অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী।

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • অসমৰ বান নিয়ন্ত্ৰণ, বান সাহায্য বিতৰণ আৰু বান সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী। বান সমস্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন একেমুখে বিফল বুলি কোৱাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আহি কথামতেই পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ। একেদৰে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সদনত সজোৰে উত্থাপন কৰিবলৈ ৰাহুল গান্ধীক আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ। একেদৰে সংবাদমেল সম্বোধন কৰি সৰৱ হ’ল অখিল গগৈ।
    #pratidintime #akhilgogoi #BJP #flood

КОМЕНТАРІ • 33

  • @CharbeshRabha-qk4ye
    @CharbeshRabha-qk4ye 2 місяці тому +21

    আধুনিক যুগৰ মহম্মদ বিন টগলক বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী -বিধায়ক লগতে মুল কান্দাৰি মুখ্য মন্ত্ৰীয়েই তেনেকুৱা।

  • @ArupDas-qr6qc
    @ArupDas-qr6qc 2 місяці тому +5

    কংগ্ৰেছ চৰকাৰৰ দিনত বান পানী হোৱা নাছিল নেকি, আমেৰিকাত বান পানী হয় আমাৰ এতেও হয় কাৰ কথা আছিল আৰু বিজেপি ৰিলিফ দি আছে দেখোন চাৰিও পিনে।

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 2 місяці тому +2

    Gaurav Gogoi next CM of Assam.

    • @DhantiHazarika-f6i
      @DhantiHazarika-f6i 2 місяці тому

      শিয়াল ৰ চি এম হব মাইকী মাছ তো। অ, মাছ জনীহে।

  • @mrmajuli8736
    @mrmajuli8736 2 місяці тому +5

    কংগ্ৰেছ দিনত ভেজল মাথাউৰিৰ নিৰ্মাণৰ বাবেই আজি এই পৰিস্থিতি। 1998 চনত ধকুৱাখানা মাতৰমৰাত মাথাউৰি চিগোতে হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ আৰু গৰু ছাগলী হাঁহ কুকুৰাৰ গাহৰি উটি গৈছিল। কিন্ত তাৰ একো সহাজ্য নিদিলে । আনকি জনসাধাৰণৰ নামত ৰিলিফৰ চাউল কেইটাও বিক্ৰী কৰি খাইছিল। সেইয়াই কংগ্ৰেছ।

    • @DilipGogoi-x2h
      @DilipGogoi-x2h 2 місяці тому

      Hei homoyot himonto kot asil ? Vngst asil eitu moha dalallllllllll

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 місяці тому +8

    অসমৰ ভোটাৰ জনসাধাৰণে ভাল দৰেই মনত ৰাখিব মোদী চাহৰ যোগেদি আমাৰ অসমৰ বানপানীৰ সমস্যাটোৰ সামাধান নহ'ব।। অসমৰ অহঙ্কাৰী নেতা মন্ত্ৰী কেইতা তো কথাই নাই।।

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +10

    গৌৰৱ গগৈ 2026 ত অসমৰ মূখ‍্যমন্ত্ৰী।দাদা বিগ্ৰেডৰ দম আছে যদি ৰখাই দেখাওঁক।

  • @anonymous_assamese4838
    @anonymous_assamese4838 2 місяці тому +1

    Rahul Gandhi 🇮🇳❤️

  • @LAfajalLaskar
    @LAfajalLaskar 2 місяці тому

    Very very good 👍👍👍

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому

    Gaurav gogoi👍

  • @PrijusTalukdar
    @PrijusTalukdar 2 місяці тому +1

    A Jorhat jila Shiva God jila Nigam

  • @JoyguruDas-rg2xt
    @JoyguruDas-rg2xt 2 місяці тому +1

    😢😢😢😢😢😢😢😢

  • @JahirAhmed-u6b
    @JahirAhmed-u6b 2 місяці тому

    Right, 🐄🐄

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff 2 місяці тому

    অসমত 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ

  • @DhantiHazarika-f6i
    @DhantiHazarika-f6i 2 місяці тому

    ধেৎ শিয়াল ৰ মালিক নিলাজ অমেৰুদণ্ডী শিয়াল কংগ্রেচ মুদ্রা বাদ।

  • @DurgaTimsina-gv7td
    @DurgaTimsina-gv7td 2 місяці тому +3

    Bhupen Bora jindabad

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому

    Congress zindabad

  • @birenbora4425
    @birenbora4425 2 місяці тому

    cm dangia asomor banpani chabolloi central ministet ajonu aha nai kiya

  • @PrijusTalukdar
    @PrijusTalukdar 2 місяці тому

    Aisa kam karna Gaurav Goyal

  • @IrfanIlahi-123
    @IrfanIlahi-123 2 місяці тому

    Nice

  • @DeepDey-b2z
    @DeepDey-b2z 2 місяці тому

    Aponi. Paribonoki bjp har 1234 mama har kori dakhw bjp haribo jibonay pabona 👌🇮🇳

  • @AliHASMAT-b2v
    @AliHASMAT-b2v 2 місяці тому

    😢😮😊😊❤❤❤❤

  • @abhijitnath282
    @abhijitnath282 2 місяці тому

    2:17

  • @PrijusTalukdar
    @PrijusTalukdar 2 місяці тому

    Kendriya mantri ke liye bataya aasan hai

  • @HrishikeshBaruah-x1j
    @HrishikeshBaruah-x1j 2 місяці тому

    Aponaloke Rajniti bad diya atiya assamat ban

  • @beria842
    @beria842 2 місяці тому

    Tea garden

  • @pramodkalita6574
    @pramodkalita6574 2 місяці тому +2

    বাদ দিয়া হে ...আমেৰিকাতো বান পানী হয়...পাহৰি গৈল নিকি ৰাইজ

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 2 місяці тому

    Eitu good for nothing cm

  • @RatanPradhan-h8z
    @RatanPradhan-h8z 2 місяці тому

    No

  • @Cristianofootballers
    @Cristianofootballers 2 місяці тому

    বানপানী BJP kori se nki 😂 kla sudur bhai akhil johora 😂