গৌৰৱ গগৈয়ে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰৰ জবাব হিমন্তবিশ্ব শৰ্মাৰ হাতত আছেনে?

Поділитися
Вставка
  • Опубліковано 14 чер 2024
  • 📌গৌৰৱ গগৈ বিজেপিৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান!
    📌সত্যৰ মোকাবিলা কৰাৰ হাথিয়াৰ নাই হিমন্তবিশ্বৰ হাতত!
    📌গৌৰৱ গগৈয়ে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰৰ জবাব হিমন্তবিশ্ব শৰ্মাৰ হাতত আছেনে?
    📌পৰেশ মালাকাৰৰ প্ৰাসংগিক প্ৰশ্ন!
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 98

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому +15

    গৌৰৱ গগৈ এতিয়া অসম আৰু ভাৰতবৰ্ষৰ এটা উজ্জ্বল নক্ষত্ৰ ।

  • @RojitaDas
    @RojitaDas Місяць тому +25

    Only Congress only Gourav Gogoi 🖐️🖐️🖐️🖐️🖐️👍👍👍👍👍👍

  • @momitaborah5336
    @momitaborah5336 Місяць тому +12

    গৌৰৱ গগৈ পৰৱৰ্তী মুখ্য মন্ত্ৰী হ'বলৈ গৈ আছে। 🎉🎉❤

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 Місяць тому +38

    গৌৰৱ গগৈ এগৰাকী ভাল নেতা।

  • @aparadevisarma5797
    @aparadevisarma5797 Місяць тому +49

    গৌৰৱ ৰ জয় যোৰহাট জিলাৰ খনৰ গৌৰৱ

  • @balendas4259
    @balendas4259 Місяць тому +40

    গৌৰৱ গগৈ বহু বছৰৰ মূৰত এজন সুদক্ষ সুনিপুণ, যুক্তিবাদী, অধ্যয়ণ পুষ্ট, মৃদুভাষী, সদাচাৰী, সূদূৰদৰ্শী, বাকপটুতা থকা নেতা পাবলৈ সক্ষম হল । আমি গৌৰৱৰ পৰা শিকিব লগীয়াত আছে । দেউতাক প্ৰয়াত তৰুণ গগৈ দেৱে গৌৰৱক হয়তো বহুতো কথাই শিকাই থৈ গৈছে । বৰ্তমান বিজেপিৰ মুধাফুটা নেতা সকলৰ মিছা অন্তসাৰশূণ্য বক্তব্যবোৰ শুনি শুনি জনতাই আমনি পাইছে । সেই কাৰণে গৌৰৱৰ বক্তব্য ই মানুহক আকৰ্ষণ কৰিছে । যোৰহাটবাসীয়ে দেখুৱাই দিলে যে এতিয়াও সৎ নিষ্ঠাৱান মানুহক নিৰ্বাচনত কেনেকৈ জয়ী কৰিব লাগে । আমাৰ হাতত কৃতজ্ঞতা, আৰু অভিনন্দনক বাহিৰে যোৰহাট বাসীক দিবলৈ একোৱেই নাই ।

    • @jitenrahang1276
      @jitenrahang1276 29 днів тому +1

      🎉🎉🎉🎉🎉❤❤❤❤❤❤❤.........

    • @AbudulaAli
      @AbudulaAli 19 днів тому

      বলেন দাসৰ কথাবোৰ বৰ ভাল লাগিছে ।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Місяць тому +7

    গৌৰৱ গগৈ বৰ্তমান অসমৰ বাবে গৌৰৱ। গৌৰৱ গগৈৰ দৰে আৰু কেইজনমান সততা থকা নেতা ওলাই এই অয়্তাচাৰী অপসাশন ওফৰাই পেলাব লাগে।

  • @HemodharKutum-vb2tf
    @HemodharKutum-vb2tf Місяць тому +39

    পিয়ুজ হাজৰীকা কেতিয়া কথা ৰাখি পদত্যাগ কৰিব ?

    • @AbudulaAli
      @AbudulaAli 19 днів тому

      ধেত ওপৰৰ মুখেৰেই কোৱা নাই নহয়।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Місяць тому +24

    প্ৰতিনিধিজন লোকসভাত দক্ষ হয়নে তাক ৰাইজে লক্ষ্য কৰি ভোট দিছে,চকী দখলৰ বাবে নপঠায় যিহেতু ভোটাৰ শিক্ষিত

  • @babulsonowalbabulsonowal5888
    @babulsonowalbabulsonowal5888 Місяць тому +8

    2026 gourov gogoi CM huwatu bisaru moi

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr Місяць тому +7

    গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী ❤❤❤❤

  • @sanjibbora1789
    @sanjibbora1789 Місяць тому +13

    হিমন্ত চাৰৰ ওচৰত সকলো বান আছিল কিন্তু তেখেতে কৰ্ণৰ দৰে সময়ৰ শৰ সময়ত প্ৰহা ৰ কৰিব পাহৰিব।তৰুণ গগৈ দেৱে অভিশাপ দি থৈ গৈছে।

    • @AbudulaAli
      @AbudulaAli 19 днів тому

      খোলা খুলি কৈ অভিশাপ দিব নালাগে নহয়।

  • @dipkamaldeka9696
    @dipkamaldeka9696 Місяць тому +5

    হাজাৰ গৌৰৱৰ প্ৰয়োজন অসমত তথা ভাৰতত। গৌৰৱৰ জয় অকল যোৰহাটৰ জয় নহয় গোটেই অসমৰে জয় । সত্যম শীৱম সুন্দৰম।

  • @imdadali9519
    @imdadali9519 Місяць тому +10

    সত্যটো ভগবানে দেখে আৰু অপেক্ষা কৰে।বওমান সেইটোবেই হৈছেগৈ।❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Місяць тому +5

    গৌৰৱ গগৈ নিৰ্ভৰযোগ্য ৰাজনৈতিক নেতা। তেওঁ নিশ্চয় অসমৰ ৰাইজৰ বাবে ৰাইজে বিচৰাৰ দৰে এক পৰিবেশ ৰচনা কৰাত অদূৰ ভৱিষ্যতে সফল হ'ব।

  • @xzaxe
    @xzaxe Місяць тому +11

    Gourab Gogoi jindabaad!

  • @ritishachangmai6708
    @ritishachangmai6708 Місяць тому +10

    জনতাৰ হকে জনতাৰ স্বাৰ্থত মাত মাতিব পৰা দক্ষ আৰু নিকা ভাল মূৰ্তিৰ উচ্চ শিক্ষিত প্ৰাৰ্থী দিয়ক জনতাই নিশ্চিত ভাৱে ভোট দিব। প্ৰতীক চাই ভোট সকলো ভাটাৰে ভোট নিদিয়ে। ভাটাৰ সজাগ আৰু সচেতন হ'ল

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Місяць тому

      আমাক ৰাজনৈতিক দল নেলাগে, এজন উপযুক্ত, নিকা,দ ক্ষ,বাকপটু,কেনদিডেট লাগে ।গৌৰৱ ক হৰুৱাবৰ কাৰনে বিজেপিয়ে জনবল,ধনবল খৰছ কৰিও বিফল হল।

  • @dilipborah8700
    @dilipborah8700 Місяць тому +7

    গৌৰব গগৈ জিন্দাবাদ

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Місяць тому +14

    গৌৰবৰ নেতৃত্বত হ'বলৈ গৈ আছে এখন চৰকাৰ, মুখ্য মন্ত্ৰীৰ শৰাইঘাট ৰণ অসমীয়াই ভালদৰে বুজি পাবলৈ ধৰিছে

  • @lulalu6707
    @lulalu6707 Місяць тому +6

    অসমৰ মাননীয় গৌৰৱ গগৈ ডাঙৰিয়া জিন্দাবাদ গোলাঘাট 🙏 🙏 ☝️জয় আই অসম 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹 🌹

  • @jitenrahang1276
    @jitenrahang1276 29 днів тому +2

    গৌৰৱ গগৈ অসম গৌৰৱ=এটা সূৰ্য দৰে নক্ষত্ৰ।❤❤❤❤

  • @Danirojasfc6
    @Danirojasfc6 Місяць тому +12

    #গৌৰৱ গগৈৰ জয় মানেই অসমৰ জয়।
    #গৌৰৱ গগৈৰ জয় মানেই অসমৰ ভাষিক অসমীয়াৰ জয়।
    #গৌৰৱ গগৈৰ জয় মানেই অসমৰ জাতি মাটি ভেটিৰ জয়।
    জয় আই অসম।
    জয় মা-কামাখ্যা।🙏

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Місяць тому

      Gaurav gogoi kamakhya mondir jbo time nai...masjid t goi Namaz pohribo time asw ...allah hu akbar

    • @pororforfolopjofor
      @pororforfolopjofor Місяць тому +4

      ​@@rishirajomivaidya5648 তহতৰ মাথাত মন্দিৰ মছজিদ ৰ বাহিৰে বেলেগে আৰু কিবা আছে নে বাৰু? তই ভৰি চেলেকা মামা এ দেখোন ইছলাম ধৰ্মক সকলোতকৈ পৱিত্ৰ ধৰ্ম বুলি কৈ থৈছিল। তেতিয়া ঘৈনিয়েৰৰ মেখেলা তলত সোমাই আছিলি নে তোৰ চকুত মামা এ মুতি থৈছিল। 😂😂😂😂😂😂

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Місяць тому

      @@pororforfolopjofor Islam dhormo bhal beya kobo njau ami muthote amr hindu manuhok vote dim auro di ahesu...mama k bhal beya kobo njau kunu perfect nhoi..kintu nijor dhormo nijor identify sess nkoru...Congress r ideology ami njanu ami amr party k vote krim Vote for development vote for 3rd largest gdp Country vote for India vote for my religious identity....Thats it....

    • @pororforfolopjofor
      @pororforfolopjofor Місяць тому +3

      @@rishirajomivaidya5648 baperor muratu boki aso kela.. 26 t fus hoi jabi 🤣🤣🤣

    • @rishirajomivaidya5648
      @rishirajomivaidya5648 Місяць тому

      @@pororforfolopjofor eaitu time ye kobo time t gm pam...

  • @cottageofhappiness9436
    @cottageofhappiness9436 Місяць тому +10

    2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতহে প্ৰকৃত ছবিখন স্পষ্ট হ'ব।

  • @karabibaruah2135
    @karabibaruah2135 Місяць тому +5

    So true sir❤👏..love gaurav gogoi ❤

  • @user-kd4pv9nf8s
    @user-kd4pv9nf8s 26 днів тому +1

    গৌৰৱক সকলো দলৰ মানুহে সমৰ্থন কৰক।তেওঁ অসমৰ এগৰাকী যোগ্য ব্যক্তি।

  • @tileswaryein1295
    @tileswaryein1295 Місяць тому +1

    Bislekon to bhal lagil. Malakar dangoriyaloi thank you thakil.🎉🎉🎉.

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez Місяць тому +3

    I LOVE I.N.D.I.A
    #RahulGandhiZindabad
    #GouravGogoizindabad

  • @debojyotihazarika81
    @debojyotihazarika81 24 дні тому

    আপুনি আপোনাৰ ব্যক্তব্য বহুত সুন্দৰ কৰি আগবঢ়ালে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @jitendrarabha4660
    @jitendrarabha4660 Місяць тому +4

    ৰজাই শুনিলে নচচা শোলত দিব বাপ্পেকে,সঁচা কথাবোৰ ইমানকৈ ন’কব৷

  • @user-cl9eb9hv3e
    @user-cl9eb9hv3e Місяць тому +1

    Gaurav gogoi adin Bharatr val draita pabo Assam loi gaurav anibo aru Assam hoke gotei Assam onnatir dikhat aguwai nibo buli amar akha ase ❤❤❤

  • @abdulmannanahmed787
    @abdulmannanahmed787 Місяць тому +2

    A rising personality Gaurav Gogoi is evidently a formidable challenge to BJP.

  • @eskubali6079
    @eskubali6079 11 днів тому +1

    সত্য সদাই জয় ।

  • @MontuBorah-pu6og
    @MontuBorah-pu6og Місяць тому +2

    Yes sir good news u you are good reporter

  • @santanudas7169
    @santanudas7169 Місяць тому +3

    Good chenal

  • @arpitadutta9888
    @arpitadutta9888 Місяць тому +3

    Varu
    Good
    Sir

  • @mukshedullah6863
    @mukshedullah6863 Місяць тому +1

    Moi ekebare nissito,je oxombakhi raijor akhirbadot, Gaurav Gogoi dangoriyai ekhon hustho,hundor totha ogrogami Axom gorhi tulibo paribo." joy aai Axom".

  • @lakshyasaikia6597
    @lakshyasaikia6597 Місяць тому +1

    All politician should be like Gourav Gogoi.....He is a good politician....proud we

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb 14 днів тому

    Good ledar gaurv gogoi zindabad congress party zindabad

  • @tonkeswargogoi5761
    @tonkeswargogoi5761 Місяць тому +2

    গৌরবর জয় হক।

  • @Nani_712
    @Nani_712 Місяць тому +3

    Yes sir

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Місяць тому

    Gourab Gogoi Asamar Naynar Moni , We Support Gourab Gogoi . .

  • @ramchandratimung3320
    @ramchandratimung3320 Місяць тому +1

    😊

  • @madhurjyamazumdar1577
    @madhurjyamazumdar1577 Місяць тому +3

    কংগ্ৰেছৰ ভূলৰ বাবে বৰপেটা হেৰুৱালে।

  • @user-mk8ui3ov4d
    @user-mk8ui3ov4d 5 днів тому

    গুৰুত্বপূৰ্ণ মন্তব্য 🙏

  • @user-dm9qs4fo8w
    @user-dm9qs4fo8w 28 днів тому +1

  • @NP-gf7fo
    @NP-gf7fo Місяць тому +2

    Simple Vodra qualified
    Good Parliamentarian
    Good in English and Hindi
    No third class talk like payaj hazarika maaladev
    Mama Siri
    So teok erri belogok dia tuai bhul

  • @jaijawanagrifarm2416
    @jaijawanagrifarm2416 Місяць тому +1

    Gourav Daa should be in Assam not in Delhi...

  • @somlama4077
    @somlama4077 9 днів тому

    ম ই এক মত

  • @BadrulIslam-n9q
    @BadrulIslam-n9q 13 днів тому

    Rahulji. Gourobji.. Daimond

  • @KangkanaBorah-dp5kt
    @KangkanaBorah-dp5kt Місяць тому

    Gaurab Gogoi jindabad ❤

  • @rasmibegum2861
    @rasmibegum2861 Місяць тому +1

    Bahut val

  • @rishirajomivaidya5648
    @rishirajomivaidya5648 Місяць тому

    As a opposition he is good...let him stay in opposition. ...for Democracy

  • @bontigogoi2622
    @bontigogoi2622 14 днів тому +1

    Gourab gogoi cm huwatu bisaru

  • @RinaGohain-en1pc
    @RinaGohain-en1pc Місяць тому +1

    Gaurov ammar gaurov

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 24 дні тому

    Piyaj Hazorika bule mukhyo montri hobo bichare ( pijujush Hazorika)

  • @kripalsaikia924
    @kripalsaikia924 Місяць тому

    Gaurav da
    2026=Assam CM

  • @LibiyaMichahary
    @LibiyaMichahary Місяць тому +1

    Gaurav gogoi ebar hobo lagey cm

  • @beria842
    @beria842 Місяць тому

    Cong

  • @tileswaryein1295
    @tileswaryein1295 Місяць тому

    .
    ,ভূপেন দাই গাই গৈছে আকৌ হ'ব পাৰে শৰাই ঘাট।
    গতিকে আমি সাৱধান হোৱা উচিত।

  • @lokengogoi5007
    @lokengogoi5007 23 дні тому

    Who is the best HIMANTA OR GORUV FOR GENERAL PUBLIC OF ASSAM ?

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn Місяць тому

    Nice

  • @debojyotiboruah9167
    @debojyotiboruah9167 Місяць тому

    Gaurab is the Gaurab of Assam

  • @ruhitdihingia8210
    @ruhitdihingia8210 Місяць тому

    মালাকাৰৰ দেৱ, দুধুৰ - মুধুৰ নহয়, it was strategy in the eye of BJP at the eleventh hours.

  • @BalenDas-dt8fq
    @BalenDas-dt8fq Місяць тому

    গুৰুত্বপূৰ্ণ মন্তব্য

  • @lnbora7529
    @lnbora7529 Місяць тому +1

    Bhal katha koise apuni

  • @barasharajbangshi719
    @barasharajbangshi719 Місяць тому +1

    🖐🖐🖐🖐🖐🖐🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍👍

  • @Danirojasfc6
    @Danirojasfc6 Місяць тому

    It's time to raise your voice otherwise they will even take away your right to speech.

  • @bijumedak7733
    @bijumedak7733 Місяць тому

    ok

  • @user-nr8ln6lw7i
    @user-nr8ln6lw7i Місяць тому

    Gaurav is political idol

  • @kanakdas7213
    @kanakdas7213 Місяць тому

    হিমন্তৰ চক্ৰান্তত গৌৰৱ গগৈ পৰাস্ত হ'লে সমগ্ৰ ভাৰত বাসীয়ে অসম বাসীক ধিক্কাৰ দিলেহেতেন।হেম বৰুৱা, দীনেশ গোস্বামী ৰ পাছত সদধত মাত মাতিব পৰা একমাত্ৰ ব্যক্তি জনেই গৌৰৱ গগৈ। বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিষয়ে কাকো কেৰেপ নকৰাকৈ নিৰ্ভীকতাৰে মুখা খুলিবলৈ দ্বিধাবোধ নকৰা ব্যক্তি জনক প্ৰতিহত কৰা ষড়যন্ত্ৰ ওফৰাই দিয়া যোৰহাট সমষ্টিৰ ভোটাৰ সকলক কৃতজ্ঞতা জনাইছোঁ।

  • @kripalsaikia924
    @kripalsaikia924 Місяць тому

    সৰ্বাদা =fUTURE PM

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Місяць тому

    হিমন্তই চিপৰাং মৰা দগাবাজী কাৰ্যসূৃচীৰে অসমৰ মুখ্যমন্ত্ৰী হ'ল !এতিয়া মোদীক লেং মাৰি ভাৰতৰ প্ৰধান মন্ত্ৰী হোৱাৰ পথত!!মোদীক বাদেই গৌৰৱ গগৈক বলে পাৰে নে নোৱাৰে সুনাগৰিকে দেখক।জয়ন্তাসুৰ- আইমীয়াসুৰ তাৰ সাহস?

  • @utpalboro8855
    @utpalboro8855 Місяць тому

    Pijus r podotyag ki hol??😂😂😂

  • @budheswarsaikia3103
    @budheswarsaikia3103 Місяць тому

    Malakar retirement lobor hoise, word bur olop jot lagi dhora hoise.

  • @sashibhatta5198
    @sashibhatta5198 Місяць тому

    যোৰহাট, কৰিমগঞ্জ, ধুবুৰী অথবা নগাঁৱৰ বাহিৰে আন সমষ্টিত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হলে তেওঁ জিকিব নোৱাৰিলেহেঁতেন ৷ নগাঁও, ধুবুৰী আদি স্থানত বিগত লোকসভাৰ নিৰ্বাচনৰ সময়টোত আজমল ডাঙৰীয়াৰ জনপ্ৰিয়তা ইমানেই হ্ৰাস পাইছিল যে তাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কোটিপতি গছৰ মূঢ়া দুটা থিয় কৰিলেও হয়তো জয়ী হৈ আহিলহেঁতেন ৷ যোৰহাটৰ সমাজখনে হয়তো নিজৰ মানুহ গৌৰৱ গগৈয়ে অহা পাঁচ বছৰীয়া কাৰ্যকালটোত কি কৰে এবাৰ চাই লবলৈহে ভোট দিলে ৷

    • @user-fk6oz6k
      @user-fk6oz6k Місяць тому

      No one can defend garouv in my Jorhat consitucy, ghenta ghenta ghenta ghenta ghenta ghenta 100000000 Modi 11111112000000 himanta kela

    • @GamePlay-ib2cj
      @GamePlay-ib2cj Місяць тому +2

      Bamun manu vote nidu

    • @QwertyUiop-zx6xc
      @QwertyUiop-zx6xc Місяць тому

      মোডী আহিলেও হাৰিব অসমত ।

  • @gopalmili1309
    @gopalmili1309 Місяць тому

    Dol bagora nethar kunu Kam nai

  • @probirsharma3703
    @probirsharma3703 Місяць тому

    Vahi Tarun Gogoi Asam ka Lanka Aag Lagane wala 15 Salon Mein medical sector Garden sector education sector bus connectivity aur aap kah Rahe Hain Ki Gaurav Ho Gai Murti hai dusri bar Jahan Silchar se Aadhar state Upar jaane ke liye Guwahati per jakar train Chalna Padta tha Jahan homeguard openly respect leta hai TT Rizwan leta hai Jahan Railway sector zero Vahi Rahul Gandhi ka party ka baat kar raha hai aap Jo Aalu Se Sona nikalta Hai😅😅😅😅

  • @rabinpathak8715
    @rabinpathak8715 Місяць тому

    Faltu kothare soday nosole