Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কালজয়ী গীত।সুমন কল্যাণ পুৰৰ চিৰ সজীৱ কন্ঠত চিৰসেউজ গীত।সুৰ সম্ৰাট সুধা কন্ঠ ড: ভূপেন হাজৰিকা দেৱৰ গীতৰ কথাখিনি অসম্ভৱ ভাল লগা। হৃদয়স্পৰ্শী।
ডঃ ভূপেন হাজৰিকা দেৱৰ এই অমৰ সৃষ্টি কি সুমধুৰ কন্ঠ .... সচাঁকৈ আমেজেই বেলেগ ❤❤❤❤
অন্যতম শ্ৰেষ্ঠ অসমীয়া গীত ৷
এইবোৰ গীত আমাৰ বয়সৰ লোকৰ বাবে অতীতৰ স্মৃতি।
evergreen classic! haunting melody since childhood
অতি সুন্দৰ মন পৰশা গীত,শুনি থাকিলেও আমনি নেলাগে।
আত্ম বিভোৰ হৈ যাও। চিৰযুগমীয়া গীত ।
শুনি থাকিলেও হেপাহ নপলাই এই গীতটো ।
নিৰোদ চৌধুৰীৰ কাহিনীৰে নিৰ্মিত এখন সুন্দৰ ছবি। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত এই গীতটি চিৰসেউজ ।
এই গানটোৰ লগতে 'কাঁচঘৰ' ছবিখনৰ সংগীত পৰিচালক( অৰ্থাৎ সুৰকাৰো ) আছিল জিতু- তপন । চিনেমাখনৰ এই যুগমীয়া গানটোৰ গীতিকাৰহে আছিল ড৹ ভূপেন হাজৰিকা।
Evergreen song. ❤️🙏🙏🙏
বহুত বহুত ভাল লাগে এইবোৰ গীত
Borhia....👍👌👌.....non Assamees hoiyu iman nikhut ussaron ....great..🙏🙏
শৈশৱৰ সোণালী সোৱৰণী শুনিলোঁ এয়া। ❤️🙏
Suman Kalyanpur is a great singer. So sweet and melodious voice. Though Marathi is her mother tongue, she has sung songs perfectly in Urdu, Bangla, Odia and Ahomia..................
বহুত ভাল লাগিল গীতটি শুনিব পাই, সৰু থাকোঁতে মামা ককাৰ মুখত শুনা , আজি মনত পৰি বিচাৰি চালোঁ, thnks fr the uploading👏
বৰ ভাল লাগিল। ইমান মনপৰশা গীত।
১৯৮০ৰ পৰা ১৯৮৫ চন মানতে ৰেডিঅ' যোগে শুনা অন্যতম শ্ৰেষ্ঠ অসমীয়া সংগীত। এতিয়া ৰেডিঅ'ৰ প্ৰচলনো নাই আৰু এইবোৰ গীত শুনিবলৈও পোৱা নাযায়। বহু দিনৰ মূৰত গীতটো শুনি অতীতলৈ ওভতি চোৱাৰ অৱকাশ পালোঁ। সঁচাকৈয়ে শুনি থাকিলেও আমনি নলগা এটাচিৰসেউজ গীত।😢😢😢
বহুদিনৰ মুৰত গানটো শুনি আপোন পাহৰা হৈ গলো ৷
সুখী হলোঁ ভাল পোৱা জানি ।
It's only Suman Kalyanpur's sweet voice to express the essence of the song exactly.
Old is gold,
Very nice song.. Mind blowing.. Akdom sosha.. Mor logat mil ase. Tnq.. 💐
Bor bhal lagil
Mon sui gol 👍👍👍
Evergreen song ❤️
Iman daradi kantha didi tomar
Lovely song
Bor hundor gaan,,,,,,,
All time favourite..
Heart touching song. ... nostalgic
So so beautiful song... Thank you for uploading such a great collection 😍
veri beautiful song
2021টো শুনি অন্তৰ কপি গৈছে ❤️❤️
Nostalgic 💖
Nice song
Old is gold
Nice
Please add more heart touch melody.
Very nice memories song love it thinks
সুন্দৰ গীত
Very very fine
prem, hataha, khub aru bedanar majotu kiba puhor dekhi jetia eai geet tu xuni
💚
Apko mera prnam mera prnam swikar ho
Baku khon fali dibo mon jai.bukur bedona kuneu nubuje aru jibonor kunu astitto nai
Love this song a lot. Where can we see the film? Perhaps it is not available in the UA-cam. Can anyone upload it in the UA-cam ?
ai purani geet aazmi purona manuah bur anta dhuniya progrom kori bo pare bhal lagibo.
কালজয়ী গীত।সুমন কল্যাণ পুৰৰ চিৰ সজীৱ কন্ঠত চিৰসেউজ গীত।সুৰ সম্ৰাট সুধা কন্ঠ ড: ভূপেন হাজৰিকা দেৱৰ গীতৰ কথাখিনি অসম্ভৱ ভাল লগা। হৃদয়স্পৰ্শী।
ডঃ ভূপেন হাজৰিকা দেৱৰ এই অমৰ সৃষ্টি কি সুমধুৰ কন্ঠ .... সচাঁকৈ আমেজেই বেলেগ ❤❤❤❤
অন্যতম শ্ৰেষ্ঠ অসমীয়া গীত ৷
এইবোৰ গীত আমাৰ বয়সৰ লোকৰ বাবে অতীতৰ স্মৃতি।
evergreen classic! haunting melody since childhood
অতি সুন্দৰ মন পৰশা গীত,শুনি থাকিলেও আমনি নেলাগে।
আত্ম বিভোৰ হৈ যাও। চিৰযুগমীয়া গীত ।
শুনি থাকিলেও হেপাহ নপলাই এই গীতটো ।
নিৰোদ চৌধুৰীৰ কাহিনীৰে নিৰ্মিত এখন সুন্দৰ ছবি। ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত এই গীতটি চিৰসেউজ ।
এই গানটোৰ লগতে 'কাঁচঘৰ' ছবিখনৰ সংগীত পৰিচালক( অৰ্থাৎ সুৰকাৰো ) আছিল জিতু- তপন । চিনেমাখনৰ এই যুগমীয়া গানটোৰ গীতিকাৰহে আছিল ড৹ ভূপেন হাজৰিকা।
Evergreen song. ❤️🙏🙏🙏
বহুত বহুত ভাল লাগে এইবোৰ গীত
Borhia....👍👌👌.....non Assamees hoiyu iman nikhut ussaron ....great..🙏🙏
শৈশৱৰ সোণালী সোৱৰণী শুনিলোঁ এয়া। ❤️🙏
Suman Kalyanpur is a great singer. So sweet and melodious voice. Though Marathi is her mother tongue, she has sung songs perfectly in Urdu, Bangla, Odia and Ahomia..................
বহুত ভাল লাগিল গীতটি শুনিব পাই, সৰু থাকোঁতে মামা ককাৰ মুখত শুনা , আজি মনত পৰি বিচাৰি চালোঁ, thnks fr the uploading👏
বৰ ভাল লাগিল। ইমান মনপৰশা গীত।
১৯৮০ৰ পৰা ১৯৮৫ চন মানতে ৰেডিঅ' যোগে শুনা অন্যতম শ্ৰেষ্ঠ অসমীয়া সংগীত। এতিয়া ৰেডিঅ'ৰ প্ৰচলনো নাই আৰু এইবোৰ গীত শুনিবলৈও পোৱা নাযায়। বহু দিনৰ মূৰত গীতটো শুনি অতীতলৈ ওভতি চোৱাৰ অৱকাশ পালোঁ। সঁচাকৈয়ে শুনি থাকিলেও আমনি নলগা এটা
চিৰসেউজ গীত।😢😢😢