বিজেপি ত্যাগ উজনি অসমৰ ২ প্ৰভাৱশালী নেতাৰ।

Поділитися
Вставка
  • Опубліковано 10 лип 2024
  • বিজেপি ত্যাগ উজনি অসমৰ ২ প্ৰভাৱশালী নেতাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দল এৰাৰ সিদ্ধান্ত।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 56

  • @sanjibbora1789
    @sanjibbora1789 19 днів тому +19

    সুন্দৰ পদক্ষেপ দেই।ভাল লাগিছে

  • @JkTree-xl9dw
    @JkTree-xl9dw 19 днів тому +11

    সূন্দৰ পদশেপত আপোনালোকলৈ ধন্যবাদ।

  • @jakir5460
    @jakir5460 19 днів тому +9

    Good news

  • @SatymevaJayate007
    @SatymevaJayate007 19 днів тому +5

    Very Good

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 19 днів тому +12

    Congress zindabad Rahul Gandhi zindabad Assam CM Gaurav Gogoi zindabad 💯🙏💪💪💪💪💪💪

  • @beautygogoi1395
    @beautygogoi1395 19 днів тому +11

    very very good

  • @armanaliahmed9215
    @armanaliahmed9215 19 днів тому +1

    দল গঠন কৰিলে কোনো লাভ নহব।ভাগত আৰু কম পৰিব।

  • @dipduttathakuria8147
    @dipduttathakuria8147 19 днів тому +2

    Very very good

  • @deepukrtamuli6577
    @deepukrtamuli6577 19 днів тому

    Good news. Mojja

  • @SantiSangma-ig8uj
    @SantiSangma-ig8uj 19 днів тому +7

    Very good ❤

  • @Krishna-rc2ws
    @Krishna-rc2ws 19 днів тому +3

    Good

  • @dhormendradoley7382
    @dhormendradoley7382 19 днів тому +3

    Good steps 🎉

  • @arpitadutta9888
    @arpitadutta9888 19 днів тому +3

    Goo

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 19 днів тому +2

    এইবোৰ ইমান চিঞৰি চিঞৰি নকলেও হয় ৷ ৰাজনীতিত এইবোৰ তেনেই সহজ ৷ আজি ইয়াত কালি সেইয়াত ৷

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 19 днів тому +1

    নতুন দলে ফালিব

  • @njyotinjyoti7541
    @njyotinjyoti7541 19 днів тому +2

    অসমিয়া নিজকে নিজে ভাগ ভাগ কৰি পেলালি ছাল্লা।

  • @sabitadas8159
    @sabitadas8159 19 днів тому +2

    পোন্ধৰ বছৰ যুজাৰ পিছত চৰকাৰ আহিল তাৰ পিছত আমাক ডাঙৰ চাই লাত এটা মাৰি ওলিয়াই দিলে

  • @assam2006
    @assam2006 19 днів тому +1

    প্ৰভাৱ শালী মামাই ত্যগ কৰিব

  • @BijuKumbang-ou3fg
    @BijuKumbang-ou3fg 19 днів тому +1

    প্ৰভাৱশালী মানে,সিহঁতে বিজেপিৰ প্রেক্তৰে নহয়।

  • @hirumonigogoi2615
    @hirumonigogoi2615 19 днів тому

    Good 👍

  • @jyotibrothereo1096
    @jyotibrothereo1096 19 днів тому

    Mozza khela hoby ❤

  • @gunajitsarma5579
    @gunajitsarma5579 19 днів тому +2

    😂😂😂 jabo de na astitta nohuwa netar proijon nai

  • @dowarahsanab8230
    @dowarahsanab8230 19 днів тому +5

    গৌৰৱৰ ভয়ত বিজেপিত কম্পমান।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 19 днів тому

    মাৰ্ঘেৰিটা বোলা মামাৰ তথাকথিত আহোম সেনাপতি জন কত ঘূৰি ফুৰিছে। আহক বিদ্ৰোহ দমন কৰক।।

  • @BabulAli-tk1ly
    @BabulAli-tk1ly 19 днів тому +1

    অংক নিমিলা হল ছাগে

  • @jnanendrasingha8398
    @jnanendrasingha8398 11 днів тому

    বিজেপিক ৰোধিবলৈ নতুন দল খোলাতকৈ কংগ্ৰেছ দলক শক্তিশালী কৰাত হে গুৰুত্ব দিব লাগে । সতীনীৰ যাত্ৰা ভংগ হ'ব ঠিকেই কিন্তু তাতকৈ অধিক দুখদায়ক হয নিজৰ নাক কটা যোৱাৰ বাবে । মানে আনৰ সামান্য ক্ষতি কৰাৰ বাবে নিজৰ ডাঙৰ ক্ষতি কৰিবলৈ লোৱাৰ দৰে কথা। নতুন দল গঠন কৰি বিৰোধী ঐক্যত যোগদান কৰিলেও অৱস্থা অধিক বেয়া হ'ব; কাৰণ বিৰোধী ঐক্য মানে নিজৰ মাজতে খোৱা কামোৰা "কাউৰ-মাউৰ" ।

  • @abdulhekim5770
    @abdulhekim5770 19 днів тому

    উজনি নহয় গোটেই অসমতেই BJP
    ৰ এই ধৰণৰ অৱস্থা হ'ব ।

  • @mohandangil7051
    @mohandangil7051 19 днів тому

    Thanks

  • @hafijursikder9104
    @hafijursikder9104 19 днів тому +1

    এইটো হৈছে গৌৰবৰ ডেউ ।

  • @manbholaray2757
    @manbholaray2757 19 днів тому +3

    সিহঁতৰ দৰে নেতা BJP ত নাথাকিলে BJP dol ভালকৈ চলিব ।

  • @deephazarika887
    @deephazarika887 19 днів тому

    ধীৰে ধীৰে

  • @PankajHazarika-d3y
    @PankajHazarika-d3y 19 днів тому

    এইয়া আৰম্ভনীহে-----।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 19 днів тому

    Very very good .

  • @nitudeka-ks1sc
    @nitudeka-ks1sc 19 днів тому +1

    জহৰি এটা কথাকে কেই বাৰ বলকি আচ।

  • @Janmoni1223
    @Janmoni1223 8 днів тому

    দুয়োজন নেতালৈ অভিনন্দন। কিন্তু মূৰ্খ সনবাদিক বিলাকে আহোম নেতা বামুন নেতা কলিতা নেতা মিছিং নেতা কুচনেতা আদি নাম দি জাতি তোক ভাগ ভাগ কৰি আহিছে।

  • @amanboro6144
    @amanboro6144 19 днів тому +1

    দলৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰা সলনি দল ত্যাগ ভাল সুবিধা বাদী বিক্ৰী হোৱা মানুহ

  • @chandrakantachetiachandra369
    @chandrakantachetiachandra369 19 днів тому

    বামুনে তালি টোপোলা বান্ধি কাখলতিৰ মাজত লোৱাৰ সময় আৰম্ভ হৈছে

  • @litonsvlogs.2530
    @litonsvlogs.2530 19 днів тому

    Aro dol khulibo mane BJP r positive point..

  • @umeshkardong6116
    @umeshkardong6116 19 днів тому +1

    আহোম সকল তিনি গগৈৰ বহতীয়া ।আমাৰ ইয়াতো আহোমে BJP ক ভোট নিদিয়ে ।

    • @Kamalkamal-jj7xz
      @Kamalkamal-jj7xz 19 днів тому +1

      এইটো সম্পূৰ্ণ ভুল ধাৰণা.. আমাৰ গাওঁ খন সম্পূৰ্ণ আহোম গাওঁ আৰু আমাৰ ইয়াত সকলো বিজেপি supporter...

  • @NiranjanGohain-e1n
    @NiranjanGohain-e1n 19 днів тому +1

    Kam nahin hai katha

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 19 днів тому

    Bjpৰ অন্ধ ভক্ত সকলৰ মুখ দেখিলে বেয়া লগা হৈছে।

  • @bhupeshdas3141
    @bhupeshdas3141 19 днів тому +3

    assam,gaurav,gagoi,zindhabad

  • @NumalKhongiadigital
    @NumalKhongiadigital 19 днів тому +1

    মইও join কৰিম,, জনসংঘ জিন্দাবাদ,, ভাৱি আছিলোঁ কেতিয়া এনেকুৱা হব বুলি,,,

  • @user-bb2bq9wh7f
    @user-bb2bq9wh7f 19 днів тому

    দুজন আহোম নেতা বুলি কৈছে
    আহোম অসমীয়া নহয় নেকি ।

    • @NumalKhongiadigital
      @NumalKhongiadigital 19 днів тому

      আহোম অসমীয়া নহয়,,, অসমীয়া সেইবোৰ যিয়ে দিল্লীৰ আদেশত জয় শ্ৰী ৰাম অাৰু ৰাহুল খান জিন্দাবাদ বুলি কৈ থাকে,,,

  • @newclearacademy-98765
    @newclearacademy-98765 19 днів тому

    Congress zindabad

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 19 днів тому +2

    ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ

  • @pspgaming13
    @pspgaming13 19 днів тому

    Good news