙏🙏🙏
Borhiya
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Maja
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Jubin da r guru amr bipul da hoi
❤I love a lots
Achurjya go back
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Hoi ai gaantoo bipuldar konthot audiojugot sunisilu
সংগীতবৃক্ষৰ মূল শিপা
Hi
Achujya gan sur
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
UA-camr Bhai tomi aibor topic bonai famus hobo nowara..dujon manuhr majot kajia logai
Pranam.
প্ৰণাম
বিপুল দা ৰ দৰে শিল্পী বোৰ অসম ৰ সম্পদ, আৰু এই পাবত গজা চোৰ বোৰ অসমৰ আপদ। স্বৰ্দ্ধা জনাইছোঁ বিপুল দা ক
You r right.
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
বিপুল চেতিয়া ফুকন দা ক বহুত ভাল লাগে। আমি সন্মান কৰোঁ বহুত।
Aponar bihu hunile bihu buhu lagi jai gat
Apunak pranam😍😍🙏🙏old is gold
অসমত জুবিন দা আৰু পাপন দা ৰ বাহিৰে নতুন প্ৰজন্মৰ সকলো একো একোটা গান চুৰ
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
100/hosa kotha
আপোনাৰ গান চুৰ কৰি আনিব পৰা কৈ কিয় ৰাখিছে ককাইদেউ।।।।।
Aaji kalir notun singer kisuman gaan sur hy
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
আচুৰ্যক কিন্তু ভাল ল'ৰা যেন লাগে, সি ছাগে এইবোৰ পাৰম্পৰিক ভাবে চলি অহা গীত বুলি ভাবিছে
একমত
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
🤣🤣.horu Lora bujie napale sage
Right
এখেত মাটীৰ শিল্পী, তেওঁ নিজে সৃষ্টি কৰা বহুতো গান বহুত শিল্পীয়ে গাই থাকে আৰু জনপ্ৰিয়তা ও হৈছে।কিন্তু বিপুল চেতিয়া ফুকন দেৱৰ নাম টু নলয়। বহুতো অনুষ্ঠানত এই কথা কৈ অহা শুনিছোঁ মই ও। মোৰ অতি প্ৰিয় শিল্পী ফুকন দেৱ।
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
বহুত ভাল লাগে বিপুল ককাইদেউ।
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Lockdown hoi atia
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
প্ৰিন্স তুমি বহুত ভাল কাম কৰিছা ৷
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
ধন্যবাদ । ভাল ।
You are riyli bor
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Dhuniya kontha dei#bobiphukan
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Ooo prince daa dekhun. . .take moi vabisu. . Kio dekha dekha lagise buli. . .borhiya dada
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Akhomot aru ki sur dekhibo baki thakile 😁😀😂😂😂😂
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
বিহু সম্ৰাট বিপুল চেতিয়া দেৱ
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Achurya Barpatra...He only poisa sini pai...bihu programme't Zubeen Da ru Papon dar piste tar demand...7 lakh toka lge tak...keidin hl he singer hbo?? Moi tar progrm sboi njau nijoke mega star bli vbe...30 ta gaan o gua ni sge aji loike..ru gua khni o dudiniya gaan meaning less...5yrs pist tar demand 15 lakh hbo sge...Zubeen Da aji 1 cror lbo lgisil tenkoi hle...Kin2 10 lakh loi ru sbke help kre vogai dye...40 ta family soli ase Zubeen Da'r 10 lakh tokare...We salute him..❤ But atiar singer bilkk matiboi nlage
Oh atcha etya hai bujilu.. Kisuman sngr a mne blgr gaan sur kori gaan tu new vrsn uliyai diye.. Ki mane aibur... Sur kaam vl nlge
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Sur hey niki hei2 ...Bipul dak ami bisarib lage hoklue bihu t ..val lagil
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Ajikali gan duta gai..video ata bnai dile mnuhe singer bli vabe....ru eibur mnuhe 3 ta 4ta decade par kri dse bt they are not recognized....this is assamese culture
Assamat sangathan aru commitee ai hoise kaal
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
নৱপ্ৰজন্মৰ বহুত গায়ক আমাৰ পুৰনি সকলৰ পৰাই populer হৈছে।সিহঁতে কুকুৰহতে নাম নলয়।
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Haahokh nai taar
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Achujya manchat gaan gale mat to sadai jor howa manuhar dore hoi Ata gaan he Gaba pore manchat tar pist ako ni
Tiptop dekhile ahubuli nokoba gaanti mur deutae likhisil.....deutar deka kaalote likhisil.....horute moi nijai abar schoolot gaisilu....pisot dekhisilu gaanti beliege gaise kin2 kotu deutar naamu nai even teor pora sur kora typ hol....deutae bonua assamese folk instrument jaak bin buli kua hoi haiburu beleg loi goi nijor naam dile.....sob fale corruption...sidha manuhok thogi khai....lukor bostuk nijor naam diye
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Misa kotha jd apuni dia nai kaneke pale singer a
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
মই বিপুল খুৰাক লগ পাইছো এবাৰ বহুত ভাল লাগে খুৰাৰ গান ।
Awesome song
Bipul chetia phukon upadhi duta kenekoi hol mak dujonloi biya hoise ni
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
শ্ৰদ্ধাৰ বিপুল দাক প্ৰণাম জনাই শ্ৰোতা হিচাপে কওঁ , সেই সময় ৰ বিহু নাম বোৰ আপুনি লিখা বা আন কোনোবাই লিখা এতিয়া নৱ প্ৰজন্মই সেই বোৰ পৰম্পৰা গত বিহু নাম বুলি ভাবি ভূল কৰে । আমিও শুনিছোঁ এই বিহু নাম টো কিছু বছৰ আগতে শিৱসাগৰৰ চেৰেকা পাৰ বিহু দল , নিমাইজান বিহু দল আদিত সেইহে মইও পৰম্পৰাগত বুলি ভাবি আছিলো, আজিহে গম পালো আপুনি লিখা বুলি ।
গতিকে এইবোৰ কথাত বিতৰ্ক নকৰি বুজা বুজি ত আহিলে সমাজলৈ বিৰূপ বাৰ্তা নাযায়।
নৱ প্ৰজন্মৰ এজন জনপ্ৰিয় শিল্পী আচুৰ্য বৰ পাত্ৰ লৈ অনুৰোধ , তেওঁ যেন এই মহান শিল্পী জন ৰ সৃষ্টিক সন্মান জনায় ।
হয় সন্মান জনাওক বিপুল দাদাক
Lukor gan sur krebo npai....tew likha Bihu kimn axa thik ny....sur nkore tewk abr hudhi lbo lge
Oi
হয় মইয়ো আজি হে গম পাইছো এইটো যে তেওঁৰ গীত
@@purnimadeori3661 eai bur sab sur
Bhale thakok amar bipul kokaideu ❤️❤️
অতি সুন্দৰ।
ভাল দাদা 💐
Salute Sir!!!
Axom't lyrics Chor'r population Barhi goise!
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Mojaaa dise dei
Favorite singer bipul chetia phukon
ha ha ha,koli tu ha hoy ,gann tu nohoy no
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
বিপুল চেতিয়া ফুকন যিজনক স্বয়ং জুবিন গাৰ্গে গুৰু মানে তেওঁৰ গান আচুৰ্য্যৰ দৰে কণ্ঠশিল্পীয়ে এনে কাম কৰিলে বেয়া দেখি।
Hosa kotha..
Hoi dei
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Moza 👌👌👌
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
*জনপ্ৰিয় "ভাল পাব নাজানিলো'' গানটো কোনে লিখিছিল বাৰু💞*,
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
ইয়াৰ উচিত বিচাৰ কৰক ।🤘🤘
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
আমি আকৌ এইবিলাক থলুৱা পৰম্পৰাগত বিহুনাম বুলিহে গম পাইছিলো ৷
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Gan sur krile beya ktha
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
এইটো যদি হয়, তেনেহলে বেয়া কথা হৈছে কিন্তু
#Eduknowledgecare
Bht val kam korise dda..
Bipul chetia da Assamese Bihu r Legend hoi,, Ag kalir bihu r lgt nimile....
নতুন কেইটা চুৰ হয়
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Moi lg pab lagisil kt keneke lg pam no baru help please
Number tut phn kribo
আজিকালি বহু নতুন শিল্গিয়ে পৰনা শিল্গি সকলৰ গীতবোৰ আধুনীকৰণ কৰি গাইছে
এওঁলোক এতিয়াও আমাৰ মনৰ মাজত ...🤗
Apuni khup vl km krise.... Keep doing
শ্ৰদ্ধাৰ বিহুৰ সম্ৰাট বিপুলদাৰ বিহুৰ কথা মই বেলেগ কে ক'বলৈ নাযাও...বহুত আগৰ পৰা তেওৰ বিহু শুনি আহিছো...তেও বহুত আগতেই বহু কষ্ট কৰি এই গীতবোৰৰ সৃষ্টি কৰিছিল...নৱপ্ৰজন্মই এইবোৰ গীতৰ নতুন ৰূপ দিছে সেইয়াও ভাল কথা,গানবোৰ আমিও ভাল পাইছো...কিন্তু গানবোৰ নতুনকৈ বনাওতে সৰুকৈ হলেও credit এটা দিব লাগে। অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী আচূৰ্য দাৰ গানো মই বহুতেই ভাল পাও...কিন্তু এই ক্ষেত্ৰত ক'ম তেও যেন বিপুলদাৰ প্ৰত্যাহবান গ্ৰহণ কৰে আৰু কথাবোৰে বিতৰ্কৰ মাজতলৈ গতি কৰাৰ আগতেই বিষয়টো সামৰিব লাগে।
Hosakoi hundr ktha koise apuni .kb gle ami bortoman prajonmor bortomnr geetbur r rokh bhut besi val lage .. ntun geet palei mrme adru .. pratijon shelprer geet val paw hunu . Mon krile gm pwa jai Keibsrmanr pa he axomiya geet hunar hepah barhise odhik besi shrotar...karn ntun rokh dhali gaise soo. .manisu bhut besi val lge buli.
Hei buli agr tholuwa shelpe .geet r jonmodata bulilew vul nhb. Prothom Tekhet hklok ami honman krib janib llagibo guru manib lagib. Namanile jonopreeyo hoi u fol nidibo.. karn gurur mnr aghate hengar hoi thiyo dibo....
anebur ktha hunile bor dukh lage dei.. ami u hrur paai tv t dewta koka httr hte oporor sheelpe hoklr pragram saisu...ketyaw tv sai thka pa uthi oha mnt npre.je purona gget gaisse val lga nai tokaree get lokoget gai ase ..a nasaw buli ketyaw swa aari uthi nahu...karn heya borjona sheeper proti thoka morom aru shraddha. ...so hoklu mur preeyo.. shangeet mnei mnt shraddha vab jage... kthbur mila misat jawk akkha rakhilu .
Joy ai assom .
@@missaplina ভাল কথা কৈছে...ঠিক...শিল্পীৰ মন সদায় সৰল আৰু সত্যবাদী হ'ব লাগে। ৰাইজে তেতিয়া আদৰে যেতিয়া কাৰোবাৰ কণ্ঠত যাদু নিগৰে আৰু তেও ৰাইজে পিঠি দিয়ে যেতিয়া শিল্পীজনৰ কিছুমান আৰৰ কৃতিম ধৰা পৰে। এনেবহুত ভালগোৱা ভাল কাম কৰা মানুহকো ৰাইজে আদৰি নোলোৱা সচৰাচত দেখিবলৈ পোৱা যায়...কাৰণ তেওৰ বহুত ভাল ভাল কাম সামান্য ভুল বা চতুৰতাৰ আৰত ঢাক খাই যায়।:-) , আকৌ কও খুউৱ কুমল আৰু দৰদী কণ্ঠৰে মানুহৰ আশিস বুতলিবলৈ সক্ষম হোৱা আচুৰ্যই যেন নিজৰ কৰ্মৰ ফল স্বৰূপে ৰাইজৰ চকুত কুটা হৈ নপৰাৰ আগতেই মিলা-প্ৰীতিৰে সমস্যাতো সমাধান কৰে।
@@kaushikmusiczone6231 hoi ...
Akdom thik ktha koise.....shelper mn hodai oti horol hob lage.uudar hobo lage borjnar prati shraddha vokkti Rakhi kam kri gle jibont komti kam kri glew juge juge amor hoi robo pari. ...
Achurjya daa ntunkoi uthi oha amar hklure moromr jonopreeyo shelpe .. bhulbujabujire ngoi shelpe jogotkhnr poribekh binosto hoble hole bor dukhniyo kotha hb.so jimn pare hunkle buja bujile ahok ...🙏🙏🙏
purbor pa atyale jiman ase . Shelpe hoklu ke bhut val paw honman kri ahisu...krn moi u shonget shadhonat khuj pelaisu.... hoitu ai jonmtut sadhona hekh nhobo ge.😔
মই যোৰহাত পৰা,বিপূল চেতিয়া ফুকন,বৰ ভাল মানূহ,মই নিজে পগেম চাইছো তেওক বেয়া হোবাতো আমি নিবিছাৰো
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
চুৰ হয়
😊
Bipul sir is a legend
ও মানে ইহঁতে গান চুৰ কৰিহে গাই।
Appunar gaan bur bohut val lage
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
উপযুক্ত, উচিত সন্মান কোনে দিব তেখেতক?
Mur fav singer🎤🎤🎤
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Bipul chetia phukon😍❤️🙏
xundor
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
❤️❤️😘❤️ bihu song
ধন্যবাদ
Bipul apunar dam nathakibo pare kin2 maan bohut ase, apuni hoi2 najane. I love you ..
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Val lgil video tu sai
hoi dei #mindharsvlog
তেওঁ সকলোৰে প্ৰিয়
Bipul da loi salute
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
eisob gaiok nki... kun asurjo ...
... kimn dangor singer hi... laptop dal je loi ahe ... ki mixing kore tate ... lh npai je olpo...
.. jen Hollywood r he singer ..
Mza
Thts true...... He's da ri8..........
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Eai surr tur gaan nuhunu
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
আমাৰ মাজত গান চুৰ কৰি সস্তিয়া জনপ্ৰিয়তা অৰ্জন কৰা আচুৰ্য বৰপাত্ৰ কৈ , এই চিৰসেউজ শিল্পী জনৰ স্থান বহূগুনে ওপৰত । জয় আই অসম 💓💓💓💓💓
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Achorjyo borptra aji he gaise ai gan2
But bipul chetiya dadar program saisilo bhut agte gaisill aibilk gann so dirkly gome pai kone likha gan....
Old is gold...
বিপুল চেতিয়া ফুকন ডাঙৰীয়া জ্যেষ্ঠ সন্মানীয় গায়ক।
বিপুল খুৰাৰ বিহু অনুষ্ঠান মই এবাৰ চোৱাৰ সুযোগ পাইছিল খুব সুন্দৰ ভাল লাগে তেখেত ভালে থাকক
Akdom xosa kotha.
Bipul daa dhunia aaji Kali singer bilke nijar sisti nai .. zubeen daar sisti ase bhupen daa bipul daa
So nice
আচলতে কি জানেনে অসমৰ বৰ্তমান সময়ৰ সকলো গায়ক গান চুৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য কথা নকলেও হব লগতে গানৰ চুৰ বিলাকক মতাতকৈ এওঁলোকক মাতিলে বেছি ভাল ।। কোন সঁচা কোন মিছা আগলৈ গম পাম লগতে আচৰ্যক দেখিলেই অনুভৱ কৰিব পাৰি কিবা চুৰ চুৰ ভাবত থাকে আৰু কিবা নিজকে ভয় ভয় ভাৱত থকা যেন লাগে ।। যি নহওঁক তেওঁৰ গানৰ সুৰ ভাল লাগে
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
আচুৰ্যই হয়তো এইবোৰ গান পৰম্পৰাগতভাৱে চলি অহা বুলিয়ে ভাবি গাইছিলে
ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷
Bipul Chetia Phukon main
সুন্দৰ
মই বহুত ভাল পাওঁ দাদা,, গান বোৰ শুনিয়ে থাকো