অসমীয়া কোন, ইয়াৰ প্ৰকৃত সংজ্ঞা কি, কেৱল অসমৰ ভিতৰত থকা অসমীয়া ভাষা কোৱা লোক খিনিক অসমীয়া বলা হয় নে কি? যদি হয়, বড়ো বা কছাৰী, নেপালী, বংগালী ভাষা কোৱা সকল কি?ধন্যবাদ।
অসমীয়া মাধ্যমৰ স্কুল উজনি অসমতহে বন্ধ হৈছে বা নাইকিয়া হবলৈ ধৰিছে ৷এনেকৈ বন্ধ হলে স্কুল নোহোৱা হৱ ৷ইয়াৰ বিৰুদ্ধে কোনে মাত মাতিব ৷ভাষা কেনেকৈ সুৰক্ষিত হব ? অসমীয়া ভাষা কত শিকিব ? এতিয়া চৰ অঞ্চলত অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰিলেতো যি দেখা গৈছে অসমীয়া ভাষা নাথাকে ৷শৃংখল চলিহাৰ মতে মিঞাই অসমীয়া ভাষাও বেদখল কৰিছে ৷এয়া কি বকিছে ?
Bhougulik dristite suwa hoise ,Ahom bulile Barak upatyakao ahomir antargat ,Barak buli belek rajyja janu, nohoi, gotike hirunama mote thikei ase, 1951 pasat aha bilakar Bangladeshi ba banga, bihari etc . Ahomi yt a bulibo nuwari, eii satya katha.
এঙ্কোৰ পৰাশমনিয়ে ৰাজনৈতিক বিশ্লেষৰ ভাও লোৱা দেখা গৈছে।অলপ তেওঁ বেছি কৰিছে। অতিথি সকলক কবৰ সুবিধা দিয়া হোৱা নাই।
চুক্তি মতে অসম চুক্তি রুপায়ন করতে হবে।
Very good Assam police❤❤❤
একাৎসই খিলঞ্জিয়া কৈ রাজনীতি করিলে এতিয়া মিয়াও খিলঞ্জিয়া হল😂😂😂
আগতে কংগ্ৰেছকে ধৰি সকলোৱে চিঞৰি আছিল ৬নং দফা কাৰ্যকৰী কৰিব লাগে এতিয়া কিছুমান অসমীয়া মহা পণ্ডিতে নানান ভূল উলিয়াবলৈ যত্ন কৰিব খুজিছে । বহু বছৰৰ মুৰত হিমন্তবিশ্ব শৰ্মাদেৱে আজি কাৰ্যকৰী কৰিব খুজিছে তাত আমি সকলোৱে উৎসাহেৰে সহযোগ কৰিব লাগে।
অসমীয়া কোন, ইয়াৰ প্ৰকৃত সংজ্ঞা কি, কেৱল অসমৰ ভিতৰত থকা অসমীয়া ভাষা কোৱা লোক খিনিক অসমীয়া বলা হয় নে কি? যদি হয়, বড়ো বা কছাৰী, নেপালী, বংগালী ভাষা কোৱা সকল কি?ধন্যবাদ।
অসমীয়া মাধ্যমৰ স্কুল উজনি অসমতহে বন্ধ হৈছে বা নাইকিয়া হবলৈ ধৰিছে ৷এনেকৈ বন্ধ হলে স্কুল নোহোৱা হৱ ৷ইয়াৰ বিৰুদ্ধে কোনে মাত মাতিব ৷ভাষা কেনেকৈ সুৰক্ষিত হব ? অসমীয়া ভাষা কত শিকিব ? এতিয়া চৰ অঞ্চলত অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰিলেতো যি দেখা গৈছে অসমীয়া ভাষা নাথাকে ৷শৃংখল চলিহাৰ মতে মিঞাই অসমীয়া ভাষাও বেদখল কৰিছে ৷এয়া কি বকিছে ?
আচূ মুৰদাবাদ কিয় কলো পিছত কম
Aamar koka 1951 r agot ahisil bangladeshor pora .Mur deutar 1965 r voter listot nam ase 1951 r nrc nam ase.kokar 1924 r matir khajna rosid ase.
Assamese.enar.linemparpiy.lage
51 kori lav nohobo.
তেনে হলে কিমান চন নিদাৰিদ কৰিব কোৱা 😂😂
AHOMIYA ARU AHOM BAHI ORTHAT. AHOMOT BAHU DINOR PORA BOHOBAH KORA BHARATOR BIBHINNO THAIR PORA AHI AHOMOT BAH KORA HOKOL....
Tat koi axom khonok 50 /50 krai bhal..tribel and non tribel...
1962. Basha. A ndhulon. Tou chaba lahogia hall. Barakth largeskel Ahum Manu Acha.
Miya cam ni
Axomiat gamusa dingit lolei axomiai hobo nuware . Teoluke 51 sanor aagote teolukor tini purukh aasil ne nai jodi aasil teoluke hobo azomia khilonjia . Kunuba muslime azomia gamusa lolei buli azomia hobo nuware ha . Anei top sowt bohi khasa misa kisuman koi thaki lav nai . Nauhe jane boitha kimanoloi bohe . Aapuni reporter hoi bhul massage kio dise . Aapuni koise borakvellyir keijonman muslime dingit azomia gamusa lole buli azomia buli koise kheitu aapuni bhul kaise . Dingit azomia gamusa lole buli azomia khilonjia hobo nuware Buji paisene . Aapuni bhul massage nidibo Buji paisene . Bol di tetu fali fali kotha kole nohobo ha .
Asamot.enar.line.parmitlage