নাম প্ৰসংগ || sandhya prasang || BarunBivor Saikia || সন্ধ‍্যা প্ৰসঙ্গ || বৰুণবিভোৰ শইকীয়া

Поділитися
Вставка
  • Опубліковано 4 лют 2025

КОМЕНТАРІ • 70

  • @nayanmoniduarah4739
    @nayanmoniduarah4739 2 роки тому +6

    Krishna bap bohut hundar hoise

  • @DulumoniDutta-y9i
    @DulumoniDutta-y9i Рік тому

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @JaanmoniSarat
    @JaanmoniSarat Рік тому

    Krishna bap kaoti pranam

  • @bijitsaikia5021
    @bijitsaikia5021 Рік тому

    কৃষ্ণকৃষ্ণ

  • @anantabhuyan
    @anantabhuyan Рік тому

    কৃষ্ণ বাপ

  • @indranilkakati6780
    @indranilkakati6780 3 роки тому +8

    ॥ কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ॥
    ভকত-বৈষ্ণৱৰ শ্ৰীচৰণত ভকতি সেৱাভাগ নিৱেদন কৰিছোঁ। কৃষ্ণ ৰাম॥ 🙏

  • @jitubharali5086
    @jitubharali5086 2 роки тому +1

    কৃষ্ণ কৃষ্ণ

  • @akmotivation8429
    @akmotivation8429 2 роки тому

    ইমান স্পীড ৷ কৃষ্ণ

  • @dipulchangmai9863
    @dipulchangmai9863 3 роки тому +3

    KRISHNA

  • @ANUBHOB_AAKASH
    @ANUBHOB_AAKASH 3 роки тому +1

    অতি সুন্দৰ । তালযোৰ অলপ গধুৰ হব লাগে । পাতল হোৱা বাবে উৰি গৈছে ।

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  3 роки тому

      গানিকাৰ তাল সদায় পাতল হ'ব লাগে।

  • @pranabdewri9505
    @pranabdewri9505 3 роки тому +1

    কৃষ্ণ বাপ পৰ্ভো 🙏 নাম ভাগ বৰ ভাল লাগিল কৃষ্ণ 🙏🙏🙏🙏

    • @nakuldutta6204
      @nakuldutta6204 2 роки тому

      বাপ সুন্দৰ হৈছে আপোনা ৰবালৈ সেৱা জনালোঁ ।

  • @parthanaboruah9554
    @parthanaboruah9554 2 роки тому +1

    কৃষ্ণ, আই বাপ সমস্ত 🙏

  • @dulumonidutta6933
    @dulumonidutta6933 2 роки тому

    Krishna Krishna

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 3 роки тому +1

    Krishna Krishna ,

  • @bedantaborah2548
    @bedantaborah2548 2 роки тому +1

    Manumóha nam.

  • @samujjalgogoi8480
    @samujjalgogoi8480 2 роки тому

    Krishna🙏

  • @aairumidutta3711
    @aairumidutta3711 3 роки тому +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ৰে

  • @lalitgogoi1984
    @lalitgogoi1984 4 роки тому +5

    শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ বাপ সমস্ত, আপোনাসবৰ চৰণত শতকুতি প্ৰনাম 🙏🙏🙏🙏

  • @krishnakantanazira1390
    @krishnakantanazira1390 4 роки тому +3

    কৃষ্ণ কৃষ্ণ হৰি ৰাম

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 3 роки тому +1

    Krishna joy guru sankar প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা
    কৰক জয় গুৰু শংক কৃষ্ণ,বহুত ভাল লাগিল। 👍 ,🙏

  • @dhrubagogoi1781
    @dhrubagogoi1781 3 роки тому +2

    সুন্দৰ ়শুনি ভাল লাগিল। কৃষ,

  • @sunitborahdo342
    @sunitborahdo342 4 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ আগ বহালো | দুখ মৰিখন প্ৰভূ |

  • @pranjoldutta7038
    @pranjoldutta7038 4 роки тому +3

    Krishna bap jon bor monurom deiii ❤️ Krishna

  • @kamalbharali1964
    @kamalbharali1964 4 роки тому +4

    Prothomor bhatimar para lilamalaloi eman khar je korbaloi jaboloi gen polom hoise. Srimanta sankardeb sangha mote huwa nai amar uthi oha bhakate anedore nokoriba. KRISHNA.

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  3 роки тому +2

      বাদ্য বিশাৰদ ঁযোগেশ্বৰ বৰদলৈদেৱৰ দ্বাৰা প্ৰাপ্ত প্ৰশিক্ষণ অনুসৰি প্ৰসঙ্গ কৰা হৈছে। ভুল হৈছে বুলি ক'লে প্ৰশিক্ষক জনৰ ওপৰত আঙুলি উঠোৱাৰ দৰে হয়।

    • @akmotivation8429
      @akmotivation8429 Рік тому

      সচাকৈয়ে

  • @dwipenphukon7460
    @dwipenphukon7460 2 роки тому +1

    ভকত সমস্তক দেখি থকাহেতেন আৰু ভাল লাগিলহেতেন , তালৰ শব্দটো হেডফোনত শুনি ভালেই লাগিছে , তথাপিও আৰু অলপ ওজন হোৱাহেতেন আৰু মিঠা লাগিল হেতেন , বাকী সকলো সুন্দৰ হৈছে -- কৃষ্ণ......

    • @Chinmoy_kohli_18
      @Chinmoy_kohli_18 Рік тому

      মইয়ো অকলশৰে থাকি গাওঁখনলৈ, গাওঁৰ নামঘৰটোলৈ মনত পেলাই পেলাই শুনিলো।। মনটো বৰ ভাল লাগিছে।।
      🙏জয় গুৰু শংকৰ🙏

  • @JaanmoniSarat
    @JaanmoniSarat Рік тому

    🎉😂 16:06

  • @rupamdas4885
    @rupamdas4885 3 роки тому +3

    জয় শংকৰ সংঘ

  • @pabansaikia4845
    @pabansaikia4845 4 роки тому +8

    সুন্দৰ হৈছে । তাল জোৰ সৰু হোৱাৰ বাবে চেৰচেৰাই গৈছে ।

  • @phuleswarkalita5267
    @phuleswarkalita5267 3 роки тому +2

    Khundar haise bapkhakalalay namskar

  • @happyboy4288
    @happyboy4288 4 роки тому +4

    Love from USA

  • @sunitborahdo342
    @sunitborahdo342 4 роки тому +2

    কিতাপ চাই লৈছে মুখস্ত নাই | কৃষ্ণ |

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  4 роки тому

      কৃষ্ণ বাপ। প্ৰসঙ্গৰ পৰা ৰেকৰ্ডিং কৰি দিয়া হৈছে। কিতাপ চাই লোৱা নহয়। কিয়বা আপোনাৰ কিতাপ চাই লোৱা যেন লাগিল? channel টো subscribe কৰি ল'ব। এই প্ৰসঙ্গৰ ভিডিঅ'ও আপলোড কৰা হ'ব।

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  3 роки тому

      ua-cam.com/video/n8ShEyOB7MI/v-deo.html

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  3 роки тому

      ua-cam.com/video/jchGQJblcBI/v-deo.html

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 3 роки тому +1

      Bap jona Khama korib.bakya Ashar likhisu.prashang kora Bor tan.moi murhmotiye shiki asu.sahaje iman khini monot Rakha bohut jotil tekhetor Khor holeu bohut sundor hoise.krishna bap dukh nadharib amak ,aparadh binashan taju name Narayan Jani name poshilu Saran.krishna.

  • @jadavchduttajadavchdutta5854
    @jadavchduttajadavchdutta5854 3 роки тому +2

    Guru bhatima basi khar haise. Laha lahe gaboli jatna koriba..

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 3 роки тому

    Kisnor

  • @pranjoldutta7038
    @pranjoldutta7038 3 роки тому +2

    নাম আচাৰ্য ‌বাপ জনৰ ইমান স্পষ্ট উচ্ছাৰণ কৰিছে সচাঁকৈ প্ৰসংশনীয় হে বাপ জন কৌটি প্ৰণাম তোমাৰ চৰণত 👍👍👍👍এই চেনেলৰ বাপ জনক সেৱা জনালোঁ অনুগ্ৰহ কৰি নাম আচাৰ্য ‌বাপ জন নামটো উল্লেখ কৰিব নেকি 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 বৰুণ বিভুৰ শইকীয়া বাপ জন নেকি বাৰু (মই আনুমান কৰিছোঁ 🙏🏿🙏🏿

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  3 роки тому

      ua-cam.com/video/jchGQJblcBI/v-deo.html
      ভিডিঅ'টো চাব।

    • @pranjoldutta7038
      @pranjoldutta7038 3 роки тому

      @@bhakatibhandar-6378 হয় বাপ জন চালোঁ 🙏🏿🙏🏿শ্ৰৱণ সদায় কৰোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿🙏🏿

  • @debojitbora6195
    @debojitbora6195 7 місяців тому

    😂

  • @sumandeka1188
    @sumandeka1188 4 роки тому +3

    কৃষ্ণ

  • @hrishikeshneog
    @hrishikeshneog 4 роки тому +1

    অচ্য়ুত নে অচৈত ?

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  4 роки тому

      অচ্য়ুত, অচৈত একোৱেই নহয়। অচ‍্যুতহে হয়।

    • @hrishikeshneog
      @hrishikeshneog 4 роки тому

      @@bhakatibhandar-6378 ভকতে কিয় অনন্তঅ চৈত সনা বুলি কিয় গায়?

    • @ANUBHOB_AAKASH
      @ANUBHOB_AAKASH 3 роки тому +1

      অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ ।
      অ চৈত নহয় ।

  • @dinanathbezboruah6615
    @dinanathbezboruah6615 2 роки тому

    কিন্তু, শঙ্কৰ অ_-গুৰু উচ্চাৰণ নহয় নেকি?

    • @bhakatibhandar-6378
      @bhakatibhandar-6378  2 роки тому

      শঙ্কৰ অ' গুৰু নহয়, কৃষ্ণ শঙ্কৰ গুৰু হয়।

  • @jadavchetia5498
    @jadavchetia5498 4 роки тому +2

    Fantastic. Why someone dislike