মোৰ জীৱনটো বৰবাদ কৰি দিলে, কেনেকৈ জীয়াই থাকিম নাজানোঁ

Поділитися
Вставка
  • Опубліковано 17 вер 2024
  • ▶️চুমিৰ বাহিৰে দেশত আৰু নিউজ নাই নেকি? মই কেনেকৈ জীয়াই থাকিম নাজানোঁ। মোৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ দৰে আৰু কাৰোৰে জীৱনত নহওঁক। বিশালক সংগীতৰ যোগেদিহে চিনি পাইছিলোঁ, এই ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ কৈছিলোঁ। সুন্দৰী হৈ যদি কাৰোবাক প্ৰৱঞ্চনা কৰিছিলোঁ যদি প্ৰমাণ দিবলৈ আহ্বান চুমি বৰাৰ।

КОМЕНТАРІ • 2 тис.

  • @satyendradeka6343
    @satyendradeka6343 5 днів тому +98

    কেচটো cbi ক দিব লাগে নহলে ন্যায় অন্যায়ৰ বিছাৰ সঠিক নহব

    • @NB-bv7hu
      @NB-bv7hu 3 години тому

      ajikali CBI nai nohoi, BBI (Bjp Bureau of Investigation) he ase

  • @user-dl3ee8fz1p
    @user-dl3ee8fz1p 4 дні тому +59

    কৃষ্ণ কৃষ্ণ এই গৰাকী অসমৰ প্ৰথম মহিলা কৰিঅগ্ৰাফাৰ গৰকী নহয় জানো,টকা চুৰনী এইগৰাকী ,ট্ৰেডীংৰ নামত কোটি কোটি টকা মাৰোতে কেৰিয়াৰ কথা নাভাবিলি ন, ইমান অহংকাৰী মানুহক চিনি পাওঁ বুলি কোনে ক'ব, নিজকে সুন্দৰী বুলি কবলৈ লাজ লগা নাই,কোনে ক'লে তোক সুন্দৰী বুলি আমি ক'লে তোক সুন্দৰী বুলি নক‌ও‌ মহা ঠগ প্ৰৱঞ্চক বুলি কম,

  • @minakshiborgohain7378
    @minakshiborgohain7378 5 днів тому +115

    শোওতে বহোতে খাওতে গা-ধোওতে ২৪×৭ ঘন্টা লগত কি আমাৰ ভাই নাই কেৱল তোৰ এই জিৰাফটোহে ‌যেন একমাত্ৰ পৃথিৱীৰ প্ৰথম আৰু শেষ ভাই তাকো ৰাতি বিছনা ও ভাগ কৰিছিলি..চতুৰ নহয় তই সুচতুৰ নৰ্তকীৰানী... ছিঃ ছিঃ ছিঃ থুই থুই

    • @protimadutta2890
      @protimadutta2890 5 днів тому +2

      হাজাৰ কোটি টকাৰ লাফৰা কেই কোটি মান পুলিছক কেই কোটি মান চৰকাৰক ইতিমধ্যে দিলাই----বচ খেলা খটম ---

    • @BabitaKalita-m4k
      @BabitaKalita-m4k 5 днів тому

      😂😂

    • @pranabpranab7092
      @pranabpranab7092 5 днів тому

      Mojja dise

    • @sidhartha.123
      @sidhartha.123 5 днів тому

      Hei napai eneke nokobsun 🙌

  • @user-en5yv3iu2p
    @user-en5yv3iu2p 5 днів тому +88

    She is the example of one of the smartest Manipulator and Narccist person 👏🏿👏🏿👏🏿👏🏿

    • @Konsan-i4e
      @Konsan-i4e 3 дні тому

      Please before any enquiry...stop giving her such platform

    • @Konsan-i4e
      @Konsan-i4e 3 дні тому

      Now a days media is all sold...

  • @gunjan_sagar
    @gunjan_sagar 4 дні тому +36

    সাধাৰণ জনতা ইমানো মূৰ্খ নহয় যে তোমাৰ কথাত ভুল যাব

  • @babluentertainment2845
    @babluentertainment2845 5 днів тому +248

    আইনে তোমাক একো নকৰে অঁহ ডেহা কাৰণ তুমি পুলিচ ঘোষ দিলা যে 😂😂😂 কিন্তু মেদিয়াক নোৱাৰিবা ও

  • @rupakkumarojah1343
    @rupakkumarojah1343 5 днів тому +213

    Kuneu dance kori emn property bonabo nuware

  • @bibhutigogoi4248
    @bibhutigogoi4248 5 днів тому +88

    দম্ভ আৰু অহংকা চেনাই এতিয়াও কমা নাই সুন্দৰ আৰু আগবাঢ়ি যোৱা,লাজ লগা নাই।

  • @devdas8542
    @devdas8542 5 днів тому +53

    সৰু লৰা.. ডুবাই যাবলে পইচা কত পায় ..?...১০ কোটি টকা খৰচ কৰিবলৈ তই পইচা কত পালি..? তই আমাক বুজায় বুজায় জমা কৰা পইচা কেইটা নি.. বিয়া পাতি, ঘূৰি, ফুৰি Enjoy কৰিলি... এতিয়া কান্দিব আহিছ.. পইচা যদি নাপাওঁ নহয়... তই মঙ্গল গ্ৰহত যাব লাগিব.. ইমানে কলো টোক

    • @ratulhaloi542
      @ratulhaloi542 День тому

      😁😁😁😁মঙ্গল গ্ৰহ

    • @ApurbaApurbadas-q7n
      @ApurbaApurbadas-q7n День тому +1

      মঙ্গল গ্ৰহ নহয় সূৰ্য লৈ পঠাব লাগে।

  • @gbarman8350
    @gbarman8350 5 днів тому +73

    সৰু ভূল নহয় ৷ হেজাৰ হেজাৰ কৌটিৰ কেলেংকাৰী ৷ বহু মানুহৰ টকা আত্মসাৎ ৷ মোৰ জীৱনটো বৰবাদ কৰি দিলে নহয় ৷ তোমাৰ জীৱনতো তুমি নিজেই বৰবাদ কৰিছা ৷ তুমি ধোৱা তুলসী পাত নহয় দিয়া ৷ বিশালৰ কামৰ লগত তুমিও সমান সহযোগী ৷

    • @Amlan_jyoti600
      @Amlan_jyoti600 3 дні тому +3

      Apuniu invest korisil nki ?

    • @gbarman8350
      @gbarman8350 3 дні тому

      @@Amlan_jyoti600 নাই কৰা

    • @gbarman8350
      @gbarman8350 3 дні тому

      @@Amlan_jyoti600 নাই কৰা

  • @NKMedia-d6k
    @NKMedia-d6k 5 днів тому +108

    আৰু আহিবি তই কেমেৰাৰ আগত
    🙏হাতযোৰ কৰিছো তোৰ দৰে এজনীয়ে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনক আৰু বদনাম নকৰিবি দে আইজনী

  • @ankursarma3725
    @ankursarma3725 5 днів тому +408

    Acting khini bhal lagisa ......atia emotional playing card khalisa.....balagor poisa khai enjoy koruta aibur lecture monot oha nasil ....sob acting ....tumak atia kuna accept koribo ....tumi dami dami bostu louta monot pora nasila

    • @sumanbora9473
      @sumanbora9473 5 днів тому +5

      Ayat top to bottom ase so ami ordinary manuah k thogile tar bahire sob natok solai ase and sob manage hoi eibur aikhn cinema nisna dekhua goise and bhalki hikai dise kiniki ki kot kobo lgi tehetok

    • @mainadeka314
      @mainadeka314 5 днів тому +13

      কোটি কোটি টকা মাটি gari flat বাগান বিদেশ ভ্ৰমণ বিয়া gift বিলাসী গহনা পুতলা dress আৰু এতিয়া ঘৰিয়ালৰ চকু পানী আৰু মেডিচিন কোম্পানী কত গল এই হাজাৰ কোটি টকা কত আছিল সেই আলাউদ্দিন ৰ চাকি আৰু এতিয়া মিছা কথা কবলৈ 😂😂😂😂 এয়াই হল আমাৰ অসম চৰকাৰৰ পুলিচ প্ৰশাসন আৰু লুভিয়া উকীল আৰু এতিয়া বিশালৰ টকাৰ ভাগ সকলোৱে পালে 😂😂😂😂

    • @SumiBaruahdas-j3w
      @SumiBaruahdas-j3w 5 днів тому +6

      Tur laz nai .emn misalia acting korisa same cinema nisina acting koriba Jana de

    • @PriyankiBorah-b4u
      @PriyankiBorah-b4u 5 днів тому +2

      Drama queen

    • @ManaswitaBaruah
      @ManaswitaBaruah 5 днів тому

      Teur uparjon aru khorosor kunu mil nai, teur eku dus nai jodi prothom dinai policeok sohojug nokorile kio?

  • @NKMedia-d6k
    @NKMedia-d6k 5 днів тому +63

    অসমৰ প্ৰথম গৰাকী মহিলা কৰিঅগ্ৰাফাৰ আপুনি,
    ভাল কাম কৰিলেহে মানুহে প্ৰশংসা কৰিব৷
    লোকৰ টকাৰে Destination Wedding পাতিলে
    লোকৰ পিঠাৰে বিহু পাতিলে
    এতিয়া কান্দি লাভ নাই

  • @BR5STAR
    @BR5STAR 5 днів тому +24

    সচাঁ মানে পোহৰ, সচাঁ মানুহ কেতিয়াও লোকাই নাথাকে। যদি তোমাৰ একো ভুল নাই তেনেহলে ইমান দিনে ত ই ক'ত আছিল আগতে টো ক'ব পাৰিছিল। এতিয়াহে এনে কবিতা লিখি গাব নালাগে 😂

  • @Anamika-1233
    @Anamika-1233 День тому +5

    Boycott SUMI BORAH👍

  • @sumimahanta3534
    @sumimahanta3534 5 днів тому +352

    Media a tur jibon ses kra ni nijor jibon nijei ses krili

  • @DBARMAN-v6c
    @DBARMAN-v6c 5 днів тому +146

    কান্দি দেখুৱাব নেলাগে। এই বোৰ অভিনয়।ঘৰিয়ালৰ চকু পানী। বিয়াৰ পিছত দিয়া সাক্ষাৎকাৰৰ কথা মনত আছেনে?মন গৈছিল,সোপন আছিল, ইচ্ছা আছিল। তোমাৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস দুয়োটাই নাই।

  • @golapitamuli5972
    @golapitamuli5972 5 днів тому +32

    ত‌ই‌ ইমান টকা ক'ত পালি‌ , তোৰ ইমান বাহাদুৰি ,‌ তোৰ টকাৰ পুৰস্কাৰ পালি ভালদৰে।

    • @utpaldas3316
      @utpaldas3316 5 днів тому

      কল্কি মুবিৰ hiroin😂😂

  • @bijubora1924
    @bijubora1924 3 дні тому +20

    এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ৰাজস্থানৰ উদয়পুৰত বিয়া পতাতো চুমী আৰু তাৰ্কিক ৰ আশা আছিল, এতিয়া কৈছে বিশালে জোৰ কৰি পাতিলে, সিহঁতৰ ইচ্ছা নাছিল বোলে। নিজৰ কথাত নিজেই ধৰা পৰিছে।।😂😂

    • @RumiDas-o4f
      @RumiDas-o4f День тому

      Hoi dei question 2 karibo lagisil kaar aha asil😅

  • @DevikaGogoi-f1n
    @DevikaGogoi-f1n 5 днів тому +13

    অহংকাৰো সীমা আছে ইমানৰ পাছতো তাইৰ কথা বোৰেই প্ৰমাণ কৰে পইচা জোৰেৰে বাছি যাব। গাৰ কাপোৰ আৰু অলপ কমাই পিন্ধিলে সকলোৱে আদৰি ল'ব।

  • @DipChou
    @DipChou 5 днів тому +39

    Acting tu bohut bhal lagise চুৰুণী বৰা বাইদেউ

  • @jadrishidutta5544
    @jadrishidutta5544 5 днів тому +65

    ছোৱালী বোৰ বিয়া হ'লে নিজৰ মানুহ জনৰ লগত হে ফুৰিবলৈ যায় তাই আকৌ পাতি লোৱা ভাইটি বিশাল ৰ লগত হে যায়, ২ লাখ টকীয়া টেডি বিয়েৰ এতিয়া ছাগে তই কিমান দামী উকীল লৈছা সেই তু তই হে জানিবি চব মেনেজ হোৱা পিছত ওলাই আহিছ' অসমৰ মানুহ বোৰ ইমান অকৰা পাইছা নেকি? চব তোৰ নিচিনা মূৰ্খ নহয় টো কোনেও তোৰ কথা বিশ্বাস নকৰে

  • @uncommon6809
    @uncommon6809 5 днів тому +88

    যাবত-জীৱন জেইল হব লাগে।

  • @TinaKonch
    @TinaKonch 4 дні тому +11

    বিশাল ৰ মাকে বোলে - তাই মোৰ লৰাক টোক ধ্বংস কৰিলে। News ত হে পাইছিলো দেই

  • @podumkhakhlari5544
    @podumkhakhlari5544 5 днів тому +32

    এই বহুত চলনাময়ী নাৰী যি কৈ আছে তাত কোনোৱে পতিয়ন নাযাব । তাই বিয়াত খৰচ কৰিবলৈ ইমান টকা ক'ত পালে প্লশ্ন কৰক । এই মিচা মাতি গোটেই কেলেংকাৰিটো অন্য ফালে নিব বিচাৰিছে ।মেইন কালপ্ৰিত এই মাইকীজনী হয় । টিকা লাল কৰি বেট দিয়ক সচা কথা ওলাই পৰিব । বহুত উপৰ কা মাল হয় এই ।বিচাৰ কৰক এৰি নিদিব দেই ।

    • @bhabanitakalita4942
      @bhabanitakalita4942 6 годин тому

      দিলে ও কাম নাই তাই আৰু ওলাব পাৰিব নেকি সমাজত।ডুবাই ত যাব গুচি তাত ৰীল বনাই ডুবাই ৰ কেইটাক bakri বনাব।তাই লাইফ বৰ্বাদ হব নে ।salamoyi bapre bap ইমান কথা change ও

  • @monishaboruah941
    @monishaboruah941 5 днів тому +26

    লোকৰ টকা প ইচা খাই ইমান মিডিয়াক দূখ দি লাভ নাই ।প্রথমে নিজৰ স্বভাৱ চৰিত্র ভাল কৰিব লাগে

  • @tulumonichetia7189
    @tulumonichetia7189 5 днів тому +137

    Nilaj eijoni... eman khini huwar pasotu attitude and level nokomil... oversmart joni .tuk nuhudhi kak hudhibo suruni...poisa bur loute nabhabili..atia nijoke protect koribole jiti boki nathakibi..val huwa hole support pali hoi bujili

  • @goalparaboyvlog2468
    @goalparaboyvlog2468 5 днів тому +111

    ঘৰীয়ালৰ চকুৰ পানী

  • @puspadhardowarah1932
    @puspadhardowarah1932 День тому +2

    সিমান খিনিলৈ নভবাই ভাল!আজি জীয়াই আছো কাইলৈ বা কি?এটা সময়ত সুখ আৰু এটা সময়ত দুখ। মোৰ সৰুৰ"পৰাই দুখ।তথাপিও হাৰ মনা নাই! এটাই ভাল গুণ আছে সেইটো হৈছে ধনৰ কাৰণে মাথা নামাৰো!

  • @bubumax6225
    @bubumax6225 День тому +2

    অই চুৰনি তোৰ বাপেৰ-মাৰৰ আছল পৰিচয় কি তই জানো জান। বৰহোলা চাহ বাগানৰ পৰা তোক তুলিহে আনিছিল। সেই কাৰনেতো তোক বাংলাদেসী বুলি কই ঘৰৰ ওচৰত বহতে।

  • @BishwajitBoro-o4c
    @BishwajitBoro-o4c 5 днів тому +39

    চুমি বৰা ধুনীয়া অভিনয় কৰিব জানে দেই, সেই কথা খিনি যদি তুমি আগতে কব লাগিছিল,এতিয়া ১০ দিন পিছত কিয় কব লগা হল কিয়, এতিয়া ঘৰিয়ালৰ চকুৰ পানী দেখুৱাই লাভ নাই মইনা কলিজা

  • @sewalirajguru5092
    @sewalirajguru5092 5 днів тому +27

    যদি একো কৰাই নাছিল তেনেহলে এইকেইটা দিন কিয় লুকাই আছিল??

  • @bhargabkalita2430
    @bhargabkalita2430 5 днів тому +67

    এইবিলাক উল্টা পুল্টা বকি লাভ নাই,, 5বছৰ জেল হব লাগে তাৰ পিছত কেছ হওঁক। একোঁ যদি ভুল কৰা এ নাই পলোৱা কথা নাছিলে , হাজাৰ হাজাৰ কোটি টকা কৰ পৰা আহিলে ,, আৰু কোন কোন আছে জৰিত চব বিলাকক জেলত ভৰোৱা ব্যৱস্থা কৰিব লাগে,,

    • @nitirajkhowa6521
      @nitirajkhowa6521 5 днів тому +2

      তয় আৰু ভিডিঅ'বনাই লাভ নাই,কোনেও তোক নেচায়।

    • @BharulBharulAli
      @BharulBharulAli 5 днів тому +3

      Moe sam

    • @ManojDas-fe9wp
      @ManojDas-fe9wp 4 дні тому +1

      😂😂😂
      Tur basi juwar upai ny karone toi ulai ahixo,..

  • @pankajjyotidas5576
    @pankajjyotidas5576 3 дні тому +4

    বিদ্যা সপত মই কিন্তু চুমি বৰা কিন্তু মুকেচ আম্বানীৰ ছোৱালী বুলি হে ভাবিছিলো বিয়াৰ সৰচৰ কথা শুনি

  • @DilipBania-ht6gc
    @DilipBania-ht6gc 13 годин тому +2

    Support for Sumi Borah❤😢😢😢

  • @BapuSun-bj9kb
    @BapuSun-bj9kb 5 днів тому +74

    যাইকি নহওক পাতি লোৱা ভাইটি হিচাপে এই বিপদৰ সময়ত গা এৰা দিব নোৱাৰোঁ বুলি কৈছা - কথাষাৰ ভাল লাগিল । বিপদৰ সময়ত বিশালক আগৰ দৰেই ভাইটিৰ মৰম দিবা ।

    • @user-yl9lu6kb6e
      @user-yl9lu6kb6e 5 днів тому +1

      Bikhal Tai rakhiyal jj aru poisa ase tr tt kne koi aribo emn daongr daongr upohar paise knekoi tk lg araa dbo

  • @MoniSankarPator
    @MoniSankarPator 5 днів тому +28

    Bollywood r Dance Choreographa Ganesh Acharya আৰু Remo D'Souza ৰ ও তোৰ দৰে সম্পত্তি নাই মুম্বাই। তই কত পালি ইমান টকাৰ সম্পত্তি...?? কৰ পৰা আহিল... চুৰণি তই। মানুহৰ টকা চুৰি কৰি কৰি খালি তই

  • @ashutdutta2698
    @ashutdutta2698 5 днів тому +22

    মই এটা কথা বুজিলোঁ তুমি কত লুকাই আছিলা পুলিচে গম পাই । পুলিচৰ লগত তোমাৰ পেক হৈ আছে ।।

  • @ShiftDevice
    @ShiftDevice 5 днів тому +9

    Acting Tamam Mojjjja Lagise de Laj sharam ase ne nai, 5cr kune gift kore? Mukesh Ambani Sake kaku eman toka gifts diya nai

  • @hiranyabaruah3085
    @hiranyabaruah3085 День тому +1

    নাজানিলে কি হব যদি সঁচা হয় তোমাৰ লগত কোটি কোটি টকা খৰছ কৰাৰ আগতে তুমি জানিব লাগিছিল বিশালে ইমান টকা ক'ত পালে? এতিয়া এই দৰে কলে কি হব।

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 5 днів тому +29

    O আই ফুটা বহল হলে এনেকুৱাই হয়

  • @user-zf4uh5dh2s
    @user-zf4uh5dh2s 5 днів тому +24

    তিনি কোটি ক'ত পাইছিলা আইজনী?

  • @JCUfilm777
    @JCUfilm777 5 днів тому +17

    অভিনেত্ৰী য়ে অভিনয় সুন্দৰ কৰিছে। হিচাপ মতে এই ক kalki চিনেমাত অভিনয় কৰিবলৈ লোৱাই ভাল আছিল ৰাঘৱ ত অভিনয় কৰি মিচাতে তাই সময় বৰবাদ কৰিলে এনেকুৱা অভিনয় কৰিলে পাছলৈ হলিউদ ত চান্স পাব 😂😂

  • @Jyotishman-m3v
    @Jyotishman-m3v 5 днів тому +4

    One of the most dangerous lady actress, who knows acting very well.

  • @rituparnadas9877
    @rituparnadas9877 5 днів тому +4

    Boycott Sumi and Tarkik

  • @deepamonineog5608
    @deepamonineog5608 5 днів тому +14

    তোৰ সমান ভাল মানুহ কোনো নাই তোৰ অভিনয় কোনেও বিশ্বাস নকৰে

  • @BedantaPathori
    @BedantaPathori 5 днів тому +12

    ভালদৰে INVESTIGATION হব লাগে, এইবোৰ Acting কৰিলে কৰি বাছি যাব নোৱাৰিব।

  • @romanborgohain2997
    @romanborgohain2997 5 днів тому +30

    যি‌মানুহে নিজৰ ভুলৰ বাবে অনুতাপ নকৰে আৰু আনক দোষ জাপি দিয়ে তেনে মানুহৰ পৰা সত্য কথা আশা কৰি লাভ নাই।

  • @NB-bv7hu
    @NB-bv7hu 3 години тому

    CBI should be renamed as BBI (Bjp Bureau of Investigation)

  • @entertainmentvideos6594
    @entertainmentvideos6594 5 днів тому +2

    কি সুবিধা ললে কৈ দিয়া মইনা কলিজা, 5 কৌটি কিমান তা শূণ্য লাগে জানা নে, কষ্ট কৰি উপাৰ্জন কৰিলে বুজি পালা হৈ শূণ্য আগত লগোৱা আৰু পিছত লগোৱাৰ মূল্য।

  • @DilipKataki
    @DilipKataki 5 днів тому +7

    যিমানেই ৰাইজে কমেন্ট নকৰক , বাইদেউ ভিনদেউ কিন্তু মেনেজ হৈ যাব । কাৰন ভাইতিৰ আললাউদদীনৰ চাকিটো বাইদেউ ভিনদেউৰ হাতত আছে ।

  • @sanatnirmolia5107
    @sanatnirmolia5107 5 днів тому +37

    কেলা তই কিমান দিনৰ অভিনেত্ৰী ইমান যে লেবেলত কথা কয় আছ

  • @bubusaikia710
    @bubusaikia710 5 днів тому +20

    পইচা দিলে সব মেনেজ হয়

  • @mpa3.093
    @mpa3.093 День тому +1

    She is vry smart girl eating brother money now she is dhoya Tulsi pata 😂😂😂 CBI & ED will take care her

  • @tridib-nagaon
    @tridib-nagaon День тому

    ED aru Income tax must investigate her. Eman nirduxi buli koi ase ulai jabo sob.

  • @nitishkakati3925
    @nitishkakati3925 5 днів тому +31

    নিজৰ ভুলৰ বাবে নিউজ চেনেলক দোষাৰোপ কৰাটো কোনো যুক্তি নহয় ।যেতিয়া আনৰ টকাৰে বিলাসী জীৱন যাপন কৰা য়ায় তেতিয়া সেই টকাৰ উৎস কি আছিল আপুনি এবাৰ প্ৰশ্ন কৰিব লাগিছিল ।
    শেষত এটাই কথা কব বিচাৰো য়ে এনেকুৱা অভিনয় কৰি ঘৰিয়ালৰ চকুপানী নুটুকিব ।
    যদি আপুনি নিৰ্দোষী আছিলে তেনেহলে এদিন পাছত স্পষ্টীকৰণ নিদিলে কিয় ??? আজি অতদিনে লুকাই থাকি ইমান স্পষ্টীকৰণ দিব নেলাগে এতিয়া আৰু ইয়াৰ প্ৰয়োজন নাই।

  • @bishaldas3964
    @bishaldas3964 5 днів тому +16

    Reels bonuwa buli dekhisilu..aru bilakhikotare life eta spend korau dekhisilu..kintu lukai kene ey 7 dinot iman dhuniyake traning kori dhuniya acting koribo pariba buli atlist moi voba nasilu..

  • @JunumoniKonwarGogoi-p4o
    @JunumoniKonwarGogoi-p4o 5 днів тому +8

    পুলিচক ঘোচ দি এতিয়া ধৰা দিছে।

  • @NKMedia-d6k
    @NKMedia-d6k 4 дні тому +1

    ডিব্ৰুগড়ৰ জিমখানাত চুমি বৰাৰ ইণ্টাৰভিউ লোৱা চেনেলটো মানে NK tv নেকি?
    আৰু সাংবাদিক জন গোস্বামী নেকি বাৰু?
    এতিয়া “কলিতা” জন কোননো?

  • @x__6591
    @x__6591 4 дні тому +10

    বোনৰি চুদমাৰানি। নিজৰ জীৱন নিজে শেষ কৰি দিলি । বঢ়িয়া নাটক , তোমাৰ কাৰণে চেন্দেলৰ মালা বনাইচো , বোনৰি 😂 উত্তৰ মিডিয়া ই নহয় তই দিব লাগিব , বেটিৰ Confidence লেভেল চা , তই আৰু একো কৰিব নালাগে বোনৰি , তক কৰিবও কোৱা নাই , বোনৰি । ইয়াক দেখিলেই কিবা মুখত মুতি দিও মুতি দিও লাগে। । বোনৰি। । উল্টাই পল্টাই দুই থাপৰ দিয়ক না auto matic সঁচা কথা কৈ দিব । বোনৰি।

  • @entertainmentandexercies415
    @entertainmentandexercies415 5 днів тому +28

    এই ইনেই যে পায় এই ইনেই যে।আনৰ টকাৰে বিয়া পাতি বহুত উফাইদাং মাৰিছল।সকলো সম্পতি বাজেয়াপ্ত হ'ব লাগিব।

  • @Dolly_Sarmah
    @Dolly_Sarmah 5 днів тому +11

    Lebel koma nai Dhokori joni r ... eman khini hou juwa r pasot u ,, Notorious korobar ..

  • @bonditabora9992
    @bonditabora9992 5 днів тому +36

    Poisa bur kot pale xeitu xudhok.. Abul tabul boki thkibo nalage.. Destination weeding কৰাৰ eman কোটি toka pale kot??? Kandi dekhuai luv ny.. 👎👎

    • @udiptabora3878
      @udiptabora3878 5 днів тому

      Absolutely 💯

    • @bishalsarma5306
      @bishalsarma5306 3 дні тому

      পইছা কত আছে প্ৰমাণ নাই সেইটোৱেই টো ডাঙৰ কথা 😂 তাই বাছি যাব,,,পুলিচ ৰ হাতত প্ৰমাণ নাই

  • @AjCreation11
    @AjCreation11 18 годин тому

    Best Actress in the World

  • @madhurjya4805
    @madhurjya4805 4 дні тому +2

    Sob scam kori poisa r jurot career bonaisil 😂

  • @BarnilSarma-qr7ps
    @BarnilSarma-qr7ps 5 днів тому +12

    তাই কথা বিলাক এনেক কৈছে যে তাই আকো দোষ নাই। ঠিক আছে মানি ললো। কিন্তু তাই ইমান দিনে লুকাই আছিল কীয়।

  • @samirondutta3742
    @samirondutta3742 5 днів тому +8

    কান্দি ৰণ জিকি ব আহিছে সৰু ল'ৰা ই অসম হিলাই দিছে

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc 5 днів тому +21

    এতিয়া কথা বোৰ কাৰ ওচৰত প্ৰকাশ কৰিছে, মিডিয়া নহয় নেকি?

  • @KankiKalita
    @KankiKalita 8 годин тому +1

    NK tv bapre ata sold media channel mne atiahe gom palu

  • @kishordeka1116
    @kishordeka1116 2 дні тому

    ধুনীয়া অভিনয় কৰিব জানে | ভাল লাগিল | নিজকে সুন্দৰী বুলি কয় | ভবিষ্যত অন্ধকাৰ কামনা কৰিলোঁ |

  • @lalitchetia1466
    @lalitchetia1466 5 днів тому +7

    দেহাজান , অতি লোভে পাপ , পাপে মৃত্যুৰ

  • @user-ez9cm1pw2r
    @user-ez9cm1pw2r 5 днів тому +20

    লাজ নাই লগা। তুমি যিমান বিনালেও তোমাক কোনেও বিশ্বাস নকৰে। তুমি ইমান টকা কত পাইছিলা ঘাটিটো ৰাইজক দেখুৱাই দিয়া।

  • @NirmalKalita-q3d
    @NirmalKalita-q3d 5 днів тому +38

    20 bosor job kori 1 lakh Toka joma korib pora na ,aaru toi dhekeri jonir natok soru lora 2000 koutir malik ,tur laj man eko nai

    • @gratitude1142
      @gratitude1142 5 днів тому

      Tumi sweeper neki ?

    • @p.k1080
      @p.k1080 5 днів тому +1

      ​@@gratitude1142😂😂😂

    • @NirmalKalita-q3d
      @NirmalKalita-q3d 4 дні тому

      @@gratitude1142 tumi sage bairer bath room safai kora n ?
      Hei babe tumar inkam o val aanor tokare pitha khowaa je

    • @gratitude1142
      @gratitude1142 4 дні тому

      @@NirmalKalita-q3d kar laukhola tu bokiso oi burbok, oxomiya kobo najano neki !

  • @rijubarthakur8641
    @rijubarthakur8641 День тому

    বিশালে জোৰ কৰি বিয়া পাতি দিলে ৰাজস্থান ত তহঁতে ভিক্ষাৰী দেখালে সমস্ত ভাৰ পলিটিকেল ললে আৰু

  • @cka77205
    @cka77205 3 дні тому +2

    Poisa hol buli a emn tolole namib pare... rendi a hy toi .. suting bad dia hotel .....t t aha ami aso Val Val costamar paba poisa he lage

  • @pampymalakar3343
    @pampymalakar3343 5 днів тому +11

    Dubai sponsor krisil jodi Aditym e kio poisa di contribute krisil😂😂😂😂

  • @sumanbora9473
    @sumanbora9473 5 днів тому +43

    Sob manage hoi gol # kaliyug #

  • @LukumoniBorah-b2b
    @LukumoniBorah-b2b 5 днів тому +9

    তোমাৰ দুখ যদি নাই লোকাই কিয় আছিলা বান্দৰী তোৰ কাম নাই।

  • @ranjitaneog5653
    @ranjitaneog5653 2 дні тому

    তোক মিডিয়াই জীৱন শেষ কৰা নাই তোৰ জীৱন তই নিজে শেষ কৰিছ .তই এজনী কোটি টকীয়া কেলেংকাৰী . তই যে ইমানেই আকাশত উৰি ফুৰিলি এবাৰো নাভাবিলি নে পাখি সৰি পৰিব বুলি . এতিয়া দুনিয়াখনৰ মিছা কথা নকবি . তোক অভিনয় জগত খনত একদমে চাব মন নাই .তোক যাতেকোনেও আকোৱালি নলয় . আমি সেইটোৱে বিচাৰিছো

  • @PreranaMayeenath
    @PreranaMayeenath 3 дні тому

    তই গাত লৈ থকা চল খন হেনো 25000 টকা। কত পালি এই ।। বাপেৰে হেনো কণ্টেল ৰ দোকান দিয়ে ।। ইমান কোটি কোটি টকা কি কুবিৰে দিছিল আহি টোক । সুৰুণী

  • @NarendraSingh-mj7tz
    @NarendraSingh-mj7tz 5 днів тому +4

    ইমান দিনে ঘৰৰ কথা মনত পৰা নাছিল একো কৰাই নাচিলা যদি পলাই কিয় ফুৰিছিল ভাল সেটিং মিলাই ওলাই আহিলা কাক কিমান খুৱালা

  • @adityasonowal4815
    @adityasonowal4815 5 днів тому +17

    Manuh bhal holehe support koribo...aru kobole gole ki kaam korili ooo axomor karone

  • @tyson9396
    @tyson9396 5 днів тому +29

    Sur xodai misa kotha koi oi maina😊

  • @AjCreation11
    @AjCreation11 18 годин тому

    Atanu Bhuyan's life is in Danger Zone 🤣🤣🤣....Sumi borah comming 👊

  • @hiramoniphukan3922
    @hiramoniphukan3922 2 дні тому

    হব হব চোৰুনি জনী পাই লোৱা ভাই টোক এতিয়া ভাই বুলি কবলৈ লাজ লাগিছে নে তাক দোষী কৰি নিজে ভাল হৈ দেখুৱাব আহিছ আজি টোৰ নিচিনা ঠগ বাজি এজনীয়ে যি বোৰ কৰিলি মানুহবোৰে এতিয়া কব কাম এটা কৰিবলৈ যাবলৈ বিশ্বাস নহুৱা কৰি দিলি লোকৰ তেজ শুহি খাই কেইদিন বাচি থাকিবি এতিয়া পাপৰ প্ৰায়শ্চিত‌ জেলৰ ভাত খাইও থাকি যাব লাজ নালাগে অসমীয়া হৈ অসমীয়াকেই লুটিলি চিঃ এতিয়া ঘৰীয়াকৰ চকুপানী কাক উলিয়াই দেখুৱাইছ ইমান দিনে কিয় পলাই আছিলি কথবোৰ কওঁতে অলপো লাজ বোলা চেহেৰা টো দেখা নাই এজনী নাচনী ৰীল বনাই নাচি ইমান টকা বনাব পাৰি জানো

  • @pathghorasom9586
    @pathghorasom9586 5 днів тому +29

    Apuni face krib lagisil.... Polai thakib nalagisil.... So very bad decision

  • @bulumoninath6956
    @bulumoninath6956 5 днів тому +10

    ইমান বিলাখীতা কৰোতে এবাৰ মনত নাহিলে নে।কিমান দুখত মানুহ আছে অভাৱত আছে এবাৰ ভাবিব লাগিছিল ।

  • @anshumankalita9988
    @anshumankalita9988 5 днів тому +6

    Atyao level level kotha o aijonir

  • @DipaGogai
    @DipaGogai 2 дні тому +2

    God bless you

  • @jupitara7619
    @jupitara7619 4 дні тому

    বিশালৰ trading ৰ কথা একো নেজান ন? কাৰণ তই থাক গুৱাহাটীত সি থাকে ডিব্ৰুগড়ত। তহঁতে লগেই নেপাৱ সেইবোৰ কথা পাতিবলৈ কাৰণ তই ব্যস্ত..... .. Photo.. মালপোৱা বনাই খুওৱা সেইবোৰ চব fake ন? এটা কাম কৰ, তই মেডিয়াৰ ওপৰত মানহানিৰ case দে বুইছ.. তই straight forward ছোৱালী যে শিকাই দিছোঁ দেই নৰ্ত্তকী।

  • @Rainbow-xg3cj
    @Rainbow-xg3cj 5 днів тому +4

    *Backgroundৰ*
    *ভেকুলীৰ* *sound*
    *মজ্জা লাগিছে মিলাই দিছে* 😂😂

  • @Abhinashgarg-q7r
    @Abhinashgarg-q7r 5 днів тому +27

    Advice: atleast 5 years loike camera r pora durot thakok...manuh e komke ktha kbo lge..apuni sobote extra koribo jai

  • @nitulmahanta6366
    @nitulmahanta6366 5 днів тому +4

    চব বোৰ ঠিক ঠাক কৰিহে ওলাই আহিছ।

  • @PariDas-f5x
    @PariDas-f5x 4 дні тому +1

    Ohongkare potonor mul ....good ❤ oti xundor kobole vaxa nai sumi mam actually tumi assam or 1st choreographer huar logot a axomor cinema jogotor logote cultural line or 1st suruni ....good job

  • @bishalsarma5306
    @bishalsarma5306 3 дні тому

    সকলোতকৈ ডাঙৰ কথা হল তাই জনে শাস্তি নহয়,, কৰোঁ এতিয়ালৈ কোনো fir দিয়া নাই যে মোৰ টকা দিয়া গৈছিল,,, দুদিন থাকিব চলি তাৰ পিছত একো নাই,, 😂 ব্লেক মানি বাবে বাচি গল

  • @monujbhuyan426
    @monujbhuyan426 5 днів тому +17

    Beti jeelot goi hisap koribi

  • @JyotiBorah-cb9xs
    @JyotiBorah-cb9xs 5 днів тому +13

    *Ethics is needed for media now a days* , *irrespective of logic* , *if true nobody can harm none*

    • @Indian23537
      @Indian23537 5 днів тому +1

      Axomiyat likha..bhul ke likhi English r level maribo nalage😂😂😂😂😂

  • @buzzlightyear120
    @buzzlightyear120 5 днів тому +10

    Woman card, victim card

  • @jurysonowal
    @jurysonowal 3 дні тому +1

    God is watching you lady. Forget media how are you planning to answer to God??

  • @farhinsultana8378
    @farhinsultana8378 7 годин тому

    ছি ছি লাজ বোলা বস্তু এটা আছে নে নাই তোৰ টকাৰ লোভত নিজৰ জীৱন নিজে শেষ কৰি এতিয়া মেডিয়াক দোষ দিছে নিলাজি জনী