Surat Magan Bhayal Rati___ Karaoke _-__ সুৰাত মগন ভয়াল ৰাতি___ কাৰাউকে

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • Welcome to B.k Tv Music ♬
    Please Like👍, Share ↗️ &Subscribe 👆
    / channel
    🙏🏻 নমস্কাৰ 🙏🏻 সমুহ UA-cam দৰ্শকক B.K TV MUSIC চেনেললৈ স্বাগতম । কাৰাউকে ট্ৰেক মিউজিকৰ বাবে যোগাযোগ কৰক whatsapp no.06003543513 / 09678175184 নম্বৰলৈ আৰু নতুন নতুন ভিডিও আপলোড দিয়াৰ লগে লগে Notification ৰ দ্বাৰা পোৱাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাব্স্ক্ৰাইব কৰক প্ৰতিটো ভিডিও ত এটা কৈ লাইক কৰক । ধন্যবাদ। ।
    Song : Xurat mogon ( সুৰাত মগন )
    Singer : Jayanta Hazarika
    Written by Dr. Bhupen Hazarika
    Xurat Mogon Lyrics : ----
    সুৰাত মগন ভয়াল ৰাতি
    মৌন কোলাহল ,
    মই যেন এক ৰ'দৰ বিলাপ
    শব্দৰ সমদল ।
    চন্দ্ৰ তৰাক থাপ মাৰি আনি
    থেকেচি পেলাবৰ হ'ল ,
    সূর্যমুখীয়ে সজাব কাহানি
    বেথাৰ সমাধি তল ।
    নিয়ম পিয়াসী সন্তানবোৰে
    নিয়ম নমনা হ’ল
    মাতৃৰ চকু ঘন কুৱঁলীৰ
    গহ্বৰ হৈ গ'ল ।
    শগুণে সদায় সভাকে পাতে
    ভাষণ পৰি ৰ'ল ,
    দিনবোৰ আমাৰ মৃত হৰিণৰ
    বেঁকা শিং যেন হ'ল ।
    মই যেন এক ৰ'দৰ বিলাপ
    শব্দৰ সমদল ।।

КОМЕНТАРІ • 12

  • @RitamoniPegubaruha
    @RitamoniPegubaruha 5 місяців тому +2

    Bor vhal lagil thank you

  • @kusholbhuyan4221
    @kusholbhuyan4221 6 місяців тому +2

    Fantastic efforts

  • @Jimlikashyap
    @Jimlikashyap 2 місяці тому

    ❤❤❤❤

  • @kusholbhuyan4221
    @kusholbhuyan4221 2 місяці тому

    Very nice

  • @kusholbhuyan4221
    @kusholbhuyan4221 6 місяців тому +1

    Fantastic

  • @pratulchaudhury1195
    @pratulchaudhury1195 Рік тому +1

    Excellent

  • @kumarshishirdas
    @kumarshishirdas Рік тому +1

    গীতটো জয়ন্ত হাজৰিকাই লিখা নেকি ? অলপ জানি বুজি পোষ্টবোৰ দিলে ভাল ৷ একো আতি গুৰি নজনাকৈ পোষ্ট দিব নালাগে ৷

    • @umbrellatv1267
      @umbrellatv1267  Рік тому

      Description চাওঁক দাদা ডাঃ ভূপেন হাজৰিকা লিখা আছে

  • @karunadevi8833
    @karunadevi8833 4 місяці тому

    NOT MAYUK HAZARIKA ...MAYUKH HAZARIKA....

  • @BenjuManiDeka
    @BenjuManiDeka 14 годин тому

    Gitikar Jayanta Hazarika nohoi Hemanta Dutta. Do some research before posting.

  • @pratulchaudhury1195
    @pratulchaudhury1195 Рік тому

    Excellent

  • @pratulchaudhury1195
    @pratulchaudhury1195 Рік тому

    Excellent