বৰগীত নাৰায়ন কাহে ভকতি কৰো তেৰা BORGEET NARAYAN KAHE BHAKATI KARO

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • বৰগীত নাৰায়ন কাহে ভকতি কৰো তেৰা BORGEET NARAYAN KAHE BHAKATI KARO
    ৰাম কৃষ্ন
    সকলোলৈ সেৱা জনাইছো । এটি নতুন বৰগীত মোৰ চেনেলত সংযোগ কৰিছো আৰু প্ৰভুৰ চৰণত অৰ্পন কৰি ৰাইজৰ বাবে মুকলি কৰি দিলো । শ্ৰোতা সকলে শুনিব বুলি আশা ৰাখিছো । এই বৰগীত মহাপুৰুষ শংকৰদেৱ বিৰচিত পৰিচালনা প্ৰয়াত বৰগীত আচাৰ্য্য গোলাপ বায়ন । কণ্ঠদান কৰিছে অতি কম বয়সতে ক্ৰিকেতৰ বল লাগি অকালতে মৃত্যু বৰণ কৰা সুমধুৰ সুললিত কণ্ঠৰ অধিকাৰী প্ৰয়াত শুভজিত বায়ন ।
    গীত:- নাৰায়ান কাহে ভকতি কৰো তেৰা
    ৰচক :- মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ
    ৰাগ :- ধনশ্ৰী
    তাল:- পৰি
    মাত্ৰা:- ১৪
    লয়- বিলম্বিত
    বৰগীত
    স্বৰলিপিৰ সৈতে বৰগীত
    নাৰায়ন কাহে ভকতি কৰো তেৰা
    স্বৰলিপি আৰু শব্দাৰ্থৰ সৈতে বৰগীত
    শংকৰী ধ্ৰুপদী সংগীত
    জয় কৃষ্ণ
    জীৱন্ত কলিতা
    Borgit
    borgeet
    birgeet with lyric's
    narayan kahe bhakati karo tera
    sankari dhrupadi sangit
    jaya krishna
    jivanta kalita
    #jivanta
    #অসমীয়া
    #music
    #borgit
    #borgeet
    #narayan kahe bhakati karo tera
    #sankari dhrupadi sangit
    #বৰগীত
    #শংকৰী ধ্ৰুপদী সংগীত
    #শংকৰদেৱ
    #নাৰায়ন কাহে ভকতি কৰো তেৰা
    #গুৰু
    #শংকৰদেৱ

КОМЕНТАРІ •