Mur husband kenke dhukaisil//moi husbndr ghror pra kio gusi ahilu//

Поділитися
Вставка
  • Опубліковано 7 сер 2022
  • jhimi_ponkh...
    / ponkhi-production-1092...

КОМЕНТАРІ • 1,9 тис.

  • @nikitanath1665
    @nikitanath1665 Рік тому +1274

    Murei bia asil heidina...Tai mur xoru kalor bht bhal frnd..mur bia dinai hoisil eibur mur j hahim ne kandim lgsl ..ghar eri oha dukht koi ei dukh tu a bht kosto disil..Stay strong 😔😑xodai asu tuk support kriboloi

    • @gitashri8229
      @gitashri8229 Рік тому +19

      tumiu dukh nkoriba .ketia mnuhor ki hoi jai kuneutu najane ..muthote tumak aru pongkhik koisu hodai aibu kothat strong hoboi lagibo o.......

    • @ponkhiproduction5276
      @ponkhiproduction5276  Рік тому +127

      Ei dintu ketyau pahribo nuara din hoi rol tumr ru Mur jibont...ekfale tumr anniversary ru anfale Mur husbndr bosoreki...ji a nhouk amar bonthutto tu ru odhik besi tonokial hoi rol...luv uh😘😘😘💕

    • @giyanaxomyt3258
      @giyanaxomyt3258 Рік тому +9

      Koboloi vakha nae aru 😭😭😭

    • @nikitanath1665
      @nikitanath1665 Рік тому +11

      @@ponkhiproduction5276 😘😘💕

    • @himashreemedhihima3973
      @himashreemedhihima3973 Рік тому +19

      Uff buku khon kopi gyse kiba eta. Khunibo hahokh huwa ni re

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA Рік тому +202

    শুনি বুকু কঁপি গ'ল। বহুত দুখ লাগিল😥। তোমালোক দুয়ো সুখত থাকা, দেহাৰ জীৱনতো উজ্জ্বল হওক তাকে কামনা কৰিলো।

  • @dul6973
    @dul6973 Рік тому +158

    খুউব কষ্ট হয় এনেকুৱা ঘটনা শুনিলে ,সৰু ছোৱালী তুমি ভগৱানে তোমাক সাহস দিয়ক ল'ৰাটো ভাল মানুহ হয় যেন ঈশ্বৰ।

  • @sumegogoibikashgogoi5306
    @sumegogoibikashgogoi5306 5 місяців тому +8

    সচাঁকৈ তোমাৰ কথাখিনি সোনি বুকুখন কঁপি গ’ল তোমালোক সদাই দেহা আৰু তুমি এনেকৈ সুখি হৈ থাকা ❤❤

  • @mallikachetia9614
    @mallikachetia9614 Рік тому +8

    বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি।ভালে থাকা সদায়ে।

  • @Rakesh_Das45
    @Rakesh_Das45 Рік тому +308

    অযথা প্ৰশ্ন কৰি স্মৃতি বোৰ মনত পেলাই এজনী ছোৱালীক আমনি কৰিব নাপাই । কিয়নো তই বা মই বুজি নাপাম আপোন জনক হেৰুৱা বেদনা । আপুনি বহুত সাহসী হৈ । এনেদৰে আগুৱাই যাব লাগিব । এই স্বাৰ্থপৰ পৃথিৱী ত আপোনাক ঘূৰি চাবই কাৰোৰে সময় কণ ও নোলাব । ভগৱানে দেহাক আৰু আপোনাক ভালে ৰাখক তাৰে আশা কৰোঁ 🙏
    তোমাক যোৱা সময়ত এবাৰ দেখা নাপালোঁ
    এইটো কথাই চকু পানী ওলাই থৈ গোল 😞💔

  • @rimpeephukonmaina399
    @rimpeephukonmaina399 Рік тому +44

    God bless your dear aji tumar jibon kahini2 huni hosai bor dukh lagil hukhi hua hahokhere agbahi jua ❤️

  • @barnaliborthakur2725
    @barnaliborthakur2725 Рік тому +15

    Tumar জীৱনৰ ককাহিনি khíni শুনি মুৰো তোমাৰ লগত মোৰ লগত হোৱা ঘটনা টো শৰে কৰিব মন গল।মইও মোৰ হুস্বন্দক। অলপ দিনৰ আগত হেৰুৱাইছে.এবছৰ হোৱাৰ নাই মইও মোৰ মাৰ লগত থাকো।হৈ নিজৰ মানুহ জন হেৰাইগলে বহুত বস্তু সলনি হইজাই.মোৰ হুস্বন্দৰ বাঠ্ৰমত পৰি ধুকলে.।মইটো আৰু অকলশৰীয়া মই মোৰ এজনী ছোৱালী তাইকো হেহুৱাইছো।তথাপিও জিজাই আছোঁ।

  • @Gaoliyasuwalimoi4321
    @Gaoliyasuwalimoi4321 Рік тому +6

    কথা খিনি বহুত দুখ লাগিল বা ভগৱানে তোমাক আৰু দেহাক ভালকে ৰাখক তুমি আগুৱাই যোৱা 🙏😊

  • @BiniVlogs
    @BiniVlogs Рік тому +93

    বহুত দুখ লাগিল কথাবোৰ শুনি ।। আগন্তুক জীৱনত তোমাক ভগৱানে বহুত সহায় কৰিব।।। এখন দৰ্জা বন্ধ হ'লে আন এখন দর্জা খোল খাই 🙏🙏 ভালে থাকা দুয়ো।। আমাৰ মৰম সদাই থাকিব ♥️♥️

    • @nikumaina1243
      @nikumaina1243 Рік тому +4

      বহুত দুখ লাগিল কথা বোৰ শুনি ডেহা আৰু তুমি সদাই ভালে থকা তাৰে কামনা কৰিলো ভগবানৰ ওচৰত ♥️♥️😊

  • @jahnobibora3172
    @jahnobibora3172 Рік тому +13

    ভগৱানে শক্তি দিয়ক তোমাক.... ভৱিষ্যত জীৱন তোমাৰ সুখৰ হওক পংখী বা 🙏🥺😍

  • @khorikajai4223
    @khorikajai4223 11 місяців тому +7

    বহুত সৰু ছোৱালী । আজি প্ৰথম তোমাৰ ভিডিঅ' চালোঁ । সাহসী ছোৱালীবোৰক মৰম লাগে ,স্বাৱলম্বীহৈ জীৱন পথত আগবাঢ়ি গৈ থাকা । ❤

  • @himashreebarhoi7861
    @himashreebarhoi7861 Рік тому +7

    তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল 😥 তুমি আৰু তোমাৰ লʼৰাটো সদায় ভালকৈ থাকা।

  • @ItßRima
    @ItßRima Рік тому +19

    তুমি বহুত strong বা❤️ আগৰ কথা ভাবি দুখ কৰি নাথাকিবা😊 সুখী হোৱা আগুৱাই যোৱা

  • @Dhemajirsampriti
    @Dhemajirsampriti Рік тому +56

    I know it hurts but stay strong cutie baa ❤️ Your son is so blessed that he have a mother like you 💞

  • @saptamidas5993
    @saptamidas5993 11 місяців тому +9

    ভালে থাকা তুমি সাহসী হৈ দেহাক লৈ দুখ বোৰ নেওচি সুখত থাকা তেওঁ সদায় আছে তোমালোকৰ লগত
    তোমাৰ কথা খিনি শুনি মোৰ বুকু হেচি ধৰিছে আৰু তুমি দিনবোৰ পাৰ কৰি আহিছা
    ভগৱান ভালে ৰাখক তোমালকক
    এদিন লগ পাম বুলি আশা থাকিল❤

  • @junukacreation4313
    @junukacreation4313 Рік тому +10

    তুমি জীৱনত এটা বহুত বেছি বেয়া আৰু বহুত কঠিন সময় পাৰ কৰি আহিছা । কথাখিনি শুনি বহুত বেছি বেয়া লাগিল । যি হৈ গ'ল সেইখিনি কাষত ৰাখি আগলৈও এনেদৰে আগুৱাই যোৱা তাৰে কামনা কৰিলো । Always be strong 💪👊 👍

  • @user-lj8ee6xw2w
    @user-lj8ee6xw2w Рік тому +56

    সাহসেৰে আগুৱাই যোৱা। যোৱা জন আকৌ তো উভতি নাহে । মানুহে যি কয় ক'ব দিয়া। এতিয়া লৰাতোৰ সাহস তুমি আৰু তোমাৰ সাহস লৰাতো । তাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিবা । এতিয়া তুমিয়েই লৰাটোৰ জীৱন

    • @dimpivlogs5444
      @dimpivlogs5444 Рік тому +2

      mur chnel2 subcribe kori diba sn 🤗

    • @harshitasarma1230
      @harshitasarma1230 Рік тому +2

      @@dimpivlogs5444 mur channel tu subscribe kori dibo tuku perrot buli ase

  • @MonikhaSaikia-ft9iz
    @MonikhaSaikia-ft9iz 11 місяців тому +2

    You are a strong mom..tmr story2 huni bht dukh lgile baa sinta nkriba adin tmr jibntu hokolu vl hobo..ru deha k vl dore pohai hunai dangr manuh korua..vgban ase hokolu vl hobo adin..

  • @bobitaborah1356
    @bobitaborah1356 Рік тому +2

    ভালে থাকা তোমাৰ লৈ আশীৰ্বাদ থাকিল । ভগৱানে তোমাক সহায় কৰিব ।

  • @dikshitahazarika8656
    @dikshitahazarika8656 Рік тому +42

    You are a strong mom... god bless you ❤️

  • @disha99
    @disha99 Рік тому +12

    Sobe adin sob ari jboi lagibo.. Kunba hunkle kunba derike kunu najane.. Dukh nokoriba stay strong tumr lgt tumr family ami sob asu.. Bht motivate paisu tumr pora.. ❤ God bless u n babu

  • @biswsnatharbuwarianju2330
    @biswsnatharbuwarianju2330 Рік тому +2

    বহুত দুখ লাগিল ঘটনাটো শুনি,,, ভগৱানে তোমাক আৰু দেহাক ভালে ৰাখক।

  • @livingwithmoonmey
    @livingwithmoonmey Рік тому +5

    This broke my heart too. God be with you, sis!

  • @itz_arushi7049
    @itz_arushi7049 Рік тому +88

    এইবোৰ সকলো নিয়তিৰ ইচ্ছা কেতিয়া কি হ'ব লগা আছে, পৃথিৱী লৈ অহা সকলো বক্তি এদিন নহয় এদিন যাবয়েই লাগিব।। তুমি খালি বা ভাগি নপৰিবা তুমি এতিয়া খুব strong হ'ব লাগিব লগতে দেহাক ও তুমি এজন ভাল বক্তি হিচাপে গঢ়ি তুলিব লাগিব, আৰু তুমি এইদৰে হাঁহি মাতি থাকা তাৰেই কামনা কৰিলো নেদেখা জনৰ ওচৰত❤

  • @purnanandahazarika1694
    @purnanandahazarika1694 Рік тому +16

    হতাশ নহব বা।যাৰ ধৈৰ্য থাকে তেওঁক হে ভগৱানে কষ্ট দিয়ে বা❤️

  • @pikubhani
    @pikubhani 10 місяців тому +4

    You are a strong mom ...... God bless you baaa😢😢❤❤

  • @sanmilandohutia6595
    @sanmilandohutia6595 Рік тому

    তুমি সুখী হৈ থাকা ।ভগবানে মঙ্গল কৰক তাৰে কামনাৰে ।

  • @rumibarman9510
    @rumibarman9510 Рік тому +7

    আপোনাৰ কথা বোৰ শুনি চকু পানী ওলায় গৈছে,জীৱন টোৰ কথা কোনেও কব নোৱাৰে ,তথাপিও আপুনি আগুৱাই যাব লাগিব dehar 🥰kotha ভাবি ,তাৰ সাহস হব লাগিব আপুনি বা ❤️😍,ভগৱানে দুয়োকে ভালে ৰাখক ❤️😍

  • @chandramallikagogoi9332
    @chandramallikagogoi9332 Рік тому +10

    I know how difficult this time ..but stay strong and be healthy.....God bless you 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

  • @kuldipChoudhuryVlogs
    @kuldipChoudhuryVlogs Рік тому +37

    বহুত দুখ লাগিল শুনি । দুখ নকৰিবা বেছিকৈ । হোৱা টো টো হৈ গ'ল ভগৱান ইচ্ছা আছিল চাগে । তুমিও সৰু হৈ আছা লৰাটো ও সৰু হৈ আছে । গোটেই জীৱন এনেদৰে অকলে কটাব নালাগে, সন্মুখত বহু বাট পৰি আছে যাবলৈ । নতুন কৈ আৰম্ভ কৰা । শুভ কামনা সদায় আছে💐💐💐💐💐💐 । ভালে থাকা দুয়োজন ।❤️

    • @pompyborah9586
      @pompyborah9586 Рік тому

      God bless you Tomi nakindiba mur vitu ankoi dhukala

  • @haripriyakalitaborah982
    @haripriyakalitaborah982 Рік тому +3

    You are so strong,God bless you and your little one dear .

  • @gautamdas5582
    @gautamdas5582 Рік тому +8

    ঈশ্বৰে তোমাৰ পতিৰ আত্মাক সদায়ে ভালে ৰাখক আৰু তোমালোকক শক্তি দিয়ক আগ বাঢ়ি যাবলৈ। ভালে থাকিবা আৰু সন্তানটিক এজন ভাল মানুহ বনাব চেষ্টা কৰিবা।

  • @PallaviRani327
    @PallaviRani327 Рік тому +5

    Bhuttt Val lage tmr video Sai gutei bur salu val lagile mn asile ai2 Janib le... Aguwai jua ❤️❤️

  • @pkochstudio3489
    @pkochstudio3489 Рік тому +6

    😭😭😭😭😭. Vale thakok PRITHIVIR XOKOLU MANUH.NIJOR KHYAAL RAKHIBAA. VAL THAKA... GOD BLESS YOU

  • @junasworld6845
    @junasworld6845 Рік тому +2

    বহুত দুখ লাগিল শুনি। ভগৱানে ভালেই কৰিব দিয়া তোমাৰ আৰু দেহৰ বাবে। মোৰ ঘৰ নগাওঁ তে হয় দেই থাকো গুৱাহাটীত এইবাৰ নগাওঁ গলে লগ কৰিম ভাবিছোঁ দেহাকো আৰু তুমাকো লগ কৰিবলৈ মন গৈছে।

  • @priyankanancyvlogs
    @priyankanancyvlogs Рік тому +6

    সদায় ভালে থাকা তাকেই কামনা কৰিলোঁ নতুন বান্ধৱী হলোঁ তোমাৰ❤️❤️❤️❤️

  • @lunacy8527
    @lunacy8527 Рік тому +58

    Always be strong ba.. 😢😇👍👍..deha আৰু তুমি সদায় ভালে থাকা😇👍

  • @bobita828
    @bobita828 Рік тому +7

    শুনি বহুত দুখ লাগিল। আগুৱাই যোৱা সাহসেৰে,,দেহাৰ লগত সুখী থাকা বা।
    যোৰহাটৰ পৰা মৰম যাছিলোঁ।

  • @pinkisaikia3837
    @pinkisaikia3837 Рік тому +2

    Apunar hahitu eman morom loga..aji first video salu apunar...apuni dhuniake aguwai jaok...na karubar kotha vabi na kunubai kiba kobo buli..kunui apunak nukhuai apuni nije khabo lgibo logot apunar morom loga lora jon...bohut bohut morom..love from mangaldai ❤❤

  • @pal8455
    @pal8455 Рік тому +10

    Be strong, eta advice dibo bisaru, tumar dehar future tur kotha vabi jodi para second marriage r alap sinta sorsa kora, life tu bohut ase aru, ejon sahos dia manuh hole besi ujuti nakhaba, god bless you both...

  • @mousumiborahchaliha1990
    @mousumiborahchaliha1990 Рік тому +4

    বহুত দুখ লাগিল তোমাৰ কথাই মোক কন্দুয়াই😭😭😭 পেলালে । তুমি দেহাক লৈ ভালে থাকা

  • @sukanyasaikia
    @sukanyasaikia Рік тому +75

    Be strong dear 💕 এগৰাকী নাৰীৰ বহুত শক্তি আছে। গতিকে নাৰীৰ সেই ৰূপটো লৈ আগবাঢ়ি যোৱা। ভগবান সদাই আছে তোমাৰ লগত। দেহালৈ আৰু তোমালৈ বহুত বহুত মৰম যাচিলো 💕

  • @madhurimonu3894
    @madhurimonu3894 Рік тому +19

    Be strong👍 মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও নাজানে, দুখ কৰি নাথাকিবা, দেহা ৰ ভৱিষ্যত সম্পূৰ্ণ তোমাৰ ওপৰত 👍 👍 আগবাঢ়ি যোৱা❤️ বহুত বহুত মৰম তোমালৈ❤️

  • @trishnamalakar4114
    @trishnamalakar4114 Рік тому +34

    Good bless you baa!! Stay strong🙏

  • @kakalidas8367
    @kakalidas8367 Рік тому +3

    তুমি আৰু দেহা ভালে থাকা ,তাকেই কামনা কৰিলো |

  • @MintujitDas-xy2jc
    @MintujitDas-xy2jc 10 місяців тому +1

    তুমি সাহকৰে আগুৱাই যোৱা তুমাৰ কথাবোৰ শুনি দুখ লাগিল ৷লৰাটো তুমাৰ বহুত মৰম লগা তাক ভালদৰে চোৱাচিতা কৰি আগুৱাই লৈ যোৱা ৷আজি প্ৰথম চালো তুমাৰ ভিদিও ৷কথা বোৰ শুনি দুখ লাগিল😂😂😢

  • @asmavlog
    @asmavlog Рік тому +18

    God bless you .. Stay strong

  • @deepshikhadas9140
    @deepshikhadas9140 Рік тому +14

    Stay strong always.. God bless u n ur child ❣️

  • @upasanabordoloi5145
    @upasanabordoloi5145 Рік тому +1

    Tmi bhut strong hoi ba tmi dehak loi agbahi juwa God bless you

  • @ankurduarah8816
    @ankurduarah8816 3 місяці тому +1

    Wow what a great u r.i sympathies with u..be safe and faith on god.may god bless u.

  • @pujapathak7883
    @pujapathak7883 Рік тому +5

    Always be strong ♥️BAA...Mon bya kri nthakiba 😘☺️

  • @off-roadgaming8246
    @off-roadgaming8246 Рік тому +60

    জন্ম হলে মৃত্যু অনিবাৰ্য, কিন্তু অকাল মৃত্যুক মানি লবলৈ বহুত টান আৰু কষ্ট হয়,,,ভগৱানে আপোনাক সাহস দিয়ক🙏

  • @gitalitalukdar1372
    @gitalitalukdar1372 Рік тому +2

    God bless you sister... Stay strong... We all love you dear

  • @malayataid4420
    @malayataid4420 Рік тому

    বহুত বেয়া লাগিল,, মানুহৰ জীৱনত এনেবোৰ ঘটনা ঘটেই,,দুখ কৰি নাথাকিব দেহাৰ লগত ভালে থাকক ভগৱানে ভাল কৰক আপুনালোকক।।

  • @junmonisaikiabora6573
    @junmonisaikiabora6573 Рік тому +4

    Janibo mn asil kuat vl lagil..Love from dergaon

  • @Naz_Ahmed
    @Naz_Ahmed Рік тому +5

    Be strong... Deha ru tmaloi agal mn morom jasilu❤

  • @ratnakalita3020
    @ratnakalita3020 Рік тому

    বৰ দুখ লাগিল । ভগৱানে তোমালোক দুয়োকে ভালে কুশলে ৰাখক

  • @mamunphukanchowdhury231
    @mamunphukanchowdhury231 Рік тому

    Tumi bhale thaka dehak loi.. Be strong... Iman dhuniake kotha khini koisa.. Logote safty kothao kola.. Good wishes tumaloi. Lov from banglore

  • @bhanitadevi5832
    @bhanitadevi5832 Рік тому +5

    Khosai tumr dukhr Katha khuni Mr abr tumk aru tumr Lora tuk lg pbo mn goise...Tumi vagi noporiba babu tur Katha vbi nijke khukhi rakhiba..agoraki nari jibnt nijr manuh tutkoi apun aru kunu HB nuare....Tumi j imn strong khei Katha to vbi Mr bht vl lgise...proud feel krisu nijke...🙏🙏🙏🙏

  • @manalishanath4921
    @manalishanath4921 Рік тому +8

    ভগৱানে সকলোকে ভালে ৰাখক🙏🙏

  • @lakshyamorang8470
    @lakshyamorang8470 Рік тому +1

    God bless u vinti . Be strong mentally . Go ahead

  • @jyotidas407
    @jyotidas407 Рік тому

    কথাবোৰ শুনি বৰ দুখ লাগিল। ভাগি নপৰিবা আগবাঢ়ি যোৱা ভগৱান আছে সহায় কৰিব

  • @urekhaboro7528
    @urekhaboro7528 Рік тому +5

    Tumi aaguwai juwa takei kom aru khukhi huwa♥️♥️♥️

  • @vayolinasvlogs276
    @vayolinasvlogs276 Рік тому +31

    ভাগ্যত যি থাকে সেয়া হবই..তথাপিও সকলোয়ে আগুৱাই যাব লাগিব..সদায় সাহসী হোৱা তাৰেই কামনা কৰিলো বা...

  • @misingkoneg4588
    @misingkoneg4588 Рік тому

    Baa tmi bht strong asa nd thkiba 😊❤️❤️❤️ kotha bur xuni bht dhuk lgil baa 🥺😢❤️❤️❤️ deha ru tmi xdae happy t thka

  • @nitadekanitadeka
    @nitadekanitadeka 9 місяців тому +1

    তুমি বহুত সৰু ছোৱালী ৷তোমাৰ কথাখিনি শুনি বুকু বিষাই গল৷তুমি সাহসী মা ৷সদায় ভালে থাকা মা বেতা❤️

  • @sayanikabora4132
    @sayanikabora4132 Рік тому +8

    ভালে থাকা তুমি আৰু দেহা সদায় । ❤️❤️❤️

  • @BhaswatiBarman112
    @BhaswatiBarman112 Рік тому +13

    You r so strong 👍👍👍

  • @julisaikia3709
    @julisaikia3709 Рік тому

    Stay strong ba❤️😘.. vogomane xodai xahokh diok tumak deha aru tumak vle rkhok xday..lgote dada jote ase vle thkok❤️

  • @kkvlog5507
    @kkvlog5507 Рік тому +2

    তুমি বহুত সাহসী, তুমি তোমাৰ সন্তানটোৰ বাবে যি পদক্ষেপ নোলোৱা কিঅ তুমি মাতৃ হিচাপে তোমাৰ অধিকাৰ আছে। আগুৱাই যোৱা, নেদেখা জনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ🙏

  • @sangitaskitchenvlogs4409
    @sangitaskitchenvlogs4409 Рік тому +8

    দুখ নকৰিবা তুমি আগুৱাই যোৱা তোমাৰ নিচিনা জীৱন বহুতৰে আছে

  • @aaaaaaabbbbbbb681
    @aaaaaaabbbbbbb681 Рік тому +6

    Bahut morom tumalukoloi,,, God bless you always 💕💕

  • @gitumanitalukdar3393
    @gitumanitalukdar3393 Рік тому

    Bhut beya lgil ba. Vogobane apunak aru dehak আগুৱাই লৈ যায় থাকে যেন তাৰে কামনা কৰিলো।

  • @munnapatir1244
    @munnapatir1244 Рік тому +1

    বৰ দুখ লাগিল তোমাৰ কাহিনী শুনি।

  • @munmihazarika6409
    @munmihazarika6409 Рік тому +23

    May God bless you and your son 🙏🏻🙏🏻

  • @nilakshreejyotirmoyvlog3012
    @nilakshreejyotirmoyvlog3012 Рік тому +16

    Be strong...❤ hukhi hoi thakiba... love from Jorhat...❤❤❤

  • @rupanjalibordoloi4986
    @rupanjalibordoloi4986 Рік тому

    ভালেৰে থাকা লৰাটোক লয়।ভগৱানে নিশ্চয় সহায় কৰিব।

  • @rupasvlogs527
    @rupasvlogs527 Рік тому +1

    তোমাৰ কথাবোৰ জানি দুখ লাগিল দেহা ভালে থাকক ।বাকি ভগৱানৰ ওষৰত।

  • @dimpiborah4488
    @dimpiborah4488 Рік тому +4

    2mr kotha xuni mur bukukhn kopi goise..... Tumi strong hoi thaka..... Vogoban ase teu r uprt biswas rakha... Loratur krne tumi strong hoi thkiboi lgbo 🙏🏻

  • @hiranyarabha8867
    @hiranyarabha8867 Рік тому +17

    কথাবোৰ শুনি চুকু পানী ওলাই গল 😭 যি নহওঁক ভগৱানে তোমাক কুশলে ৰাখক 🙏🙏🙏 যোৱা জন গুচি গল 😭😭,,, আমি সকলোৱে আছোঁ তোমাৰ লগত 🙏🙏🙏gd bless you

  • @itstris8283
    @itstris8283 Рік тому

    Stay strong girl 💪..... proud of you..tmi deha k loi vllk thaka tr future tu jte vll hoi

  • @jesminbegum8187
    @jesminbegum8187 Рік тому

    Aji firt time apunar vedio salu.bahut kandilu .aguai jauk atitok pahori.,god bless u.

  • @RashmiKonwar
    @RashmiKonwar Рік тому +23

    তুমি সাহসী হোৱা মাজনী । ঈশ্বৰে মংগল কৰিব । ভালে থাকা । তোমাৰ মৃত স্বামীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ

  • @parishmitasaikia288
    @parishmitasaikia288 Рік тому +4

    সদায় ভালে থাকা দেহা আৰু তুমি🥰🥰

  • @SineBStudio
    @SineBStudio Рік тому

    Stay strong....tumak vogowane aguwai jowat xohai korok... Dukh nokoriba...besi vabi nathakiba kothabur....jiwon buli aguwai jowa... Morombur jiyai rakhiba bukut...val loga val kam bur kori jowa❤

  • @nabanitaray6770
    @nabanitaray6770 Рік тому

    Gd bless you baa aneke strong hoi jowa❤️❤️

  • @tinaahazarika77
    @tinaahazarika77 Рік тому +6

    তোমাৰ চকুত চকুপানীয়েও এদিন হাৰ মানি ৰব বা...তুমি তোমাৰ এই সাহস কেতিয়াও নেহেৰাবা...i luv u alot my lady crush 💕

  • @polashreeboruah2341
    @polashreeboruah2341 Рік тому +24

    Aibur kotha kio nu manuhe hudhibo lge . Kmn kstot kyxe xge kotha bur , stay strong ba❤️deha lgt vlke thka hodai

  • @hirumanidevi4775
    @hirumanidevi4775 4 місяці тому

    বহুত বহুত দুখ পালোঁ, আপোনাৰ মুখ খন দেখিলেই মোৰ বহুত বেয়া লাগে কথা খিনি শুনি মই কান্দিয়ে পে লালো, দেহা লৈ আপুনি সুখী হয় থাকক আৰু বেছি মন মাৰি নাথাকিব , আপোনাক লগ পাব মোৰ খুব মন যায় বা , এৰি আহা কথা বোৰ মণত পেলাই চকুলো টুকি নাথাকিবা বা 😘😘😘😘

  • @gitanjalisvlog771
    @gitanjalisvlog771 Рік тому

    তোমাৰ কথাবোৰ শুনি দুখ লাগিল ।তোমাৰ ৰীল চাওঁ কিন্তু তোমাৰ অভিনয় সচাঁ বুলি আজিহে গম পালো ।আগুৱাই যোৱা তুমি সাহসী ।ভিডিঅ প্রথম চালোঁ ভাল লাগিল ।

  • @swapnamonisaikia5108
    @swapnamonisaikia5108 Рік тому +6

    তুমি বাৰু ৰহা মহাবিদ্যালয়ৰ ছাত্ৰী আছিলা নেকি, তোমাক দেখা যেন লাগিছে। বাকী তুমি সাহসেৰে আগুৱাই যোৱা, মানুহৰ জীৱনত বহুতো দুখ থাকে, যিটো আমি ধৰি ৰাখিব নোৱাৰো সেইটো কথা ভাবিনো কি কৰিম ন। ভগৱানে শক্তি দিয়ক তোমাক।

  • @nitumoniduttavlogs
    @nitumoniduttavlogs Рік тому +6

    Stay strong baa🌸God bless you💕

    • @bantigogoi1776
      @bantigogoi1776 Рік тому

      Amaru akei hol jana mur vaitiru akei condition...agote kunudine helmet nipindhake nere kintu heidina helmet pindhibo thaki gol aru tak herualu....hsake juabur gusi gol thkabur bohut hasti khai thakibo lga hoi....agbahi jua hdai vlke...

  • @sangeetasangeetarabha7985
    @sangeetasangeetarabha7985 Рік тому

    Be strong god bless you tumi aru tumar deha vl e thaka 🥺🥰

  • @i.b.g.entertainment7942
    @i.b.g.entertainment7942 Рік тому

    Accident Buli Kolai voi lage. Love Form Guwahati❤️

  • @aryamaboro896
    @aryamaboro896 Рік тому +10

    জন্ম, মৃত্যু, বিবাহ কত কেতিয়া কেনেকৈ হয় কোনেও কব নোৱাৰে🥲,, লৰাটোৰ সৈতে ভালে থাকিবা.

  • @drishtihajong8601
    @drishtihajong8601 Рік тому +7

    আপোনাৰ কথাখিনি শুনি থাকিবলৈ মন যায় ।পতকতে শেষ হোৱা যেন হে লাগে।

  • @ghanakantamoran3005
    @ghanakantamoran3005 Рік тому

    Ponkhi বা তোমাৰ আৰু দেহাৰ জীৱনত হোৱা সকলোঁ দুখ এদিন সুখত পৰিণতি হব।। মাত্ৰ তুমি ভাগি নপৰিবা।।❤❤

  • @tukurajkhowa9348
    @tukurajkhowa9348 Рік тому

    বৰ দুখ লাগিল, মই তোমাৰ video aji first saisu..tumi bohut strong 💪 vogobane tumak aru লৰটোক Vale rakhok..❤

  • @RimpiSaikia
    @RimpiSaikia Рік тому +21

    God bless you..stay strong 💪