ন্যায়পালিকাৰ মুৰব্বীৰ ঘৰত কাৰ্যপালিকাৰ মুৰব্বী! প্ৰকৃততে ই সূচাইছে কি?
Вставка
- Опубліковано 4 лис 2024
- ⏭️ভাৰতৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী আৱাসত দেশৰ প্ৰধান মন্ত্ৰী!
⏭️অৰ্থাত্ ন্যায়পালিকাৰ মুৰব্বীৰ ঘৰত কাৰ্যপালিকাৰ মুৰব্বী!
⏭️এই বিতৰ্কই প্ৰকৃততে সূচাইছে কি?
⏭️মুখ্য সম্পাদক পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
এইয়া নিশ্বয়কৈ দেশখনৰ বাবে অশনি সংকেত।কাকনো বুলিবা ককা আটায়েৰে দাঢ়ি চুলি পকা।জনতাৰ আৰু বুজিবলৈ বাকী নাই।
দুই মুখখ একেলগে পূজা কৰাটো দোষনীয় নহয় ।কিনতু চনদৰচূড়ে ৰনজন গগৈৰ পথ অনুসৰন নকৰিলেই হল ।
সাধাৰণ জনতাই কাক বিশ্বাস কৰিব
আগৰ মুখ্য ন্যায়াধীশ জনৰ পথকে অনুসৰণ কৰিব নেকি! পদৰ মৰ্যদা নিজৰ ভৰিয়েদি গোচকিব নেকি !
অশনি গণতন্ত্ৰৰ সংকেত
বিশেষ নতুন কথা নহয়।ন্যায়পালিকা কেতিয়াবা ই কাৰ্যপালিকাৰ কব্জাত সোমাইছে।
এইয়া ক্ষমতাৰ অপব্যৱহাৰৰ চকিৰ মৰ্য্যদা নুবুজা এইয়া অতি নিন্দনিয় অপকৰ্ম বুলি ভাবো
এইটো ভাল কথা নহয়।
আচলতে ডি ৱাই চন্দ্রচুড় ৰ কোনো ভুল হোৱা নাই।তেখেতে ভবা নাছিল যে ইয়াৰ পিছফালে অভিসন্ধি লুকাই আছে।
সময়ত গম পোৱা যাব
পিছলৈ,ভাৰতৰ ধৰ্ম নিৰপেক্ষ গনতান্ত্ৰীক ৰাষ্ট্ৰৰ চৰিত্ৰ অতুত থাকিব নে? আজিৰ দিনত এইটো এটা লাখ টকীয়া প্ৰশ্ন। ন্যায়ৰ বৰঘৰত যেতিয়া কাৰ্যকৰ্তাৰ প্ৰবেশ ঘটিব তেতিয়া আৰু বুজিবলৈ বাকী নাথাকিল ন্যায় ব্যৱস্থাৰ ওপৰত অধিকাৰ নতুবা প্ৰবেশৰ অনুমতি! ৰাইজ আজি সচাকৈ বিভ্ৰান্ত।
Dekh Dhormor namotei Bibhajon hoisil dhormo niropekkho kyo otut rakhibo lageh.......!!
Former CJI Ranjan Gogoi r poth lole neki????
No one can take away the fundamental, Religious, Rights of an Individual. Chàndrachur and Modi is an Individual, So they have right to practise religious ritual alltogether. Mind that chàndrachur has not arranged Ganeshpuja self But his wife, family has Involved here, So, we cannot take away the right of family. Modi is prime Minister of India, So he may participàte or any one may invite him. Everything should not see from political angle.Chandrachur is100%Right. Those who criticised they are Hopless, They want always to keep Mediàval thought, they do not want to change adjusting with present Situation, present Advancement of Society. How one can dare to distance from Executive Who has kept the Sovereignty of India, Give Salary to Judges, Economy to Society's or in practising Religious Rituals altogether.
What.......?
It shows that Judiciary plays second fiddle with the Eeecutjv.
Chief justice a compromise korise sorkaror logot
এই ক্ষেত্ৰত জনসাধাৰণৰ ওচৰত,এই অপসংস্কৃতিৰ বিৰুদ্ধে দেশজুৰি এক বৃহৎ গণ জাগৰণৰ গঢ়ি তোলাৰ বিকল্প নাই!
Judiciary is now in dengerous situation.
Retirement r paasot PM ye vaal hubidha r toop dise nki?
Not a good sign for the country, democracy will go to hell
This is outright unwanted. It may send a wrong signal to the society.
Pujat Matise Vighnaharta Shree Ganeshor Taat goiseh Heitu Bitorko kori luv nai.. .....!! Heitu loi miyi hay Bitorko koribo
এই বাৰ বা কি হব !
Asol kotha tu ki .? Bishlekhonor proyujon.
Desh বিপদত
It s mean last moment Cji also surrander with Modi Govt
if another ranjan gogoi is born then judiciary would be useless...dhik ?
This is not a good symptom .
chay bikneko giya?
Hokolu hondehjanak hoi poril beya lakhyan dekhor babe.
Çhief Justice is condemned by people ,He is victimized by Modi and company , wretched CJ ,.
Mate nufute ki sa aapunar news