প্ৰস্তুতি পৰাশৰেও মঞ্চত চলাইছে বাইক আৰু চাৰিচকীয়া বাহন

Поділитися
Вставка
  • Опубліковано 26 січ 2025

КОМЕНТАРІ • 99

  • @DebabratKalita-n3m
    @DebabratKalita-n3m 4 місяці тому

    বা সুন্দৰ

  • @Kakuboruah-i1v
    @Kakuboruah-i1v 4 місяці тому +1

    চালে বেৰে কোবোৱা কথা কলে ভাল নালাগে।আজিকালি নাটক বোৰৰ অৰ্থ নাই ।সেইবাবে কিছুমান অলাগতিয়াল বস্তু দেখুৱাই মানুহক বেঙা বনাই ছে। নাটক কেতিয়াও চিনেমা নহয়।

  • @narayannath1749
    @narayannath1749 4 місяці тому

    ফটকা ফুটি চকুত পৰিল, এগৰাকী মহিলাৰ মাঠা ফাটি গল, এই বিষয়ে প্ৰস্তুতি পৰাশৰৰ মন্তব্য হল-"এইবোৰ হয় যায় আৰু, আমাৰো আৰ্টিচৰ গাত পৰে ।" বক্তব্যত আঘাত পোৱা ব্যক্তিৰ প্ৰতি কোনো সহানুভুতি বা আন্তৰিকতা প্ৰকাশ কৰা নেদেখিলো,

  • @bhaswatiroy9414
    @bhaswatiroy9414 4 місяці тому +5

    নতুনত্ব নহলে সাই ভাল নালাগে , চাৰ্কাছ বুলি কিয় কয় , বেয়া পোৱা বিলাকে নালাগে চাব অহেৰহে কাহিনী চাই থাকিব নোৱাৰি ,নতুন কিবা এটা দেখুৱালে ভাল লাগে , এতিয়া নহৈ বহুত আগৰ পৰাই নতুন অলংকাৰ লৈ বাইদেউ কোৱাৰ নিচিনা, মই এটা কথা কোব খোজো আপোনালোকে সহাঁৰি জনাব এৰি যি টি কিও সোধে , আগুৱাই যোৱাৰ শুভ কামনা হে দিব লগে আৱহনৰ লগতে , অসমৰ সকলো মঞ্চ থিয়েটাৰক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ ❤

  • @RahulDas-ps1fb
    @RahulDas-ps1fb 4 місяці тому

    টেকনিকেল কেৱল মঞ্চত হব লাগে।পাটচালাবাসী গাৱঁলীয়া ভোদা হৈ আছে সেইকাৰণে চাব যায়। একটা শৈলীৰে অভিনয়। আমনিদায়ক। সন্ধ্যাতৰা খন ভাল হৈছিল।

  • @runumisarmah6003
    @runumisarmah6003 4 місяці тому

    ঘটনা এটি যে ঘটিল সেইটোৰ বিষয়ে একো নকলে পৰাশৰে দুখ নালাগিব নে

  • @chinmoydas4475
    @chinmoydas4475 5 місяців тому +21

    দুৰ্ঘটনা কৈ নাহে আকস্মিক ভাবে হৈ যায় । ইয়াক ইমান নিউজ কৰি থাকিব নালাগে। দুখহে প্ৰকাশ কৰিব লাগে।

  • @KANTAKDAS-j2j
    @KANTAKDAS-j2j 4 місяці тому +2

    BYDO apuni nije bohut jane buli vabe

  • @mridularabha3742
    @mridularabha3742 4 місяці тому +2

    ৰাতিপুৱা পাছবজাৰ পৰা লানি নিচিঙা ভিৰ অলপ বেচি হল নেকি সাংবাদিক মহাশয়...?

    • @gyandeepnath3600
      @gyandeepnath3600 4 місяці тому

      বেছি হোৱা নাই । সঁচাকৈ পাঁচ বজাৰ পৰাই ভিৰ

    • @Bhargabassam
      @Bhargabassam 4 місяці тому

      আপুনি ৮ বজাত গৈ চাব চোন এবাৰ
      Ticket এখন পাই যদি

  • @dipumpbora7904
    @dipumpbora7904 4 місяці тому +2

    ইমান ফটুৱামি ভাল নালাগে , প্ৰায় কমাই দিলোঁ নাটক চোৱা , চুৰ চুৰ নাটক , 😅😂 তথাপিও অলংকাৰ বোৰ ভাল হলে ভাল , 😂😂😂

  • @PinkuSaikia-b8j
    @PinkuSaikia-b8j 4 місяці тому +1

    আৱাহন থিয়েতাৰ যিদিনা প্ৰথম পেনেদেল গাড়ী নিয়া সময়ত গায়ন বায়ন ৰে নটৰাজ ক পূজা অৰ্চনা কৰি আৰম্ভণি কৰা সময়ত যি দৰ্শকে চাইছে গম পাইছে সকলো অপাই অমংগল যেন আঁতৰাই নি সুমঙ্গল আনে আমিও প্ৰাৰ্থনা কৰিছোঁ গোটেই বছৰ যেন সুকলমে পাৰ হৈ লখিমপুৰ আহিলে চাম বাকী প্ৰস্তুতি বা অভিনয় তো মানিব লাগিব ই লগতে সুন্দৰ কে প্ৰযোজনা কৰিছে বহুত বহুত শুভকামনা জনালোঁ

  • @santanugogoi9904
    @santanugogoi9904 4 місяці тому +1

    টেকনিকেল থাকক ভাল লাগে কিন্তু কিছু কিছু থিয়েটাৰত অভিনয় মাদকতা পোৱা নাযায়, অতি ৰঞ্জিত নাচ গান বিলাক কমাই দিব লাগে তাৰ সলনি আগৰ দৰে নাটকৰ আগতে ভাল শিক্ষা মূলক নৃত্য নাটিকা আগবঢ়াওক

  • @dulaldas717
    @dulaldas717 4 місяці тому

    লেডী ডাইনা নাটখন হেলিকপ্টাৰ আৰু চাৰি চকী য়া বাহন দেখুৱাইছে

  • @opsankat4870
    @opsankat4870 4 місяці тому +2

    Bea coment dia buraloi thu karan assomiya. Kisumaan manuhe nije kariba nuara kaam aane karile pukar jale. Prastuti bahut sundari hoi nijar mukh khan sale gam pa ba. Ok

  • @bhairabbora677
    @bhairabbora677 4 місяці тому +6

    আছলতে অভিনয়ত এটাই বাৰ বাৰ হলে আমনি লাগি জাই গতিকে পৰিবৰ্তন হলে ভাল আৰু

  • @mridularabha3742
    @mridularabha3742 4 місяці тому +1

    আপোনাৰ নাটক চাই বোলে কোনোবাৰ কিবা হৈছে কথা টো সছা নে...?

  • @MomiKonwar-h9h
    @MomiKonwar-h9h 4 місяці тому

    🔥🔥🔥 Prostuti jui🔥🔥🔥

  • @dibyajitnath8304
    @dibyajitnath8304 4 місяці тому +2

    হেই চলোৱা নাই..ঠেলি নিছে..ঠেলা ঠেলি...টকা ঘটাৰ প্ৰথা..অভিনয় ৫%

  • @BikashDas-d5y
    @BikashDas-d5y 4 місяці тому +1

    Poriyal r lgt sab olp nuwara hoisi r

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we 4 місяці тому +1

    আগৰ থিয়েটাত অভিনেত্ৰী অভিনেতা সকলে কষ্ট কৰিছিল , আজি কালি নাচ গানতেই সামৰি থয় । কৰিস্মাৰ নামৰ দৰে। পুলক ফুকন ৰ স্বামী থাকিও বিধবা নাটক খনত কৰা অভিনয় আজিও পাহৰিবলৈ পৰা নাই।

    • @PabitraKalita-hy9we
      @PabitraKalita-hy9we 4 місяці тому

      এতিয়া হাতী , ঘোঁৰা লৈ আহিলে হ'ল।

    • @PabitraKalita-hy9we
      @PabitraKalita-hy9we 4 місяці тому

      নাটিকা টো চাবি নোৱাৰে। ধৰ্মমুলক নাটিকা টো কি নৃত্য।

  • @assamesedolisa
    @assamesedolisa 4 місяці тому +5

    অভিনয় নোহোৱা হৈছে। চাৰ্কাছৰ

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 4 місяці тому +1

    Too excessive.Need not do so.Most people do not like this at all except few.

  • @KripalDas-mr5te
    @KripalDas-mr5te 4 місяці тому +1

    সেইবুলি দৰ্শকক বম মাৰি আঘতপ্ৰাপ্ত কৰিবি নেকি চাল্লা ।।

  • @Niha_barman9230
    @Niha_barman9230 4 місяці тому +3

    Dada prostuti baa mur bohut preo hoi baa mur karone hahokh hoi baa love you❤

  • @MoniBora-z5x
    @MoniBora-z5x 4 місяці тому +1

    Kam nathaka manuha sabo

  • @dibyajitnath8304
    @dibyajitnath8304 4 місяці тому +2

    সময় আৰু টকাৰ অপব্যয়....মাত্ৰ কিছুমান হৈ হাল্লা..আৰু ৫% টেক্নলজি ৯৫ % থেলা হেচা...একো গঠনমূলক আদৰ্শ নাই...অন্য ৰাজ্যত নথকা এক ঐতিহ্য..য'ত একেখন তিৰপালৰ তলতে ধনঘটাৰ এক বৃহৎ যন্ত্ৰ...একেই কাহিনী একেই সাজ সজ্জা...মাত্ৰ কপি পেষ্ট..কিবা বেলেগ হ'ব বুলি চাব (চাম)..দেখিব গটানুগটিকতকৈ নিম্নমানৰ...আভোৱা ভৰাত কিন্তু শ্ৰেষ্ঠ..মোৰ ব্যক্তিগত ধাৰণা যোৱা ৬/৭ বছৰৰ এই চাকাৰ্চ খেলাখনত...

  • @BubulNath-r9k
    @BubulNath-r9k 4 місяці тому +2

    ছাৰ্কৰ নাসাও থিয়েটাৰৰ হে ছাম

  • @ranigogoi187
    @ranigogoi187 4 місяці тому +1

    Positive Answers

  • @biswajitbarman8748
    @biswajitbarman8748 4 місяці тому +3

    Ganor dance bilag Asomiya sador makhala pindhi dance koribolaga

  • @bapiprayag9110
    @bapiprayag9110 5 місяців тому +4

    Xunder kotha kaise baideu❤❤❤❤

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 5 місяців тому +9

    এতিয়া ভ্ৰাম্যমাণ "থিয়েটাৰ" নকৈ "চাৰ্কাছ" বুলি কব লাগে - এই মন্তব্য শুনিলোঁ এই বছৰ নাটক চোৱা দৰ্শকৰ পৰা । দুখ লাগিল ।

    • @MaayurDeka
      @MaayurDeka 4 місяці тому +1

      Nai huwa tenekuwa nohole theatreok notun projonmoi aakuwalie nolobo tetia theatre naikia hoi jabo dekhun

    • @Gunjan_Bordoloi_channel
      @Gunjan_Bordoloi_channel 4 місяці тому

      নাটকে হওঁক বা থিয়েটাৰে হওঁক মই হলে চামে

    • @Gunjan_Bordoloi_channel
      @Gunjan_Bordoloi_channel 4 місяці тому

      চাৰ্কাছ

    • @MaayurDeka
      @MaayurDeka 4 місяці тому

      @@Gunjan_Bordoloi_channel circus ketiyar pora enekuwa hol

    • @Gunjan_Bordoloi_channel
      @Gunjan_Bordoloi_channel 4 місяці тому +1

      @@MaayurDeka আধুনিক যোগ চলি যায় মানি লওক । বাক মই ভালে পাওঁ থিয়েটাৰ ভাল লাগে

  • @sanjibdeka311
    @sanjibdeka311 4 місяці тому +1

    Aito khosa kotha j only gaan borot he enekowa techniques used kore but natokor majot kintu kone o kora nai...

  • @debasishagniparasar8457
    @debasishagniparasar8457 4 місяці тому +9

    অসমৰ অভিনয় জগতৰ সম্ৰাজ্ঞী ❤❤

  • @MonsumiSaikia
    @MonsumiSaikia 4 місяці тому +1

    Mur Priyo abhinetrigoraki❤❤sai amoni nalage ❤

  • @dhritishmitabarman9963
    @dhritishmitabarman9963 4 місяці тому +1

    Mojja baa pathsala a fast ahe Abhan sabloi bhtoto mojja hey 😌😌😌😌

  • @pranjaldas4049
    @pranjaldas4049 5 місяців тому +3

    Nice interview

  • @mukulborpatra2546
    @mukulborpatra2546 5 місяців тому +3

    Really

  • @r.g9532
    @r.g9532 4 місяці тому +1

    Hengool a fali bo ai bar ❤

  • @purabiagarwal7360
    @purabiagarwal7360 4 місяці тому +1

    Best actor prastuti baa

  • @TaralaMedhi
    @TaralaMedhi 5 місяців тому +3

    Gelari pora ulale hakoluwe usor pora teo dekha pai, moi vabu aitu valle korise, teu acting bahut vall lage

  • @khargebarman9006
    @khargebarman9006 5 місяців тому +3

    চাৰ্কাজ হল নেকি থিয়েটাৰ????????

    • @MaayurDeka
      @MaayurDeka 4 місяці тому

      Nai huwa tenekuwa nohole theatreok notun projonmoi aakuwalie nolobo tetia theatre naikia hoi jabo dekhun

  • @uray4644
    @uray4644 5 місяців тому +4

    🔥🔥🔥🔥

  • @bitupanphukon6329
    @bitupanphukon6329 5 місяців тому +9

    এইজনী অভিনয় চাই ভাল নলগা হল । থিয়েটাৰ খনত কিবা এটা নতুনত্ব পাম ভাবো কিন্তু একেবোৰেই ।

    • @MaayurDeka
      @MaayurDeka 4 місяці тому

      Duibosoror pora tu bohut notun bostu ahil teor abhinoytu bohut change ahil apuni he gom napai sage atiyau tu prastuti buli kole belek rupot houseful hoi

    • @manjugogoi5366
      @manjugogoi5366 4 місяці тому

      Manuh kio ahe , kak saboloi ahe. , ticket paboloi nai

    • @manjugogoi5366
      @manjugogoi5366 4 місяці тому

      Tumi nasalei hol 😅

    • @ASSAM_999_RIDER
      @ASSAM_999_RIDER 4 місяці тому

      Toi koirbi na 😢

    • @bitupanphukon6329
      @bitupanphukon6329 4 місяці тому

      @@ASSAM_999_RIDER tuk koi ki lav..koru nokoru

  • @anupgogoi3178
    @anupgogoi3178 5 місяців тому +2

    Prostuti baa acting is good❤❤❤

  • @pranjeetdas5249
    @pranjeetdas5249 5 місяців тому +4

    অত' বছৰৰ পৰা একেই acting .. একেবাৰে ভাল নলগা হল

    • @MaayurDeka
      @MaayurDeka 4 місяці тому

      Dubosoror pora sun acting style change hole apuni gomei napai

  • @ramcharanrajbongshi1212
    @ramcharanrajbongshi1212 5 місяців тому +1

    ❤❤❤❤❤❤

  • @Arunavdeha
    @Arunavdeha 4 місяці тому

    Burhi pori jetiya kokaltu bhangibo tetiya gom pabo.ei joni a etiyau nijoke 20 bosoriya suwali buli bhabe.

  • @ajitmoran1521
    @ajitmoran1521 5 місяців тому +15

    এই টো বুঢী হল । আমনি লাগিছে ।নতুনক দৰকাৰ । হৰি নাম ল । হব হ ব।

    • @MaayurDeka
      @MaayurDeka 4 місяці тому

      Obhinoyt age nasai manuhr physique aru talent sai apunar nisina porha khuna koraluke eneke third class kotha kole kenekuwa lagibo boyokh teor he hoise teor characteror huwa nai . Burhi hole kiba obhinoy baat diye neki

    • @NamamiNamami-j7m
      @NamamiNamami-j7m 4 місяці тому +8

      আপোনাৰ চিন্তা ধাৰা মনিছোঁ মহাশয় ।প্ৰস্তুতি বা আমাৰ গৌৰৱ এগৰাকী অভিনেত্ৰীক এনেকৈ কবলে আপোনাৰ এবাৰো বেয়া নালাগিল নে

    • @barashamedhi8279
      @barashamedhi8279 4 місяці тому

      Amoni lagise jodi soboloi kio ahiso? Dhik manosikotar manuh...

    • @NitulNitul-m3p
      @NitulNitul-m3p 4 місяці тому +7

      বয়স হলেও ইমান ধুনীয়া হৈ আছে প্ৰস্তুতি বা ইমান ধুনীয়া অভিনয় নতুন কোনোবা আহিলেও কেতিয়াও প্ৰস্তুতি বা হব নোৱাৰে ।
      আপোনাৰ এতিয়া কোন বুঢ়ী হৈছে কোন গাভৰু হৈ হেইয়া চাই থাকিবলৈ লাজ লগা নাই আপোনাৰ এই বয়সত আপুনি কি ডেকা হৈ আছে আপোনাৰ কি হৰি নাম লোৱা বয়স হোৱা নাই । হৰি নাম লোৱা বয়স নাথাকে আপুনি বুঢ়ী গাভৰু নাচাই হৰি নামকে লওক সোণ পাপ খণ্ডন হব। লাজ ও নাপাই এই মানুহ বোৰে বুঢ়ী গাভৰু চাবলে চি চি

    • @bhargabkalita9541
      @bhargabkalita9541 4 місяці тому +4

      Ty o horir nm lob hol kio mbl comeme lekhi aso horir nm lob ty. Baidor dore matha ase neki tur

  • @parashgogoi2076
    @parashgogoi2076 5 місяців тому +21

    Aijonik sabole Val nologa hol

    • @AjijulHoque-j2i
      @AjijulHoque-j2i 5 місяців тому +16

      Toi nasale hol

    • @toraburagohain4665
      @toraburagohain4665 4 місяці тому +6

      Toi nasabe

    • @Manash-protim-borah
      @Manash-protim-borah 4 місяці тому +7

      Toi প্ৰস্তুতি বাৰ যোগ্য নহয় so তেনেকৈ নকবি।

    • @Saya_official_123
      @Saya_official_123 4 місяці тому +5

      Saok ajikalir dinot prastuti baar nisina strong woman nohoua hoise so manuhor mukhot aibur xuva napai . agote teor nisina hoi dekhaouk tar pisot kole he xuva pabo 👍

    • @padmadhartalukdar8047
      @padmadhartalukdar8047 4 місяці тому

      এতিয়াৰ থিয়েটাৰ বোৰে চাৰ্কাছ দেখুৱায় নে নাটক দেখুৱায়?

  • @pramoddeka4285
    @pramoddeka4285 4 місяці тому

    one of 420 Actress 4r me