হিমন্তই সৃষ্টি কৰা ট্ৰেকত ভৰি দি ২৬ৰ বৈতৰণী পাৰ কৰোৱাৰ কৌশল নেকি জাতীয়-জনগোষ্ঠীয় সংগঠনৰ?
Вставка
- Опубліковано 15 вер 2024
- 🛑হিমন্তবিশ্বই সৃষ্টি কৰা ট্ৰেকত ভৰি দি ২৬ৰ বৈতৰণী পাৰ কৰোৱাৰ কৌশল নেকি জাতীয়-জনগোষ্ঠীয় সংগঠনৰ?
🛑বিজেপিয়ে নিজৰ এজেণ্ডা প্ৰচাৰ কৰিব নোৱাৰি সহায় লৈছে নেকি নামধাৰী একাংশ সংগঠনৰ?
🛑বিভিন্ন নামাকৰণেৰে খিলঞ্জীয়াৰ আধিপত্যৰ প্ৰশ্নটো উলিয়াইছে নেকি হিমন্তবিশ্বৰ বিজেপি চৰকাৰে?
🛑ৰাইজক মূল সমস্যাৰ পৰা অঁতৰাই ৰখাৰ কৌশলত কিমান দূৰ সফল হ’ব বিজেপি?
🛑বিজেপিৰ নামত ৰাইজৰ কাষ চাপিব নোৱাৰি “ছদ্মবেশী” বিজেপিৰ আশ্ৰয় লৈছে নেকি দলটোৱে?
🛑সকলো সামৰি আজিৰ সাময়িকী!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
বিশ্লেষণটি শুনি ভাল লাগিল। এতিয়া নিজৰ আত্ম বিশ্লেষণ অনুযায়ী সকলোৱে আগুৱাই গলেই হল।ধ্বংসকাৰী পোক বোৰৰ পৰা আঁতৰি আহি উপকাৰী পোক চিনি পোৱাৰ এয়া সময় সমাগত
সঠিক বিশ্লেষণ, যিয়ে সমাজত সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব পাৰে ।।
এটা কথা সঁচা যে অসমত বিজেপি চৰকাৰ হোৱাৰ পিছত হিন্দী ভাষীৰ প্ৰভূত্ব বাঢ়ি গল । অসমৰ মাটি সম্প্ৰতি হস্তগত কৰা আদি সকলোবোৰ কাম কৰি গৈছে ।
অন্ধভক্তই এই বিলাকৰ ক্ষেত্ৰত একো নকয় । পাগল কুকুৰৰ অসভ্যালি দেখিলে নে ।
Bhal lagil apunar katha huni
মোৰ এটাই প্ৰশ্ন ---যি সময়ত. বিধানসভাত মিঞা প্ৰসংগ উঠিছে সেই একে সময়তে উজনিত মিঞা খেদা আন্দোলন হৈছে ইয়াৰ তাৎপৰ্য কি? ৰহস্য কি ? কিয় একে সময়তে হল? ৰাইজ কথাটো কি ? ভাৱিবৰ হল । সজাগ হবৰ হল ?
অখিল-লুৰীণক সমৰ্থন কৰিবনে ৩০ টা জনগোষ্ঠীয়ে অহা নিৰ্বাচনত। নে আওপকীয়আকৈ বিজেপিকে সমৰ্থন কৰিব সেয়াহে লাখটকীয়া প্ৰশ্ন!!!!
এইবোৰ বিজেপি দলৰ দালাল হয়
Sarkarkhanak bidai dibar hol
খুবেই প্ৰাসংগিক এক বিষয়। আলোচনাটো ভাল লাগিল।
১৬ মে ২০২৬ ৰকথাহে কৈছিল বি জে পি নিঢিনা মিছা কথা কোৱা দল দেখিছেনে
A healthy discussion ❤❤I love this discussion
ধন্যবাদ ।
আপোনালোকৰ কথোপকথনৰ সাময়িকী আনুষ্ঠানটি ভাল লাগিল।
শৃখল তুমি সচাকৈ বিজেপিৰ এজেন্দা নে কি?তোমালোকে বিক্ৰী গৈ অসমখন ধংস কৰাৰ অধিকাৰ নাই।
একেবাৰেই সঁচা কথা
ৰাইজে এতিয়া বিজেপি ৰ কুচক্ৰান্তৰ কথা বুজি পাইছে।
ভাল লাগিল
Very good.
SO CLASSIC, MARVELOUS EXPLAINER...... YOUR ALL ASSERTIONS ONE TO ONE ARE ABSOLUTELY TRUE.............
U r right sir
100pc correct analysis
Absolutely right speech
Sir li like you
Excellent explain.ai xakalu sangathan r neta atia Himanta Bishwa Sarma r pocket t.atupi mod r daam palei aisob bikri hoi jai
Bhal lagil ❤
সকলোৰে জ্ঞাত। ইমান সহজ নহৱ।
Right discussion in right moment ❤
Malakar da thanks.
সঁচা কথা কৈছে মালাকাৰ ডাঙৰীয়াই 👍👏💐🎉
Fine discussions. Fine analysis. Fine interview and best person, good message to the society.
সচা কথা কেআছে দেই মানুহ জনে । মই তেখেতৰ লগত এক মত ।
দৰঙৰ ছবি দেখি ভাল লাগিল ❤❤❤❤❤❤❤❤
অনুগ্ৰহ কৰি Documentery খনৰ লিংকটো বা নামটো দিয়কচোন
জাতীয় সংগঠন সমূহ ৰ কাম একো নাই
Hagiboloi jabo
Very nice (relevant) analysis ! Thanks 🙏
ভাল প্ৰসঙ্গ
Fine
Good n very reasonable analysis. Thank you.
Argumental analysis .
Right.
বৰ্তমান চৰকাৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ চৰকাৰ গঠন কৰাৰ বাবেই সমষ্টিবোৰ নিজৰ সুবিধামৰ্মে যাতে জয়হৈ চৰকাৰ গঠন কৰিব পাৰে তাৰেই পৰিকল্পনা কৰি আছে,আৰু ৰাইজৰ মাজত হিন্দু-মুচলমান কৰি-কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ গতিকে কংগ্ৰেছ দলটো সজাগ আৰু সচেতন হৈ তেওঁলোকৰ দৰে ভিতৰুৱা আলোচনা ও প্ৰস্তাৱবোৰ নিজৰ ভিতৰত ৰাখে তাৰ বাবে চিন্তা চৰ্চা কৰক ৷ বিৰোধী ঐক্যক থানবান কৰি দি বৰ্তমান চৰকাৰ পুনৰ গঠন হয় তাৰ বাবে কাম কৰি আছে ৷ নহলেনো পঞ্চায়ত সভাপতিৰ সলনি গাওঁ সদস্য/সদস্যা জৰিয়তে নিৰ্বাচন পাতিব বিছাৰিছে ৷ গতিকে কংগ্ৰেছ দল সাৱধান হৈ কাম কৰক,ৰাইজে যোৰহাট/নগাঁও/বৰপেটা লোকসভা সমষ্টি কেইটা ৰাইজে জয় কৰালে বুলি আকাশত চাং পাতিব নালাগে দেই ৷
Bahut val kotha khuni
শৃংখল চলিহাৰ যে একো কাম নাই,
Sir you are great👍
Ur right. Sir❤
SahadatALli
Nice Reporting. We people should be alert against those....who want to create Communal politics before 2026 assembly election.🙏🙏
Karicha.
Reporter logat koi thaka jon supreme court r justice nekt
sir aapuner kathat mai eakmat aajir projanmar uthiaha deka jatiya sangathonor netar sinta
Very good analysis. I like it.
কোন শৃংখল চলিহা? তেওঁৰ কথা মতে উজনি অসম নচলে
C m
Good discussion
Very good discussion
❤bohot val lagile aponar program
The invitee has told the truth. The CM should not shout in the Assembly telling controversial mater because he is for all community and religions. The speaker also should be impartial . Pius Hajarika should not speak unparliamentary word in Assembly like "Loongi","Bahir Kori de" etc.
100%Right sir
নিশ্চয় যাব কিয় নেযাব মই হিন্দু হৈ যুক্তি টো কৈছো ।অহা যোৱা থাকিবই ।মোৰ সন্দেহ হৈছে আপুনি একো নেজানে নেকি ?
analysis correct.go on..
Sir apunar dora Assam r protijon manuha hokolu kotha buji paok haituha bisaresu hodai duwa koresu.
Appreciate
Sinkhol Soliha ajon Bi-Sinkhol manuh.
During the Congress period no Marwari,Miya didn't dare to attack the indigenous people of Assam but during the time of BJP period each and every community like Marwari,Miya , Bengali Hindu all have got courage to attack the indigenous people of Assam. I think that it is the policy of BJP to implement divide and rule to come to power again by religious polarization. It is very bad symptom of future generation of Assam.
❤😂❤❤❤
Right, you are right in saying that it is a tactics of the govt to divert peoples attention from the main issues. To cover govts failure in different fronts, it may be a govt tactics. During the regime of this govt we often see frequent conflicts between khilanjias and big buisnes groups which are mostly outsiders. It may be so that there may be an under link between bjp and big buisness groups for fulfilling their own interests.
What is the need of a new jatiabadi dal when already a j p is working dedicatedly for protection of interests of khilanjias. Now srinkhal chaliha is shouting loud for the rights of khilanjias,but during the agitation against implementation of c a a, he was dead against the c a a,interestingly peoples are doubtful over the fact that if there is an underlink of bjp with him. One should mind it that bjp has forcibly imposed the c a a in assam against the wishes of the peoples.
Bhut. Bal. Lagil. Sir. Khathai. Bilak
আকৌ গেম্ প্লেন ৰচনা হৈছে আজি !অসম চুক্তি ৰুপায়ণক লৈ আজি চৰকাৰৰ মূৰব্বীজনে অসম চুক্তিৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাননীয় বিপ্লৱ শৰ্মা আয়োগৰ দ্বাৰা প্ৰস্তুত অনুমোদনৰ মাজৰে ৫৭ টাৰ ৰুপায়ণৰ ক্ষেত্ৰত আজি লক্ষীমপুৰত অনুষ্ঠিত কেবিনেট সভাত অনুমোদন হোৱা বুলি মুখ্য মন্ত্ৰীৰ দ্বাৰা সাঙবাদিক সকলক দিয়া বাৰ্তা ! এতিয়া ঈশ্বৰেহে জানে কি হয় !!
Correct ktha koise but. Aibur dekha napai ssaru saru manuhk jihke tohke koi ase
Jetiya nijoke Roja buli bhabile tene kuwa hoy a
Akhamat Akhamiya r adipaitra thakibo lagibo, heitu 100 percent hosa, aru aituo hosa je Akhamat bonik class ba bahiragatar dopdapani adhik hoise, e Akhamar bhabhijatar karene bhal nohay. Aitu thik je nijar matir adhikar , rajnoitik adhikar siradinar karene hurkha hoi thakibo lage. Eyat kunu handesh Mane doubt thakibo nalage. Gharloi aha atidhia jadi gharat Piya pari bohi rajnoitik, bhumi adhikar loi, tetia ami ki chup hoi thaki lagibo neki?
Jiye Nahok Assam atiya miyar dokolat goi Ashe,
Amar iyato bjp natai Raj mistrik toka diya nai saijon bjp nata jon ajo aparadhi bahu kas sali ase
S
কথা টু ৰাইট, মাৰ পিট কৰিলে খমা বিচাৰিলে কি আইন, নাটক হয়
To collect money
Assam.ane.ata songothon..nai.jiye.neki..sarkaror.osrot.bikri.nejay
hemantar gundagiri
Tar fore ustm
kilongiar definition kune dile..?
pandibd sakle sanaukya buli mal too loi certificate dia .....
এইকেইটা মস্ত কংগ্ৰেছ । বাম উকীল। অসমীয়া খিলঞ্জীয়াৰ সমস্যাৰ এটা কোনো উল্লেখ নাই ।
অসম অসমীয়া সকলৰ পক্ষ লোৱাজনক বেয়া পায় । মুখ্য মন্ত্ৰী হলে এনেকুৱা সাহসী হব লাগে ।
অসমীয়াই কেতিয়াও ক্ষমা নকৰিব ।মানুহ সচাই বুৰ্বক নহয় ।বুৰ্বক মুৰ্খ সচাই তহত । তহতৰ চত্ৰ ছায়াতে এদপ এদপ কৈ বিশেষ শ্ৰেণীয়ে অসম গ্ৰাস কৰিছে ।হেৰৌ ক্ষমতাৰ খকুৱাহত নিজৰ জাতিটোক এবাৰ ভাবি চাবি ।
Apuner chenal tur nisina faltu chenal nai
Bhal chenal kon to ? Kobo ne ?
Tur nisina reporter amaak nalage toi miya agent
toi bjpr sua seleka
Durvago jonok khota yamar ohmor cm himanta biswa Sharma eman sutiya rajniti kore . Duk loga khota Sonowal sir yasil hindu Muslim kuwa nasil. Sutiya cm himanta biswa Sharma cm hoi bjp party hek korile. Vabi silo bjp korim . Atiya mon rori yase sutiya cm himanta biswa Sharma ketiya mor juta marim.. sir
ধন্যবাদ।
Appreciate
❤😂❤❤❤
❤😂❤❤❤
❤😂❤❤❤
❤😂❤❤❤
❤😂❤❤❤